বিক্ৰম সাৰাভাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
11 নং শাৰী: 11 নং শাৰী:
| nationality = ভাৰতীয়
| nationality = ভাৰতীয়
| field = [[পদাৰ্থ বিজ্ঞান]]
| field = [[পদাৰ্থ বিজ্ঞান]]
| work_institution = [[ভাৰতীয় মহাকাশ গৱেষণা সংস্থা]](ISRO)
ভৌতিক গৱেষণাগাৰ(PRL)
| work_institution = [[ভাৰতীয় মহাকাশ গৱেষণা সংস্থা]] (ISRO)
ভৌতিক গৱেষণাগাৰ (PRL)
| alma_mater = গুজৰাট কলেজ, [[কেমব্ৰিজ বিশ্ববিদ্যালয়|কেম্ব্ৰিজ বিশ্ববিদ্যালয়]]
| alma_mater = গুজৰাট কলেজ, [[কেমব্ৰিজ বিশ্ববিদ্যালয়|কেম্ব্ৰিজ বিশ্ববিদ্যালয়]]
| doctoral_advisor = ছাৰ [[চন্দ্ৰশেখৰ ভেঙ্কটৰমণ]]
| doctoral_advisor = ছাৰ [[চন্দ্ৰশেখৰ ভেঙ্কটৰমণ]]
17 নং শাৰী: 17 নং শাৰী:
| known_for = ভাৰতীয় মহাকাশ আঁচনি
ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদ
| known_for = ভাৰতীয় মহাকাশ আঁচনি
ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদ
| prizes = শান্তি স্বৰূপ ভটনাগৰ বঁটা (১৯৬২)

| prizes = শান্তি স্বৰূপ ভটনাগৰ বঁটা (১৯৬২)

[[পদ্ম ভূষণ]](১৯৬৬)
পদ্ম বিভূষণ (মৰণোত্তৰ ভাবে) (১৯৭২)
[[পদ্ম ভূষণ]](১৯৬৬)
পদ্ম বিভূষণ (মৰণোত্তৰভাৱে) (১৯৭২)
| religion = [[জৈন ধৰ্ম]]
| religion = [[জৈন ধৰ্ম]]
7
7
23 নং শাৰী: 23 নং শাৰী:
| children = [[মল্লিকা সাৰাভাই]]<ref>{{cite web|title=Mystery behind Vikram Sarabhai's death|url=http://timesofindia.indiatimes.com/city/ahmedabad/Mystery-behind-Vikram-Sarabhais-death/articleshow/3910516.cms|publisher=[[Times of India]]|date=December 30, 2008|accessdate=22 July 2015}}</ref><ref>{{cite web|title=Vikram Sarabhai's love affair gave birth to IIM-A|url=http://timesofindia.indiatimes.com/india/Vikram-Sarabhais-love-affair-gave-birth-to-IIM-A-book-says/articleshow/28534030.cms|publisher=[[Times of India]]|date=January 8, 2014|accessdate=22 July 2015}}</ref><ref>{{cite web|title=Witness to persecution|url=http://www.tribuneindia.com/2006/20060121/saturday/above.htm|publisher=tribuneindia|date=January 14, 2006|accessdate=22 July 2015}}</ref><ref>Vikram Sarabhai: A Life by Amrita Shah, 2007, Penguin Viking ISBN 0-670-99951-2</ref>কাৰ্তিকেয় সাৰাভাই<ref name=famouspeople />
| children = [[মল্লিকা সাৰাভাই]]<ref>{{cite web|title=Mystery behind Vikram Sarabhai's death|url=http://timesofindia.indiatimes.com/city/ahmedabad/Mystery-behind-Vikram-Sarabhais-death/articleshow/3910516.cms|publisher=[[Times of India]]|date=December 30, 2008|accessdate=22 July 2015}}</ref><ref>{{cite web|title=Vikram Sarabhai's love affair gave birth to IIM-A|url=http://timesofindia.indiatimes.com/india/Vikram-Sarabhais-love-affair-gave-birth-to-IIM-A-book-says/articleshow/28534030.cms|publisher=[[Times of India]]|date=January 8, 2014|accessdate=22 July 2015}}</ref><ref>{{cite web|title=Witness to persecution|url=http://www.tribuneindia.com/2006/20060121/saturday/above.htm|publisher=tribuneindia|date=January 14, 2006|accessdate=22 July 2015}}</ref><ref>Vikram Sarabhai: A Life by Amrita Shah, 2007, Penguin Viking ISBN 0-670-99951-2</ref>কাৰ্তিকেয় সাৰাভাই<ref name=famouspeople />

'''বিক্ৰম অম্বালাল সাৰাভাই''' ({{Lang-en|Vikram Ambalal Sarabhai}}) (১২ আগষ্ট ১৯১৯ - ৩০ ডিচেম্বৰ ১৯৭১)<ref>{{cite web|title=The Visionary- Vikram Ambalal Sarabhai|url=http://www.vssc.gov.in/VSSC_V4/index.php/vikram-sarabhai|publisher=[[Vikram Sarabhai Space Centre]]|accessdate=22 July 2015}}</ref> এজন ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁক [[ভাৰতীয় মহাকাশ গৱেষণা সংস্থা]]ৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়। তেওঁ ১৯৬২ চনত শান্তি স্বৰূপ ভটনাগৰ বঁটা লাভ কৰিছিল। <ref>{{cite web|title=Profile of the Awardee, Dr Vikram Ambalal Sarabhai|url=http://ssbprize.gov.in/Content/Detail.aspx?AID=286|website=ssbprize.gov.in|accessdate=22 Feb 2016}}</ref> স্বাধীন ভাৰতৰ পদাৰ্থ বিজ্ঞান আৰু মহাকাশ বিজ্ঞানৰ বাটকটীয়া স্বৰূপে তেওঁক ভাৰত চৰকাৰে ১৯৬৬ চনত পদ্ম ভূষণ আৰু ১৯৭২ চনত মৰণোত্তৰ ভাবে পদ্ম বিভূষণ বঁটা প্ৰদান কৰে।<ref name="Padma Awards Directory">{{cite web|url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf |title=Padma Awards Directory (1954-2013) |publisher=Ministry of Home Affairs, Government of India |date=14 August 2013 |accessdate=July 21, 2015 |deadurl=yes |archiveurl=http://www.webcitation.org/6U68ulwpb |archivedate=15 November 2014 }}</ref>
'''বিক্ৰম অম্বালাল সাৰাভাই''' ({{Lang-en|Vikram Ambalal Sarabhai}}) (১২ আগষ্ট ১৯১৯ - ৩০ ডিচেম্বৰ ১৯৭১)<ref>{{cite web|title=The Visionary- Vikram Ambalal Sarabhai|url=http://www.vssc.gov.in/VSSC_V4/index.php/vikram-sarabhai|publisher=[[Vikram Sarabhai Space Centre]]|accessdate=22 July 2015}}</ref> এজন ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁক [[ভাৰতীয় মহাকাশ গৱেষণা সংস্থা]]ৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়। তেওঁ ১৯৬২ চনত শান্তি স্বৰূপ ভটনাগৰ বঁটা লাভ কৰিছিল।<ref>{{cite web|title=Profile of the Awardee, Dr Vikram Ambalal Sarabhai|url=http://ssbprize.gov.in/Content/Detail.aspx?AID=286|website=ssbprize.gov.in|accessdate=22 Feb 2016}}</ref> স্বাধীন ভাৰতৰ পদাৰ্থ বিজ্ঞান আৰু মহাকাশ বিজ্ঞানৰ বাটকটীয়া স্বৰূপে তেওঁক ভাৰত চৰকাৰে ১৯৬৬ চনত পদ্ম ভূষণ আৰু ১৯৭২ চনত মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰে।<ref name="Padma Awards Directory">{{cite web|url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf |title=Padma Awards Directory (1954-2013) |publisher=Ministry of Home Affairs, Government of India |date=14 August 2013 |accessdate=July 21, 2015 |deadurl=yes |archiveurl=http://www.webcitation.org/6U68ulwpb |archivedate=15 November 2014 }}</ref>

==ব্যক্তিগত জীৱন==
==ব্যক্তিগত জীৱন==

05:42, 18 May 2020ৰ সংস্কৰণ

বিক্ৰম সাৰাভাই

জন্ম ১২ আগষ্ট, ১৯১৯[1][2]
আহমেদাবাদ, বোম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ৩০ ডিচেম্বৰ, ১৯৭১
হালচিয়ন কেছেল, কভালম, তিৰুঅনন্তপুৰম, কেৰেলা, ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান
কৰ্মস্থান ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)
ভৌতিক গৱেষণাগাৰ (PRL)
শিক্ষানুষ্ঠান গুজৰাট কলেজ, কেম্ব্ৰিজ বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা ছাৰ চন্দ্ৰশেখৰ ভেঙ্কটৰমণ
জনা যায় ভাৰতীয় মহাকাশ আঁচনি
ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদ
উল্লেখনীয় বঁটা শান্তি স্বৰূপ ভটনাগৰ বঁটা (১৯৬২)
পদ্ম ভূষণ(১৯৬৬)
পদ্ম বিভূষণ (মৰণোত্তৰভাৱে) (১৯৭২)
দাম্পত্যসঙ্গী মৃণালিনী সাৰাভাই (শাস্ত্ৰীয় নৃত্য পতিয়সী)
সতি-সন্ততি মল্লিকা সাৰাভাই[3][4][5][6]কাৰ্তিকেয় সাৰাভাই[7]

বিক্ৰম অম্বালাল সাৰাভাই (ইংৰাজী: Vikram Ambalal Sarabhai) (১২ আগষ্ট ১৯১৯ - ৩০ ডিচেম্বৰ ১৯৭১)[8] এজন ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়। তেওঁ ১৯৬২ চনত শান্তি স্বৰূপ ভটনাগৰ বঁটা লাভ কৰিছিল।[9] স্বাধীন ভাৰতৰ পদাৰ্থ বিজ্ঞান আৰু মহাকাশ বিজ্ঞানৰ বাটকটীয়া স্বৰূপে তেওঁক ভাৰত চৰকাৰে ১৯৬৬ চনত পদ্ম ভূষণ আৰু ১৯৭২ চনত মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰে।[10]

ব্যক্তিগত জীৱন

বিক্ৰম সাৰাভাই ভাৰতৰ বিখ্যাত সাৰাভাই পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ অম্বালাল সাৰাভাই ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা এজন বিখ্যাত উদ্যোগপতি আছিল। তেওঁ ১৯৪২ চনত শাস্ত্ৰীয় নৃত্য বিশাৰদ মৃণালিনী সাৰাভাইৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ দুজন সন্তানৰ ভিতৰত জীয়ৰী মল্লিকা সাৰাভাই এগৰাকী প্ৰতিষ্ঠিত নৃত্যশিল্পী তথা অভিনেত্ৰী আৰু আৰু পুত্ৰ কাৰ্তিকেয় সাৰাভাই এজন বিজ্ঞানী।[7] তেওঁ জৈন ধৰ্মৰ অনুগামী। তেওঁ আহমেদাবাদৰ শ্ৰীমল জৈন সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত।[11]

কৰ্মজীৱন

বিক্ৰম সাৰাভাইক ভাৰতৰ মহাকাশ বিজ্ঞানৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয়। তেওঁৰ প্ৰচেষ্টাতে ১৯৪৭ চনত ভৌতিক গৱেষণাগাৰ(PRL) স্থাপন হৈছিল। তাত তেওঁ মহাজাগতিক ৰশ্মি বিষয়ক গৱেষণা কৰিছিল। প্ৰথমে তেওঁৰ ঘৰৰ পৰা আৰম্ভ হোৱা ভৌতিক গৱেষণাগাৰ(PRL) পিছলৈ ১৯৪৭ চনৰ ১১ নৱেম্বৰ তাৰিখে এম.জি. বিজ্ঞান প্ৰতিষ্ঠান হিচাপে আহমেদাবাদত প্ৰতিষ্ঠান কৰা হয়।[12] এই প্ৰতিষ্ঠানত প্ৰথমতে মহাজাগতিক ৰশ্মি আৰু উচ্চ বায়ুমণ্ডলৰ ওপৰত গৱেষণা কৰা হৈছিল। পিছত সংজ্ঞাবদ্ধ পদাৰ্থ বিজ্ঞান আৰু ৰেডিঅ' পদাৰ্থ বিজ্ঞানৰো গৱেষণা আৰম্ভ কৰা হয়।

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ মাজত বিজ্ঞান আৰু গণিত জনপ্ৰিয় কৰিবৰ বাবে সাৰাভাইয়ে ১৯৬০ৰ দশকত বিক্ৰম অম্বালাল সাৰাভাই কমিউনীতি বিজ্ঞান কেন্দ্ৰ(VASCSC) স্থাপন কৰে।[13]

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা স্থাপন কৰা তেওঁৰ এক বিৰল কৃতিত্ব। ভাৰতীয় আণৱিক বিজ্ঞানৰ পিতৃ, হোমি জাহাংগীৰ ভাৱায়ে সাৰাভাইক ভাৰতৰ প্ৰথম ৰকেট উৎক্ষেপণ ষ্টেচন স্থাপন কৰিবলৈ সহায় কৰিছিল। এই কেন্দ্ৰ তিৰুঅনন্তপুৰমৰ ওচৰৰ আৰৱ সাগৰৰ পাৰৰ থুম্বা নামে ঠাইত স্থাপন কৰা হৈছিল। ইয়াৰ ফলশ্ৰুতিতে ১৯৭৫ চনত ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট ৰুছীয়াৰ পৰা কক্ষপথত স্থাপন কৰা হয়।

তেওঁ অপাৰেচনছ ৰিচাৰ্ছ গ্ৰুপ নামে দেশৰ প্ৰথম বজাৰ গৱেষণা সংস্থাৰ জন্ম দিয়ে। তেওঁ কেইবাখনো প্ৰতিস্থান যেনে নেহৰু ফাউণ্ডেচন ফৰ ডেভেলপমেণ্ট, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদ, আহমেদাবাদ টেক্সটাইল ইণ্ডাষ্ট্ৰী ৰিচাৰ্ছ এছোচিয়েচন আৰু পৰিৱেশ আঁচনি প্ৰস্তুতকর্তা আৰু প্ৰযুক্তি কেন্দ্ৰৰ লগত জড়িত আছিল। তেওঁ অন্ধ ব্যক্তিৰ সহায়ৰূ বাবে অন্ধ ব্যক্তিৰ সংস্থা স্থাপন কৰিছিল। তেওঁৰ পত্নী মৃণালিনী সাৰাভাইৰ লগত তেওঁ দৰ্পনা এডাডেমী অফ পাৰফৰ্মিং আৰ্টছ প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰতিষ্ঠা কৰা আন আন প্ৰতিস্থান সমূহ হল, কালাপক্কমৰ ফাষ্টাৰ ব্ৰিডিং টেষ্ট ৰিয়েক্টৰ, কলকাতাৰ পৰিৱৰ্তনশীল শক্তি চাইক্লত্ৰন প্ৰকল্প, হায়দৰাবাদৰ ইলেক্ট্ৰনিক্স কঅপাৰেচন অফ ইণ্ডিয়া লিমিটেড (ECIL) আৰু ঝাৰখণ্ডৰ ইউৰেনিয়াম কঅপাৰেচন অফ ইণ্ডিয়া লিমিটেড (UCIL)।

উল্লেখযোগ্য পদবী

• ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ পদাৰ্থ বিজ্ঞান অধিৱেশনৰ সভাপতি, ১৯৬২
• আই. এ. ই. এ. সাধাৰণ কনফেৰেঞ্চ, ভিয়েন্নাৰ সভাপতি, ১৯৭০
• শান্তিপূৰ্ণ আণৱিক শক্তি ব্যৱহাৰ শীৰ্ষক ৰাষ্ট্ৰসংঘৰ চতুৰ্থ অধিৱেশনৰ উপ সভাপতি, ১৯৭১

বহিঃসংযোগ

তথ্য উৎস

1. "Vikram Sarabhai Biography". mapsofindiamapsofindia.com. January 30, 2014. http://www.mapsofindia.com/who-is-who/science-technology/vikram-sarabhai.html। আহৰণ কৰা হৈছে: 22 July 2015.
2. "About Vikram Sarabhai". iloveindiailoveindia.com. http://www.iloveindia.com/indian-heroes/vikram-sarabhai.html। আহৰণ কৰা হৈছে: 22 July 2015.
3. "Mystery behind Vikram Sarabhai's death". Times of India. December 30, 2008. http://timesofindia.indiatimes.com/city/ahmedabad/Mystery-behind-Vikram-Sarabhais-death/articleshow/3910516.cms। আহৰণ কৰা হৈছে: 22 July 2015.
4. "Vikram Sarabhai's love affair gave birth to IIM-A". Times of India. January 8, 2014. http://timesofindia.indiatimes.com/india/Vikram-Sarabhais-love-affair-gave-birth-to-IIM-A-book-says/articleshow/28534030.cms। আহৰণ কৰা হৈছে: 22 July 2015.
5. "Witness to persecution". tribuneindia. January 14, 2006. http://www.tribuneindia.com/2006/20060121/saturday/above.htm। আহৰণ কৰা হৈছে: 22 July 2015.
6. Vikram Sarabhai: A Life by Amrita Shah, 2007, Penguin Viking ISBN 0-670-99951-2
7. 7.0 7.1 "Famous people, Vikram Sarabhai". thefamouspeople. http://www.thefamouspeople.com/profiles/vikram-sarabhai-5293.php#mEwgWkBQ6yRGZHkx.99। আহৰণ কৰা হৈছে: 22 July 2015.
8. "The Visionary- Vikram Ambalal Sarabhai". Vikram Sarabhai Space Centre. http://www.vssc.gov.in/VSSC_V4/index.php/vikram-sarabhai। আহৰণ কৰা হৈছে: 22 July 2015.
9. "Profile of the Awardee, Dr Vikram Ambalal Sarabhai". ssbprize.gov.in. http://ssbprize.gov.in/Content/Detail.aspx?AID=286। আহৰণ কৰা হৈছে: 22 Feb 2016.
10. "Padma Awards Directory (1954-2013)". Ministry of Home Affairs, Government of India. 14 August 2013. Archived from the original on 15 November 2014. http://www.webcitation.org/6U68ulwpb। আহৰণ কৰা হৈছে: July 21, 2015.
11. "Jains steal the show with 7 Padmas". Times of IndiaThe times of India. April 9, 2015. http://timesofindia.indiatimes.com/india/Jains-steal-the-show-with-7-Padmas/articleshow/46856659.cms। আহৰণ কৰা হৈছে: 9 December 2015. "The Jain community has always nurtured exceptional talent whether it is eminent scientist Vikram Sarabhai, who is considered the father of the country's space programme, or poet, thinker and spiritual leader Banarsidas who composed the magnum opus Ardhakathanaka, the first ever autobiography in Hindi literature."
12. "BRIEF HISTORY". https://www.prl.res.in/website_english15/about/hist.php। আহৰণ কৰা হৈছে: 28 March 2016.
13. "Vikram A. Sarabhai Community Science Centre". VASCSC.org. http://www.vascsc.org/। আহৰণ কৰা হৈছে: 22 July 2015.