সমীকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
 
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
10 নং শাৰী: 10 নং শাৰী:
|language=French
|language=French
}}</ref><ref>"A statement of equality between two expressions. Equations are of two types, '''identities''' and '''conditional equations''' (or usually simply "equations")". « ''Equation'' », in ''{{Lang|en|Mathematics Dictionary}}'', {{ill|Glenn James (mathematician)|lt=Glenn James|de|Glenn James}} et {{ill|Robert C. James|de}} (éd.), Van Nostrand, 1968, 3 ed. 1st ed. 1948, {{p.|131}}.</ref>

এটা সমীকৰণ লিখোঁতে দুটা ৰাশিৰ মাজত এডাল সমান('=') চিনৰ ব্যৱহাৰৰ কৰা হয়। ইয়াৰ দ্বাৰা দুয়োটা ৰাশি অৰ্থাৎ সোঁ পক্ষ আৰু বাওঁ পক্ষ সমান বুলি দেখুওৱা হয়।
এটা সমীকৰণ লিখোঁতে দুটা ৰাশিৰ মাজত এডাল সমান('=') চিনৰ ব্যৱহাৰৰ কৰা হয়। ইয়াৰ দ্বাৰা দুয়োটা ৰাশি অৰ্থাৎ সোঁ পক্ষ আৰু বাওঁ পক্ষ সমান বুলি দেখুওৱা হয়।
সাধাৰণতে বহুল ভাৱে ব্যৱহৃত সমীকৰণ হৈছে বীজগণিতীয় সমীকৰণ। ইয়াত দুয়ো পক্ষত দুটা বীজগণিতীয় ৰাশি থাকে।এই ৰাশি সমূহ এটা বা অধিক পদৰ দ্বাৰা গঠিত হয়। উদাহৰণ স্বৰূপে-
সাধাৰণতে বহুল ভাৱে ব্যৱহৃত সমীকৰণ হৈছে বীজগণিতীয় সমীকৰণ। ইয়াত দুয়ো পক্ষত দুটা বীজগণিতীয় ৰাশি থাকে।এই ৰাশি সমূহ এটা বা অধিক পদৰ দ্বাৰা গঠিত হয়। উদাহৰণ স্বৰূপে-

:<math> 2x^2 +5x + 1 = y </math>
:<math> 2x^2 +5x + 1 = y </math>

ইয়াৰ বাওঁপক্ষৰ ৰাশি <math> 2x^2 +5x + 1 </math>, ৰ মুঠ তিনিটা পদ আৰু সোঁপক্ষৰ ৰাশিত এটা পদ <math> y </math>, আছে। ইয়াত চলক সমূহ হৈছে X আৰু Y; আৰু ধ্ৰুৱক হৈছে 2, 5 আৰু 1।
ইয়াৰ বাওঁপক্ষৰ ৰাশি <math> 2x^2 +5x + 1 </math>, ৰ মুঠ তিনিটা পদ আৰু সোঁপক্ষৰ ৰাশিত এটা পদ <math> y </math>, আছে। ইয়াত চলক সমূহ হৈছে X আৰু Y; আৰু ধ্ৰুৱক হৈছে 2, 5 আৰু 1।
বীজগণিতে সমীকৰণৰ দুটা প্ৰধান শাখাৰ বিষয়ে আলোকপাত কৰে। সেয়া হ'ল বহুপদ ৰাশিৰ সমীকৰণ আৰু ইয়াৰ অন্তৰ্গত ৰৈখিক সমীকৰণ। যেতিয়া মাত্ৰ এটাই চলক থাকে তেতিয়া বহুপদ সমীকৰণৰ ৰূপটো হ'ব P(x)=0 ইয়াত P এটা বহুপদ ৰাশি আৰু ৰৈখিক সমীকৰণৰ ৰূপ হৈছে ax+b=0, য'ত a আৰু b হৈছে দ্রুৱক।

প্ৰতিটো সমীকৰণ বাবে ব্যৱহাৰ হোৱা সমান চিন ('=') ডাল ১৫৫৭ চনত ৰবাৰ্ট ৰেকৰ্ডৰ দ্বাৰা আৱিষ্কৃত হৈছিল। তেওঁ কৈছিল যে দুডাল সমদৈঘ্যৰ সৰল ৰেখাতকৈ বেছি সমান আন একোৱেই হ'ব নোৱাৰে।<ref name="Whetstone">Recorde, Robert, ''The Whetstone of Witte'' … (London, England: {{not a typo|Jhon}} Kyngstone, 1557), [https://archive.org/stream/TheWhetstoneOfWitte#page/n237/mode/2up the third page of the chapter "The rule of equation, commonly called Algebers Rule."]</ref>

07:28, 21 October 2019ৰ সংস্কৰণ

সমান চিনৰ প্ৰথম ব্যৱহাৰ। যিটোৰ আধুনিক ৰূপ 14x + 15 = 71ৰবাৰ্ট ৰেকৰ্ড (১৫৫৭)ৰ The Whetstone of Witte পৰা লোৱা। .[1]
বীজগণিতীয় এক সমীকৰণ
বীজগণিতীয় এক সমীকৰণ

সমীকৰণ গণিতৰ জগতখনত সমীকৰণ হৈছে এটা মাধ্যম যাৰ দ্বাৰা দুটা গাণিতিক ৰাশিক সমান বুলি প্ৰকাশ কৰা হয়। সমীকৰণ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ 'equation' আৰু ইয়াৰ সহজাতৰ অৰ্থ ভাষা ভেদে ভিন্ন হোৱা দেখা যায়, উদাহৰণ স্বৰূপে ইংৰাজী 'equation' শব্দটোৱে যিকোনো সমতাক বুজোৱাৰ বিপৰীতে ফৰাছী ভাষাত 'équation' বুলিলে এটা বা অধিক চলক থকা ৰাশিক বুজা যায়। [2] সমীকৰণ সমাধান বুলিলে সমীকৰণৰ চলক সমূহৰ মান নিৰ্ণয় কৰাক বুজায় যি মানৰ বাবে সমীকৰণটো সত্য প্ৰমাণিত হয়। চলক হৈছে কিছুমান পদ যাৰ মান পূৰ্ব নিৰ্ধাৰিত নহয়। সাধাৰণতে দুই ধৰণৰ সমীকৰণ আছে, যেনে: পৰিচয় সূচক আৰু চৰ্তসাপেক্ষ সমীকৰণ। চৰ্তসাপেক্ষ সমীকৰণ সমূহ চলকৰ কিছুমান নিৰ্দিষ্ট মানৰ বাবেহে সত্য। [3][4] এটা সমীকৰণ লিখোঁতে দুটা ৰাশিৰ মাজত এডাল সমান('=') চিনৰ ব্যৱহাৰৰ কৰা হয়। ইয়াৰ দ্বাৰা দুয়োটা ৰাশি অৰ্থাৎ সোঁ পক্ষ আৰু বাওঁ পক্ষ সমান বুলি দেখুওৱা হয়। সাধাৰণতে বহুল ভাৱে ব্যৱহৃত সমীকৰণ হৈছে বীজগণিতীয় সমীকৰণ। ইয়াত দুয়ো পক্ষত দুটা বীজগণিতীয় ৰাশি থাকে।এই ৰাশি সমূহ এটা বা অধিক পদৰ দ্বাৰা গঠিত হয়। উদাহৰণ স্বৰূপে-

ইয়াৰ বাওঁপক্ষৰ ৰাশি , ৰ মুঠ তিনিটা পদ আৰু সোঁপক্ষৰ ৰাশিত এটা পদ , আছে। ইয়াত চলক সমূহ হৈছে X আৰু Y; আৰু ধ্ৰুৱক হৈছে 2, 5 আৰু 1। বীজগণিতে সমীকৰণৰ দুটা প্ৰধান শাখাৰ বিষয়ে আলোকপাত কৰে। সেয়া হ'ল বহুপদ ৰাশিৰ সমীকৰণ আৰু ইয়াৰ অন্তৰ্গত ৰৈখিক সমীকৰণ। যেতিয়া মাত্ৰ এটাই চলক থাকে তেতিয়া বহুপদ সমীকৰণৰ ৰূপটো হ'ব P(x)=0 ইয়াত P এটা বহুপদ ৰাশি আৰু ৰৈখিক সমীকৰণৰ ৰূপ হৈছে ax+b=0, য'ত a আৰু b হৈছে দ্রুৱক। প্ৰতিটো সমীকৰণ বাবে ব্যৱহাৰ হোৱা সমান চিন ('=') ডাল ১৫৫৭ চনত ৰবাৰ্ট ৰেকৰ্ডৰ দ্বাৰা আৱিষ্কৃত হৈছিল। তেওঁ কৈছিল যে দুডাল সমদৈঘ্যৰ সৰল ৰেখাতকৈ বেছি সমান আন একোৱেই হ'ব নোৱাৰে।[1]

  1. 1.0 1.1 Recorde, Robert, The Whetstone of Witte … (London, England: Jhon Kyngstone, 1557), the third page of the chapter "The rule of equation, commonly called Algebers Rule."
  2. Marcus, Solomon; Watt, Stephen M.. What is an Equation?. https://www.academia.edu/3287674/What_is_an_Equation। আহৰণ কৰা হৈছে: 2019-02-27. 
  3. Lachaud, Gilles. "Équation, mathématique" (French ভাষাত). Encyclopædia Universalis. http://www.universalis.fr/encyclopedie/NT01240/EQUATION_mathematique.htm. 
  4. "A statement of equality between two expressions. Equations are of two types, identities and conditional equations (or usually simply "equations")". « Equation », in Mathematics Dictionary, Glenn James [de] et Robert C. James [de] (éd.), Van Nostrand, 1968, 3 ed. 1st ed. 1948, p. 131.