ইষ্টানবুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অ র -> ৰ |
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
||
7 নং শাৰী: | 7 নং শাৰী: | ||
| established_date1 = ১৪৫৩ |
| established_date1 = ১৪৫৩ |
||
| established_title2 =[[তুৰ্কী]] প্ৰতিষ্ঠাৰ পিছত |
| established_title2 =[[তুৰ্কী]] প্ৰতিষ্ঠাৰ পিছত |
||
| established_date2 = ১৯২৩ চনত |
| established_date2 = ১৯২৩ চনত কন্সটাণ্টিনোপলক ইষ্টানবুল নামকৰন কৰা হয় |
||
| timezone = ইইটি |
| timezone = ইইটি |
||
| utc_offset = +২ |
| utc_offset = +২ |
||
27 নং শাৰী: | 27 নং শাৰী: | ||
| population_total = 12,782,960 |
| population_total = 12,782,960 |
||
| population_as_of = ২০০৯ |
| population_as_of = ২০০৯ |
||
| population_footnotes = |
| population_footnotes =<ref name="istanbul1">{{cite web|url=http://report.tuik.gov.tr/reports/rwservlet?adnksdb2=&report=turkiye_il_koy_sehir.RDF&p_il1=34&p_kod=2&p_yil=2009&p_dil=1&desformat=html&ENVID=nufus2000db2Env|title=Province Population|accessdate=11 February 2010}}</ref> |
||
| population_province = 12,915,158 |
| population_province = 12,915,158 |
||
| population_metro = |
| population_metro = |
||
67 নং শাৰী: | 67 নং শাৰী: | ||
}} |
}} |
||
[[চিত্ৰ:Panoramic view of Constantinople-1876-6a23331r.jpg|thumb|350px|১৮৭৬ চনৰ ইষ্টানবুল]] |
[[চিত্ৰ:Panoramic view of Constantinople-1876-6a23331r.jpg|thumb|350px|১৮৭৬ চনৰ ইষ্টানবুল]] |
||
'''ইষ্টানবুল''' (তুৰ্কী ভাষা: İstanbul ''ইষ্টান্বুল্'') [[তুৰস্ক]]ৰ অন্যতম প্ৰধান নগৰ। ইয়াৰ পুৰণি নাম '' |
'''ইষ্টানবুল''' (তুৰ্কী ভাষা: İstanbul ''ইষ্টান্বুল্'') [[তুৰস্ক]]ৰ অন্যতম প্ৰধান নগৰ। ইয়াৰ পুৰণি নাম ''কন্সটাণ্টিনোপল''। ইয়াৰোপৰি ই ''বাইজাণ্টিয়াম'' নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল। ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল)। ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা [[এছিয়া]]ত বসৱাস কৰিলেও ই [[ইউৰোপ]]ৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্ৰ। |
||
[[File:Rome-Capitole-StatueConstantin.jpg|left|thumb|upright|[[Constantine I]]]] |
[[File:Rome-Capitole-StatueConstantin.jpg|left|thumb|upright|[[Constantine I]]]] |
||
= জনসংখ্যা = |
= জনসংখ্যা = |
||
ইষ্টানবুলৰ জনসংখ্যা ১৯৮০ৰ পৰা ২০০৫লৈ এই ২৫ বছৰৰ ভিতৰত তিনি গুণে বৃদ্ধি |
ইষ্টানবুলৰ জনসংখ্যা ১৯৮০ৰ পৰা ২০০৫লৈ এই ২৫ বছৰৰ ভিতৰত তিনি গুণে বৃদ্ধি হৈছে। অনুমাণিক ৭০%তকৈ বেছি ইষ্টানবুলৰ নাগৰিক ইউৰোপত আৰু বাকী ৩০ শতাংশ এছিয়াত বাসৱাস কৰে। |
||
{| Class = "wikitable" |
{| Class = "wikitable" |
||
110 নং শাৰী: | 110 নং শাৰী: | ||
| ১৯১৪ || ৯০৯,৯৭৮|| |
| ১৯১৪ || ৯০৯,৯৭৮|| |
||
|- |
|- |
||
| অক্টোবৰ |
| অক্টোবৰ ১৯২৭||৬৮০,৮৫৭|| |
||
|- |
|- |
||
| অক্টোবৰ |
| অক্টোবৰ ১৯৩৫|| ৭৪১,১৪৮ || |
||
|- |
|- |
||
| অক্টোবৰ |
| অক্টোবৰ ১৯৪০|| ৭৯৩,৯৪৯ || |
||
|- |
|- |
||
| অক্টোবৰ ১৯৪৫|| ৮৬০,৫৫৮ || |
| অক্টোবৰ ১৯৪৫|| ৮৬০,৫৫৮ || |
||
145 নং শাৰী: | 145 নং শাৰী: | ||
|} |
|} |
||
[[चित्र:Aya_sofya.jpg|thumb|left| জামিয়া হাগিয়া চফিয়া সংগ্ৰাহালয়]] |
[[चित्र:Aya_sofya.jpg|thumb|left| জামিয়া হাগিয়া চফিয়া সংগ্ৰাহালয়]] |
||
= শিক্ষা |
= শিক্ষা = |
||
তুৰ্কীৰ উচ্চ শিক্ষাৰ কিছু প্ৰতিষ্ঠান ইষ্টানবুলত |
তুৰ্কীৰ উচ্চ শিক্ষাৰ কিছু প্ৰতিষ্ঠান ইষ্টানবুলত অৱস্থিত। সাধাৰণতে চৰকাৰী বিশ্ববিদ্যালয়বোৰ প্ৰসিদ্ধ যদিও কিছু বছৰৰ পৰা ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সংখ্যা বাঢ়িছে। বিখ্যাত চৰকাৰী বিশ্ববিদ্যালয়ৰ ভিতৰত ইষ্টানবুল প্ৰযুক্তিবিদ্যা জামিয়া, বাচতুৰছ জামিয়া, ৰুটিহ চৰায় জামিয়া , ইষ্টানবুল জামিয়া, মাৰ্মৰহ জামিয়া , ইলদীজ প্ৰযুক্তিবিদ্যা জামিয়া আৰু নিৰ্মাতা স্নান কলা জামিয়া অন্যতম। |
||
[[चित्र:Istanbul2010.jpg|thumb|600px|center| ব্ৰীজ ৰুটিহৰ পৰা এক আকৰ্ষণীয় দৃশ্য ]] |
[[चित्र:Istanbul2010.jpg|thumb|600px|center| ব্ৰীজ ৰুটিহৰ পৰা এক আকৰ্ষণীয় দৃশ্য ]] |
15:45, 2 June 2020 অনুযায়ী বৰ্তমান সংস্কৰণ
ইষ্টানবুল | |
---|---|
Istanbul collage 5j.jpg | |
ভৌগোলিক স্থানাংক: 41°01′N 28°58′E / 41.017°N 28.967°E | |
ৰাষ্ট্ৰ | তুৰস্ক |
অঞ্চল | মাৰমৰা অঞ্চল |
প্ৰদেশ | ইষ্টানবুল |
প্ৰতিষ্ঠাকাল | খ্ৰীষ্টপূৰ্ব ৬৬৭ |
উচমানীয় সাম্ৰাজ্যৰ সময় | ১৪৫৩ |
তুৰ্কী প্ৰতিষ্ঠাৰ পিছত | ১৯২৩ চনত কন্সটাণ্টিনোপলক ইষ্টানবুল নামকৰন কৰা হয় |
জিলা | ২৭ |
চৰকাৰ | |
- মেয়ৰ | কাদিৰ তোপবাচ (সাঁচ:Polparty) |
মাটিকালি | |
- মুঠ | ১,৮৩০.৯২ কি.মি.২ (৭০৬.৯ বৰ্গ মাইল) |
উচ্চতা | ১০০ মিটাৰ (৩২৮.০৮ ফুট) |
জনসংখ্যা (২০০৯)[1] | |
- মুঠ | ১,২৭,৮২,৯৬০ জন |
- জনঘনত্ব | ৬,২১১ প্ৰতি বৰ্গ কি.মি. (১৬,০৮৬.৪ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ইইটি (গ্ৰী.মা.স.+২) |
- গ্ৰীষ্ম (দি স স) | ইইএচটি (গ্ৰী.মা.স.+৩) |
পিন কোড | ৩৪০১০ৰ পৰা ৩৪৮৫০লৈ আৰু ৮০০০০ৰ পৰা ৮১৮০০ লৈ |
অঞ্চল কোড | (+৯০) ২১২ (ইউৰোপীয় অঞ্চলত) (+৯০) ২১৬ (এছিয়া অঞ্চলত) |
ৱেবছাইট | Istanbul Portal |
ইষ্টানবুলৰ ঐতিহাসিক অঞ্চল | |
---|---|
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম | |
দেশ | তুৰস্ক |
ধৰণ | Cultural |
মাপকাঠি | I, II, III, IV |
উদ্ধৃতি | 356 |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | Europe and Asia |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | 1985 (9th অধিবেশন) |
ইষ্টানবুল (তুৰ্কী ভাষা: İstanbul ইষ্টান্বুল্) তুৰস্কৰ অন্যতম প্ৰধান নগৰ। ইয়াৰ পুৰণি নাম কন্সটাণ্টিনোপল। ইয়াৰোপৰি ই বাইজাণ্টিয়াম নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল। ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল)। ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা এছিয়াত বসৱাস কৰিলেও ই ইউৰোপৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্ৰ।
জনসংখ্যা[সম্পাদনা কৰক]
ইষ্টানবুলৰ জনসংখ্যা ১৯৮০ৰ পৰা ২০০৫লৈ এই ২৫ বছৰৰ ভিতৰত তিনি গুণে বৃদ্ধি হৈছে। অনুমাণিক ৭০%তকৈ বেছি ইষ্টানবুলৰ নাগৰিক ইউৰোপত আৰু বাকী ৩০ শতাংশ এছিয়াত বাসৱাস কৰে।
চন | জনসংখ্যা | |
---|---|---|
৩৩০ | ৪০,০০০ | |
৪৪০ | ৫,০০,০০০ | |
৫৩০ | ৫,৫০,০০০ | |
৫৪৫ | ৩,৫০,০০০ | |
৭১৫ | ৩,০০,০০০ | |
৯৫০ | ৪,০০,০০০ | |
১২০০ | ১৫০,০০০ | |
১৪৫৩ | ৩৬,০০০ | |
১৪৭৭ | ৭৫,০০০ | |
১৫৬৬ | ৬০০,০০০ | |
১৮১৭ | ৫০০,০০০ | |
১৮৬০ | ৭১৫,০০০ | |
১৮৮৫ | ৮৭৩,৫৭০ | |
১৮৯০ | ৮৪০,০০০ | |
১৮৯৭ | ১,০৫৯,০০০ | |
১৯০১ | ৯৪২,৯০০ | |
১৯১৪ | ৯০৯,৯৭৮ | |
অক্টোবৰ ১৯২৭ | ৬৮০,৮৫৭ | |
অক্টোবৰ ১৯৩৫ | ৭৪১,১৪৮ | |
অক্টোবৰ ১৯৪০ | ৭৯৩,৯৪৯ | |
অক্টোবৰ ১৯৪৫ | ৮৬০,৫৫৮ | |
অক্টোবৰ ১৯৫০ | ৯৮৩,০৪১ | |
অক্টোবৰ ১৯৫৫ | ১,২৬৮,৭৭১ | |
অক্টোবৰ ১৯৬০ | ১,৪৩৬,৫৩৫ | |
অক্টোবৰ ১৯৬৫ | ১,৭৪২,৯৭৮ | |
অক্টোবৰ ১৯৭০ | ২,১৩২,৪০৭ | |
অক্টোবৰ ১৯৭৫ | ২,৫৪৭,৩৬৪ | |
অক্টোবৰ ১৯৮০ | ২,৭৭২,৭০৮ | |
অক্টোবৰ ১৯৮৫ | ৫,৪৭৫,৯৮২ | |
অক্টোবৰ ১৯৯০ | ৬,৬২০,২৪০ | |
নবেম্বৰ ১৯৯৭ | ৮,২৬০,৪৩৭ | |
অক্টোবৰ ২০০০ | ৮,৮০৩,৪৬০ | |
জানুৱাৰী ২০০৫ | ৯,৭৯৭,৫৩৬ | |
জানুৱাৰী ২০০৬ | ১০,০৩৪,৮৩০ |
শিক্ষা[সম্পাদনা কৰক]
তুৰ্কীৰ উচ্চ শিক্ষাৰ কিছু প্ৰতিষ্ঠান ইষ্টানবুলত অৱস্থিত। সাধাৰণতে চৰকাৰী বিশ্ববিদ্যালয়বোৰ প্ৰসিদ্ধ যদিও কিছু বছৰৰ পৰা ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সংখ্যা বাঢ়িছে। বিখ্যাত চৰকাৰী বিশ্ববিদ্যালয়ৰ ভিতৰত ইষ্টানবুল প্ৰযুক্তিবিদ্যা জামিয়া, বাচতুৰছ জামিয়া, ৰুটিহ চৰায় জামিয়া , ইষ্টানবুল জামিয়া, মাৰ্মৰহ জামিয়া , ইলদীজ প্ৰযুক্তিবিদ্যা জামিয়া আৰু নিৰ্মাতা স্নান কলা জামিয়া অন্যতম।
চিত্ৰমালা[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Province Population". http://report.tuik.gov.tr/reports/rwservlet?adnksdb2=&report=turkiye_il_koy_sehir.RDF&p_il1=34&p_kod=2&p_yil=2009&p_dil=1&desformat=html&ENVID=nufus2000db2Env। আহৰণ কৰা হৈছে: 11 February 2010.
- ↑ "İstanbul – Archaeology Museum". Republic of Turkey Ministry of Culture and Tourism. http://www.kultur.gov.tr/EN/belge/2-19958/istanbul---archaeology-museum.html। আহৰণ কৰা হৈছে: 19 April 2012.