ভাৰত চৰকাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
→‎ভাৰত চৰকাৰ: ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
→‎ভাৰত চৰকাৰ: ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
2 নং শাৰী: 2 নং শাৰী:
'''ভাৰত চৰকাৰ'''ক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰণকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মুখ্য আসন বুলি [[দিল্লী|দিল্লীক]] বুজায়, যিহেতু চৰকাৰৰ মুখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়।

[[ভাৰত]] দেশৰনাগৰিকসকলৰ লগত সম্পৰ্কীত বুনিয়াদী দেৱানী আৰু ফৌজদাৰী আইন, যেনে নাগৰিক প্ৰক্ৰিয়া সংহিতা, ভাৰতীয় দণ্ড সংহিতা, অপৰাধ প্ৰক্ৰিয়া সংহিতা, আদি সংসদৰ দ্বাৰা নিৰ্মাণ হয়। সংঘ আৰু প্ৰতিখন ৰাজ্যৰে চৰকাৰক তিনি অংশ, [[কাৰ্যপালিকা]], [[ব্যৱস্থাপিকা|বিধায়িকা]] আৰু [[ন্যায়পালিকা]]ৰ অন্তৰ্গত কাম কৰে।
[[ভাৰত]] দেশৰ নাগৰিকসকলৰ লগত সম্পৰ্কীত বুনিয়াদী দেৱানী আৰু ফৌজদাৰী আইন, যেনে নাগৰিক প্ৰক্ৰিয়া সংহিতা, ভাৰতীয় দণ্ড সংহিতা, অপৰাধ প্ৰক্ৰিয়া সংহিতা, আদি সংসদৰ দ্বাৰা নিৰ্মাণ হয়। সংঘ আৰু প্ৰতিখন ৰাজ্যৰে চৰকাৰক তিনি অংশ, [[কাৰ্যপালিকা]], [[ব্যৱস্থাপিকা|বিধায়িকা]] আৰু [[ন্যায়পালিকা]]ৰ অন্তৰ্গত কাম কৰে।

{{Indian-gov-stub}}
{{Indian-gov-stub}}

19:08, 12 September 2020ৰ সংস্কৰণ

ভাৰত চৰকাৰক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰণকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মুখ্য আসন বুলি দিল্লীক বুজায়, যিহেতু চৰকাৰৰ মুখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়।

ভাৰত দেশৰ নাগৰিকসকলৰ লগত সম্পৰ্কীত বুনিয়াদী দেৱানী আৰু ফৌজদাৰী আইন, যেনে নাগৰিক প্ৰক্ৰিয়া সংহিতা, ভাৰতীয় দণ্ড সংহিতা, অপৰাধ প্ৰক্ৰিয়া সংহিতা, আদি সংসদৰ দ্বাৰা নিৰ্মাণ হয়। সংঘ আৰু প্ৰতিখন ৰাজ্যৰে চৰকাৰক তিনি অংশ, কাৰ্যপালিকা, বিধায়িকা আৰু ন্যায়পালিকাৰ অন্তৰ্গত কাম কৰে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ