ডিব্ৰুগড়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
18 নং শাৰী: 18 নং শাৰী:
ডিব্ৰুগড়ৰ প্ৰাকৃতিক সন্দয অতি বায়েবৰণীয়া। চাৰিওফালে সেউজীয়া চাহ বাগিচাৰে আৰু গছেৰে ভৰা। কিন্তু বৰ্তমান এই সন্দয লাহে লাহে লুপ্ত হ'বলৈ ধৰিছে।
ডিব্ৰুগড়ৰ প্ৰাকৃতিক সন্দয অতি বায়েবৰণীয়া। চাৰিওফালে সেউজীয়া চাহ বাগিচাৰে আৰু গছেৰে ভৰা। কিন্তু বৰ্তমান এই সন্দয লাহে লাহে লুপ্ত হ'বলৈ ধৰিছে।



==জনগাঁথনি==





08:55, 8 May 2020ৰ সংস্কৰণ

ডিব্ৰুগড় অসমৰ অন্যতম আৰু দ্বিতীয় বৃহৎ চহৰ। ডিব্ৰুগড়ৰ সদৰ ডিব্ৰুগড়। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত । ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায় । ডিব্ৰুগড় নগৰ খন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৪২৮ কিলোমিটাৰ পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।এই জিলাৰ পূবে তিনিচুকীয়া জিলা, পশ্চিমে শিৱসাগৰ জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশ। ডিব্ৰুগড়ৰ মাটিকালি-৩,৩৮১ বগ কিলোমিটাৰ। ডিব্ৰুগড়ৰ মুঠ জনসংখ্যা-(১৩,২৬,৩৩৫)মুঠপুৰুষ(৬,৭৬,৪৩৪) মুঠ মহিলা(৬,৭৯,৯০১)। পুৰুষ-মহিলাৰ অনুপাত(প্ৰতি ১,০০০জন পুৰুষৰ বিপৰীতে ৯৬১ গৰাকী‌ মহিলা) জনবসতিৰ ঘনত্ব (প্ৰতি বগ কিলোমিটাৰত ৩৯২জন) সাক্ষৰতাৰ হাৰ (৭৬.০৫%) পুৰুষ (৮২.৮২%) মহিলা (৬৮.৯৯%)।ডিব্ৰুগড়ৰ মহকুমা ৩টা(মৰাণ, নাহৰকটীয়া আৰু ডিব্ৰুগড়)।ডিব্ৰুগড় জিলাৰ টাউন এলেকাত পৰা ঠাই সমূহৰ নাম হৈছে-(চিৰিং- চাপৰি)(আমোলাপত্তি)(ইনোভাচিটি)(চৌকিডিঙি)(থানা-চাৰিআলি)(মিলন-নগৰ)(লাচিত-নগৰ)(নালিয়াপুল)(গ্ৰেহেম-বজাৰ)(পল্টন-বজাৰ)(অসম চিকিৎসা মহাবিদ্যালয়)(কুমাৰনিচিকা)(পাচঁআলি)আৰু(মেইন-বজাৰ)।


ডিব্ৰুগড় নামটো'ডিব্ৰু'(এখন নদীৰ নাম) আৰু 'গড়'(প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে। ডিব্ৰুগড়ত প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ কাষত থকা ডিব্ৰু নৈৰ পাৰত এটি গড় বনুৱা হৈছিল।সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়। ইয়ান্দাবু সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু ব্ৰাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়। তেওঁলোকে প্ৰথমতে অসমত ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ ৰেলৰ ব্যৱস্থা কৰিছিল।ইংৰাজে অসমৰ ডিব্ৰুগড়তে প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছিল।

ডিব্ৰুগড় স্থিত অসমৰ লোকসভা সমষ্টি/বিধানসভা সমষ্টিসহ- ডিব্ৰুগড়, মৰাণ, লাহোৱাল, দুলীয়াজান,টিংখং, নাহৰকটীয়া, তিনিচুকীয়া,ডিগবৈ। অসম তথা এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিব্ৰুগড়ৰ ডিগবৈত অৱস্থিত।ডিব্ৰুগড়ৰ দুলীয়াজানত প্ৰাকৃতিক গেছৰ প্ৰকল্প আছে।অসমৰ একমাত্ৰ গেছ ক্ৰেকাৰৰ প্ৰকল্প ডিব্ৰুগড়ৰৰ লেপেটকটাত আছে।ডিব্ৰুগড় জিলাৰ নামৰূপত তাপ বিদ্যুৎ প্ৰকল্প আৰু ৰাসায়নিক সাৰৰ কাৰখানা আছে।ডিব্ৰুগড় স্থিত বিমানবন্দৰটো মোহনবাৰীত আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা পঞ্চমখন দলং(বগীবিল) ডিব্ৰুগড় জিলা দিয়েই উত্তৰ পাৰলৈ গৈছে।ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অংশ ডিব্ৰুগড়তে পৰে।ডিব্ৰুগড় জিলাত বিশ্ববিদ্যালয়,অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিক শিক্ষানুষ্ঠানো আছে।ডিব্ৰুগড়ত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানো আছে।অসমত থকা চাৰিখন ফাৰ্মাচী মহাবিদ্যালয়ৰ এখন ডিব্ৰুগড়ত আছে।ডিব্ৰুগড়ত অনাতাঁৰ কেন্দ্ৰও আছে। ডিব্ৰুগড়ৰৰ মাৰ্ঘেৰিটা,লিডুত কয়লাৰ খনি আৰু ডিগবৈ,দুলিয়াজান, নাহৰকটীয়া,হুগ্ৰীজান আৰু মৰাণত খাৰুৱা তেলৰ পুং আছে। দূৰদৰ্শনৰ ৰিলে কেন্দ্ৰ আৰু কৰা দূৰদৰ্শনৰ কেন্দ্ৰ ডিব্ৰুগড়ত আছে।


ডিব্ৰুগড় সম্পৰ্কীয় কেইটামান ৱেবছাইটত- অসম চিকিৎসা মহাবিদ্যালয়-www.assammedicalcollege.net ডিব্ৰুগড় বিশ্ববিদ্যালয়-www.dibru.ac.in অসম পুলিচ-www.assampolice.com ডিব্ৰুগড় জিলা-www.dibrugarh.gov.in ডিব্ৰু-চৌখোৱা-www.dibrusaikhowanationalpark.com

ডিব্ৰুগড়ৰ প্ৰাকৃতিক সন্দয অতি বায়েবৰণীয়া। চাৰিওফালে সেউজীয়া চাহ বাগিচাৰে আৰু গছেৰে ভৰা। কিন্তু বৰ্তমান এই সন্দয লাহে লাহে লুপ্ত হ'বলৈ ধৰিছে।



Dibrugarh has a humid subtropical climate (Köppen climate classification Cwa) with extremely wet summers and relatively dry winters.

ডিব্ৰুগড় বিমানবন্দৰ (1971–2000)ৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 28.5
(83.3)
31.9
(89.4)
34.5
(94.1)
36.0
(96.8)
37.2
(99.0)
38.1
(100.6)
37.9
(100.2)
37.5
(99.5)
37.6
(99.7)
36.3
(97.3)
33.1
(91.6)
30.6
(87.1)
38.1
(100.6)
গড় উষ্ণতা - উচ্চ °C (°F) 22.8 23.9 26.4 27.6
(81.7)
29.7
(85.5)
31.1
(88.0)
31.0
(87.8)
31.8
(89.2)
30.6
(87.1)
29.8
(85.6)
27.4
(81.3)
24.2
(75.6)
28.0
(82.4)
গড় উষ্ণতা - নিম্ন °C (°F) 9.2
(48.6)
12.2
(54.0)
15.9
(60.6)
18.8
(65.8)
21.9
(71.4)
24.2
(75.6)
24.6
(76.3)
24.9
(76.8)
23.8
(74.8)
20.7
(69.3)
15.0
(59.0)
10.0
(50.0)
18.4
(65.1)
সৰ্বনিম্ন উষ্ণতা °C (°F) 3.4
(38.1)
4.8
(40.6)
8.1
(46.6)
10.8
(51.4)
14.1
(57.4)
16.5
(61.7)
20.6
(69.1)
19.5
(67.1)
19.7
(67.5)
13.3
(55.9)
6.5
(43.7)
2.7
(36.9)
2.7
(36.9)
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) 30.1
(1.185)
58.9
(2.319)
105.5
(4.154)
230.4
(9.071)
287.9
(11.335)
428.5
(16.87)
525.5
(20.689)
427.7
(16.839)
350.1
(13.783)
143.3
(5.642)
16.4
(0.646)
18.6
(0.732)
2,622.8
(103.26)
% আৰ্দ্ৰতা 80 74 68 75 76 81 85 82 85 83 81 82 79.3
Avg. rainy days 3.5 5.7 8.8 13.4 14.1 18.0 21.7 17.1 15.2 7.4 1.8 1.7 128.4
উৎস নং ১: India Meteorological Department (record high and low up to 2010)[1][2]
উৎস নং ২: NOAA (humidity, 1971–1990)[3]



  1. "Dibrugarh Climatological Table Period: 1971–2000". India Meteorological Department. http://www.imd.gov.in/section/climate/extreme/dibrugarh2.htm। আহৰণ কৰা হৈছে: April 20, 2015. 
  2. "Ever recorded Maximum and minimum temperatures up to 2010" (PDF). India Meteorological Department. http://www.webcitation.org/6GmnoaB0m। আহৰণ কৰা হৈছে: April 20, 2015. 
  3. "Dibugarh/Mohanbari Climate Normals 1971–1990". National Oceanic and Atmospheric Administration. ftp://ftp.atdd.noaa.gov/pub/GCOS/WMO-Normals/RA-II/IN/42314.TXT। আহৰণ কৰা হৈছে: 22 December 2012.