মুহাম্মদ ইউনুছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{Infobox person
{{Infobox person
| name = মুহাম্মদ ইউনুছ
Muhammad Yunus
| name = মুহাম্মদ ইউনুছ
| color = lightgray
| color = lightgray
| image = Muhammad Yunus - World Economic Forum Annual Meeting 2012.jpg
| image = Muhammad Yunus - World Economic Forum Annual Meeting 2012.jpg
| image_size =
| image_size =
| caption = ছুইজাৰলেণ্ডৰ ডেভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক ফৰামত মুহাম্মদ ইউনুছ, ২৫ জানুৱাৰী ২০১২
| caption = ছুইজাৰলেণ্ডৰ ডেভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক ফৰামত মুহাম্মদ ইউনুছ, ২৫ জানুৱাৰী ২০১২
| birth_date = {{Birth date and age|1940|6|28|df=y}}
| birth_date = {{Birth date and age|1940|6|28|df=yes}}
| birth_place = [[চট্টগ্ৰাম]], [[বাংলাদেশ]]
| birth_place = [[চট্টগ্ৰাম]], [[বাংলাদেশ]]
| nationality = {{flagicon|BAN}} বাংলাদেশী
| nationality = {{flagicon|BAN}} বাংলাদেশী
| religion = ইছলাম
| religion = ইছলাম
| citizenship = {{BAN}}
| citizenship = {{BAN}}
| alma_mater = [[ঢাকা বিশ্ববিদ্যালয়]]
কলোৰাডো বিশ্ববিদ্যালয়
ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়
| alma_mater = [[ঢাকা বিশ্ববিদ্যালয়]]
কলোৰাডো বিশ্ববিদ্যালয়
ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়
| field = ক্ষুদ্ৰঋণ, কল্যাণমূলক অৰ্থনীতি, নীতিবিদ্যা
| field = ক্ষুদ্ৰঋণ, কল্যাণমূলক অৰ্থনীতি, নীতিবিদ্যা
| occupation = বেংকাৰ
অৰ্থনীতিবিদ
| occupation = বেংকাৰ
অৰ্থনীতিবিদ
| institution = চট্টগ্ৰাম বিশ্ববিদ্যালয়
শাহজালাল বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়
মিডিল টেনিসি ষ্টেট ইউনিভাৰ্চিটি
গ্লাছগ' কলেডোনিয়ান বিশ্ববিদ্যালয়<ref>[http://www.gcu.ac.uk/newsevents/news/article.php?id=49588&c=126 Professor Muhammad Yunus has been installed as Chancellor of Glasgow Caledonian University.]</ref>
| influences =
| influences =
| opposed =
| opposed =
| influenced =
| influenced =
| contributions = গ্ৰামীণ বেংক
ক্ষুদ্ৰঋণ
| contributions = গ্ৰামীণ বেংক
ক্ষুদ্ৰঋণ
| spouse = ভেৰা ফৰোষ্টেনকো (১৯৭০-১৯৭৯)
আফৰোজী ইউনুছ (বৰ্তমান)
| spouse = ভেৰা ফৰোষ্টেনকো (১৯৭০-১৯৭৯)
আফৰোজী ইউনুছ (বৰ্তমান)
| parents =
| parents =
| children = ২
| children = ২
| awards =
| awards =
{{unbulleted list
{{unbulleted list
| [[ৰমন মেগেছেছে বঁটা]] {{small|(১৯৮৪)}}
| [[ৰমন মেগছেছে বঁটা]] {{small|(১৯৮৪)}}
| {{nowrap|স্বাধীনতা দিৱস বঁটা, ([[বাংলাদেশ]] {{small|(১৯৮৭)}} <ref>{{cite web |url=http://old.cabinet.gov.bd/view_award.php?year_select=1987&Submit=GO&lang=en |title=List of Independence Awardees |website=Cabinet Division, Government of People's Republic of Bangladesh |language=bn |accessdate=29 November 2012}}</ref>}}
| [[বিশ্ব খাদ্য বঁটা]] {{small|(১৯৯৪)}}
| [[বিশ্ব খাদ্য বঁটা]] {{small|(১৯৯৪)}}
| পফেফেৰ শান্তি পুৰস্কাৰ {{small|(১৯৯৪)}}
| পফেফেৰ শান্তি পুৰস্কাৰ {{small|(১৯৯৪)}}
| [[গান্ধী শান্তি পুৰস্কাৰ]] {{small|(২০০০)}}
| [[আন্তৰ্জাতিক গান্ধী শান্তি পুৰস্কাৰ|গান্ধী শান্তি পুৰস্কাৰ]] {{small|(২০০০)}}
| ভলভ' পৰিবেশ বঁটা {{small|(২০০৩)}}
| ভলভ' পৰিবেশ বঁটা {{small|(২০০৩)}}
| [[নোবেল বঁটা]], (শান্তি) {{small|(২০০৬)}}
| [[ন'বেল বঁটা]], (শান্তি) {{small|(২০০৬)}}
| {{nowrap|প্ৰেচিডেন্টচিয়েল মেডেল অফ ফ্ৰীদম {{small|(২০০৯)}}}}
| {{nowrap|প্ৰেচিডেন্টচিয়েল মেডেল অফ ফ্ৰীদম {{small|(২০০৯)}}}}
| কংগ্ৰেছনেল গোল্ড মেডেল {{small|(২০১০)}}
| কংগ্ৰেছনেল গোল্ড মেডেল {{small|(২০১০)}}
| আগা খান এৱাৰ্ড ফৰ অৰ্কিটেক্সাৰ
| আগা খান এৱাৰ্ড ফৰ অৰ্কিটেক্সাৰ
| signature = Yunus-signature-2014.jpg
| signature = Yunus-signature-2014.jpg
| repec_prefix = e | repec_id = pyu122
| repec_prefix = e | repec_id = pyu122
'''অধ্যাপক ডঃ মুহাম্মদ ইউনুছ''' (জন্ম: ২৮ জুন, ১৯৪০) এজন [[বাংলাদেশ|বাংলাদেশী]] [[নোবেল বঁটা]] বিজয়ী বেংকাৰ আৰু অৰ্থনীতিবিদ। তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত [[অৰ্থনীতি]] বিভাগৰ এজন অধ্যাপক। তেওঁ ক্ষুদ্ৰঋণ ধাৰণাৰ প্ৰৱৰ্তক । অধ্যাপক ইউনুছ [[গ্ৰামীণ বেংক]]ৰ প্ৰতিষ্ঠাতা। মুহাম্মদ ইউনুছ আৰু তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত [[গ্ৰামীণ বেংক]] যৌথভাবে [[২০০৬]] চনত শান্তিৰ [[নোবেল বঁটা]] লাভ কৰে। তেওঁ প্ৰথম [[বাংলাদেশ|বাংলাদেশী]] হিচাপে এই বঁটা লাভ কৰে। ইউনুছ ''বিশ্ব খাদ্য বঁটা'' সহ কেইবাটাও জাতীয় আৰু আন্তৰ্জাতিক পুৰস্কাৰ লাভ কৰে।
'''মুহাম্মদ ইউনুছ''' (জন্ম: ২৮ জুন, ১৯৪০) এজন [[বাংলাদেশ|বাংলাদেশী]] [[ন'বেল বঁটা]] বিজয়ী বেংকাৰ আৰু অৰ্থনীতিবিদ। তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত [[অৰ্থনীতি]] বিভাগৰ এজন অধ্যাপক। তেওঁ ক্ষুদ্ৰঋণ ধাৰণাৰ প্ৰৱৰ্তক। অধ্যাপক ইউনুছ [[গ্ৰামীণ বেংক]]ৰ প্ৰতিষ্ঠাতা। মুহাম্মদ ইউনুছ আৰু তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত [[গ্ৰামীণ বেংক]] যৌথভাবে ২০০৬ চনত শান্তিৰ [[ন'বেল বঁটা]] লাভ কৰে। তেওঁ প্ৰথম [[বাংলাদেশ|বাংলাদেশী]] হিচাপে এই বঁটা লাভ কৰে। ইউনুছ 'বিশ্ব খাদ্য বঁটা' সহ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে।
==পৰিয়াল আৰু শৈশৱ==
==পৰিয়াল আৰু শৈশৱ==
মুহাম্মদ ইউনুছ ১৯৪০ চনত চট্টগ্ৰাম জিলাৰ হাটহাজাৰী উপ জিলাৰ বাথুয়া গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁ চট্টগ্ৰাম কলেজিয়েট স্কুল আৰু চট্টগ্ৰাম কলেজ শিক্ষা গ্ৰহণ কৰে। তেওঁৰ পিতাৰ নাম ''হাজী দুলা মিয়া সদাগৰ'' আৰু মাতাৰ নাম ''চুফিয়া খাতুন''। তেওঁৰ প্ৰথম বিদ্যালয় মহাজন ফকিৰৰ স্কুল। সপ্তম শ্ৰেণীত পঢ়ি থকাৰ সময়ত তেওঁ বয়েজ স্কাউটত যোগ দিয়ে আৰু বয়েজ স্কাউটৰ ফালৰ পৰা মাত্ৰ ১৫ বছৰ বয়সত [[আমেৰিকা যুক্তৰাষ্ট্ৰ|যুক্তৰাষ্ট্ৰ]], [[কানাডা|কানাডাসহ]] [[এছিয়া]] আৰু [[ইউৰোপ|ইউৰোপৰ]] বিভিন্ন দেশ ভ্ৰমণ কৰে।
মুহাম্মদ ইউনুছৰ সহধৰ্মিনী ডঃ আফৰোজী ইউনুছ । ব্যক্তিগত জীৱনত মুহাম্মদ ইউনুছ দুই কন্যাৰ পিতা।
মুহাম্মদ ইউনুছৰ সহধৰ্মিনী আফৰোজী ইউনুছ। ব্যক্তিগত জীৱনত মুহাম্মদ ইউনুছ দুই কন্যাৰ পিতা। মুহাম্মদ ইউনুছৰ ভায়েক মুহাম্মদ ইব্ৰাহিম ঢাকা বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক আৰু সৰু ভায়েক মুহাম্মদ জাহাঙ্গীৰ এজন জনপ্ৰিয় টিভি ব্যক্তিত্ব।
মুহাম্মদ ইউনুছৰ ভায়েক মুহাম্মদ ইব্ৰাহিম ঢাকা বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক আৰু সৰু ভায়েক মুহাম্মদ জাহাঙ্গীৰ এজন জনপ্ৰিয় টিভি ব্যক্তিত্ব।
== শিক্ষা আৰু প্ৰাথমিক কৰ্মজীৱন ==
[[File:MdYunus bookcover.jpg|right|thumb|অধ্যাপক ইউনুছৰ আত্মজীৱনীৰ প্ৰচ্ছদ]]
চট্টগ্ৰাম কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষায় মুহাম্মদ ইউনুছ মেধা তালিকাত ১৬তম স্থান অধিকৰ কৰে আৰু চট্টগ্ৰাম কলেজত নামভৰ্তি কৰে। তাত তেওঁ সাংস্কৃতিক আৰু ৰাজনৈতিক কাম-কাজত আত্মনিয়োগ কৰে। কলেজত তেওঁ নাটকত অভিনয় কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে। তদুপৰি তেওঁ সাহিত্য পত্ৰিকা সম্পাদনা আৰু আজাদী পত্ৰিকাত লেখা মেলা কৰে।
== শিক্ষা আৰু প্ৰাথমিক কৰ্মজীৱন ==
১৯৫৭ চনত মুহাম্মদ ইউনুছ ঢাকা বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ সন্মান শ্ৰেণীত ভৰ্তি হয়। তাৰে পৰা তেওঁ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ব্যুৰ' অফ ইক'নমিক্সত গৱষণা সহকাৰী হিচাপে যোগদান কৰে। ১৯৬২ চনত চট্টগ্ৰাম কলেজত তেওঁ প্ৰবক্তা পদত যোগদান কৰে। ১৯৬৫ চনত ফুলব্ৰাইট স্কলাৰশিপ লৈ তেওঁ যুক্তৰাষ্ট্ৰ যায় আৰু পূৰ্ণ বৃত্তি লৈ ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৯ চনত অৰ্থনীতিত পিএইচডি ডিগ্ৰী লাভ কৰে। ইউনুছ বাংলাদেশ ঘূৰি অহাৰ আগতে ১৯৬৯ চনৰ পৰা ১৯৭২ চনলৈ মিডল টেনেচি ষ্টেট ইউনিভাৰ্চিটিত শিক্ষকতা কৰে। ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত মুহাম্মদ ইউনুছ বাংলাদেশৰ পক্ষে বিদেশত জনমত গঢ়ি তোলা আৰু মুক্তিযোদ্ধা সকলক সহায়তা প্ৰদানৰ বাবে সাংগঠনিক কামত নিয়োজিত আছিল। ১৯৭২ চনত দেশলৈ ঘূৰি তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগত সহযোগী অধ্যাপক হিচাপে যোগ দিয়ে আৰু বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰে। ১৯৭৫ চনত তেওঁ অধ্যাপক পদত উন্নীত হয় আৰু ১৯৮৯ চনলৈ তেওঁ এই পদত অধিষ্ঠিত থাকে।<ref>http://www.muhammadyunus.org/About-Professor-Yunus/cv-of-professor-muhammad-yunus/</ref>
চট্টগ্ৰাম কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুহাম্মদ ইউনুছ মেধা তালিকাত ১৬তম স্থান অধিকৰ কৰে আৰু চট্টগ্ৰাম কলেজত নামভৰ্তি কৰে। তাত তেওঁ সাংস্কৃতিক আৰু ৰাজনৈতিক কাম-কাজত আত্মনিয়োগ কৰে। কলেজত তেওঁ নাটকত অভিনয় কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে। তদুপৰি তেওঁ সাহিত্য পত্ৰিকা সম্পাদনা আৰু আজাদী পত্ৰিকাত লেখা মেলা কৰে।
১৯৭৪ চনত বাংলাদেশত সংঘটিত দুৰ্ভিক্ষৰ সমযত ইউনুছে দৰিদ্ৰতাৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰে। তেওঁ গম পালে যে স্বল্প পৰিমাণৰ ঋণ দুখীয়া মানুহৰ জীৱন মান উন্নয়নত অত্যন্ত কাৰ্যকৰী হব পাৰে। সেই সময়ত তেওঁ গৱেষণাৰ বাবে গ্ৰামীণ অৰ্থনৈতিক প্ৰকল্প আৰম্ভ কৰে। ১৯৭৪ চনত মুহাম্মদ ইউনুছ তেভাগা খামাৰ প্ততিষ্ঠা কৰে। পিছলৈ বিভিন্ন পেকেজৰ আওঁতাত চৰকাৰে ইয়াক অধিগ্ৰহণ কৰে।
== গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠা==
== গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠা==
মুহাম্মদ ইউনুছে ১৯৭৬ চনত গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠা কৰে। দৰিদ্ৰ বাংলাদেশী সকলৰ মাজত ঋণ বিতৰণৰ উদ্দেশ্য এই বেংক প্ৰতিষ্ঠা কৰা হয়। তেতিয়াৰে পৰা গ্ৰামীণ বেংকে ৫.৩ মিলিয়ন ঋণগ্ৰহীতাৰ ভিতৰত ৫.১ বিলিয়ন [[আমেৰিকান ডলাৰ]] ঋণ প্ৰদান কৰিছে। ঋণৰ টকা ঘূৰাই পোৱা নিশ্চিত কৰাৰ বাবে গ্ৰামীণ বেংকে "সংহতি দল" নামৰ পদ্ধতি ব্যৱহাৰ কৰে। এটি অনানুষ্ঠানিক সৰু দল একত্ৰিত হৈ ঋণৰ বাবে আবেদন কৰে আৰু ইয়াৰ সদস্যবৃন্দ এজনে আনজনৰ জামিনদাৰ হিচাপে থাকে আৰু এজনে আনজনৰ উন্নয়নত সাহায্য কৰে। বেংকৰ পৰিধি বঢ়াৰ লগে লগে দৰিদ্ৰ দূৰীকৰণৰ বাবে অন্যান্য পদ্ধতি প্ৰয়োগ কৰে। ক্ষুদ্ৰঋণৰ লগে লগে যোগ হয় গৃহঋণ, মিনপালন আৰু জলসিঞ্চন ঋণ প্ৰকল্প সহ অন্যান্য বেংকিং ব্যৱস্থা।
[[File:Professor Yunus 4May2014.jpg|200px|thumb|right|ঢাকাৰ নিজ দপ্তৰত অধ্যাপক ইউনুছ, ২০১৪]]
দুখীয়াৰ অৰ্থনৈতিক উন্নয়নত গ্ৰামীণ বেংকৰ সাফল্য উন্নত বিশ্বৰ দেশ সমূহ যেনে যুক্তৰাষ্ট্ৰ সহ অন্যান্য শিল্পোন্নত দেশসমূহে এই মডেল ব্যৱহাৰ কৰিবলৈ উদ্ভুদ্ধ হয়।
== ন'বেল বঁটা অৰ্জন ==
মুহাম্মদ ইউনুছ আৰু তেওঁৰ প্ৰতিষ্ঠিত গ্ৰামীণ বেংক যৌথভাবে ২০০৬ চনত কল্যান অৰ্থনীতিৰ বাবে শান্তিৰ ন'বেল বঁটা লাভ কৰে। তেওঁ প্ৰথম বাংলাদেশী হিচাপে এই বঁটা লাভ কৰে। আন আন বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ উপৰিয়ো তেওঁ প্ৰায় ৪৮ টা সন্মানীয় ডক্টৰেট ডিগ্ৰীলাভ কৰিছে।
মুহাম্মদ ইউনুছ ১৯৭৬ চনত গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠা কৰে। দৰিদ্ৰ বাংলাদেশী সকলৰ মাজত ঋণ বিতৰণৰ উদ্দেশ্য এই বেংক প্ৰতিষ্ঠা কৰা হয়। তেতিয়াৰে পৰা গ্ৰামীণ বেংকে ৫.৩ মিলিয়ন ঋণগ্ৰহীতাৰ ভিতৰত ৫.১ বিলিয়ন মাৰ্কিন ডলাৰ ঋণ প্ৰদান কৰিছে। ঋণৰ টকা ঘূৰাই পোৱা নিশ্চিত কৰাৰ বাবে গ্ৰামীণ বেংকে "সংহতি দল" নামৰ পদ্ধতি ব্যৱহাৰ কৰে। এটি অনানুষ্ঠানিক সৰু দল একত্ৰিত হৈ ঋণৰ বাবে আবেদন কৰে আৰু ইয়াৰ সদস্যবৃন্দ এজনে আনজনৰ জামিনদাৰ হিচাপে থাকে আৰু এজনে আনজনৰ উন্নয়নত সাহায্য কৰে। বেংকৰ পৰিধি বঢ়াৰ লগে লগে দৰিদ্ৰ দূৰীকৰণৰ বাবে অন্যান্য পদ্ধতি প্ৰয়োগ কৰে। ক্ষুদ্ৰঋণৰ লগে লগে যোগ হয় গৃহঋণ, মিনপালন আৰু জলসিঞ্চন ঋণ প্ৰকল্প সহ অন্যান্য বেংকিং ব্যৱস্থা।
দুখীয়াৰ অৰ্থনৈতিক উন্নয়নত গ্ৰামীণ বেংকৰ সাফল্য উন্নত বিশ্বৰ দেশ সমূহ যেনে যুক্তৰাষ্ট্ৰ সহ অন্যান্য শিল্পোন্নত দেশসমূহে এই মডেল ব্যৱহাৰ কৰিবলৈ উদ্ভুদ্ধ হয়।
== নোবেল বঁটা অৰ্জন ==
মুহাম্মদ ইউনুছ আৰু তেওঁৰ প্ৰতিষ্ঠিত গ্ৰামীণ বেংক যৌথভাবে ২০০৬ চনত কল্যান অৰ্থনীতিৰ বাবে শান্তিৰ নোবেল বঁটা লাভ কৰে। তেওঁ '''প্ৰথম বাংলাদেশী হিচাপে''' এই পুৰস্কাৰ লাভ কৰে।
আন আন বহুতো জাতীয় আৰু আন্তৰ্জাতিক বঁটা আৰু সন্মানৰ উপৰিয়ো তেওঁ প্ৰায় ৪৮ টা সন্মানীয় ডক্টৰেট ডিগ্ৰীলাভ কৰিছে।
== প্ৰকাশিত গ্ৰন্থ ==
== প্ৰকাশিত গ্ৰন্থ ==
* Three Farmers of Jobra;অৰ্থনীতি বিভাগ , চট্টগ্ৰাম বিশ্ববিদ্যালয়; (১৯৭৪)
* Three Farmers of Jobra; অৰ্থনীতি বিভাগ, চট্টগ্ৰাম বিশ্ববিদ্যালয়; (১৯৭৪)
* Planning in Bangladesh: Format, Technique, and Priority, and Other Essays; Rural Studies Project, অৰ্থনীতি বিভাগ , চট্টগ্ৰাম বিশ্ববিদ্যালয়(১৯৭৬)
* Planning in Bangladesh: Format, Technique, and Priority, and Other Essays; Rural Studies Project, অৰ্থনীতি বিভাগ, চট্টগ্ৰাম বিশ্ববিদ্যালয়(১৯৭৬)
* Jorimon and Others: Faces of Poverty (co-authors: Saiyada Manajurula Isalama, Arifa Rahman); গ্ৰামীণ বেংক; (১৯৯১)
* Jorimon and Others: Faces of Poverty (co-authors: Saiyada Manajurula Isalama, Arifa Rahman); গ্ৰামীণ বেংক; (১৯৯১)
* Grameen Bank, as I See it; গ্ৰামীণ বেংক; (১৯৯৪)
* Grameen Bank, as I See it; গ্ৰামীণ বেংক; (১৯৯৪)
* Banker to the Poor: Micro-Lending and the Battle Against World Poverty; Public Affairs; (২০০৩) ISBN 978-1-58648-198-8
* Banker to the Poor: Micro-Lending and the Battle Against World Poverty; Public Affairs; (২০০৩) ISBN 978-1-58648-198-8
* Creating a World without Poverty: Social Business and the Future of Capitalism; Public Affairs; (২০০৮) ISBN 978-1-58648-493-4
* Creating a World without Poverty: Social Business and the Future of Capitalism; Public Affairs; (২০০৮) ISBN 978-1-58648-493-4
* Building Social Business: The New Kind of Capitalism that Serves Humanity's Most Pressing Needs[১২৭] ; Public Affairs; (২০১০); ISBN 978-1-58648-824-6
* Building Social Business: The New Kind of Capitalism that Serves Humanity's Most Pressing Needs [১২৭]; Public Affairs; (২০১০); ISBN 978-1-58648-824-6
==তথ্য উৎস==
==তথ্য উৎস==
{{reflist}}
{{reflist}}
== বহিঃসংযোগ ==
== বহিঃসংযোগ ==
* [http://www.grameen-info.org/ গ্ৰামীন বেংক, ডঃ ইউনুছৰ স্বপ্ন]
* [http://www.grameen-info.org/ গ্ৰামীন বেংক, ড৹ ইউনুছৰ স্বপ্ন]
* [http://www.worldfoodprize.org/laureates/Past/1994.htm ডঃ ইউনুছৰ জীৱনী - বিশ্ব খাদ্য পুৰস্কাৰ]
* [http://www.worldfoodprize.org/laureates/Past/1994.htm ড৹ ইউনুছৰ জীৱনী - বিশ্ব খাদ্য বঁটা]
* [http://www.sajaforum.org/2006/09/saja_newsmaker_.html SAJAforum.org Q&A from around the world with Muhammad Yunus] (audio/MP3 42 minutes)
* [http://www.sajaforum.org/2006/09/saja_newsmaker_.html SAJAforum.org Q&A from around the world with Muhammad Yunus] (audio/MP3 42 minutes)
* [http://www.microcreditsummit.org/newsletter/speaking2.htm ডঃ মুহাম্মদ ইউনুছৰ এটি বক্তব্য]
* [http://www.microcreditsummit.org/newsletter/speaking2.htm ড৹ মুহাম্মদ ইউনুছৰ এটি বক্তব্য]
[[শ্ৰেণী:ন’বেল বঁটা বিজয়ী]]
[[শ্ৰেণী:বাংলাদেশৰ ব্যক্তি]]
[[শ্ৰেণী:বাংলাদেশৰ ব্যক্তি]]
[[শ্ৰেণী:অৰ্থনীতিবিদ]]
[[শ্ৰেণী:অৰ্থনীতিবিদ]]
[[শ্ৰেণী:ন’বেল বঁটা বিজয়ী]]
[[শ্ৰেণী:ৰমন মেগছেছে বঁটা বিজয়ী]]
00:50, 8 April 2020ৰ সংস্কৰণ
মুহাম্মদ ইউনুছ
ছুইজাৰলেণ্ডৰ ডেভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক ফৰামত মুহাম্মদ ইউনুছ, ২৫ জানুৱাৰী ২০১২
জন্ম ২৮ জুন, ১৯৪০ (৮৩ বছৰ)
চট্টগ্ৰাম, বাংলাদেশ
ৰাষ্ট্ৰীয়তা বাংলাদেশ বাংলাদেশী
নাগৰিকত্ব  বাংলাদেশ
শিক্ষানুষ্ঠান ঢাকা বিশ্ববিদ্যালয়
কলোৰাডো বিশ্ববিদ্যালয়
ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়
পেচা বেংকাৰ
অৰ্থনীতিবিদ
ধৰ্ম ইছলাম
দাম্পত্যসঙ্গী ভেৰা ফৰোষ্টেনকো (১৯৭০-১৯৭৯)
আফৰোজী ইউনুছ (বৰ্তমান)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি
স্বাক্ষৰ
মুহাম্মদ ইউনুছ (জন্ম: ২৮ জুন, ১৯৪০) এজন বাংলাদেশী ন'বেল বঁটা বিজয়ী বেংকাৰ আৰু অৰ্থনীতিবিদ। তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ এজন অধ্যাপক। তেওঁ ক্ষুদ্ৰঋণ ধাৰণাৰ প্ৰৱৰ্তক। অধ্যাপক ইউনুছ গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠাতা। মুহাম্মদ ইউনুছ আৰু তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত গ্ৰামীণ বেংক যৌথভাবে ২০০৬ চনত শান্তিৰ ন'বেল বঁটা লাভ কৰে। তেওঁ প্ৰথম বাংলাদেশী হিচাপে এই বঁটা লাভ কৰে। ইউনুছ 'বিশ্ব খাদ্য বঁটা' সহ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে।
পৰিয়াল আৰু শৈশৱ
মুহাম্মদ ইউনুছ ১৯৪০ চনত চট্টগ্ৰাম জিলাৰ হাটহাজাৰী উপ জিলাৰ বাথুয়া গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁ চট্টগ্ৰাম কলেজিয়েট স্কুল আৰু চট্টগ্ৰাম কলেজ শিক্ষা গ্ৰহণ কৰে। তেওঁৰ পিতাৰ নাম হাজী দুলা মিয়া সদাগৰ আৰু মাতাৰ নাম চুফিয়া খাতুন। তেওঁৰ প্ৰথম বিদ্যালয় মহাজন ফকিৰৰ স্কুল। সপ্তম শ্ৰেণীত পঢ়ি থকাৰ সময়ত তেওঁ বয়েজ স্কাউটত যোগ দিয়ে আৰু বয়েজ স্কাউটৰ ফালৰ পৰা মাত্ৰ ১৫ বছৰ বয়সত যুক্তৰাষ্ট্ৰ, কানাডাসহ এছিয়া আৰু ইউৰোপৰ বিভিন্ন দেশ ভ্ৰমণ কৰে।
মুহাম্মদ ইউনুছৰ সহধৰ্মিনী আফৰোজী ইউনুছ। ব্যক্তিগত জীৱনত মুহাম্মদ ইউনুছ দুই কন্যাৰ পিতা। মুহাম্মদ ইউনুছৰ ভায়েক মুহাম্মদ ইব্ৰাহিম ঢাকা বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক আৰু সৰু ভায়েক মুহাম্মদ জাহাঙ্গীৰ এজন জনপ্ৰিয় টিভি ব্যক্তিত্ব।
শিক্ষা আৰু প্ৰাথমিক কৰ্মজীৱন
চট্টগ্ৰাম কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুহাম্মদ ইউনুছ মেধা তালিকাত ১৬তম স্থান অধিকৰ কৰে আৰু চট্টগ্ৰাম কলেজত নামভৰ্তি কৰে। তাত তেওঁ সাংস্কৃতিক আৰু ৰাজনৈতিক কাম-কাজত আত্মনিয়োগ কৰে। কলেজত তেওঁ নাটকত অভিনয় কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে। তদুপৰি তেওঁ সাহিত্য পত্ৰিকা সম্পাদনা আৰু আজাদী পত্ৰিকাত লেখা মেলা কৰে।
১৯৫৭ চনত মুহাম্মদ ইউনুছ ঢাকা বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ সন্মান শ্ৰেণীত ভৰ্তি হয়। তাৰে পৰা তেওঁ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ব্যুৰ' অফ ইক'নমিক্সত গৱষণা সহকাৰী হিচাপে যোগদান কৰে। ১৯৬২ চনত চট্টগ্ৰাম কলেজত তেওঁ প্ৰবক্তা পদত যোগদান কৰে। ১৯৬৫ চনত ফুলব্ৰাইট স্কলাৰশিপ লৈ তেওঁ যুক্তৰাষ্ট্ৰ যায় আৰু পূৰ্ণ বৃত্তি লৈ ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৯ চনত অৰ্থনীতিত পিএইচডি ডিগ্ৰী লাভ কৰে। ইউনুছ বাংলাদেশ ঘূৰি অহাৰ আগতে ১৯৬৯ চনৰ পৰা ১৯৭২ চনলৈ মিডল টেনেচি ষ্টেট ইউনিভাৰ্চিটিত শিক্ষকতা কৰে। ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত মুহাম্মদ ইউনুছ বাংলাদেশৰ পক্ষে বিদেশত জনমত গঢ়ি তোলা আৰু মুক্তিযোদ্ধা সকলক সহায়তা প্ৰদানৰ বাবে সাংগঠনিক কামত নিয়োজিত আছিল। ১৯৭২ চনত দেশলৈ ঘূৰি তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগত সহযোগী অধ্যাপক হিচাপে যোগ দিয়ে আৰু বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰে। ১৯৭৫ চনত তেওঁ অধ্যাপক পদত উন্নীত হয় আৰু ১৯৮৯ চনলৈ তেওঁ এই পদত অধিষ্ঠিত থাকে।[2]
১৯৭৪ চনত বাংলাদেশত সংঘটিত দুৰ্ভিক্ষৰ সমযত ইউনুছে দৰিদ্ৰতাৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰে। তেওঁ গম পালে যে স্বল্প পৰিমাণৰ ঋণ দুখীয়া মানুহৰ জীৱন মান উন্নয়নত অত্যন্ত কাৰ্যকৰী হব পাৰে। সেই সময়ত তেওঁ গৱেষণাৰ বাবে গ্ৰামীণ অৰ্থনৈতিক প্ৰকল্প আৰম্ভ কৰে। ১৯৭৪ চনত মুহাম্মদ ইউনুছ তেভাগা খামাৰ প্ততিষ্ঠা কৰে। পিছলৈ বিভিন্ন পেকেজৰ আওঁতাত চৰকাৰে ইয়াক অধিগ্ৰহণ কৰে।
গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠা
মুহাম্মদ ইউনুছে ১৯৭৬ চনত গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠা কৰে। দৰিদ্ৰ বাংলাদেশী সকলৰ মাজত ঋণ বিতৰণৰ উদ্দেশ্য এই বেংক প্ৰতিষ্ঠা কৰা হয়। তেতিয়াৰে পৰা গ্ৰামীণ বেংকে ৫.৩ মিলিয়ন ঋণগ্ৰহীতাৰ ভিতৰত ৫.১ বিলিয়ন আমেৰিকান ডলাৰ ঋণ প্ৰদান কৰিছে। ঋণৰ টকা ঘূৰাই পোৱা নিশ্চিত কৰাৰ বাবে গ্ৰামীণ বেংকে "সংহতি দল" নামৰ পদ্ধতি ব্যৱহাৰ কৰে। এটি অনানুষ্ঠানিক সৰু দল একত্ৰিত হৈ ঋণৰ বাবে আবেদন কৰে আৰু ইয়াৰ সদস্যবৃন্দ এজনে আনজনৰ জামিনদাৰ হিচাপে থাকে আৰু এজনে আনজনৰ উন্নয়নত সাহায্য কৰে। বেংকৰ পৰিধি বঢ়াৰ লগে লগে দৰিদ্ৰ দূৰীকৰণৰ বাবে অন্যান্য পদ্ধতি প্ৰয়োগ কৰে। ক্ষুদ্ৰঋণৰ লগে লগে যোগ হয় গৃহঋণ, মিনপালন আৰু জলসিঞ্চন ঋণ প্ৰকল্প সহ অন্যান্য বেংকিং ব্যৱস্থা। দুখীয়াৰ অৰ্থনৈতিক উন্নয়নত গ্ৰামীণ বেংকৰ সাফল্য উন্নত বিশ্বৰ দেশ সমূহ যেনে যুক্তৰাষ্ট্ৰ সহ অন্যান্য শিল্পোন্নত দেশসমূহে এই মডেল ব্যৱহাৰ কৰিবলৈ উদ্ভুদ্ধ হয়।
ন'বেল বঁটা অৰ্জন
মুহাম্মদ ইউনুছ আৰু তেওঁৰ প্ৰতিষ্ঠিত গ্ৰামীণ বেংক যৌথভাবে ২০০৬ চনত কল্যান অৰ্থনীতিৰ বাবে শান্তিৰ ন'বেল বঁটা লাভ কৰে। তেওঁ প্ৰথম বাংলাদেশী হিচাপে এই বঁটা লাভ কৰে। আন আন বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ উপৰিয়ো তেওঁ প্ৰায় ৪৮ টা সন্মানীয় ডক্টৰেট ডিগ্ৰীলাভ কৰিছে।
প্ৰকাশিত গ্ৰন্থ
• Three Farmers of Jobra; অৰ্থনীতি বিভাগ, চট্টগ্ৰাম বিশ্ববিদ্যালয়; (১৯৭৪)
• Planning in Bangladesh: Format, Technique, and Priority, and Other Essays; Rural Studies Project, অৰ্থনীতি বিভাগ, চট্টগ্ৰাম বিশ্ববিদ্যালয়(১৯৭৬)
• Jorimon and Others: Faces of Poverty (co-authors: Saiyada Manajurula Isalama, Arifa Rahman); গ্ৰামীণ বেংক; (১৯৯১)
• Grameen Bank, as I See it; গ্ৰামীণ বেংক; (১৯৯৪)
• Banker to the Poor: Micro-Lending and the Battle Against World Poverty; Public Affairs; (২০০৩) ISBN 978-1-58648-198-8
• Creating a World without Poverty: Social Business and the Future of Capitalism; Public Affairs; (২০০৮) ISBN 978-1-58648-493-4
• Building Social Business: The New Kind of Capitalism that Serves Humanity's Most Pressing Needs [১২৭]; Public Affairs; (২০১০); ISBN 978-1-58648-824-6
তথ্য উৎস
1. "List of Independence Awardees" (bn ভাষাত). Cabinet Division, Government of People's Republic of Bangladesh. http://old.cabinet.gov.bd/view_award.php?year_select=1987&Submit=GO&lang=en। আহৰণ কৰা হৈছে: 29 November 2012.
2. http://www.muhammadyunus.org/About-Professor-Yunus/cv-of-professor-muhammad-yunus/
বহিঃসংযোগ