ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
24 নং শাৰী: 24 নং শাৰী:
===মন্তব্য===
===মন্তব্য===


*ভাল হ'ব। #[[সদস্য:JyotiPN|JyotiPN]] ([[সদস্য বাৰ্তা:JyotiPN|talk]]) 08:39, 26 April 2020 (ইউ.টি.চি.)JyotiPN
* ভাল হ'ব। #[[সদস্য:JyotiPN|JyotiPN]] ([[সদস্য বাৰ্তা:JyotiPN|talk]]) 08:39, 26 April 2020 (ইউ.টি.চি.)JyotiPN
* পত্ৰিকা খনত দিলে ভাল হ'ব। [[সদস্য:Nayan j Nath|Nayan j Nath]] ([[সদস্য বাৰ্তা:Nayan j Nath|talk]]) 09:08, 26 April 2020 (ইউ.টি.চি.)

*পত্ৰিকা খনত দিলে ভাল হ'ব। [[সদস্য:Nayan j Nath|Nayan j Nath]] ([[সদস্য বাৰ্তা:Nayan j Nath|talk]]) 09:08, 26 April 2020 (ইউ.টি.চি.)

* বেটুপাতৰ সলনি ৱিকিপত্ৰিকাত দিয়াৰ সমৰ্থন জনালোঁ। --[[User:SlowPhoton|SlowPhoton]] ([[User talk:SlowPhoton|talk]]) 12:36, 26 April 2020 (ইউ.টি.চি.)
* বেটুপাতৰ সলনি ৱিকিপত্ৰিকাত দিয়াৰ সমৰ্থন জনালোঁ। --[[User:SlowPhoton|SlowPhoton]] ([[User talk:SlowPhoton|talk]]) 12:36, 26 April 2020 (ইউ.টি.চি.)

* পত্ৰিকাখনত দিবৰ বাবে সমৰ্থন জনালোঁ। --[[সদস্য:Ani ttbr|Ani ttbr]] ([[সদস্য বাৰ্তা:Ani ttbr|talk]]) 14:23, 27 April 2020 (ইউ.টি.চি.)
* পত্ৰিকাখনত দিবৰ বাবে সমৰ্থন জনালোঁ। --[[সদস্য:Ani ttbr|Ani ttbr]] ([[সদস্য বাৰ্তা:Ani ttbr|talk]]) 14:23, 27 April 2020 (ইউ.টি.চি.)
* ৱিকিপত্ৰিকাতে দিব। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 14:41, 28 April 2020 (ইউ.টি.চি.)

14:41, 28 April 2020ৰ সংস্কৰণ


কেন্দ্ৰীয় আলোচনা
প্ৰস্তাৱসমূহ আলোচনা পৌনঃপুনিক প্ৰস্তাৱসমূহ

টোকা: নিষ্ক্ৰিয় আলোচনাসমূহ, শেষ হওক বা নহওক, আৰ্কাইভ ক’ৰা হ’ব
আৰ্কাইভআলোচনাসম্পাদনাইতিহাসপ্ৰদৰ্শন



সংৰক্ষিত পাঠ

সবাতোকৈ পুৰণি
সংৰক্ষণ ১
সংৰক্ষণ ২
সংৰক্ষণ ৩ (জানুৱাৰী ২০১২-ডিচেম্বৰ ২০১২)
সংৰক্ষণ ৪ (জানুৱাৰী ২০১৩-ডিচেম্বৰ ২০১৩)
সংৰক্ষণ ৫ (জানুৱাৰী ২০১৪-ডিচেম্বৰ ২০১৮)

কৰ্মশালা সম্পৰ্কে প্ৰস্তাৱ

অসম সাহিত্য সভাৰ সভাপতি কুল শইকীয়াই জনাইছে যে লকডাউন শেষ হ’লেই অসমৰ বিভিন্ন জিলাত ৱিকিপিডিয়াৰ কৰ্মশালা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে পদক্ষেপ ল’ব । অসম সাহিত্য সভাই কলেজ সমূহৰ সৈতে যুতীয়াভাৱে এই কামটো কৰিব । তেওঁ কোৱামতে আমি বিভিন্ন জিলাত থকাসকলে নিজ নিজ জিলাত নতুন মানুহখিনিক শিকাবলৈ দায়িত্ব ল’ব লাগে ।

আমাৰ ৰাইজে বিষয়টো আলোচনা কৰক ।

নতুন শিতান সংযোগ

যোৱা ৮ এপ্ৰিলত হোৱা অনলাইন আলোচনাত ৱিকিপিডিয়াৰ বেটুপাতত প্ৰতিমাহে শীৰ্ষৰ ৱিকিপিডিয়ান কেইগৰাকীৰ বিষয়ে ছবিসহ চমু টোকা একোটা লিখাৰ কথা আলোচনা কৰা হৈছিল। কিন্তু ৱিকিপিডিয়াত যিহেতু আত্ম প্ৰচাৰৰ ক্ষেত্ৰত কিছু বাধা আছে, সেয়ে এই শিতানটো ৱিকিপত্ৰিকাতে সংযোগ কৰাৰ প্ৰস্তাৱ আগবঢ়ালো। দিব্য দত্ত (বাৰ্তা) 08:17, 26 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মন্তব্য