হনুমান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Amrit barman (আলোচনা | বৰঙণি) No edit summary |
Amrit barman (আলোচনা | বৰঙণি) No edit summary |
||
6 নং শাৰী: | 6 নং শাৰী: | ||
| Devanagari = हनुमान् |
| Devanagari = हनुमान् |
||
| Sanskrit_Transliteration = {{IAST|Hanumān}} |
| Sanskrit_Transliteration = {{IAST|Hanumān}} |
||
| affiliation = ৰামভক্ত [[ |
| affiliation = ৰামভক্ত [[বৈষ্ণৱধৰ্ম]] |
||
| god_of = ভক্তি |
| god_of = ভক্তি |
||
| abode = কদলীবন |
| abode = কদলীবন |
||
| mantra = হং হনুমতে ৰুদ্রাত্মকায় হুং ফট্ হনুমতে নমঃ |
| mantra = হং হনুমতে ৰুদ্রাত্মকায় হুং ফট্ হনুমতে নমঃ |
||
| weapon = [[গদা]] |
| weapon = [[গদা]] |
||
| texts = [[ৰামায়ণ]], [[ |
| texts = [[ৰামায়ণ]], [[ৰামচৰিতমানস]], [[হনুমান চালিশা]]। |
||
| father = [[পৱন (দেৱ)]] |
| father = [[পৱন (দেৱ)]] |
||
| mother = [[অঞ্জনা]] /অঞ্জনি<ref name="Williams2008p146"/> |
| mother = [[অঞ্জনা]] /অঞ্জনি<ref name="Williams2008p146"/> |
07:57, 2 December 2020ৰ সংস্কৰণ
হনুমান | |
---|---|
ভক্তি | |
হনুমানৰ শিলা মুৰ্তি | |
দেৱনাগৰী | हनुमान् |
সংস্কৃত লিপ্যন্তৰ | Hanumān |
সম্পৰ্ক | ৰামভক্ত বৈষ্ণৱধৰ্ম |
নিবাস | কদলীবন |
মন্ত্ৰ | হং হনুমতে ৰুদ্রাত্মকায় হুং ফট্ হনুমতে নমঃ |
অস্ত্ৰ | গদা |
সঙ্গী | শুভৰচলা |
হিন্দু পাঠ্য | ৰামায়ণ, ৰামচৰিতমানস, হনুমান চালিশা। |
হনুমান (সংস্কৃত: हनुमान হিন্দু শাস্ত্ৰ গ্ৰন্থত বৰ্ণিত দেৱতা। তেওঁ পৱন দেৱৰ পুত্ৰ। হিন্দু ধৰ্মগ্রন্থ ৰামায়ণত হনুমানৰ বিস্তাৰিত বৰ্ণনা পোৱা যায়। এই ধৰ্মগ্রন্থত তেওঁক মহাবলশালী, পৰাক্রমী, পৰম চতুৰ দেৱতাৰূপে বৰ্ণনা কৰা হৈছে। তেওঁক ভগৱান শ্ৰীবিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰীৰামৰ পৰম ভক্ত বুলি জনা যায়। শৈশৱ কালত তেওঁ ৰক্তিম বৰণীয়া সূৰ্যক ফল বুলি বিবেচনা কৰি ভক্ষন কৰাৰ বাবে আকাশমাৰ্গত যাত্রা কৰিছিল। সূৰ্যদেৱ হনুমানৰ অভিসন্ধি উপলদ্ধি কৰি গদাৰে হনুমানক প্রহাৰ কৰি ভূতলশায়ী কৰিছিল।
মহাভাৰত গ্রন্থত হনুমানৰ বৰ্ণিত কাহিনী
হনুমান অমৰত্ব প্রাপ্ত কৰিছিল গতিকে তেওঁ অমৰ। ফলস্বৰূপ মহাভাৰত ধৰ্মগ্ৰন্থত হনুমানৰ উপস্থিতি পৰিলক্ষ্যিত হয়। উল্লেখনীয় যে উক্ত ধৰ্মগ্ৰন্থত হনুমানক শান্ত, জ্ঞানী তথা অভিজ্ঞ বুলি প্রকাশ কৰা হৈছে।
- ভীম নিজ বাহুবলৰ অত্যন্ত অহংকাৰ কৰিছিল। ভীমৰ অহংকাৰ চূৰ্ণ কৰাটোৱে আছিল হনুমানৰ মূল উদ্দেশ্য।পাণ্ডবৰ অজ্ঞাতবাসৰ সময়ত হনুমান এজন বৃদ্ধ লগতে অসুস্থ বান্দৰৰ বেশত ভীমৰ লগত সাক্ষাৎ কৰিছিল। কালক্রমত এদিন হনুমান ভীমৰ পথৰুদ্ধ কৰি বৃদ্ধৰ বেশত শুই আছিল। ভীম তেওঁক অতিক্রম কৰাৰ প্রচেষ্টা কৰাৰ সময় হনুমান তেওঁক নেজ আতৰাই নিজ গন্তব্য স্থানত যোৱাৰ আদেশ কৰছিল। ভীম নিজ বাহুবল প্রয়োগ কৰি হনুমানৰ নেজ বিন্দু পৰিমাণো আতৰাবলৈ অক্ষম হৈছিল।অৱশেষত ভীম নিজ বাহুবলৰ অহংকাৰ পৰিত্যাগ কৰি হনুমানৰ শৰণাপন্ন হৈছিল।
- অৰ্জুন নিজ ধনুৰ্ধৰ বিদ্যাৰ অহংকাৰ কৰিছিল। সেতুবন্ধ ৰামশ্বৰমত অৱস্থানৰ সময়ত অৰ্জুন দৰ্পসহকাৰে কৈছিল যে তীৰযোজন বিদ্যাৰ প্রয়োগত ভগৱান শ্ৰীৰাম সেতু নিৰ্মাণ কৰছিল। বান্দৰৰ সহায় লোৱাৰ প্রয়োজন নাছিল। হনুমান ক্ষুদ্ৰ বান্দৰৰ বেশত উপস্থিত থাকি অৰ্জুন অনুৰূপ সেতু বন্ধনৰ অনুৰোধ কৰিছিল। অৰ্জুন তীৰযোজন বিদ্যাৰ প্রয়োগ কৰিও উক্ত কাৰ্যসমাধা কৰিবলৈ অক্ষম হৈছিল। অৱশেষত হনুমান নিজ বাস্তৱ ৰূপত প্ৰকট হোৱাত অৰ্জুন তেওঁৰ শৰনাপন্ন হৈছিল। অৱশ্যে তেওঁ আশীৰ্বাদ স্বৰূপ অৰ্জুনৰ ৰথশীৰ্ষত অধিষ্ঠিত থকাৰ আশ্বাস প্ৰদান কৰিছিল।
তথ্যসূত্ৰ
|