২৯ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী: 2 নং শাৰী:


==জন্ম==
==জন্ম==
# ১৮৬২ চনৰ এই দিনটোতে বেলজিয়ামৰ কবি, নাট্যকাৰ [[মৰিচ মেটাৰলিংক]]ৰ জন্ম হয়।
# ১৮৬২ চনৰ এই দিনটোতে বেলজিয়ামৰ কবি, নাট্যকাৰ [[মৰিচ মেটাৰলিংক]]ৰ জন্ম হয়।
# ১৯০২ চনৰ এই দিনটোতে ভাৰতপ্ৰেমী ইংৰাজ নৃতত্ত্ববিদ আৰু সাহিত্যিক [[ভেৰিয়া এলউইন]]ৰ জন্ম হৈছিল।
# ১৯০২ চনৰ এই দিনটোতে ভাৰতপ্ৰেমী ইংৰাজ নৃতত্ত্ববিদ আৰু সাহিত্যিক [[ভেৰিয়া এলউইন]]ৰ জন্ম হৈছিল।
# ১৯১৫ চনৰ এই দিনটোতে প্ৰখ্যাত অভিনেত্ৰী [[ইনগ্ৰিড বাৰ্গমেন]]ৰ জন্ম হয়।
# ১৯১৫ চনৰ এই দিনটোতে প্ৰখ্যাত অভিনেত্ৰী [[ইনগ্ৰিড বাৰ্গমেন]]ৰ জন্ম হয়।


==মৃত্যু==
==মৃত্যু==
11 নং শাৰী: 11 নং শাৰী:


==অনান্য==
==অনান্য==
# ১৮৮২ চনৰ এই দিনটোতে অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল।
# ১৮৮২ চনৰ এই দিনটোতে অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল।
# ১৯১০ চনৰ এই দিনটোতে [[কোৰিয়া]] জাপানৰ অধীনলৈ যায়।
# ১৯১০ চনৰ এই দিনটোতে [[কোৰিয়া]] জাপানৰ অধীনলৈ যায়।
# ১৯৪৭ চনৰ এই দিনটোতে [[ভাৰতৰ সংবিধান]]খনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয়। এই সমিতিখনৰ অধ্যক্ষ আছিল ড০ ভীমৰাও আম্বেদকাৰ৷ উল্লেখ্য যে ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সংবিধানৰ খচৰা দাখিল কৰা হয় আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানখনক চুড়ান্ত ৰূপ দিয়া হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা এই আমাৰ সংবিধানখন বলৱৎ কৰা হয় আৰু সেইদিনাৰপৰাই এখন গণতান্ত্ৰিক, সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।
# ১৯৪৭ চনৰ এই দিনটোতে [[ভাৰতৰ সংবিধান]]খনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয়। এই সমিতিখনৰ অধ্যক্ষ আছিল ড॰ ভীমৰাও আম্বেদকাৰ। উল্লেখ্য যে ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সংবিধানৰ খচৰা দাখিল কৰা হয় আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানখনক চূড়ান্ত ৰূপ দিয়া হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা এই আমাৰ সংবিধানখন বলৱৎ কৰা হয় আৰু সেইদিনাৰপৰাই এখন গণতান্ত্ৰিক, সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।
# ১৯৭৬ চনৰ এই দিনটোতে বিংশ শতাব্দীৰ অগ্ৰণী জনপ্ৰিয় বাঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, বংগৰ বিদ্ৰোহী কবি নামেৰে খ্যাত [[কাজী নজৰুল ইছলাম]]ৰ মৃত্যু হৈছিল।
# ১৯৭৬ চনৰ এই দিনটোতে বিংশ শতাব্দীৰ অগ্ৰণী জনপ্ৰিয় বাঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, বংগৰ বিদ্ৰোহী কবি নামেৰে খ্যাত [[কাজী নজৰুল ইছলাম]]ৰ মৃত্যু হৈছিল।
# ১৯৮২ চনৰ এই দিনটোতে ১০৯ পৰমাণু ক্ৰমাংকৰ মৌলটো সৃষ্টি কৰা বুলি জাৰ্মান বিজ্ঞানীৰ দল এটাই ঘোষণা কৰিছিল।
# ১৯৮২ চনৰ এই দিনটোতে ১০৯ পৰমাণু ক্ৰমাংকৰ মৌলটো সৃষ্টি কৰা বুলি জাৰ্মান বিজ্ঞানীৰ দল এটাই ঘোষণা কৰিছিল।
# ১৯৯১ চনৰ এই দিনটোতে ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ কৰা হয়। ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত এইটো হ’ল পঞ্চম উপগ্ৰহ।
# ১৯৯১ চনৰ এই দিনটোতে ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ কৰা হয়। ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত এইটো হ’ল পঞ্চম উপগ্ৰহ।


==দিৱস==
==দিৱস==
# আজি ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস৷
# আজি ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস।


== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==

16:29, 21 May 2020ৰ সংস্কৰণ

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

২৯ আগষ্ট (ইংৰাজী: 29 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪১তম (অধিবৰ্ষত ২৪২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম

  1. ১৮৬২ চনৰ এই দিনটোতে বেলজিয়ামৰ কবি, নাট্যকাৰ মৰিচ মেটাৰলিংকৰ জন্ম হয়।
  2. ১৯০২ চনৰ এই দিনটোতে ভাৰতপ্ৰেমী ইংৰাজ নৃতত্ত্ববিদ আৰু সাহিত্যিক ভেৰিয়া এলউইনৰ জন্ম হৈছিল।
  3. ১৯১৫ চনৰ এই দিনটোতে প্ৰখ্যাত অভিনেত্ৰী ইনগ্ৰিড বাৰ্গমেনৰ জন্ম হয়।

মৃত্যু

  1. ১৯৯০ চনৰ এই দিনটোতেই অসমীয়া সংগীত জগতৰ এক প্ৰতিভা তাৰিকুদ্দিন আহমেদৰ মৃত্যু দিন।


অনান্য

  1. ১৮৮২ চনৰ এই দিনটোতে অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল।
  2. ১৯১০ চনৰ এই দিনটোতে কোৰিয়া জাপানৰ অধীনলৈ যায়।
  3. ১৯৪৭ চনৰ এই দিনটোতে ভাৰতৰ সংবিধানখনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয়। এই সমিতিখনৰ অধ্যক্ষ আছিল ড॰ ভীমৰাও আম্বেদকাৰ। উল্লেখ্য যে ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সংবিধানৰ খচৰা দাখিল কৰা হয় আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানখনক চূড়ান্ত ৰূপ দিয়া হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা এই আমাৰ সংবিধানখন বলৱৎ কৰা হয় আৰু সেইদিনাৰপৰাই এখন গণতান্ত্ৰিক, সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।
  4. ১৯৭৬ চনৰ এই দিনটোতে বিংশ শতাব্দীৰ অগ্ৰণী জনপ্ৰিয় বাঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, বংগৰ বিদ্ৰোহী কবি নামেৰে খ্যাত কাজী নজৰুল ইছলামৰ মৃত্যু হৈছিল।
  5. ১৯৮২ চনৰ এই দিনটোতে ১০৯ পৰমাণু ক্ৰমাংকৰ মৌলটো সৃষ্টি কৰা বুলি জাৰ্মান বিজ্ঞানীৰ দল এটাই ঘোষণা কৰিছিল।
  6. ১৯৯১ চনৰ এই দিনটোতে ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ কৰা হয়। ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত এইটো হ’ল পঞ্চম উপগ্ৰহ।

দিৱস

  1. আজি ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস।

বাহ্যিক সংযোগ