২১ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী: 1 নং শাৰী:
'''২১ জানুৱাৰী''' {{enwiki|21 January}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২১ তম [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৪ টা দিন ([[অধিবৰ্ষ]]ত ৩৪৮ টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
'''২১ জানুৱাৰী''' {{enwiki|21 January}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২১ তম [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৪টা দিন ([[অধিবৰ্ষ]]ত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -




==ঘটনাৰাজী==
==ঘটনাৰাজী==
# অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা, [[বিষ্ণুৰাম মেধি]]ৰ মৃত্যু হৈছিল ১৯৮১ চনৰ আজিৰ দিনটোতে
# অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা, [[বিষ্ণুৰাম মেধি]]ৰ মৃত্যু হৈছিল ১৯৮১ চনৰ আজিৰ দিনটোতে।
# [[গজেন বৰুৱা]] নৃত্যশিল্পীৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰা, প্ৰথম অসমীয়া কথাছবি "জয়মতী"ৰ অভিনেতা ‘‘শোণিতকোঁৱৰ’’ৰ মৃত্যু হৈছিল ১৯৭৭ আজিৰ দিনটোতে৷
# [[গজেন বৰুৱা]] নৃত্যশিল্পীৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰা, প্ৰথম অসমীয়া কথাছবি "জয়মতী"ৰ অভিনেতা ‘‘শোণিতকোঁৱৰ’’ৰ মৃত্যু হৈছিল ১৯৭৭ আজিৰ দিনটোতে।
# উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল [[নিউজ লাইভ]]ৰ প্ৰতিষ্ঠা হৈছিল ২০০৮ বৰ্ষৰ আজিৰ দিনটোতে
# উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল [[নিউজ লাইভ]]ৰ প্ৰতিষ্ঠা হৈছিল ২০০৮ বৰ্ষৰ আজিৰ দিনটোতে।
# [[উত্তৰ-পূৱ ভাৰত]]ৰ এখন ৰাজ্য, যাৰ ৰাজধানী ইম্ফল, সেই [[মণিপুৰ]] ৰাজ্য প্ৰতিষ্ঠা হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে
# [[উত্তৰ-পূৱ ভাৰত]]ৰ এখন ৰাজ্য, যাৰ ৰাজধানী ইম্ফল, সেই [[মণিপুৰ]] ৰাজ্য প্ৰতিষ্ঠা হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে।
# ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এখন ৰাজ্য [[ত্ৰিপুৰা]]ৰ প্ৰতিষ্ঠা হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে
# ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এখন ৰাজ্য [[ত্ৰিপুৰা]]ৰ প্ৰতিষ্ঠা হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে।
# ১৯৭২ চনৰ আজিৰ দিনটোতে ‘‘[[নেফা]]’’ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত হৈ শাসনভাৰ এজন মুখ্য-আয়ুক্তৰ হাতত অৰ্পিত হয়
# ১৯৭২ চনৰ আজিৰ দিনটোতে ‘‘[[নেফা]]’’ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত হৈ শাসনভাৰ এজন মুখ্য-আয়ুক্তৰ হাতত অৰ্পিত হয়।
# আজিৰ দিনটোতে ১৯৯৪ চনত কাছাৰৰ শিলচৰত [[অসম বিশ্ববিদ্যালয়]] মুকলি হয়
# আজিৰ দিনটোতে ১৯৯৪ চনত কাছাৰৰ শিলচৰত [[অসম বিশ্ববিদ্যালয়]] মুকলি হয়।
# [[ভাৰতত কপিৰাইট আইন]] প্ৰৱৰ্তন কৰা হৈছিল ১৯৫৮ চনৰ আজিৰ দিনটোতে।
# [[ভাৰতত কপিৰাইট আইন]] প্ৰৱৰ্তন কৰা হৈছিল ১৯৫৮ চনৰ আজিৰ দিনটোতে।
# ১৭৯৩ চনৰ আজিৰ দিনটোতে ফৰাচী সম্ৰাট [[ষোড়শ লুইক গিলোটিন]]ত মৃত্যুদণ্ড বিহা হৈছিল
# ১৭৯৩ চনৰ আজিৰ দিনটোতে ফৰাচী সম্ৰাট [[ষোড়শ লুইক গিলোটিন]]ত মৃত্যুদণ্ড বিহা হৈছিল।
# ১৯২৪ চনৰ আজিৰ দিনটোতে ৰুছ বিপ্লৱৰ নেতা [[লেনিন]]ৰ মৃত্যু হৈছিল
# ১৯২৪ চনৰ আজিৰ দিনটোতে ৰুছ বিপ্লৱৰ নেতা [[লেনিন]]ৰ মৃত্যু হৈছিল।
# [[প্লুটু গ্ৰহ]] আৱিষ্কাৰ হৈছিল ১৯৩০ চনৰ আজিৰ দিনটোতে
# [[প্লুটু গ্ৰহ]] আৱিষ্কাৰ হৈছিল ১৯৩০ চনৰ আজিৰ দিনটোতে।
# ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ [[জৰ্জ অৰৱেল]]ৰ মৃত্যু হৈছিল ১৯৫০ চনৰ আজিৰ দিনটোতে
# ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ [[জৰ্জ অৰৱেল]]ৰ মৃত্যু হৈছিল ১৯৫০ চনৰ আজিৰ দিনটোতে।


== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==

16:31, 21 May 2020ৰ সংস্কৰণ

২১ জানুৱাৰী (ইংৰাজী: 21 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২১ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৪টা দিন (অধিবৰ্ষত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -


ঘটনাৰাজী

  1. অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা, বিষ্ণুৰাম মেধিৰ মৃত্যু হৈছিল ১৯৮১ চনৰ আজিৰ দিনটোতে।
  2. গজেন বৰুৱা। নৃত্যশিল্পীৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰা, প্ৰথম অসমীয়া কথাছবি "জয়মতী"ৰ অভিনেতা ‘‘শোণিতকোঁৱৰ’’ৰ মৃত্যু হৈছিল ১৯৭৭ আজিৰ দিনটোতে।
  3. উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল নিউজ লাইভৰ প্ৰতিষ্ঠা হৈছিল ২০০৮ বৰ্ষৰ আজিৰ দিনটোতে।
  4. উত্তৰ-পূৱ ভাৰতৰ এখন ৰাজ্য, যাৰ ৰাজধানী ইম্ফল, সেই মণিপুৰ ৰাজ্য প্ৰতিষ্ঠা হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে।
  5. ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এখন ৰাজ্য ত্ৰিপুৰাৰ প্ৰতিষ্ঠা হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে।
  6. ১৯৭২ চনৰ আজিৰ দিনটোতে ‘‘নেফা’’ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত হৈ শাসনভাৰ এজন মুখ্য-আয়ুক্তৰ হাতত অৰ্পিত হয়।
  7. আজিৰ দিনটোতে ১৯৯৪ চনত কাছাৰৰ শিলচৰত অসম বিশ্ববিদ্যালয় মুকলি হয়।
  8. ভাৰতত কপিৰাইট আইন প্ৰৱৰ্তন কৰা হৈছিল ১৯৫৮ চনৰ আজিৰ দিনটোতে।
  9. ১৭৯৩ চনৰ আজিৰ দিনটোতে ফৰাচী সম্ৰাট ষোড়শ লুইক গিলোটিনত মৃত্যুদণ্ড বিহা হৈছিল।
  10. ১৯২৪ চনৰ আজিৰ দিনটোতে ৰুছ বিপ্লৱৰ নেতা লেনিনৰ মৃত্যু হৈছিল।
  11. প্লুটু গ্ৰহ আৱিষ্কাৰ হৈছিল ১৯৩০ চনৰ আজিৰ দিনটোতে।
  12. ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ মৃত্যু হৈছিল ১৯৫০ চনৰ আজিৰ দিনটোতে।

বাহ্যিক সংযোগ