সাঁথৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
6 নং শাৰী: 6 নং শাৰী:


==কেইটামান অসমীয়া সাঁথৰ==
==কেইটামান অসমীয়া সাঁথৰ==
১. চুই চা চুই চা, চুই দিলে পইছা (কেৰেলুৱা)
# চুই চা চুই চা, চুই দিলে পইছা (কেৰেলুৱা)
২. ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ (আমৰলি পৰুৱা)
# ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ (আমৰলি পৰুৱা)
২.
৩. টিঁ টিঁ কৈ টিঞা, ককালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় (বৰল)
৩. টিঁ টিঁ কৈ টিঞা, ককালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় (বৰল)

12:53, 16 August 2011ৰ সংস্কৰণ


সাঁথৰ - Assamese Riddle

সাঁথৰ হৈছে মানুহৰ খেয়ালি মনৰ পৰিচায়ক ৷ কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটিয়াভাৱে নিবিচাৰি ইয়াত আওপকিয়াকৈ উত্তৰ বিচৰা মানুহজনক প্ৰশ্ন কৰা হয় ৷ সাধাৰণতে প্ৰশ্নটোৰ মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেহে বিচাৰি পোৱা যায় ৷ সাঁথৰসমূহ মানুহৰ মুখেমুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে শিশুৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয় ৷ ইয়াক ইংৰাজী ভাষাৰ Riddle -অৰ লগত তুলনা কৰিব পাৰি।

কেইটামান অসমীয়া সাঁথৰ

  1. চুই চা চুই চা, চুই দিলে পইছা (কেৰেলুৱা)
  2. ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ (আমৰলি পৰুৱা)

২. ৩. টিঁ টিঁ কৈ টিঞা, ককালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় (বৰল)