কেমব্ৰিজ বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
49 নং শাৰী: 49 নং শাৰী:
<!--Start a discussion on the talk page before making changes to the lead-->
<!--Start a discussion on the talk page before making changes to the lead-->


'''কেমব্ৰিজ বিশ্ববিদ্যালয়''' (The University of Cambridge - বিধিগতভাৱে ইয়াৰ নাম "দ্য চেঞ্চেলৰ, মাষ্টাৰ্ছ্, এণ্ড্ স্কলাৰ্ছ্ অৱ্ দা ইউনিভাৰ্ছিটি অৱ্ কেমব্ৰিজ") [[ইংলেণ্ড|ইংলেণ্ডৰ]] কেমব্ৰিজত অৱস্থিত এখন ৰাজহুৱা গৱেষণাকেন্দ্ৰিক কলেজিয়েট বিশ্ববিদ্যালয়। ১২০৯ চনত প্ৰতিষ্ঠা লাভ কৰা এই বিশ্ববিদ্যালয়খন বিশ্বৰ ইংৰাজী-ভাষী অঞ্চলসমূহৰ দ্বিতীয় পুৰণি আৰু আজিলৈ বৰ্তি থকা বিশ্ববিদ্যালয়সমূহৰ ভিতৰত চতুৰ্থ পুৰণি বিশ্ববিদ্যালয়। ১২৩১ চনত কিং হেনৰি ৩য়ে কেমব্ৰিজক ৰয়েল চাৰ্টাৰ অনুমোদন কৰিছিল। [[অক্সফ'ৰ্ড বিশ্ববিদ্যালয়|অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ]] কেইজনমান সদস্যৰ স্থানীয় লোকৰ সৈতে বিবাদ হোৱাৰ পিছত তেওঁলোকে কেমব্ৰিজত এই বিশ্ববিদ্যালয়খন গঢ় দিছিল। এই দুই পুৰণি বিশ্ববিদ্যালয়ৰ মাজত ভালেমান দিশত সাদৃশ্য আছে। দুয়োখন বিশ্ববিদ্যালয়ক একেলগে 'অক্সব্ৰিজ' শব্দটোৰে বুজোৱা হয়। কেমব্ৰিজৰ দীঘলীয়া ইতিহাস আৰু প্ৰভাৱে ইয়াক বিশ্বৰ শ্ৰেষ্ঠতম বিশ্ববিদ্যালয়ৰ এখন ৰূপে পৰিগণিত কৰিছে।
'''কেমব্ৰিজ বিশ্ববিদ্যালয়''' (The University of Cambridge - বিধিগতভাৱে ইয়াৰ নাম "দ্য চেঞ্চেলৰ, মাষ্টাৰ্ছ্, এণ্ড্ স্কলাৰ্ছ্ অৱ্ দা ইউনিভাৰ্ছিটি অৱ্ কেমব্ৰিজ") [[ইংলেণ্ড|ইংলেণ্ডৰ]] কেমব্ৰিজত অৱস্থিত এখন ৰাজহুৱা গৱেষণাকেন্দ্ৰিক কলেজিয়েট বিশ্ববিদ্যালয়। ১২০৯ চনত প্ৰতিষ্ঠা<ref name="Early records">{{Cite web|url=https://www.cam.ac.uk/about-the-university/history/early-records|title=Early records|date=2013-01-28|website=University of Cambridge|language=en|access-date=2019-12-05}}</ref> লাভ কৰা এই বিশ্ববিদ্যালয়খন বিশ্বৰ ইংৰাজী-ভাষী অঞ্চলসমূহৰ দ্বিতীয় পুৰণি আৰু আজিলৈ বৰ্তি থকা বিশ্ববিদ্যালয়সমূহৰ ভিতৰত চতুৰ্থ পুৰণি বিশ্ববিদ্যালয়।<ref>{{cite book|last=Sager |first=Peter|date= 2005|title= Oxford and Cambridge: An Uncommon History}}</ref> ১২৩১ চনত কিং হেনৰি ৩য়ে কেমব্ৰিজক ৰয়েল চাৰ্টাৰ অনুমোদন কৰিছিল। [[অক্সফ'ৰ্ড বিশ্ববিদ্যালয়|অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ]] কেইজনমান সদস্যৰ স্থানীয় লোকৰ সৈতে বিবাদ হোৱাৰ পিছত তেওঁলোকে কেমব্ৰিজত এই বিশ্ববিদ্যালয়খন গঢ় দিছিল।<ref>{{cite web|url=http://www.cam.ac.uk/univ/history/records.html|title=A Brief History: Early records|publisher=University of Cambridge|accessdate=17 August 2008}}</ref> এই দুই পুৰণি বিশ্ববিদ্যালয়ৰ মাজত ভালেমান দিশত সাদৃশ্য আছে। দুয়োখন বিশ্ববিদ্যালয়ক একেলগে 'অক্সব্ৰিজ' শব্দটোৰে বুজোৱা হয়। কেমব্ৰিজৰ দীঘলীয়া ইতিহাস আৰু প্ৰভাৱে ইয়াক বিশ্বৰ শ্ৰেষ্ঠতম বিশ্ববিদ্যালয়ৰ এখন ৰূপে পৰিগণিত কৰিছে।<ref>{{Cite news|url=https://www.timeshighereducation.com/world-university-rankings/worlds-most-prestigious-universities-world-reputation-rankings-2016-results|title=World's most prestigious universities 2016|date=4 May 2016|work=Times Higher Education|access-date=2 December 2017|language=en}}</ref>


কেমব্ৰিজ বিশ্ববিদ্যালয়খন ৩১ খন সদস্য মহাবিদ্যালয় আৰু ১০০তকৈও অধিক বিভাগকে ধৰি ভালেমান অনুষ্ঠানৰ সন্মিলনত গঢ়ি উঠিছে। এই বিভাগসমূহক ৬খন স্কুলত বিভক্ত কৰা হৈছে। বিশ্ববিদ্যালয়খনৰ অন্যতম বিভাগ [[কেমব্ৰিজ ইউনিভাৰ্ছিটি প্ৰেছ]] বিশ্বৰ প্ৰাচীনতম প্ৰকাশন সংস্থা আৰু বিশ্বৰ দ্বিতীয় বৃহৎ বিশ্ববিদ্যালয় প্ৰকাশক। কেমব্ৰিজে ৮টাকৈ সাংস্কৃতিক আৰু বৈজ্ঞানিক সংগ্ৰহালয়ো পৰিচালনা কৰি আহিছে। ইয়াৰ ভিতৰত ফিট্জ্ৱিলিয়াম সংগ্ৰহালয় আৰু বোটানিক গাৰ্ডেন বিশেষভাৱে উল্লেখযোগ্য। কেমব্ৰিজৰ পুথিভঁৰালবোৰত সৰ্বমুঠ ১৫ নিযুত কিতাপ আছে। ইয়াৰে ৮ নিযুত কিতাপ বিশ্ববিদ্যালয়ৰ মূল পুথিভঁৰাল "কেমব্ৰিজ বিশ্ববিদ্যালয় পুথিভঁৰাল"ত সংৰক্ষিত হৈ আছে।
কেমব্ৰিজ বিশ্ববিদ্যালয়খন ৩১ খন সদস্য মহাবিদ্যালয় আৰু ১০০তকৈও অধিক বিভাগকে ধৰি ভালেমান অনুষ্ঠানৰ সন্মিলনত গঢ়ি উঠিছে। এই বিভাগসমূহক ৬খন স্কুলত বিভক্ত কৰা হৈছে। বিশ্ববিদ্যালয়খনৰ অন্যতম বিভাগ [[কেমব্ৰিজ ইউনিভাৰ্ছিটি প্ৰেছ]] বিশ্বৰ প্ৰাচীনতম প্ৰকাশন সংস্থা আৰু বিশ্বৰ দ্বিতীয় বৃহৎ বিশ্ববিদ্যালয় প্ৰকাশক। কেমব্ৰিজে ৮টাকৈ সাংস্কৃতিক আৰু বৈজ্ঞানিক সংগ্ৰহালয়ো পৰিচালনা কৰি আহিছে। ইয়াৰ ভিতৰত ফিট্জ্ৱিলিয়াম সংগ্ৰহালয় আৰু বোটানিক গাৰ্ডেন বিশেষভাৱে উল্লেখযোগ্য। কেমব্ৰিজৰ পুথিভঁৰালবোৰত সৰ্বমুঠ ১৫ নিযুত কিতাপ আছে। ইয়াৰে ৮ নিযুত কিতাপ বিশ্ববিদ্যালয়ৰ মূল পুথিভঁৰাল "কেমব্ৰিজ বিশ্ববিদ্যালয় পুথিভঁৰাল"ত সংৰক্ষিত হৈ আছে।

==তথ্যসূত্ৰ==
{{reflist}}

05:55, 2 May 2020ৰ সংস্কৰণ

কেমব্ৰিজ বিশ্ববিদ্যালয়
চিত্ৰ:University of Cambridge coat of arms official version.svg
কোট অৱ্ আৰ্মছ্
লেটিন: Universitas Cantabrigiensis
মূলমন্ত্ৰ লেটিন: Hinc lucem et pocula sacra
ইংৰাজীত মূলমন্ত্ৰ Literal: From here, light and sacred draughts
Non-literal: From this place, we gain enlightenment and precious knowledge
স্থাপিত ১২০৯
ধৰণ ৰাজহুৱা গৱেষণা বিশ্ববিদ্যালয়
বৃত্তিদান £৬.৯০৪ বিলিয়ন (মহাবিদ্যালয়সমূহক ধৰি) [3]
বাজেট £২.১৯২ বিলিয়ন (মহাবিদ্যালয়সমূহক বাদ দি)[4]
আচাৰ্য দ্য লৰ্ড চেইন্সবাৰী অৱ্ টাৰ্ভিল
উপাচাৰ্য ষ্টিফেন টুপ[5]
শৈক্ষিক কৰ্মচাৰী ৭,৯১৩[6]
প্ৰশাসনিক কৰ্মচাৰী ৩,৬১৫ (মহাবিদ্যালয়সমূহক হিচাপত নধৰাকৈ)[6]
শিক্ষাৰ্থী ২৩,২৪৭ (২০১৯)[7]
স্নাতক শিক্ষাৰ্থী ১২,৩৫৪ (২০১৯)
স্নাতকোত্তৰ শিক্ষাৰ্থী ১০,৮৯৩ (২০১৯)
স্থান কেমব্ৰিজ, ইংলেণ্ড, সংযুক্ত যুক্তৰাজ্য
চৌহদ ইউনিভাৰ্ছিটী টাউন
২৮৮ হেক্টৰ[8]
ৰং      কেমব্ৰিজ ব্লু[9]
Athletics দ্য স্প'ৰ্টিং ব্লু
ভুক্তি
  • ৰাছেল গ্ৰুপ
  • ইউৰোপীয় বিশ্ববিদ্যালয় সংগঠন (EUA)
  • G5 বিশ্ববিদ্যালয়
  • গ'ল্ডেন ট্ৰায়েংগল
  • লেৰু' (LERU)
  • আন্তৰ্জাতিক গৱেষণা বিশ্ববিদ্যালয় সংগঠন (IARU)
ৱেবছাইট cam.ac.uk
University of Cambridge logo.svg

কেমব্ৰিজ বিশ্ববিদ্যালয় (The University of Cambridge - বিধিগতভাৱে ইয়াৰ নাম "দ্য চেঞ্চেলৰ, মাষ্টাৰ্ছ্, এণ্ড্ স্কলাৰ্ছ্ অৱ্ দা ইউনিভাৰ্ছিটি অৱ্ কেমব্ৰিজ") ইংলেণ্ডৰ কেমব্ৰিজত অৱস্থিত এখন ৰাজহুৱা গৱেষণাকেন্দ্ৰিক কলেজিয়েট বিশ্ববিদ্যালয়। ১২০৯ চনত প্ৰতিষ্ঠা[10] লাভ কৰা এই বিশ্ববিদ্যালয়খন বিশ্বৰ ইংৰাজী-ভাষী অঞ্চলসমূহৰ দ্বিতীয় পুৰণি আৰু আজিলৈ বৰ্তি থকা বিশ্ববিদ্যালয়সমূহৰ ভিতৰত চতুৰ্থ পুৰণি বিশ্ববিদ্যালয়।[11] ১২৩১ চনত কিং হেনৰি ৩য়ে কেমব্ৰিজক ৰয়েল চাৰ্টাৰ অনুমোদন কৰিছিল। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ কেইজনমান সদস্যৰ স্থানীয় লোকৰ সৈতে বিবাদ হোৱাৰ পিছত তেওঁলোকে কেমব্ৰিজত এই বিশ্ববিদ্যালয়খন গঢ় দিছিল।[12] এই দুই পুৰণি বিশ্ববিদ্যালয়ৰ মাজত ভালেমান দিশত সাদৃশ্য আছে। দুয়োখন বিশ্ববিদ্যালয়ক একেলগে 'অক্সব্ৰিজ' শব্দটোৰে বুজোৱা হয়। কেমব্ৰিজৰ দীঘলীয়া ইতিহাস আৰু প্ৰভাৱে ইয়াক বিশ্বৰ শ্ৰেষ্ঠতম বিশ্ববিদ্যালয়ৰ এখন ৰূপে পৰিগণিত কৰিছে।[13]

কেমব্ৰিজ বিশ্ববিদ্যালয়খন ৩১ খন সদস্য মহাবিদ্যালয় আৰু ১০০তকৈও অধিক বিভাগকে ধৰি ভালেমান অনুষ্ঠানৰ সন্মিলনত গঢ়ি উঠিছে। এই বিভাগসমূহক ৬খন স্কুলত বিভক্ত কৰা হৈছে। বিশ্ববিদ্যালয়খনৰ অন্যতম বিভাগ কেমব্ৰিজ ইউনিভাৰ্ছিটি প্ৰেছ বিশ্বৰ প্ৰাচীনতম প্ৰকাশন সংস্থা আৰু বিশ্বৰ দ্বিতীয় বৃহৎ বিশ্ববিদ্যালয় প্ৰকাশক। কেমব্ৰিজে ৮টাকৈ সাংস্কৃতিক আৰু বৈজ্ঞানিক সংগ্ৰহালয়ো পৰিচালনা কৰি আহিছে। ইয়াৰ ভিতৰত ফিট্জ্ৱিলিয়াম সংগ্ৰহালয় আৰু বোটানিক গাৰ্ডেন বিশেষভাৱে উল্লেখযোগ্য। কেমব্ৰিজৰ পুথিভঁৰালবোৰত সৰ্বমুঠ ১৫ নিযুত কিতাপ আছে। ইয়াৰে ৮ নিযুত কিতাপ বিশ্ববিদ্যালয়ৰ মূল পুথিভঁৰাল "কেমব্ৰিজ বিশ্ববিদ্যালয় পুথিভঁৰাল"ত সংৰক্ষিত হৈ আছে।

তথ্যসূত্ৰ

  1. Colleges of the University of Cambridge
  2. "REPORTS AND FINANCIAL STATEMENT 2019". University of Cambridge. https://www.cam.ac.uk/system/files/reports_and_financial_statements_2019_final.pdf। আহৰণ কৰা হৈছে: 2 April 2020. 
  3. Colleges £3,884.9M,[1] University £3,020.0M[2]
  4. https://www.cam.ac.uk/system/files/reports_and_financial_statements_2019_final.pdf
  5. "New Vice-Chancellor for Cambridge" (en ভাষাত). University of Cambridge. 2 October 2017. https://www.cam.ac.uk/news/new-vice-chancellor-for-cambridge-0. 
  6. 6.0 6.1 "Facts and Figures January 2018". University of Cambridge. https://www.prao.admin.cam.ac.uk/files/facts_figures_2018_poster_for_web.pdf। আহৰণ কৰা হৈছে: 1 April 2018. 
  7. https://www.information-hub.admin.cam.ac.uk/university-profile/student-numbers/student-numbers-college
  8. "Estate Data". University of CambridgeEstate Management. 28 November 2016. https://www.em.admin.cam.ac.uk/operating-estate/estate-data। আহৰণ কৰা হৈছে: 1 April 2018. 
  9. "Identity Guidelines – Colour". University of Cambridge Office of External Affairs and Communications. http://www.admin.cam.ac.uk/offices/communications/services/identityguidelines/guidelines-colour.pdf। আহৰণ কৰা হৈছে: 28 March 2008. 
  10. "Early records" (en ভাষাত). University of Cambridge. 2013-01-28. https://www.cam.ac.uk/about-the-university/history/early-records। আহৰণ কৰা হৈছে: 2019-12-05. 
  11. Sager, Peter (2005). Oxford and Cambridge: An Uncommon History. 
  12. "A Brief History: Early records". University of Cambridge. http://www.cam.ac.uk/univ/history/records.html। আহৰণ কৰা হৈছে: 17 August 2008. 
  13. "World's most prestigious universities 2016" (en ভাষাত). Times Higher Education. 4 May 2016. https://www.timeshighereducation.com/world-university-rankings/worlds-most-prestigious-universities-world-reputation-rankings-2016-results.