জগজিৎ সিং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q107067 (translate me)
1 নং শাৰী: 1 নং শাৰী:
{{ infobox writer
{{infobox writer
| name = জগজিৎ সিং
| name = জগজিৎ সিং
| image = Jagjit+Singh.jpg
| image = Jagjit+Singh.jpg
| imagesize = 250px
| imagesize = 250px
| alt =
| alt =
| caption =
| caption =
| pseudonym =
| pseudonym =
| birth_name = জগমোহন
| birth_name = জগমোহন
| birth_date = ৮ ফেব্ৰুৱাৰী ১৯৪১
| birth_date = ৮ ফেব্ৰুৱাৰী ১৯৪১
| birth_place = {{flagicon|IND}} [[ৰাজস্থান]] শ্ৰীগংগা নগৰ
| birth_place = {{flagicon|IND}} [[ৰাজস্থান]] শ্ৰীগংগা নগৰ
| death_date = ১০ অক্টোবৰ ২০১১
| death_date = ১০ অক্টোবৰ ২০১১
| death_place = [[মুম্বাই]], [[ভাৰত]]
| death_place = [[মুম্বাই]], [[ভাৰত]]
| occupation = সংগীতকাৰ, গায়ক, সংগীত পৰিচালক
| occupation = সংগীতকাৰ, গায়ক, সংগীত পৰিচালক
| nationality = [[ভাৰত|ভাৰতীয়]]
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity =
| ethnicity =
| citizenship = ভাৰতীয়
| citizenship = ভাৰতীয়
| language =
| language =
| education =
| education =
| alma_mater =
| alma_mater =
| period =
| period =
| genre = [[গজল]], [[শাস্ত্ৰীয়]], [[লোক-সংগীত]]
| genre = [[গজল]], [[শাস্ত্ৰীয়]], [[লোক-সংগীত]]
| subject =
| subject =
| movement =
| movement =
| notableworks =
| notableworks =
| spouse = চিত্ৰা সিং
| spouse = চিত্ৰা সিং
| partner =
| partner =
| children =
| children =
| relatives =
| relatives =
| influences =
| influences =
| influenced =
| influenced =
| awards =
| awards =
| signature =
| signature =
| signature_alt =
| signature_alt =
| website =
| website =
}}
}}
'''জগজিৎ সিং''' [[ভাৰত]]ৰ এজন সুপ্ৰসিদ্ধ [[গজল]] গায়ক আৰু সংগীত বিশাৰদ৷ গজলৰ যাদুৰে তেওঁ দেশবাসী আৰু বিদেশৰ শ্ৰোতাকো মোহাচ্ছন্ন কৰি ৰাখিছিল৷ [[পদ্মভূষণ]] সন্মানেৰে সন্মানিত সিঙে [[হিন্দী]]ৰ উপৰি [[উৰ্দু]], [[পাঞ্জাবী]], [[গুজৰাটী]] আৰু [[নেপালী]] ভাষাটো গীত গাইছিল৷ গজল সম্ৰাট ৰূপে খ্যাত জগজিৎ সিঙক ভাৰতৰ আধুনিক গজলৰ এজন অগ্ৰদূত বুলি গণ্য কৰা হয়৷ তেওঁৰ গজলৰ ভাৱ আৰু সুৰৰ এক স্বকীয় বৈশিষ্ট্য আৰু সন্মোহিনী শক্তি আছিল৷ তেওঁ কলা আৰু সংস্কৃতিৰ ৰাজনীতিকৰণত বিৰোধিতা কৰিছিল আৰু ভাৰতৰ পৰম্পৰাগত কলা বিশেষকৈ লোককলাৰ শিল্পী তথা সংগীতজ্ঞসকলৰ হকে মাত মাতি আহিছিল৷<ref>http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-11 অক্টোবৰ ২০১১</ref>
'''জগজিৎ সিং''' [[ভাৰত]]ৰ এজন সুপ্ৰসিদ্ধ [[গজল]] গায়ক আৰু সংগীত বিশাৰদ। গজলৰ যাদুৰে তেওঁ দেশবাসী আৰু বিদেশৰ শ্ৰোতাকো মোহাচ্ছন্ন কৰি ৰাখিছিল। [[পদ্মভূষণ]] সন্মানেৰে সন্মানিত সিঙে [[হিন্দী]]ৰ উপৰি [[উৰ্দু]], [[পাঞ্জাবী]], [[গুজৰাটী]] আৰু [[নেপালী]] ভাষাটো গীত গাইছিল। গজল সম্ৰাট ৰূপে খ্যাত জগজিৎ সিঙক ভাৰতৰ আধুনিক গজলৰ এজন অগ্ৰদূত বুলি গণ্য কৰা হয়। তেওঁৰ গজলৰ ভাৱ আৰু সুৰৰ এক স্বকীয় বৈশিষ্ট্য আৰু সন্মোহিনী শক্তি আছিল। তেওঁ কলা আৰু সংস্কৃতিৰ ৰাজনীতিকৰণত বিৰোধিতা কৰিছিল আৰু ভাৰতৰ পৰম্পৰাগত কলা বিশেষকৈ লোককলাৰ শিল্পী তথা সংগীতজ্ঞসকলৰ হকে মাত মাতি আহিছিল।<ref>http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-11 অক্টোবৰ ২০১১</ref>




==জন্ম আৰু প্ৰাৰম্ভিক জীৱন==
==জন্ম আৰু প্ৰাৰম্ভিক জীৱন==
জগজিৎ সিংৰ জন্ম হয় ১৯৪১ চনৰ ৮ ফেব্ৰুৱাৰীত [[ৰাজস্থান]]ৰ শ্ৰীগংগা নগৰত৷ তেওঁৰ পিতৃ-মাতৃৰ নাম অমৰ সিং ধীমান আৰু বচন কৌৰ৷ শিখ ধৰ্মাৱলম্বী জগজিৎ সিঙক পৰিয়ালৰ লোকে জিৎ বুলি মাতিছিল৷<ref>http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref> পিতৃ-মাতৃয়ে আই এ এছ বিষয়া হোৱাটো বিচাৰিছিল যদিও সংগীতৰ প্ৰতি অন্ধ জগজিত সিঙে [[কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়]]ৰ পঢ়া আধাতে সামৰি ভাগ্যৰ সন্ধানত ১৯৬৫ চনত মুম্বাইত উপস্থিত হয়৷<ref>http://ajirdainikbatori.com/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref> জীৱন সংগ্ৰাম কৰিব লগীয়া হোৱা সময়খিনিত তেওঁ জিংগলছ (বিজ্ঞাপনৰ গীত) গাইছিল৷ নিজকে এজন গায়ক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়াৰ সময়খিনিতে জগজিতৰ গজল গায়িকা চিত্ৰাৰ লগত চিনাকী হয় আৰু পাছলৈ বিবাহপাশত আৱদ্ধ হয়৷ দুয়ো গজলৰ জৰিয়তে যথেষ্ট খ্যাতি অৰ্জন কৰে৷<ref>http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref>
জগজিৎ সিংৰ জন্ম হয় ১৯৪১ চনৰ ৮ ফেব্ৰুৱাৰীত [[ৰাজস্থান]]ৰ শ্ৰীগংগা নগৰত। তেওঁৰ পিতৃ-মাতৃৰ নাম অমৰ সিং ধীমান আৰু বচন কৌৰ। শিখ ধৰ্মাৱলম্বী জগজিৎ সিঙক পৰিয়ালৰ লোকে জিৎ বুলি মাতিছিল।<ref>http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref> পিতৃ-মাতৃয়ে আই এ এছ বিষয়া হোৱাটো বিচাৰিছিল যদিও সংগীতৰ প্ৰতি অন্ধ জগজিত সিঙে [[কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়]]ৰ পঢ়া আধাতে সামৰি ভাগ্যৰ সন্ধানত ১৯৬৫ চনত মুম্বাইত উপস্থিত হয়।<ref>http://ajirdainikbatori.com/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref> জীৱন সংগ্ৰাম কৰিব লগীয়া হোৱা সময়খিনিত তেওঁ জিংগলছ (বিজ্ঞাপনৰ গীত) গাইছিল। নিজকে এজন গায়ক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়াৰ সময়খিনিতে জগজিতৰ গজল গায়িকা চিত্ৰাৰ লগত চিনাকি হয় আৰু পাছলৈ বিবাহপাশত আৱদ্ধ হয়। দুয়ো গজলৰ জৰিয়তে যথেষ্ট খ্যাতি অৰ্জন কৰে।<ref>http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref>


==সংগীত জীৱন==
==সংগীত জীৱন==
সৰুৰে পৰাই জগজিৎ সিঙৰ গানৰ প্ৰতি আকৰ্ষণ আছিল৷ গানৰ প্ৰতি আগ্ৰহ দেখি তেওঁৰ পিতৃয়ে পণ্ডিত চগনলাল শৰ্মাৰ ওচৰত গান শিকাৰ ব্যৱস্থা কৰি দিয়ে৷ জগজিৎ সিঙে ওস্তাদ জামাল খাঁৰ ওচৰত ছবছৰকাল সংগীত শিকে, লাভ কৰে খেয়াল থুমৰী, ধ্ৰুপদত পাৰদৰ্শিতা৷ জগজিৎ সিঙে তেওঁৰ সাংগীতিক যাত্ৰা গুৰুদ্বাৰত ভক্তিগীত 'শৱদ' গাই আৰম্ভ কৰিছিল৷ জলন্ধৰ অনাতাঁৰ কেন্দ্ৰতো গায়ক হিচাপে সুযোগ লাভ কৰা জগজিৎ সিঙে মুম্বাইলৈ নেপথ্য শিল্পী হিচাপে যোগদানৰ বাবে ১৯৬১ চনত আহে যদিও সেইবাৰ তেওঁ সফল হ'ব পৰা নাছিল৷ সেয়ে ১৯৬৫ চনত পুনৰ [[মুম্বাই]]ত উপস্থিত হয়৷ সেই সময়তে তেওঁ এইচ এম ভিত দুটা গজল ৰেকৰ্ড কৰাৰ সুবিধা লাভ কৰে৷ <ref>http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref>
সৰুৰে পৰাই জগজিৎ সিঙৰ গানৰ প্ৰতি আকৰ্ষণ আছিল। গানৰ প্ৰতি আগ্ৰহ দেখি তেওঁৰ পিতৃয়ে পণ্ডিত চগনলাল শৰ্মাৰ ওচৰত গান শিকাৰ ব্যৱস্থা কৰি দিয়ে। জগজিৎ সিঙে ওস্তাদ জামাল খাঁৰ ওচৰত ছবছৰকাল সংগীত শিকে, লাভ কৰে খেয়াল থুমৰী, ধ্ৰুপদত পাৰদৰ্শিতা। জগজিৎ সিঙে তেওঁৰ সাংগীতিক যাত্ৰা গুৰুদ্বাৰত ভক্তিগীত 'শৱদ' গাই আৰম্ভ কৰিছিল। জলন্ধৰ অনাতাঁৰ কেন্দ্ৰতো গায়ক হিচাপে সুযোগ লাভ কৰা জগজিৎ সিঙে মুম্বাইলৈ নেপথ্য শিল্পী হিচাপে যোগদানৰ বাবে ১৯৬১ চনত আহে যদিও সেইবাৰ তেওঁ সফল হ'ব পৰা নাছিল। সেয়ে ১৯৬৫ চনত পুনৰ [[মুম্বাই]]ত উপস্থিত হয়। সেই সময়তে তেওঁ এইচ এম ভিত দুটা গজল ৰেকৰ্ড কৰাৰ সুবিধা লাভ কৰে।<ref>http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref>


==মৃত্যু==
==মৃত্যু==
২০১১ চনৰ ২৩ ছেপ্টেম্বৰত মগজুৰ ৰক্তক্ষৰণৰ হোৱাত মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰা হয়৷ শেষত এই ৰোগৰ বাবেই ২০১১ চনৰ ১০ অক্টোবৰত পুৱা ৮.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁ গায়িকা পত্নী চিত্ৰা সিঙক এৰি থৈ যায়৷<ref>http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref> <ref>http://ajirdainikbatori.com/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref> <ref>http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref>
২০১১ চনৰ ২৩ ছেপ্টেম্বৰত মগজুৰ ৰক্তক্ষৰণৰ হোৱাত মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰা হয়। শেষত এই ৰোগৰ বাবেই ২০১১ চনৰ ১০ অক্টোবৰত পুৱা ৮.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ গায়িকা পত্নী চিত্ৰা সিঙক এৰি থৈ যায়।<ref>http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref><ref>http://ajirdainikbatori.com/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref><ref>http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref>


==বঁটা আৰু সন্মান==
==বঁটা আৰু সন্মান==
52 নং শাৰী: 52 নং শাৰী:
<references />
<references />


[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
==বৰ্হি সংযোগ==
[[শ্ৰেণী:মৃত ব্যক্তি]]

[[শ্ৰেণী:ভাৰতীয় কণ্ঠশিল্পী‎]]
[[শ্ৰেণী:ভাৰতীয় কণ্ঠশিল্পী‎]]
[[শ্ৰেণী:পদ্মভূষণ বঁটা বিজয়ী]]

14:53, 4 June 2020ৰ সংস্কৰণ

জগজিৎ সিং
জন্ম জগমোহন
৮ ফেব্ৰুৱাৰী ১৯৪১
ভাৰত ৰাজস্থান শ্ৰীগংগা নগৰ
মৃত্যু ১০ অক্টোবৰ ২০১১
মুম্বাই, ভাৰত
পেচা সংগীতকাৰ, গায়ক, সংগীত পৰিচালক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
ধৰণ গজল, শাস্ত্ৰীয়, লোক-সংগীত
দাম্পত্যসংগী চিত্ৰা সিং

জগজিৎ সিং ভাৰতৰ এজন সুপ্ৰসিদ্ধ গজল গায়ক আৰু সংগীত বিশাৰদ। গজলৰ যাদুৰে তেওঁ দেশবাসী আৰু বিদেশৰ শ্ৰোতাকো মোহাচ্ছন্ন কৰি ৰাখিছিল। পদ্মভূষণ সন্মানেৰে সন্মানিত সিঙে হিন্দীৰ উপৰি উৰ্দু, পাঞ্জাবী, গুজৰাটী আৰু নেপালী ভাষাটো গীত গাইছিল। গজল সম্ৰাট ৰূপে খ্যাত জগজিৎ সিঙক ভাৰতৰ আধুনিক গজলৰ এজন অগ্ৰদূত বুলি গণ্য কৰা হয়। তেওঁৰ গজলৰ ভাৱ আৰু সুৰৰ এক স্বকীয় বৈশিষ্ট্য আৰু সন্মোহিনী শক্তি আছিল। তেওঁ কলা আৰু সংস্কৃতিৰ ৰাজনীতিকৰণত বিৰোধিতা কৰিছিল আৰু ভাৰতৰ পৰম্পৰাগত কলা বিশেষকৈ লোককলাৰ শিল্পী তথা সংগীতজ্ঞসকলৰ হকে মাত মাতি আহিছিল।[1]


জন্ম আৰু প্ৰাৰম্ভিক জীৱন

জগজিৎ সিংৰ জন্ম হয় ১৯৪১ চনৰ ৮ ফেব্ৰুৱাৰীত ৰাজস্থানৰ শ্ৰীগংগা নগৰত। তেওঁৰ পিতৃ-মাতৃৰ নাম অমৰ সিং ধীমান আৰু বচন কৌৰ। শিখ ধৰ্মাৱলম্বী জগজিৎ সিঙক পৰিয়ালৰ লোকে জিৎ বুলি মাতিছিল।[2] পিতৃ-মাতৃয়ে আই এ এছ বিষয়া হোৱাটো বিচাৰিছিল যদিও সংগীতৰ প্ৰতি অন্ধ জগজিত সিঙে কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পঢ়া আধাতে সামৰি ভাগ্যৰ সন্ধানত ১৯৬৫ চনত মুম্বাইত উপস্থিত হয়।[3] জীৱন সংগ্ৰাম কৰিব লগীয়া হোৱা সময়খিনিত তেওঁ জিংগলছ (বিজ্ঞাপনৰ গীত) গাইছিল। নিজকে এজন গায়ক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়াৰ সময়খিনিতে জগজিতৰ গজল গায়িকা চিত্ৰাৰ লগত চিনাকি হয় আৰু পাছলৈ বিবাহপাশত আৱদ্ধ হয়। দুয়ো গজলৰ জৰিয়তে যথেষ্ট খ্যাতি অৰ্জন কৰে।[4]

সংগীত জীৱন

সৰুৰে পৰাই জগজিৎ সিঙৰ গানৰ প্ৰতি আকৰ্ষণ আছিল। গানৰ প্ৰতি আগ্ৰহ দেখি তেওঁৰ পিতৃয়ে পণ্ডিত চগনলাল শৰ্মাৰ ওচৰত গান শিকাৰ ব্যৱস্থা কৰি দিয়ে। জগজিৎ সিঙে ওস্তাদ জামাল খাঁৰ ওচৰত ছবছৰকাল সংগীত শিকে, লাভ কৰে খেয়াল থুমৰী, ধ্ৰুপদত পাৰদৰ্শিতা। জগজিৎ সিঙে তেওঁৰ সাংগীতিক যাত্ৰা গুৰুদ্বাৰত ভক্তিগীত 'শৱদ' গাই আৰম্ভ কৰিছিল। জলন্ধৰ অনাতাঁৰ কেন্দ্ৰতো গায়ক হিচাপে সুযোগ লাভ কৰা জগজিৎ সিঙে মুম্বাইলৈ নেপথ্য শিল্পী হিচাপে যোগদানৰ বাবে ১৯৬১ চনত আহে যদিও সেইবাৰ তেওঁ সফল হ'ব পৰা নাছিল। সেয়ে ১৯৬৫ চনত পুনৰ মুম্বাইত উপস্থিত হয়। সেই সময়তে তেওঁ এইচ এম ভিত দুটা গজল ৰেকৰ্ড কৰাৰ সুবিধা লাভ কৰে।[5]

মৃত্যু

২০১১ চনৰ ২৩ ছেপ্টেম্বৰত মগজুৰ ৰক্তক্ষৰণৰ হোৱাত মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰা হয়। শেষত এই ৰোগৰ বাবেই ২০১১ চনৰ ১০ অক্টোবৰত পুৱা ৮.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ গায়িকা পত্নী চিত্ৰা সিঙক এৰি থৈ যায়।[6][7][8]

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-11 অক্টোবৰ ২০১১
  2. http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  3. http://ajirdainikbatori.com/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  4. http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  5. http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  6. http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  7. http://ajirdainikbatori.com/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১
  8. http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১