সম্ভাৱিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৃষ্ঠা সম্ভাৱীতাৰ পৰা সম্ভাৱিতালৈ SlowPhotonয়ে স্থানান্তৰ কৰিলে: শুদ্ধ বানান
(কোনো পাৰ্থক্য নাই)

05:37, 24 October 2019ৰ সংস্কৰণ

সাঁচ:Certainty

চিত্ৰ:Dice Probability.png
দুটা লুদু গুটি দলিয়াই দিলে সম্ভাৱ্য ঘটনাৰ ফলাফল

সম্ভাৱীতা সম্ভাৱীতা বা সম্ভাৱনা তত্ত্ব হৈ গণিতৰ এটি শাখা য'ত গণনামূলকভাবে কোনি ঘটনা বা ভৱিষ্যত পৰীক্ষাৰ এটি নির্দিষ্ট ফলাফলত উপনীত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হয়।[1] বিন্যাস তথা সমাবেশ গৱেষণা সম্ভাৱনা নির্ণয়ৰ বাবে উপযোগী। ই পৰিসংখ্যাৰ অন্যতম ভিত্তি।

কোনো ঘটনা ঘটাৰ সম্ভাৱনা পৰিমাপ কৰাই সম্ভাৱীতা। সম্ভাৱীতাৰ সৈতে ঘটনাৰ যোগসূত্ৰ প্রচুৰ। 'ঘটনা' হৈছে আমাৰ চাৰিওফালে দৃশ্যমান এনে কোনো পৰিস্থিতি যাৰ ফলাফল বিদ্যমান। আৰু 'সম্ভাৱীতা' হ'ল এনে এটি গাণিতিক হিচাব যি আমাক ঘটনা সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰাত সহায়তা কৰে। সম্ভাৱীতা সম্পর্কে বিস্তাৰ ভাৱে জানিবলৈ বিভিন্ন বিষয় সম্পর্কে স্বচ্ছ ধাৰণা থাকা দৰকাৰ: যোৰ, বিন্যাস, সমাৱেশ ইত্যাদি।এটি ঘটনা A-ৰ সম্ভাৱিতাৰ সংজ্ঞা এনেকৈ দিব পাৰি- ধৰা হ'ল A এটা ঘটনা আৰু A-ৰ সম্ভাৱীতাক ০ আৰু ১ ৰ ভিতৰত এটি প্রকৃত ৰাশি দ্বাৰা প্ৰকাশ কৰা যায়, যাক আমি P(A), p(A) বা Pr(A) বুলি লিখোঁ। কোনো ঘটনাৰ সম্ভাৱীতা ০ হ'লে তাক অসম্ভৱ ঘটনা, আৰু কোনো ঘটনাৰ সম্ভাৱীতা ১ হ'লে তাক কোৱা হয় অৱশ্যম্ভাৱী ঘটনা।[2][3]

  1. "Probability". Webster's Revised Unabridged Dictionary. G & C Merriam, 1913.
  2. "Kendall's Advanced Theory of Statistics, Volume 1: Distribution Theory", Alan Stuart and Keith Ord, 6th Ed, (2009), আই.এচ.বি.এন. 978-0-534-24312-8.
  3. William Feller, "An Introduction to Probability Theory and Its Applications", (Vol 1), 3rd Ed, (1968), Wiley, আই.এচ.বি.এন. 0-471-25708-7.