ডিব্ৰুগড়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
5 নং শাৰী: 5 নং শাৰী:
ডিব্ৰুগড় নামটো'ডিব্ৰু'(এখন নদীৰ নাম) আৰু 'গড়'(প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে। ডিব্ৰুগড়ত প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ কাষত থকা ডিব্ৰু নৈৰ পাৰত এটি গড় বনুৱা হৈছিল।সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়।

ইয়ান্দাবু সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু ব্ৰাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়। তেওঁলোকে প্ৰথমতে অসমত ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ ৰেলৰ ব্যৱস্থা কৰিছিল।ইংৰাজে অসমৰ ডিব্ৰুগড়তে প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছিল।

ডিব্ৰুগড় স্থিত অসমৰ লোকসভা সমষ্টি/বিধানসভা সমষ্টিসহ- ডিব্ৰুগড়, মৰাণ, লাহোৱাল, দুলীয়াজান,টিংখং, নাহৰকটীয়া, তিনিচুকীয়া,ডিগবৈ। অসম তথা এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিব্ৰুগড়ৰ ডিগবৈত অৱস্থিত।ডিব্ৰুগড়ৰ দুলীয়াজানত প্ৰাকৃতিক গেছৰ প্ৰকল্প আছে।অসমৰ একমাত্ৰ গেছ ক্ৰেকাৰৰ প্ৰকল্প ডিব্ৰুগড়য় লেপেটকটাত আছে।

==নগৰৰ ৰূপ==
==নগৰৰ ৰূপ==

03:21, 6 May 2020ৰ সংস্কৰণ

ডিব্ৰুগড় অসমৰ অন্যতম আৰু দ্বিতীয় বৃহৎ চহৰ। ডিব্ৰুগড়ৰ সদৰ ডিব্ৰুগড়। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত । ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায় । ডিব্ৰুগড় নগৰ খন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৪২৮ কিলোমিটাৰ পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।এই জিলাৰ পূবে তিনিচুকীয়া জিলা, পশ্চিমে শিৱসাগৰ জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশ। ডিব্ৰুগড়ৰ মাটিকালি-৩,৩৮১ বগ কিলোমিটাৰ। ডিব্ৰুগড়ৰ মুঠ জনসংখ্যা-(১৩,২৬,৩৩৫)মুঠপুৰুষ(৬,৭৬,৪৩৪) মুঠ মহিলা(৬,৭৯,৯০১)। পুৰুষ-মহিলাৰ অনুপাত(প্ৰতি ১,০০০জন পুৰুষৰ বিপৰীতে ৯৬১ গৰাকী‌ মহিলা) জনবসতিৰ ঘনত্ব (প্ৰতি বগ কিলোমিটাৰত ৩৯২জন) সাক্ষৰতাৰ হাৰ (৭৬.০৫%) পুৰুষ (৮২.৮২%) মহিলা (৬৮.৯৯%)।ডিব্ৰুগড়ৰ মহকুমা ৩টা(মৰাণ, নাহৰকটীয়া আৰু ডিব্ৰুগড়)।ডিব্ৰুগড় জিলাৰ টাউন এলেকাত পৰা ঠাই সমূহৰ নাম হৈছে-(চিৰিং- চাপৰি)(আমোলাপত্তি)(ইনোভাচিটি)(চৌকিডিঙি)(থানা-চাৰিআলি)(মিলন-নগৰ)(লাচিত-নগৰ)(নালিয়াপুল)(গ্ৰেহেম-বজাৰ)(পল্টন-বজাৰ)(অসম চিকিৎসা মহাবিদ্যালয়)(কুমাৰনিচিকা)(পাচঁআলি)আৰু(মেইন-বজাৰ)।

ডিব্ৰুগড় নামটো'ডিব্ৰু'(এখন নদীৰ নাম) আৰু 'গড়'(প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে। ডিব্ৰুগড়ত প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ কাষত থকা ডিব্ৰু নৈৰ পাৰত এটি গড় বনুৱা হৈছিল।সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়। ইয়ান্দাবু সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু ব্ৰাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়। তেওঁলোকে প্ৰথমতে অসমত ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ ৰেলৰ ব্যৱস্থা কৰিছিল।ইংৰাজে অসমৰ ডিব্ৰুগড়তে প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছিল।

ডিব্ৰুগড় স্থিত অসমৰ লোকসভা সমষ্টি/বিধানসভা সমষ্টিসহ- ডিব্ৰুগড়, মৰাণ, লাহোৱাল, দুলীয়াজান,টিংখং, নাহৰকটীয়া, তিনিচুকীয়া,ডিগবৈ। অসম তথা এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিব্ৰুগড়ৰ ডিগবৈত অৱস্থিত।ডিব্ৰুগড়ৰ দুলীয়াজানত প্ৰাকৃতিক গেছৰ প্ৰকল্প আছে।অসমৰ একমাত্ৰ গেছ ক্ৰেকাৰৰ প্ৰকল্প ডিব্ৰুগড়য় লেপেটকটাত আছে।

নগৰৰ ৰূপ

পৰিচালনা

জনগাঁথনি

অৰ্থনীতি

জলবায়ু

Dibrugarh has a humid subtropical climate (Köppen climate classification Cwa) with extremely wet summers and relatively dry winters.

ডিব্ৰুগড় বিমানবন্দৰ (1971–2000)ৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 28.5
(83.3)
31.9
(89.4)
34.5
(94.1)
36.0
(96.8)
37.2
(99.0)
38.1
(100.6)
37.9
(100.2)
37.5
(99.5)
37.6
(99.7)
36.3
(97.3)
33.1
(91.6)
30.6
(87.1)
38.1
(100.6)
গড় উষ্ণতা - উচ্চ °C (°F) 22.8 23.9 26.4 27.6
(81.7)
29.7
(85.5)
31.1
(88.0)
31.0
(87.8)
31.8
(89.2)
30.6
(87.1)
29.8
(85.6)
27.4
(81.3)
24.2
(75.6)
28.0
(82.4)
গড় উষ্ণতা - নিম্ন °C (°F) 9.2
(48.6)
12.2
(54.0)
15.9
(60.6)
18.8
(65.8)
21.9
(71.4)
24.2
(75.6)
24.6
(76.3)
24.9
(76.8)
23.8
(74.8)
20.7
(69.3)
15.0
(59.0)
10.0
(50.0)
18.4
(65.1)
সৰ্বনিম্ন উষ্ণতা °C (°F) 3.4
(38.1)
4.8
(40.6)
8.1
(46.6)
10.8
(51.4)
14.1
(57.4)
16.5
(61.7)
20.6
(69.1)
19.5
(67.1)
19.7
(67.5)
13.3
(55.9)
6.5
(43.7)
2.7
(36.9)
2.7
(36.9)
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) 30.1
(1.185)
58.9
(2.319)
105.5
(4.154)
230.4
(9.071)
287.9
(11.335)
428.5
(16.87)
525.5
(20.689)
427.7
(16.839)
350.1
(13.783)
143.3
(5.642)
16.4
(0.646)
18.6
(0.732)
2,622.8
(103.26)
% আৰ্দ্ৰতা 80 74 68 75 76 81 85 82 85 83 81 82 79.3
Avg. rainy days 3.5 5.7 8.8 13.4 14.1 18.0 21.7 17.1 15.2 7.4 1.8 1.7 128.4
উৎস নং ১: India Meteorological Department (record high and low up to 2010)[1][2]
উৎস নং ২: NOAA (humidity, 1971–1990)[3]

বাহ্যিক সংযোগ

তথ্যসূত্ৰ