ভগৎ সিং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
9 নং শাৰী: 9 নং শাৰী:
| death_place = [[লাহোৰ]], [[পঞ্জাব অঞ্চল|পঞ্জাব]], [[ব্ৰিটিছ ভাৰত]]
| death_place = [[লাহোৰ]], [[পঞ্জাব অঞ্চল|পঞ্জাব]], [[ব্ৰিটিছ ভাৰত]]
| movement = [[ভাৰতৰ স্বাধীনতা আন্দোলন]]
| movement = [[ভাৰতৰ স্বাধীনতা আন্দোলন]]
| religion=[[শিখ ধৰ্ম]] (প্ৰাৰম্ভিক জীৱন), [[নাস্তিকতা]]<ref name="Atheism">[http://www.marxists.org/archive/bhagat-singh/1930/10/05.htm Why I am an Atheist (Esay)] - Bhagat Singh, October 5–6, 1930</ref> (পৰবৰ্তী জীবন)
| religion=[[শিখ ধৰ্ম]] (প্ৰাৰম্ভিক জীৱন), [[নাস্তিকতা]]<ref name="Atheism">[http://www.marxists.org/archive/bhagat-singh/1930/10/05.htm Why I am an Atheist (Esay)] - Bhagat Singh, October 5–6, 1930</ref> (পৰৱৰ্তী জীৱন)
| organization = [[নজোৱান ভাৰত সভা]], [[কীৰ্তি কিছান পাৰ্টি]] আৰু [[হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন]]
| organization = [[নজোৱান ভাৰত সভা]], [[কীৰ্তি কিছান পাৰ্টি]] আৰু [[হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন]]
}}
}}
'''ভগৎ সিং''' ({{Lang-pa|ਭਗਤ ਸਿੰਘ}}, {{nq|بھگت سنگھ}}; {{Birth date|1907|9|27|df=yes}}<ref>{{cite web| title = He left a rich legacy for the youth | publisher = The Tribune | author = | date = 19 March 2006 | url = http://www.tribuneindia.com/2006/20060319/society.htm#2| সংগ্ৰহেৰ-date = 1 January 2008 }}</ref> &ndash; {{death date|df=yes|1931|3|23}}) আছিল [[ভাৰতীয় উপমহাদেশ|ভাৰতীয় উপমহাদেশৰ]] [[ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলন|ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ]] এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেঁও আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেঁওক ''ছহিদ-ঈ আজম ভগৎ সিং'' নামে অভিহিত কৰা হয়।
'''ভগৎ সিং''' ({{Lang-pa|ਭਗਤ ਸਿੰਘ}}, {{nq|بھگت سنگھ}}; {{Birth date|1907|9|27|df=yes}}<ref>{{cite web| title = He left a rich legacy for the youth | publisher = The Tribune | author = | date = 19 March 2006 | url = http://www.tribuneindia.com/2006/20060319/society.htm#2| সংগ্ৰহেৰ-date = 1 January 2008 }}</ref> &ndash; {{death date|df=yes|1931|3|23}}) আছিল [[ভাৰতীয় উপমহাদেশ|ভাৰতীয় উপমহাদেশৰ]] [[ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলন|ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ]] এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেওঁ আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেওঁক ''ছহিদ-ঈ আজম ভগৎ সিং'' নামে অভিহিত কৰা হয়।


ভগৎ সিঙৰ জন্ম হৈছিল [[জাট জাতি|জাট]] নামৰ এক শিখ পৰিয়ালত। তেঁওৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী বিপ্লবী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰতেই ভগৎ সিঙে ইউৰোপীয় বিপ্লবী আন্দোলনৰ ইতিহাস সম্পৰ্কে পঢ়া−শুণা কৰিছিল আৰু [[নৈৰাজ্যবাদ]] আৰু [[সাম্যবাদ]]ৰ প্ৰতি আকৃষ্ট হৈছিল।<ref name="RD">{{cite journal |last=Rao |first=Niraja |বছৰ=1997 |title=Bhagat Singh and the Revolutionary Movement |journal=Revolutionary Democracy |খণ্ড=3 |সংখ্যা নং=1 |pages= |url=http://www.revolutionarydemocracy.org/rdv3n1/bsingh.htm}}</ref> ইয়াৰোপৰি তেঁও একাধিক বিপ্লবী সংগঠনৰ লগত যুক্ত হৈ পৰিছিল। [[হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন|হিন্দুস্তান ৰিপাব্লিকান এছচিয়েচন]]ৰ (এইচআৰএ) সৈতে যুক্ত হৈ মেধা, জ্ঞান আৰু নেতৃত্বদানৰ ক্ষমতাৰ বাবে তেঁও অচিৰেই এই সংগঠনৰ নেতাত পৰিণত হয় আৰু সংগঠনটোৰ ব্যাপক পৰিবৰ্তন সাধন কৰে। আনকি ইয়াৰ নামো [[হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন]]লৈ (এইচএছআৰএ) ৰূপান্তৰিত কৰে। তেঁও আৰু তেঁওৰ সংগঠনক নৈৰাজ্যবাদী আখ্যা দিয়া হৈছিল কিন্তু তেঁও ক্ষুৰধাৰ যুক্তিৰে তাক খন্ডন কৰিছিল। জেলত ভাৰতীয় আৰু ব্ৰিটিছ বন্দীসকলৰ সম অধিকাৰৰ দাবিত তেঁও ৬৪ দিন অনশন কৰি সমৰ্থন আদায় কৰিছিল। প্ৰবীণ স্বাধীনতা সংগ্ৰামী [[লালা লাজপত ৰায়]]ৰ হত্যাৰ প্ৰতিশোধত এজন ব্ৰিটিছ পুলিচ বিষয়াক তেখেতে হত্যা কৰে। বিচাৰত তেঁওক ফাঁচি দিয়া হয়। তেঁওৰ আদৰ্শই ভাৰতীয় যুৱসমাজকেই স্বাধীনতা সংগ্ৰামৰ প্ৰতি উদ্বুদ্ধ কৰাৰ ওপৰিও ভাৰতত সমাজতন্ত্ৰৰ উত্থানতো প্ৰভূত সহায় কৰিছিল।<ref name="whatif">{{cite web| title = What if Bhagat Singh had lived | publisher = [[The Tribune]] | author = Reeta Sharma| date = 21 March 2001 | url = http://www.tribuneindia.com/2001/20010321/edit.htm#6| acces-date = 1 January 2008 }}</ref>
ভগৎ সিঙৰ জন্ম হৈছিল [[জাট জাতি|জাট]] নামৰ এক শিখ পৰিয়ালত। তেওঁৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী বিপ্লবী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰতেই ভগৎ সিঙে ইউৰোপীয় বিপ্লবী আন্দোলনৰ ইতিহাস সম্পৰ্কে পঢ়া−শুনা কৰিছিল আৰু [[নৈৰাজ্যবাদ]] আৰু [[সাম্যবাদ]]ৰ প্ৰতি আকৃষ্ট হৈছিল।<ref name="RD">{{cite journal |last=Rao |first=Niraja |বছৰ=1997 |title=Bhagat Singh and the Revolutionary Movement |journal=Revolutionary Democracy |খণ্ড=3 |সংখ্যা নং=1 |pages= |url=http://www.revolutionarydemocracy.org/rdv3n1/bsingh.htm}}</ref> ইয়াৰোপৰি তেওঁ একাধিক বিপ্লবী সংগঠনৰ লগত যুক্ত হৈ পৰিছিল। [[হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন|হিন্দুস্তান ৰিপাব্লিকান এছচিয়েচন]]ৰ (এইচআৰএ) সৈতে যুক্ত হৈ মেধা, জ্ঞান আৰু নেতৃত্বদানৰ ক্ষমতাৰ বাবে তেওঁ অচিৰেই এই সংগঠনৰ নেতাত পৰিণত হয় আৰু সংগঠনটোৰ ব্যাপক পৰিবৰ্তন সাধন কৰে। আনকি ইয়াৰ নামো [[হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন]]লৈ (এইচএছআৰএ) ৰূপান্তৰিত কৰে। তেওঁ আৰু তেওঁৰ সংগঠনক নৈৰাজ্যবাদী আখ্যা দিয়া হৈছিল কিন্তু তেওঁ ক্ষুৰধাৰ যুক্তিৰে তাক খণ্ডন কৰিছিল। জে'লত ভাৰতীয় আৰু ব্ৰিটিছ বন্দীসকলৰ সম অধিকাৰৰ দাবীত তেওঁ ৬৪ দিন অনশন কৰি সমৰ্থন আদায় কৰিছিল। প্ৰবীণ স্বাধীনতা সংগ্ৰামী [[লালা লাজপত ৰায়]]ৰ হত্যাৰ প্ৰতিশোধত এজন ব্ৰিটিছ পুলিচ বিষয়াক তেখেতে হত্যা কৰে। বিচাৰত তেওঁক ফাঁচী দিয়া হয়। তেওঁৰ আদৰ্শই ভাৰতীয় যুৱসমাজকেই স্বাধীনতা সংগ্ৰামৰ প্ৰতি উদ্বুদ্ধ কৰাৰ উপৰিও ভাৰতত সমাজতন্ত্ৰৰ উত্থানতো প্ৰভূত সহায় কৰিছিল।<ref name="whatif">{{cite web| title = What if Bhagat Singh had lived | publisher = [[The Tribune]] | author = Reeta Sharma| date = 21 March 2001 | url = http://www.tribuneindia.com/2001/20010321/edit.htm#6| acces-date = 1 January 2008 }}</ref>


== প্ৰাৰম্ভিক জীৱন ==
== প্ৰাৰম্ভিক জীৱন ==

16:52, 25 September 2020ৰ সংস্কৰণ

ভগৎ সিং

২১ বছৰ বয়সত ভগৎ সিং
জন্ম ২৭ ছেপ্টেম্বৰ, ১৯০৭
লায়ালপুৰ, পঞ্জাব, ব্ৰিটিছ ভাৰত
মৃত্যু ২৩ মাৰ্চ, ১৯৩১ (২৩ বছৰ)
লাহোৰ, পঞ্জাব, ব্ৰিটিছ ভাৰত
সংস্থা নজোৱান ভাৰত সভা, কীৰ্তি কিছান পাৰ্টি আৰু হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন
ধৰ্ম শিখ ধৰ্ম (প্ৰাৰম্ভিক জীৱন), নাস্তিকতা[1] (পৰৱৰ্তী জীৱন)

ভগৎ সিং (পঞ্জাবী: ਭਗਤ ਸਿੰਘ, بھگت سنگھ; ২৭ ছেপ্টেম্বৰ, ১৯০৭[2]২৩ মাৰ্চ, ১৯৩১) আছিল ভাৰতীয় উপমহাদেশৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেওঁ আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেওঁক ছহিদ-ঈ আজম ভগৎ সিং নামে অভিহিত কৰা হয়।

ভগৎ সিঙৰ জন্ম হৈছিল জাট নামৰ এক শিখ পৰিয়ালত। তেওঁৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী বিপ্লবী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰতেই ভগৎ সিঙে ইউৰোপীয় বিপ্লবী আন্দোলনৰ ইতিহাস সম্পৰ্কে পঢ়া−শুনা কৰিছিল আৰু নৈৰাজ্যবাদ আৰু সাম্যবাদৰ প্ৰতি আকৃষ্ট হৈছিল।[3] ইয়াৰোপৰি তেওঁ একাধিক বিপ্লবী সংগঠনৰ লগত যুক্ত হৈ পৰিছিল। হিন্দুস্তান ৰিপাব্লিকান এছচিয়েচনৰ (এইচআৰএ) সৈতে যুক্ত হৈ মেধা, জ্ঞান আৰু নেতৃত্বদানৰ ক্ষমতাৰ বাবে তেওঁ অচিৰেই এই সংগঠনৰ নেতাত পৰিণত হয় আৰু সংগঠনটোৰ ব্যাপক পৰিবৰ্তন সাধন কৰে। আনকি ইয়াৰ নামো হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচনলৈ (এইচএছআৰএ) ৰূপান্তৰিত কৰে। তেওঁ আৰু তেওঁৰ সংগঠনক নৈৰাজ্যবাদী আখ্যা দিয়া হৈছিল কিন্তু তেওঁ ক্ষুৰধাৰ যুক্তিৰে তাক খণ্ডন কৰিছিল। জে'লত ভাৰতীয় আৰু ব্ৰিটিছ বন্দীসকলৰ সম অধিকাৰৰ দাবীত তেওঁ ৬৪ দিন অনশন কৰি সমৰ্থন আদায় কৰিছিল। প্ৰবীণ স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ হত্যাৰ প্ৰতিশোধত এজন ব্ৰিটিছ পুলিচ বিষয়াক তেখেতে হত্যা কৰে। বিচাৰত তেওঁক ফাঁচী দিয়া হয়। তেওঁৰ আদৰ্শই ভাৰতীয় যুৱসমাজকেই স্বাধীনতা সংগ্ৰামৰ প্ৰতি উদ্বুদ্ধ কৰাৰ উপৰিও ভাৰতত সমাজতন্ত্ৰৰ উত্থানতো প্ৰভূত সহায় কৰিছিল।[4]

প্ৰাৰম্ভিক জীৱন

ভগৎ সিঙৰ জন্ম পঞ্জাবৰ লায়ালপুৰ জিলাৰ বাঙ্গাৰ নিকটস্থ খাতকৰ কালান গাঁওৰ এক সান্ধু জাট পৰিয়ালত হৈছিল।[3] পিতাৰ নাম চৰ্দাৰ কিছান সিং সান্ধু আৰু মাকৰ নাম বিদ্যাৱতী আছিল।[5] ভগৎৰ নামৰ অৰ্থ "ভক্ত"। তেঁও যি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সেয়া আছিল এক দেশপ্ৰেমীক শিখ পৰিয়াল। এই পৰিয়ালৰ কোনো কোনো সদস্য ভাৰতৰ বিভিন্ন স্বাধীনতা আন্দোলনৰ সতে জড়িত আছিল। অতীতত এই পৰিয়ালৰ কোনো কোনো সদস্য মহাৰাজ ৰঞ্জিত সিঙৰ সেনাবাহিনীত কাম কৰিছিল।[6] ভগৎৰ ঠাকুৰদাদা অৰ্জুন সিং দয়ানন্দ সৰস্বতীৰ হিন্দু সমাজ সংস্কাৰ আন্দোলন আৰ্যসমাজৰ সৈতে জড়িত আছিল।[7] ভগৎৰ ওপৰতো এই সংগঠনৰ গভীৰ প্ৰভাব পৰিলক্ষিত হৈছিল। ভগৎৰ পিতা আৰু দুই ককা অজিত সিং আৰু স্বৰণ সিং কৰ্তাৰ সিং চৰভ গ্ৰেউৱাল আৰু হৰদয়াল নেতৃত্বাধীন গদৰ পাৰ্টিৰ সৈতে যুক্ত আছিল। অজিত সিঙৰ নামত এই ঘটনা দাখিল কৰা বাবে তেঁও পাৰস্যলৈ পলাই যাবলৈ বাধ্য হৈছিল। আনহাতে ১৯২৫ চনৰ কাকোৰি ট্ৰেন ডকাইটি ঘটনাত দোষী সাব্যস্ত হোৱাৰ বাবে ১৯২৭ চনৰ ১৯ ডিচেম্বৰত স্বৰণ সিঙক ফাঁচি দিয়া হৈছিল।[8]

আলোকচিত্ৰ

তথ্য সংগ্ৰহ

  1. Why I am an Atheist (Esay) - Bhagat Singh, October 5–6, 1930
  2. "He left a rich legacy for the youth". The Tribune. 19 March 2006. http://www.tribuneindia.com/2006/20060319/society.htm#2. 
  3. 3.0 3.1 Rao, Niraja. "Bhagat Singh and the Revolutionary Movement". Revolutionary Democracy. http://www.revolutionarydemocracy.org/rdv3n1/bsingh.htm. 
  4. Reeta Sharma (21 March 2001). "What if Bhagat Singh had lived". The Tribune. http://www.tribuneindia.com/2001/20010321/edit.htm#6. 
  5. Nijjar, Bakhshish Singh (1974). Panjab Under the British Rule, 1849-1947. K. B. Publications. পৃষ্ঠা. 172. 
  6. O. P. Ralhan, ed (2002). Encyclopaedia of Political Parties. Anmol Publications. Vol. 26, p349. ISBN 81-7488-313-4. 
  7. Sanyal, Jitendra N. (2006). Bhagat Singh: Making of a Revolutionary: Contemporaries' Portrayals. Hope India Publications. পৃষ্ঠা. 25. ISBN 81-7871-059-5. 
  8. Sanyal (2006), p30.

বহিঃসংযোগ