কেন্দ্ৰীয় শাসিত অঞ্চল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
অNo edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
{{India States and Territories Labelled Map|float=right}} |
{{India States and Territories Labelled Map|float=right}} |
||
'''কেন্দ্ৰীয় শাসিত অঞ্চল''' [[ভাৰত]]ৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'। [[ভাৰতৰ ৰাষ্ট্ৰপতি]]য়ে প্ৰতি কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক চৰকাৰী প্ৰশাসক বা [[উপ ৰাজ্যপাল]] মনোনীত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে।<ref>http://india.gov.in/knowindia/union_territories.php</ref> চন [[২০১০]]ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।<ref>http://www.mha.gov.in/unio.htm</ref> ভাৰতৰ ৰাজধানী [[নতুন দিল্লী]], যি দিল্লী নামেৰে এক কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, আৰু [[ |
'''কেন্দ্ৰীয় শাসিত অঞ্চল''' [[ভাৰত]]ৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'। [[ভাৰতৰ ৰাষ্ট্ৰপতি]]য়ে প্ৰতি কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক চৰকাৰী প্ৰশাসক বা [[উপ ৰাজ্যপাল]] মনোনীত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে।<ref>http://india.gov.in/knowindia/union_territories.php</ref> চন [[২০১০]]ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।<ref>http://www.mha.gov.in/unio.htm</ref> ভাৰতৰ ৰাজধানী [[নতুন দিল্লী]], যি দিল্লী নামেৰে এক কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, আৰু [[পুডুছেৰী]] (পণ্ডিছেৰী)ক আংশিক [[ৰাজ্য]]ৰ স্বীকৃতি দিয়া হৈছে। দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ<ref>http://indiacode.nic.in/coiweb/amend/amend69.htm</ref> হিচাপে পুনৰ পৰিভাষিত কৰা হৈছে। দিল্লী আৰু পুদুচেৰীৰ নিজৰ নিৰ্বাচিত [[বিধানসভা]], মন্ত্ৰীমণ্ডল আদি আছে<ref>http://delhiassembly.nic.in/index.asp</ref><ref>http://legislativebodiesinindia.nic.in/States/pondichery/pondicherry-w.htm</ref> যদিও সিহঁতৰ শক্তি সীমিত। |
||
==ভাৰতীয় কেন্দ্ৰীয় শাসিত প্ৰদেশৰ তালিকা<ref>http://www.knowledgeblast.com/India_Quizzes/List_of_Union_Territories_In_India/</ref>== |
==ভাৰতীয় কেন্দ্ৰীয় শাসিত প্ৰদেশৰ তালিকা<ref>http://www.knowledgeblast.com/India_Quizzes/List_of_Union_Territories_In_India/</ref>== |
07:08, 3 May 2020ৰ সংস্কৰণ
কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰে শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰতি কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক চৰকাৰী প্ৰশাসক বা উপ ৰাজ্যপাল মনোনীত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে।[1] চন ২০১০ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।[2] ভাৰতৰ ৰাজধানী নতুন দিল্লী, যি দিল্লী নামেৰে এক কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, আৰু পুডুছেৰী (পণ্ডিছেৰী)ক আংশিক ৰাজ্যৰ স্বীকৃতি দিয়া হৈছে। দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ[3] হিচাপে পুনৰ পৰিভাষিত কৰা হৈছে। দিল্লী আৰু পুদুচেৰীৰ নিজৰ নিৰ্বাচিত বিধানসভা, মন্ত্ৰীমণ্ডল আদি আছে[4][5] যদিও সিহঁতৰ শক্তি সীমিত।
ভাৰতীয় কেন্দ্ৰীয় শাসিত প্ৰদেশৰ তালিকা[6]
- আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
- চণ্ডীগড়
- দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ
- লাক্ষাদ্বীপ
- পুডুছেৰী
- দিল্লী
- জম্মু আৰু কাশ্মীৰ
- লাদাখ
তথ্য সংগ্ৰহ
- ↑ http://india.gov.in/knowindia/union_territories.php
- ↑ http://www.mha.gov.in/unio.htm
- ↑ http://indiacode.nic.in/coiweb/amend/amend69.htm
- ↑ http://delhiassembly.nic.in/index.asp
- ↑ http://legislativebodiesinindia.nic.in/States/pondichery/pondicherry-w.htm
- ↑ http://www.knowledgeblast.com/India_Quizzes/List_of_Union_Territories_In_India/
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|