গেছ ধ্ৰুৱক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
Dimensions
46 নং শাৰী: 46 নং শাৰী:
|-
|-
|}
|}
'''গেছ ধ্ৰুৱক''' ('''মলাৰ''', '''বিশ্বজনীন''', বা '''আদৰ্শ গেছ ধ্ৰুৱক''' বুলিও জনা যায়।) হ'ল এটা ভৌতিক ধ্ৰুৱক। ইয়াক [[পদাৰ্থবিজ্ঞান|পদাৰ্থ বিজ্ঞান]]ৰ বিভিন্ন মৌলিক সমীকৰণত ব্যৱহাৰ কৰা হয়; যেনে-  [[আদৰ্শ গেছ সমীকৰণ]] আৰু [[নাৰ্নষ্ট সমীকৰণ]]। গেছ ধ্ৰুৱক [[বল্টজমেন ধ্ৰুৱক]]ৰ সমতুল্য। এই ধ্ৰুৱকটো [[বয়লৰ সূত্ৰ]], [[চাৰ্লচৰ সূত্ৰ]], [[এভ'গেড্ৰ'ৰ সূত্ৰ]] আৰু [[গে'-লুছাকৰ সূত্ৰ]]ৰ ধ্ৰুৱকবোৰৰ সমন্বয়। গেছ ধ্ৰুৱকক {{math|''R''}} বা ''{{overline|R}}'') চিহ্নৰে সূচোৱা হয়।
'''গেছ ধ্ৰুৱক''' ('''মলাৰ''', '''বিশ্বজনীন''', বা '''আদৰ্শ গেছ ধ্ৰুৱক''' বুলিও জনা যায়।) হ'ল এটা ভৌতিক ধ্ৰুৱক। ইয়াক [[পদাৰ্থবিজ্ঞান|পদাৰ্থ বিজ্ঞান]]ৰ বিভিন্ন মৌলিক সমীকৰণত ব্যৱহাৰ কৰা হয়; যেনে - [[আদৰ্শ গেছ সমীকৰণ]] আৰু [[নাৰ্নষ্ট সমীকৰণ]]। গেছ ধ্ৰুৱক [[বল্টজমেন ধ্ৰুৱক]]ৰ সমতুল্য। এই ধ্ৰুৱকটো [[বয়লৰ সূত্ৰ]], [[চাৰ্লচৰ সূত্ৰ]], [[এভ'গেড্ৰ'ৰ সূত্ৰ]] আৰু [[গে'-লুছাকৰ সূত্ৰ]]ৰ ধ্ৰুৱকবোৰৰ সমন্বয়। গেছ ধ্ৰুৱকক {{math|''R''}} বা ''{{overline|R}}'') চিহ্নৰে সূচোৱা হয়।
গেছ ধ্ৰুৱকৰ মান হ'ল:
গেছ ধ্ৰুৱকৰ মান হ'ল:

:<big>{{physconst|R}}</big>
:<big>{{physconst|R}}</big>

== মাত্ৰা ==
আদৰ্শ গেছ সমীকৰণ ''PV'' = ''nRT''ৰ পৰা পাওঁ:
:<math>R = \frac{PV}{nT}</math>
য'ত ''P'' চাপ, ''V'' আয়তন, ''n'' ম'ল সংখ্যা, আৰু ''T'' উষ্ণতা।

যিহেতু চাপ হৈছে প্ৰতি একক কালিত বলৰ মান, গতিকে গেছ সমীকৰণটো তলত দিয়া ধৰণে লিখিব পৰা যাব:
:<math>R = \frac{ \dfrac{\mathrm{force}}{\mathrm{area}} \times \mathrm{volume} }
{ \mathrm{amount} \times \mathrm{temperature} }
</math>

কালি আৰু আয়তন হৈছে ক্ৰমে (length)<sup>2</sup> আৰু (length)<sup>3</sup> । গতিকে:
:<math>R = \frac{ \dfrac{\mathrm{force} }{ (\mathrm{length})^2} \times (\mathrm{length})^3 }
{ \mathrm{amount} \times \mathrm{temperature} }
= \frac{ \mathrm{force} \times \mathrm{length} }
{ \mathrm{amount} \times \mathrm{temperature} }
</math>

যিহেতু বল × দীঘ = কাৰ্য:
:<math>R = \frac{ \mathrm{work} }
{ \mathrm{amount} \times \mathrm{temperature} }
</math>

আকৌ, আমি জানোঁ,

:<math>\mathrm{force} = \frac{ \mathrm{mass} \times \mathrm{length} }
{ (\mathrm{time})^2 }
</math>

গতিকে ''R'' ক আমি তলত দিয়া ধৰণে লিখিব পাৰোঁ:

:<math>R = \frac{ \mathrm{mass} \times \mathrm{length}^2 }
{ \mathrm{amount} \times \mathrm{temperature} \times (\mathrm{time})^2 }
</math>

গতিকে, এছ আই এককত:

:''R'' = {{physconst|R|unit=no|after=&nbsp;kg⋅m<sup>2</sup>⋅s<sup>−2</sup>⋅K<sup>−1</sup>⋅mol<sup>−1</sup>|ref=no}}.


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==

13:59, 10 April 2020ৰ সংস্কৰণ

R ৰ মান
[1]
একক
(V P T −1n−1)
8.314 4598(48) JK−1mol−1
kJK−1 kmol−1
×107 erg K−1 mol−1
×10−3 amu (km/s)2 K−1
L kPa K−1 mol−1
×103 cm3 kPa K−1 mol−1
m3Pa K−1 mol−1
cm3MPa K−1 mol−1
×10−5 m3bar K−1 mol−1
×10−2 L bar K−1 mol−1
L Torr K−1 mol−1
×10−3 kcal K−1 mol−1
L atm K−1 mol−1
cm3  atm K−1 mol−1

গেছ ধ্ৰুৱক (মলাৰ, বিশ্বজনীন, বা আদৰ্শ গেছ ধ্ৰুৱক বুলিও জনা যায়।) হ'ল এটা ভৌতিক ধ্ৰুৱক। ইয়াক পদাৰ্থ বিজ্ঞানৰ বিভিন্ন মৌলিক সমীকৰণত ব্যৱহাৰ কৰা হয়; যেনে - আদৰ্শ গেছ সমীকৰণ আৰু নাৰ্নষ্ট সমীকৰণ। গেছ ধ্ৰুৱক বল্টজমেন ধ্ৰুৱকৰ সমতুল্য। এই ধ্ৰুৱকটো বয়লৰ সূত্ৰ, চাৰ্লচৰ সূত্ৰ, এভ'গেড্ৰ'ৰ সূত্ৰ আৰু গে'-লুছাকৰ সূত্ৰৰ ধ্ৰুৱকবোৰৰ সমন্বয়। গেছ ধ্ৰুৱকক R বা R) চিহ্নৰে সূচোৱা হয়। গেছ ধ্ৰুৱকৰ মান হ'ল:

[1]

মাত্ৰা

আদৰ্শ গেছ সমীকৰণ PV = nRTৰ পৰা পাওঁ:

য'ত P চাপ, V আয়তন, n ম'ল সংখ্যা, আৰু T উষ্ণতা।

যিহেতু চাপ হৈছে প্ৰতি একক কালিত বলৰ মান, গতিকে গেছ সমীকৰণটো তলত দিয়া ধৰণে লিখিব পৰা যাব:

কালি আৰু আয়তন হৈছে ক্ৰমে (length)2 আৰু (length)3 । গতিকে:

যিহেতু বল × দীঘ = কাৰ্য:

আকৌ, আমি জানোঁ,

গতিকে R ক আমি তলত দিয়া ধৰণে লিখিব পাৰোঁ:

গতিকে, এছ আই এককত:

R =  kg⋅m2⋅s−2⋅K−1⋅mol−1.

তথ্য সংগ্ৰহ

  1. 1.0 1.1 "2018 CODATA Value: molar gas constant". The NIST Reference on Constants, Units, and Uncertainty. NIST. 20 May 2019. http://physics.nist.gov/cgi-bin/cuu/Value?r। আহৰণ কৰা হৈছে: 2019-05-20.