সিন্ধু নদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
120 নং শাৰী: 120 নং শাৰী:
[[File:River Sindh.jpg|280px|thumb]]
[[File:River Sindh.jpg|280px|thumb]]


'''সিন্ধু নদী''' ('''Indus River'''/'''Sindhu River /''' '''Abasin ({{lang-ps|اباسين}}))''' এছিয়াৰ দীৰ্ঘতম নদীসমূহৰ ভিতৰত অন্যতম ৷ এই নদী পাকিস্তান, ভাৰতৰ জম্মু আৰু কাশ্মীৰ আৰু পশ্চিম তীব্বতৰ মাজেৰে বৈ গৈছে ৷ সিন্ধু নদী মানস সৰোবৰৰৰ কাষৰ তীব্বত মালভূমি (Tibetan Plateau) ৰ পৰা উৎপন্ন হৈ লাডাখৰ মাজেৰে বৈ গৈ পাকিস্তান হৈ কৰাচীৰ ওচৰত আৰ’বিয়ান সাগৰত মিলিত হৈছেগৈ ৷ এই নদীৰ মুঠ দৈৰ্ঘ্য {{convert|3,180|km|mi|abbr=on}} ইণ্ডাছ নদী পাকিস্তানৰ দীৰ্ঘতম নদী৷<ref>{{cite journal
'''সিন্ধু নদী''' ('''Indus River'''/'''Sindhu River /''' '''Abasin ({{lang-ps|اباسين}}))''' এছিয়াৰ দীৰ্ঘতম নদীসমূহৰ ভিতৰত অন্যতম। এই নদী পাকিস্তান, ভাৰতৰ জম্মু আৰু কাশ্মীৰ আৰু পশ্চিম তীব্বতৰ মাজেৰে বৈ গৈছে। সিন্ধু নদী মানস সৰোবৰৰৰ কাষৰ তীব্বত মালভূমি (Tibetan Plateau) ৰ পৰা উৎপন্ন হৈ লাডাখৰ মাজেৰে বৈ গৈ পাকিস্তান হৈ কৰাচীৰ ওচৰত আৰ’বিয়ান সাগৰত মিলিত হৈছেগৈ। এই নদীৰ মুঠ দৈৰ্ঘ্য {{convert|3,180|km|mi|abbr=on}} ইণ্ডাছ নদী পাকিস্তানৰ দীৰ্ঘতম নদী।<ref>{{cite journal
| last = Zeitler
| last = Zeitler
| first = Peter K.
| first = Peter K.
| coauthors = Koons, Peter O.; Bishop, Michael P.; Chamberlain, C. Page; Craw, David; Edwards, Michael A.; Hamidullah, Syed; Jam, Qasim M.; Kahn, M. Asif; Khattak, M. Umar Khan; Kidd, William S. F.; Mackie, Randall L.; Meltzer, Anne S.; Park, Stephen K.; Pecher, Arnaud; Poage, Michael A.; Sarker, Golam; Schneider, David A.; Seeber, Leonardo; and Shroder, John F.
| coauthors = Koons, Peter O.; Bishop, Michael P.; Chamberlain, C. Page; Craw, David; Edwards, Michael A.; Hamidullah, Syed; Jam, Qasim M.; Kahn, M. Asif; Khattak, M. Umar Khan; Kidd, William S. F.; Mackie, Randall L.; Meltzer, Anne S.; Park, Stephen K.; Pecher, Arnaud; Poage, Michael A.; Sarker, Golam; Schneider, David A.; Seeber, Leonardo; and Shroder, John F.
|date=October 2001
|date=October 2001
| title = Crustal reworking at Nanga Parbat, Pakistan: Metamorphic consequences of thermal-mechanical coupling facilitated by erosion
| title = Crustal reworking at Nanga Parbat, Pakistan: Metamorphic consequences of thermal-mechanical coupling facilitated by erosion
| journal = Tectonics
| journal = Tectonics
| volume = 20
| volume = 20
| issue = 5
| issue = 5
| pages = 712–728
| pages = 712–728
| doi = 10.1029/2000TC001243
| doi = 10.1029/2000TC001243
}}</ref>
}}</ref>


এই নদীৰ মুঠ অপবাহৰ কালি ( drainage area) {{convert|1,165,000|km2|sqmi|abbr=on}} ৰো অধিক ৷ ইয়াৰ বাৰ্ষিক প্ৰবাহ (annual flow) প্ৰায় {{convert|207|km3|abbr=on}} যাৰ ফলত বাৰ্ষিক প্ৰবাহৰ ক্ষেত্ৰত এই নদীয়ে বিশ্বৰ ভিতৰতে একবিংশতিতম স্থান লাভ কৰিছে ৷
এই নদীৰ মুঠ অপবাহৰ কালি ( drainage area) {{convert|1,165,000|km2|sqmi|abbr=on}} ৰো অধিক। ইয়াৰ বাৰ্ষিক প্ৰবাহ (annual flow) প্ৰায় {{convert|207|km3|abbr=on}} যাৰ ফলত বাৰ্ষিক প্ৰবাহৰ ক্ষেত্ৰত এই নদীয়ে বিশ্বৰ ভিতৰতে একবিংশতিতম স্থান লাভ কৰিছে।


এই নদীৰ লাডাখত থকা উপনৈখন হৈছে Zanskar ৷ সমতলত থকা আন এখন উপনৈ হৈছে Chenab যাৰ নিজৰে চাৰিখন উপনৈ আছে- Jhelum, Ravi, Beas আৰু Sutlej৷<ref>{{cite journal
এই নদীৰ লাডাখত থকা উপনৈখন হৈছে Zanskar। সমতলত থকা আন এখন উপনৈ হৈছে Chenab যাৰ নিজৰে চাৰিখন উপনৈ আছে- Jhelum, Ravi, Beas আৰু Sutlej।<ref>{{cite journal
| last = Clift
| last = Clift
| first = Peter D.
| first = Peter D.
|author2=Shimizu, N. |author3=Layne, G.D. |author4=Blusztajn, J.S. |author5=Gaedicke, C. |author6=Schlüter, H.-U. |author7=Clark, M.K. |author8= Amjad, S.
|author2=Shimizu, N. |author3=Layne, G.D. |author4=Blusztajn, J.S. |author5=Gaedicke, C. |author6=Schlüter, H.-U. |author7=Clark, M.K. |author8= Amjad, S.
|date=August 2001
|date=August 2001
| title = Development of the Indus Fan and its significance for the erosional history of the Western Himalaya and Karakoram
| title = Development of the Indus Fan and its significance for the erosional history of the Western Himalaya and Karakoram
| journal = GSA Bulletin
| journal = GSA Bulletin
| volume = 113
| volume = 113
| issue = 8
| issue = 8
| pages = 1039–1051
| pages = 1039–1051
| doi = 10.1130/0016-7606(2001)113<1039:DOTIFA>2.0.CO;2
| doi = 10.1130/0016-7606(2001)113<1039:DOTIFA>2.0.CO;2
}}</ref>
}}</ref>


সিন্ধু নদীয়ে বৈদিক ঋকবেদত ’সপ্ত সিন্ধু’ বুলি উল্লেখ কৰা বৰ্তমানৰ পাকিস্তানৰ বৰ্তমানৰ ব-দ্বীপ গঠন কৰিছে। এই নদীয়ে প্ৰাচীন কালৰে ৰা নানা আশ্চৰ্য্যৰে পৰিব্ৰাজক আৰু ইতিহাসবিদসকলক আকৰ্ষিত কৰি আহিছে৷<ref>{{cite journal
সিন্ধু নদীয়ে বৈদিক ঋকবেদত ’সপ্ত সিন্ধু’ বুলি উল্লেখ কৰা বৰ্তমানৰ পাকিস্তানৰ বৰ্তমানৰ ব-দ্বীপ গঠন কৰিছে। এই নদীয়ে প্ৰাচীন কালৰে ৰা নানা আশ্চৰ্য্যৰে পৰিব্ৰাজক আৰু ইতিহাসবিদসকলক আকৰ্ষিত কৰি আহিছে।<ref>{{cite journal
| last = Clift
| last = Clift
| first = Peter D.
| first = Peter D.
|author2=Blusztajn, Jerzy
|author2=Blusztajn, Jerzy
| date = 15 December 2005 | title = Reorganization of the western Himalayan river system after five million years ago
| date = 15 December 2005 | title = Reorganization of the western Himalayan river system after five million years ago
| journal = Nature
| journal = Nature
| volume = 438
| volume = 438
| pages = 1001–1003
| pages = 1001–1003
| doi = 10.1038/nature04379
| doi = 10.1038/nature04379
| pmid = 16355221
| pmid = 16355221
| issue = 7070
| issue = 7070
}}</ref>
}}</ref>


189 নং শাৰী: 189 নং শাৰী:
{{Div col end}}
{{Div col end}}


==তথ্যসূত্ৰ==
==তথ্যসুত্ৰ==
{{Reflist|2}}
{{Reflist|2}}



04:17, 11 June 2020ৰ সংস্কৰণ

সিন্ধু নদী (Indus River) (উৰ্দু: دريائے سِندھ (Darya-e Sindh)
পঞ্জাবী: ਸਿੰਧ ਦਰਿਆ (Sindh Darya)
সিন্ধী: سنڌو درياءَ (Sindhu Darya)
পশতু: اباسين‎ (Abasin)
সাঁচ:Lang-Av (Harauhuati)
সংস্কৃত: Sanskrit (Sindhu/سندھو)
)
পাকিস্তান আৰু চীনত সিন্ধু নদীৰ কৃত্ৰিম উপগ্ৰহীয় ছবি
দেশ পাকিস্তান (৯৩%)
ভাৰত (৫%)
চীন (২%)
উপনৈ
 - বাঁওদিশত Zanskar River, Chenab River, Sutlej River, Soan River, Beas River, Ravi River, Dras River, Suru River (Indus), Jhelum River, Kishanganga River
 - সোঁদিশত Shyok River, Gilgit River, Kabul River, Kurram River, Gomal River
চহৰসমূহ Leh, Sukkur, Hyderabad, Dera Ismail Khan
Primary source Sênggê Zangbo
 - অৱস্থান Tibetan Plateau
Secondary source Gar
 - location Tibetan Plateau
মোহনা Arabian Sea (primary), Nal Sarovar Bird Sanctuary (secondary)
 - অৱস্থান Indus River Delta (primary), Central Gujarat (secondary), Pakistan (primary), India (secondary)
 - উচ্চতা ০ মি (০ ফুট)
 - স্থানাঙ্ক 23°59′40″N 67°25′51″E / 23.99444°N 67.43083°E / 23.99444; 67.43083
দৈৰ্ঘ্য ২,৮৮০ কিমি (১,৭৯০ মাইল)
অৱবাহিকা ১১,৬৫,০০০ বৰ্গকিমি (৪,৪৯,৮০৯ বৰ্গমাইল)
প্ৰবাহ for Arabian sea
 - গড় ৬,৬০০ ঘনমিটাৰ/ছেকেণ্ড (২,৩৩,০৭৭ ঘনফুট/ছেকেণ্ড)
Map of the Indus River basin

সিন্ধু নদী (Indus River/Sindhu River / Abasin (পশতু: اباسين‎)) এছিয়াৰ দীৰ্ঘতম নদীসমূহৰ ভিতৰত অন্যতম। এই নদী পাকিস্তান, ভাৰতৰ জম্মু আৰু কাশ্মীৰ আৰু পশ্চিম তীব্বতৰ মাজেৰে বৈ গৈছে। সিন্ধু নদী মানস সৰোবৰৰৰ কাষৰ তীব্বত মালভূমি (Tibetan Plateau) ৰ পৰা উৎপন্ন হৈ লাডাখৰ মাজেৰে বৈ গৈ পাকিস্তান হৈ কৰাচীৰ ওচৰত আৰ’বিয়ান সাগৰত মিলিত হৈছেগৈ। এই নদীৰ মুঠ দৈৰ্ঘ্য 3,180 km (1,980 মাইল)। ইণ্ডাছ নদী পাকিস্তানৰ দীৰ্ঘতম নদী।[1]

এই নদীৰ মুঠ অপবাহৰ কালি ( drainage area) 11,65,000 বৰ্গ কি.মি. (4,50,000 বৰ্গ মাইল) ৰো অধিক। ইয়াৰ বাৰ্ষিক প্ৰবাহ (annual flow) প্ৰায় সাঁচ:Convert/km3 যাৰ ফলত বাৰ্ষিক প্ৰবাহৰ ক্ষেত্ৰত এই নদীয়ে বিশ্বৰ ভিতৰতে একবিংশতিতম স্থান লাভ কৰিছে।

এই নদীৰ লাডাখত থকা উপনৈখন হৈছে Zanskar। সমতলত থকা আন এখন উপনৈ হৈছে Chenab যাৰ নিজৰে চাৰিখন উপনৈ আছে- Jhelum, Ravi, Beas আৰু Sutlej।[2]

সিন্ধু নদীয়ে বৈদিক ঋকবেদত ’সপ্ত সিন্ধু’ বুলি উল্লেখ কৰা বৰ্তমানৰ পাকিস্তানৰ বৰ্তমানৰ ব-দ্বীপ গঠন কৰিছে। এই নদীয়ে প্ৰাচীন কালৰে ৰা নানা আশ্চৰ্য্যৰে পৰিব্ৰাজক আৰু ইতিহাসবিদসকলক আকৰ্ষিত কৰি আহিছে।[3]


The Indus River near Leh, Ladakh, India

উপনৈসমূহ

  • Astor River
  • Balram River
  • Beas River
  • Chenab River
  • Dras River
  • Gar River
  • Ghizar River
  • Gilgit River
  • Gomal River
  • Hunza River
  • Jhelum River
  • Kabul River
  • Kurram River
  • Nagar River
  • Panjnad River
  • Ravi River
  • Satluj River
  • Shigar River
  • Shyok River
  • Soan River
  • Tanubal River
  • Zanskar River

তথ্যসূত্ৰ

  1. Zeitler, Peter K.; Koons, Peter O.; Bishop, Michael P.; Chamberlain, C. Page; Craw, David; Edwards, Michael A.; Hamidullah, Syed; Jam, Qasim M.; Kahn, M. Asif; Khattak, M. Umar Khan; Kidd, William S. F.; Mackie, Randall L.; Meltzer, Anne S.; Park, Stephen K.; Pecher, Arnaud; Poage, Michael A.; Sarker, Golam; Schneider, David A.; Seeber, Leonardo; and Shroder, John F. (October 2001). "Crustal reworking at Nanga Parbat, Pakistan: Metamorphic consequences of thermal-mechanical coupling facilitated by erosion". Tectonics খণ্ড 20 (5): 712–728. doi:10.1029/2000TC001243. 
  2. Clift, Peter D.; Shimizu, N.; Layne, G.D.; Blusztajn, J.S.; Gaedicke, C.; Schlüter, H.-U.; Clark, M.K.; Amjad, S. (August 2001). "Development of the Indus Fan and its significance for the erosional history of the Western Himalaya and Karakoram". GSA Bulletin খণ্ড 113 (8): 1039–1051. doi:10.1130/0016-7606(2001)113<1039:DOTIFA>2.0.CO;2. 
  3. Clift, Peter D.; Blusztajn, Jerzy (15 December 2005). "Reorganization of the western Himalayan river system after five million years ago". Nature খণ্ড 438 (7070): 1001–1003. doi:10.1038/nature04379. PMID 16355221. 

লগতে চাওক

  • Albinia, Alice. (2008) Empires of the Indus: The Story of a River. First American Edition (20101) W. W. Norton & Company, New York. ISBN 978-0-393-33860-7.
  • Public Domain This article incorporates text from a publication now in the public domainChisholm, Hugh, ed. (1911). Encyclopædia Britannica (11th ed.). Cambridge University Press. 
  • World Atlas, Millennium Edition, pg 265
  • Jean Fairley, "The Lion River", Karachi, 1978

বাহ্যিক সংযোগ