সমললৈ যাওক

দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

228 বাইট বিলোপ কৰা হ’ল ,  3 বছৰৰ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox musical artist
| name = দীপালী বৰঠাকুৰ
| image = Dipali Barthakur.jpg
| alt =
| caption =
| image_size = 150px
| landscape =
| background =solo_singer
| birth_name =
| alias =
| birth_date = {{birth date and age|1941|01|30}}
| alias =
| birth_place = নীলমনি বাগান, [[সোণাৰি]], [[শিৱসাগৰ জিলা]]
| birth_date = {{birth date and age|1941|01|30}}
| origin =
| birth_place = নীলমনি বাগান, [[সোণাৰি]], [[শিৱসাগৰ জিলা]]
| death_date = ২১ ডিচেম্বৰ ২০১৮
| origin =
| death_place = [[গুৱাহাটী]]
| death_date = ২১ ডিচেম্বৰ ২০১৮
| genre =
| death_place = [[গুৱাহাটী]]
| occupation = কণ্ঠশিল্পী
| genre =
| instrument =
| occupation = কণ্ঠশিল্পী
| years_active = ১৯৫৫-১৯৬৯
| instrument =
| label =
| years_active = ১৯৫৫-১৯৬৯
| label associated_acts =
| website = <!-- {{URL|example.com}} -->
| associated_acts =
| website = <!-- {{URL|example.com}} -->
| notable_instruments =
}}
 
'''দীপালী বৰঠাকুৰ''' ({{lang-en|Deepali Borthakur}}, [[৩০ জানুৱাৰী]], ১৯৪১ - ২১ ডিচেম্বৰ ২০১৮) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী।
 
==চমু জীৱনী==
১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে [[শিৱসাগৰ জিলা]]ৰ [[সোণাৰি]]ৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল<ref name="aa">শুচিব্ৰত ৰয়, ''শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন'', [[আমাৰ অসম]], ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref>। তেওঁৰ পিতৃ প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আইমণি বৰঠাকুৰ৷বৰঠাকুৰ। শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দীপালী বৰঠাকুৰে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে৷কৰে।<ref name=":0">[https://epaper.asomiyapratidin.in অাসমীয়াআসমীয়া প্ৰতিদিন, ২২ ডিচেম্বৰ, ২০১৮, https://epaper.asomiyapratidin.in]</ref>
 
১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী [[নীলপৱন বৰুৱা]]ৰ লগত বিবাহ পাশত আৱদ্ধ হয়<ref name="telegraphindia.com">{{cite journal|url=http://www.telegraphindia.com/1031226/asp/guwahati/story_2719265.asp|title=A tribute to marriage of arts & minds - Book on celebrity couple|journal=The Telegraph|year=2003|month=December 26}}</ref>।
 
==সাংগীতিক জীৱন==
পিতৃ বিশ্বনাথ বৰঠাকুৰ আৰু জেষ্ঠ ভাতৃ ভূপেন আৰু ভবেন বৰঠাকুৰৰ সৈতে ঘৰতে দীপালী বৰঠাকুৰৰ সংগীত চৰ্চা আৰম্ভ হয়৷হয়। ১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে৷কৰে।<ref name=":0" />
 
শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী [[পৰাগধৰ চলিহা]]ই ৰচনা কৰা গীত-নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য ’চাৰি হেজাৰ বছৰৰ অসম’ত মুখ্য গায়িকা হিচাপে দীপালী বৰঠাকুৰৰ নিয়োজিত হয়৷হয়।<ref name=":0" /> ইয়াৰ পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ড৹ড॰ এ এম নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনায়৷জনায়। ১৯৫৭ চনত আকাশবাণী গুৱাহাটীযোগে দীপালী বৰঠাকুৰৰ কন্ঠতকণ্ঠত বাণীবদ্ধ হয় লীলা গগৈয়ে ৰচনা কৰা গীত ’মোৰ বোপাই লাহৰী/নাপাইছো আহৰি/বৰা জুৰিবলৈ আহহে’৷আহহে’।<ref name=":0" /> প্ৰথম অৱস্থাত আকাশবাণীত অস্থায়ী শিল্পী হিচাপে কিছুদিন কাৰ্য্যনিৰ্বাহ কৰি পিছত তেওঁ স্থায়ী শিল্পীৰ মৰ্য্যদা লাভ কৰে৷কৰে। নিয়মিত শিল্পী হিচাপে তেওঁ পৰিবেশন কৰা প্ৰথম গীতটি আছিল ’''বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’''। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।<ref name="aa" />
 
প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছতে দীপালী বৰঠাকুৰে প্ৰথমখন ছবিত নেপথ্য কন্ঠশিল্পীকণ্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰে৷কৰে। ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা আৰু সুৰ আৰু [[লক্ষ্যধৰ চৌধুৰী]] আৰু প্ৰবীণ ফুকনৰ পৰিচালনাত মুক্তি পোৱা কথাছৱি ’লাচিত বৰফুকন’ত দীপালী বৰঠাকুৰে পৰিবেশন কৰে ’আবেগৰ বোকোচা ব’ব মই নোৱাৰো/যৌৱনে আমনি কৰে’ গীতটি৷গীতটি।<ref name=":0" />
 
দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ<ref name="assamspider3374">{{cite web | url=http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx | title=Deepali-Borthakur | publisher=assamspider.com | accessdate=April 02, 2013}}</ref><ref>[https://epaper.asomiyapratidin.in/edition/171/অসমীয়া-প্রতিদিনপ্ৰতিদিন/page/10 ’যোৱাগৈ মৌ কুৱঁৰী’-তৰালি শৰ্মা, অসমীয়া পৰ্তিদিন, ২২ ডিচেম্বৰ, ২০১৮ https://epaper.asomiyapratidin.in/edition/171/অসমীয়া-প্রতিদিনপ্ৰতিদিন/page/10]</ref>
 
* সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
52 নং শাৰী:
*
 
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ। '<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ ''[[মটৰ নিউৰণ ৰোগ]]''ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়।
 
==মৃত্যু==
64 নং শাৰী:
* [[আইদেউ সন্দিকৈ বঁটা]] (২০১২)<ref name=":0" />
 
১৯৫৬ চনত 'অসম সংগীত নাটক একাডেমী'ৰ উদ্যোগত অনুষ্ঠিত 'সংগীত সমাৰোহ'ত লাভ কৰে শ্ৰেষ্ঠ গায়িকাৰ সন্মান৷সন্মান।<ref>নাইটিংগেল অৱ আছাম’ৰ চিৰবিদায়… | প্ৰাগৰ গীত | জানুৱাৰী, ২০১৯ | পৃষ্ঠা : ৬৪ | আহৰণ কৰা হৈছে=১৮ মে ২০২০</ref> ইয়াৰোপৰি তেওঁ প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে৷কৰে।<ref name="aa" />
 
==তথ্য সংগ্ৰহ==
3,785

টা সম্পাদনা