উষ্ণতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী: 1 নং শাৰী:
উষ্ণতা হৈছে কোনো বস্তু গৰম নে ঠাণ্ডা তাৰ এক তুলনামূলক জোখ। থাৰ্মমিটাৰৰ সহায়ত ইয়াক জোখা হয়।উষ্ণতা জোখাৰ বহুতো স্কেল আৰু একক আছে। তাৰে ভিতৰত চেলচিয়াছ(পোনপ্ৰথমে চেণ্টিগ্ৰেড হিচাপে জনা গৈছিল), ফাৰেণহাইট, আৰু বৈজ্ঞানিক কাম কাজত কেলভিন অন্যতম।
উষ্ণতা হৈছে কোনো বস্তু গৰম নে ঠাণ্ডা তাৰ এক তুলনামূলক জোখ। থাৰ্মমিটাৰৰ সহায়ত ইয়াক জোখা হয়। উষ্ণতা জোখাৰ বহুতো স্কেল আৰু একক আছে। তাৰে ভিতৰত চেলচিয়াছ(পোনপ্ৰথমে চেণ্টিগ্ৰেড হিচাপে জনা গৈছিল), ফাৰেণহাইট, আৰু বৈজ্ঞানিক কাম কাজত কেলভিন অন্যতম।


আটাইতকৈ ঠাণ্ডা উষ্ণতা হৈছে তাত্ত্বিকভাৱে পৰম শূন্যতা, য'ত অণু আৰু পৰমাণুসমূহৰ গতি একেবাৰে কম হৈ পৰে- ধ্ৰূপদীয় ভাৱে, এই অৱস্থাটো আচলতে একেবাৰে গতিশূন্য, কিন্তু কোৱাণ্টাম [[অনিশ্চয়তাৰ সূত্ৰা]]নুসৰি জনা যায় যে এই অৱস্থাতো কণাসমূহৰ শূ্ন্য অৱস্থাৰ শক্তি কিছু থাকে। পৰম শূণ্য উষ্ণতাক কেলভিন স্কেলত ০ কেলভিন, চেলচিয়াছ স্কেলত -২৭৩.১৫ ডিগ্ৰী চেলচিয়াছ আৰু ফাৰেনহাইট স্কেলত -৪৫৯.৬৭ ডিগ্ৰী ফাৰেণহাইট হিচাপে প্ৰকাশ কৰা হয়।
আটাইতকৈ ঠাণ্ডা উষ্ণতা হৈছে তাত্ত্বিকভাৱে পৰম শূন্যতা, য'ত অণু আৰু পৰমাণুসমূহৰ গতি একেবাৰে কম হৈ পৰে- ধ্ৰূপদীয় ভাৱে, এই অৱস্থাটো আচলতে একেবাৰে গতিশূন্য, কিন্তু কোৱাণ্টাম [[অনিশ্চয়তাৰ সূত্ৰা]]নুসৰি জনা যায় যে এই অৱস্থাতো কণাসমূহৰ শূ্ন্য অৱস্থাৰ শক্তি কিছু থাকে। পৰম শূন্য উষ্ণতাক কেলভিন স্কেলত ০ কেলভিন, চেলচিয়াছ স্কেলত -২৭৩.১৫ ডিগ্ৰী চেলচিয়াছ আৰু ফাৰেনহাইট স্কেলত -৪৫৯.৬৭ ডিগ্ৰী ফাৰেণহাইট হিচাপে প্ৰকাশ কৰা হয়।


গতিবিজ্ঞানৰ সূত্ৰানুসৰি(kinetic theory) [[পৰম উষ্ণতা]], পদাৰ্থটো গঠনকাৰী মৌলিক ক্ষুদ্ৰাতিক্ষুদ্ৰ কণাসমূহ যেনে-[[ইলেক্ট্ৰন]], [[অণু]], [[পৰমাণু]]ৰ গতিৰ গড় গতিশক্তিৰ সমানুপাতিক।
গতিবিজ্ঞানৰ সূত্ৰানুসৰি(kinetic theory) [[পৰম উষ্ণতা]], পদাৰ্থটো গঠনকাৰী মৌলিক ক্ষুদ্ৰাতিক্ষুদ্ৰ কণাসমূহ যেনে-[[ইলেক্ট্ৰন]], [[অণু]], [[পৰমাণু]]ৰ গতিৰ গড় গতিশক্তিৰ সমানুপাতিক।


উষ্ণতা জীৱনৰ বিভিন্ন ক্ষেত্ৰত দৰকাৰী হোৱাৰ লগতে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰ যেনে [[পদাৰ্থ বিজ্ঞান]], ৰসায়ন, জিয়লজী, বায়লজী আদিত গুৰুত্বপূৰ্ণ।
উষ্ণতা জীৱনৰ বিভিন্ন ক্ষেত্ৰত দৰকাৰী হোৱাৰ লগতে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰ যেনে [[পদাৰ্থ বিজ্ঞান]], ৰসায়ন, জিয়লজী, বায়লজী আদিত গুৰুত্বপূৰ্ণ।


==উষ্ণতাৰ প্ৰভাৱ==
==উষ্ণতাৰ প্ৰভাৱ==


পদাৰ্থৰ বহুতো প্ৰক্ৰিয়া উষ্ণতাৰ দ্বাৰা প্ৰভাৱান্বিত যেনে-
পদাৰ্থৰ বহুতো প্ৰক্ৰিয়া উষ্ণতাৰ দ্বাৰা প্ৰভাৱান্বিত যেনে-
১) পদাৰ্থৰ ধৰ্ম যেনে ফেজ(phase), [[ঘনত্ব]], [[দ্ৰাব্যতা]], [[বায়ুৰ চাপ]], [[বিদ্যুৎ পৰিবাহিতা]]
১) পদাৰ্থৰ ধৰ্ম যেনে ফেজ(phase), [[ঘনত্ব]], [[দ্ৰাব্যতা]], [[বায়ুৰ চাপ]], [[বিদ্যুৎ পৰিবাহিতা]]
২) ৰাসায়নিক প্ৰক্ৰিয়াৰ গতি আৰু ব্যাপ্তি
২) ৰাসায়নিক প্ৰক্ৰিয়াৰ গতি আৰু ব্যাপ্তি
৩) কোনো পদাৰ্থই কিমান পৰিমাণে তাপীয় নিৰ্গমন কৰে
৩) কোনো পদাৰ্থই কিমান পৰিমাণে তাপীয় নিৰ্গমন কৰে
৪) [[শব্দ]]ৰ [[বেগ]] হৈছে পৰম উষ্ণতাৰ বৰ্গমূলৰ [[ফলন]]।
৪) [[শব্দ]]ৰ [[বেগ]] হৈছে পৰম উষ্ণতাৰ বৰ্গমূলৰ [[ফলন]]।


[[শ্ৰেণী:ভৌতিক ৰাশি]]
[[শ্ৰেণী:ভৌতিক ৰাশি]]

15:50, 2 June 2020ৰ সংস্কৰণ

উষ্ণতা হৈছে কোনো বস্তু গৰম নে ঠাণ্ডা তাৰ এক তুলনামূলক জোখ। থাৰ্মমিটাৰৰ সহায়ত ইয়াক জোখা হয়। উষ্ণতা জোখাৰ বহুতো স্কেল আৰু একক আছে। তাৰে ভিতৰত চেলচিয়াছ(পোনপ্ৰথমে চেণ্টিগ্ৰেড হিচাপে জনা গৈছিল), ফাৰেণহাইট, আৰু বৈজ্ঞানিক কাম কাজত কেলভিন অন্যতম।

আটাইতকৈ ঠাণ্ডা উষ্ণতা হৈছে তাত্ত্বিকভাৱে পৰম শূন্যতা, য'ত অণু আৰু পৰমাণুসমূহৰ গতি একেবাৰে কম হৈ পৰে- ধ্ৰূপদীয় ভাৱে, এই অৱস্থাটো আচলতে একেবাৰে গতিশূন্য, কিন্তু কোৱাণ্টাম অনিশ্চয়তাৰ সূত্ৰানুসৰি জনা যায় যে এই অৱস্থাতো কণাসমূহৰ শূ্ন্য অৱস্থাৰ শক্তি কিছু থাকে। পৰম শূন্য উষ্ণতাক কেলভিন স্কেলত ০ কেলভিন, চেলচিয়াছ স্কেলত -২৭৩.১৫ ডিগ্ৰী চেলচিয়াছ আৰু ফাৰেনহাইট স্কেলত -৪৫৯.৬৭ ডিগ্ৰী ফাৰেণহাইট হিচাপে প্ৰকাশ কৰা হয়।

গতিবিজ্ঞানৰ সূত্ৰানুসৰি(kinetic theory) পৰম উষ্ণতা, পদাৰ্থটো গঠনকাৰী মৌলিক ক্ষুদ্ৰাতিক্ষুদ্ৰ কণাসমূহ যেনে-ইলেক্ট্ৰন, অণু, পৰমাণুৰ গতিৰ গড় গতিশক্তিৰ সমানুপাতিক।

উষ্ণতা জীৱনৰ বিভিন্ন ক্ষেত্ৰত দৰকাৰী হোৱাৰ লগতে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰ যেনে পদাৰ্থ বিজ্ঞান, ৰসায়ন, জিয়লজী, বায়লজী আদিত গুৰুত্বপূৰ্ণ।

উষ্ণতাৰ প্ৰভাৱ

পদাৰ্থৰ বহুতো প্ৰক্ৰিয়া উষ্ণতাৰ দ্বাৰা প্ৰভাৱান্বিত যেনে- ১) পদাৰ্থৰ ধৰ্ম যেনে ফেজ(phase), ঘনত্ব, দ্ৰাব্যতা, বায়ুৰ চাপ, বিদ্যুৎ পৰিবাহিতা ২) ৰাসায়নিক প্ৰক্ৰিয়াৰ গতি আৰু ব্যাপ্তি ৩) কোনো পদাৰ্থই কিমান পৰিমাণে তাপীয় নিৰ্গমন কৰে ৪) শব্দবেগ হৈছে পৰম উষ্ণতাৰ বৰ্গমূলৰ ফলন