ৱিকিপিডিয়া:আদৰণি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
3 নং শাৰী: 3 নং শাৰী:
[[Image:welcomebanner.gif|375px]]
[[Image:welcomebanner.gif|375px]]


'''ৱিকিপিডিয়া''' হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগীতামূলক, বহুভাষিক [[বিশ্বকোষ]] । বিশ্বৰ বিভিন্ন ঠাইৰ [[ৱিকিপিডিয়ান|স্বেচ্ছাসেৱকে]] নিজৰ সামৰ্থ অনুযায়ী বৰঙণি আগবঢ়াই এই বিশ্বকোষ গঢ়ি তুলিছে ।
'''ৱিকিপিডিয়া''' হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক [[বিশ্বকোষ]] । বিশ্বৰ বিভিন্ন ঠাইৰ [[ৱিকিপিডিয়ান|স্বেচ্ছাসেৱকে]] নিজৰ সামৰ্থ অনুযায়ী বৰঙণি আগবঢ়াই এই বিশ্বকোষ গঢ়ি তুলিছে ।


==আপুনি যদি এজন পঢ়ুৱৈ==
==আপুনি যদি এজন পঢ়ুৱৈ==
19 নং শাৰী: 19 নং শাৰী:
;মন্তব্য কৰিবলৈ
;মন্তব্য কৰিবলৈ
যদি আপুনি কোনো প্ৰৱন্ধত ভুল তথ্য দেখিছে বা সেইটো উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়াব খুজিছে, তেন্তে প্ৰৱন্ধটোৰ '''[[সহায়:আলোচনা পৃষ্ঠা|আলোচনা]]''' পৃষ্ঠালৈ গৈ "সম্পাদনা" বা "বিষয় যোগ" টিপক আৰু খোল খোৱা পৃষ্ঠাত আপোনাৰ গঠনমূলক পৰামৰ্শ লিখক ।
যদি আপুনি কোনো প্ৰৱন্ধত ভুল তথ্য দেখিছে বা সেইটো উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়াব খুজিছে, তেন্তে প্ৰৱন্ধটোৰ '''[[সহায়:আলোচনা পৃষ্ঠা|আলোচনা]]''' পৃষ্ঠালৈ গৈ "সম্পাদনা" বা "বিষয় যোগ" টিপক আৰু খোল খোৱা পৃষ্ঠাত আপোনাৰ গঠনমূলক পৰামৰ্শ লিখক ।

==আপুনি যদি এজন অৱদানকাৰী/সদস্য==
{{Content policy list}}
ৱিকিপিডিয়া সকলোৰে বাবে মুকলি । সেইবাবে অৱদানকাৰীয়ে কিছুমান [[ৱিকিপিডিয়া:নীতি আৰু পথনিৰ্দেশিকাসমূহ|নীতি আৰু নিৰ্দেশাৱলী]] মানি চলাটো প্ৰয়োজনীয় ।

* বৰঙণি যোগোৱাৰ আগতে [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি|ৱিকিপিডিয়া কি নহয়]] আপুনি জনা উচিত ।
* প্ৰৱন্ধ লিখোঁতে [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]] বজাই ৰখাটো প্ৰয়োজনীয়, ইয়াত পক্ষাপাতদুষ্টতা বা [[ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা|ব্যক্তিগত অভিজ্ঞতা আৰু মতামত]]ৰ স্থান নাই ।
* ৱিকিপিডিয়ালৈ আগবঢ়োৱা সকলো অৱদান [[জি.এফ.ডি.এল]]ৰ অধীনত বিনামূলীয়াকৈ প্ৰকাশ হ'ব । অধিক তথ্যৰ বাবে [[ৱিকিপিডিয়া:স্বত্বাধিকাৰ|স্বত্বাধিকাৰ]] আৰু [[ৱিকিপিডিয়া:প্ৰৱন্ধৰ অধিকাৰিতা|প্ৰৱন্ধৰ অধিকাৰিতা]] চাওক ।
* ৱিকিপিডিয়া এটা সহযোগিতামূলক প্ৰকল্প, সেইবাবে [[ৱিকিপিডিয়া:ৱিকিপিডিয়ান|সকলো সম্পাদকে]] পাৰস্পৰিক শ্ৰদ্ধা, সাধাৰণ ভদ্ৰতা আৰু [[ৱিকিপিডিয়া:শিষ্টাচাৰ|শিষ্টাচাৰ]] গঢ়ি তোলাটো আৱশ্যক । কাৰোবাৰ লগত [[ৱিকিপিডিয়া:সম্পাদনা দ্বন্দ|মতানৈক্য]] হ'লে [[ৱিকিপিডিয়া:ভাল ভাৱ ৰাখক|আস্থা ৰাখক]] আৰু মুকলিকৈ [[সহায়:আলোচনা পৃষ্ঠা|আলোচনা]] কৰক । কোনো পৃষ্ঠা সম্পাদনা কৰিলে [[সহায়:সম্পাদনা সাৰাংশ|সম্পাদনা সাৰাংশ]] উল্লেখ কৰিবলৈ নাপাহৰিব যাতে আনে আপোনাৰ সম্পাদনা/সংযোজনৰ উদ্দেশ্য বুজি পায় ।
* কোনো প্ৰৱন্ধ যোগ দিবলৈ বিচাৰিলে আপুনি [[ৱিকিপিডিয়া:প্ৰৱন্ধ এটা কেনেকৈ আৰম্ভ কৰিব|ইয়াত ক্লিক কৰিব পাৰে]] বা সহায়ৰ বাবে [[সহায়:সম্পাদনা|ইয়াত ক্লিক কৰিব পাৰে]] ।

21:34, 26 August 2011ৰ সংস্কৰণ

চমুপথবোৰ:
WP:WEL
WP:WELCOME

অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ ।

ৱিকিপিডিয়া হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ । বিশ্বৰ বিভিন্ন ঠাইৰ স্বেচ্ছাসেৱকে নিজৰ সামৰ্থ অনুযায়ী বৰঙণি আগবঢ়াই এই বিশ্বকোষ গঢ়ি তুলিছে ।

আপুনি যদি এজন পঢ়ুৱৈ

আপুনি বিভিন্ন উপায়েৰে ৱিকিপিডিয়াৰ প্ৰৱন্ধৰ সোৱাদ ল'ব পাৰে ।

নির্দিষ্ট কোনো বিষয়ৰ অনুসন্ধান

আপুনি বিচৰা কোনো নিৰ্দিষ্ট শব্দ বা বাক্যাংশ সম্বলিত প্ৰৱন্ধ চাবলৈ ৱিকিপিডিয়াৰ যিকোনো পৃষ্ঠাৰ ওপৰত থকা অনুসন্ধান ঘৰটোত সেয়া লিখি "Enter" টিপক । মনত ৰাখিব মাজে সময়ে চাৰ্ভাৰৰ ওপৰত অতিৰিক্ত চাপ পৰিলে ৱিকিপিডিয়াৰ নিজস্ব অনুসন্ধান প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰি ৰখা হয় । তেতিয়া আপোনাক স্বয়ংক্ৰিয়ভাৱে গুগলৰ (Google) অনুসন্ধান পৃষ্ঠালৈ লৈ যোৱা হ'ব । নিশ্চিতভাৱে নাম জনা কোনো বিষয় বিচাৰিবলৈও একে প্ৰক্ৰিয়া অৱলম্বন কৰক ।

অনির্দিষ্ট যিকোনো প্ৰৱন্ধ

অ-পূৰ্বনিৰ্ধাৰিতভাৱে কোনো প্ৰৱন্ধ চাব খুজিলে ৱিকিপিডিয়াৰ পৃষ্ঠাৰ বাওঁফালে থকা যিকোনো প্ৰৱন্ধ সংযোগটোত ক্লিক কৰক ।

বিষয়শ্ৰেণী অনুযায়ী অনুসন্ধান

নিৰ্দিষ্ট বিষয়বস্তু বা বিভাগৰ প্ৰৱন্ধ চাব খুজিলে বেটুপাতৰ বিষয়সূচীলৈ যাওক ।

মন্তব্য কৰিবলৈ

যদি আপুনি কোনো প্ৰৱন্ধত ভুল তথ্য দেখিছে বা সেইটো উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়াব খুজিছে, তেন্তে প্ৰৱন্ধটোৰ আলোচনা পৃষ্ঠালৈ গৈ "সম্পাদনা" বা "বিষয় যোগ" টিপক আৰু খোল খোৱা পৃষ্ঠাত আপোনাৰ গঠনমূলক পৰামৰ্শ লিখক ।

আপুনি যদি এজন অৱদানকাৰী/সদস্য

ৱিকিপিডিয়া সকলোৰে বাবে মুকলি । সেইবাবে অৱদানকাৰীয়ে কিছুমান নীতি আৰু নিৰ্দেশাৱলী মানি চলাটো প্ৰয়োজনীয় ।