দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
→‎চমু জীৱনী: আসমীয়া প্ৰতিদিন>অসমীয়া প্ৰতিদিন
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
2 নং শাৰী: 2 নং শাৰী:
| name = দীপালী বৰঠাকুৰ
| name = দীপালী বৰঠাকুৰ
| image = Dipali Barthakur.jpg
| image = Dipali Barthakur.jpg
| alt =
| alt =
| caption =
| caption =
| image_size = 150px
| image_size = 150px
| landscape =
| landscape =
| background =solo_singer
| background =solo_singer
| birth_name =
| birth_name =
| alias =
| alias =
| birth_date = {{birth date and age|1941|01|30}}
| birth_date = {{birth date and age|1941|01|30}}
| birth_place = নীলমনি বাগান, [[সোণাৰি]], [[শিৱসাগৰ জিলা]]
| birth_place = নীলমনি বাগান, [[সোণাৰি]], [[শিৱসাগৰ জিলা]]
14 নং শাৰী: 14 নং শাৰী:
| death_date = ২১ ডিচেম্বৰ ২০১৮
| death_date = ২১ ডিচেম্বৰ ২০১৮
| death_place = [[গুৱাহাটী]]
| death_place = [[গুৱাহাটী]]
| genre =
| genre =
| occupation = কণ্ঠশিল্পী
| occupation = কণ্ঠশিল্পী
| instrument =
| instrument =
| years_active = ১৯৫৫-১৯৬৯
| years_active = ১৯৫৫-১৯৬৯
| label =
| label =
| associated_acts =
| associated_acts =
| website = <!-- {{URL|example.com}} -->
| website = <!-- {{URL|example.com}} -->
| notable_instruments =
| notable_instruments =
}}
}}
'''দীপালী বৰঠাকুৰ''' ({{lang-en|Deepali Borthakur}}, [[৩০ জানুৱাৰী]], ১৯৪১ - ২১ ডিচেম্বৰ ২০১৮) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী।

'''দীপালী বৰঠাকুৰ''' ({{lang-en|Deepali Borthakur}}, [[৩০ জানুৱাৰী]], ১৯৪১ - ২১ ডিচেম্বৰ ২০১৮) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী।


==চমু জীৱনী==
==চমু জীৱনী==
১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে [[শিৱসাগৰ জিলা]]ৰ [[সোণাৰি]]ৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল<ref name="aa">শুচিব্ৰত ৰয়, ''শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন'', [[আমাৰ অসম]], ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref> তেওঁৰ পিতৃ প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আইমণি বৰঠাকুৰ। শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দীপালী বৰঠাকুৰে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে।<ref name=":0">[https://epaper.asomiyapratidin.in অসমীয়া প্ৰতিদিন, ২২ ডিচেম্বৰ, ২০১৮, https://epaper.asomiyapratidin.in]</ref>
১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে [[শিৱসাগৰ জিলা]]ৰ [[সোণাৰি]]ৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল।<ref name="aa">শুচিব্ৰত ৰয়, ''শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন'', [[আমাৰ অসম]], ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref> তেওঁৰ পিতৃ প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আইমণি বৰঠাকুৰ। শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দীপালী বৰঠাকুৰে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে।<ref name=":0">[https://epaper.asomiyapratidin.in অসমীয়া প্ৰতিদিন, ২২ ডিচেম্বৰ, ২০১৮, https://epaper.asomiyapratidin.in]</ref>


১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী [[নীলপৱন বৰুৱা]]ৰ লগত বিবাহ পাশত আৱদ্ধ হয়<ref name="telegraphindia.com">{{cite journal|url=http://www.telegraphindia.com/1031226/asp/guwahati/story_2719265.asp|title=A tribute to marriage of arts & minds - Book on celebrity couple|journal=The Telegraph|year=2003|month=December 26}}</ref>।
১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী [[নীলপৱন বৰুৱা]]ৰ লগত বিবাহ পাশত আৱদ্ধ হয়<ref name="telegraphindia.com">{{cite journal|url=http://www.telegraphindia.com/1031226/asp/guwahati/story_2719265.asp|title=A tribute to marriage of arts & minds - Book on celebrity couple|journal=The Telegraph|year=2003|month=December 26}}</ref>।


==সাংগীতিক জীৱন==
==সাংগীতিক জীৱন==
পিতৃ বিশ্বনাথ বৰঠাকুৰ আৰু জেষ্ঠ ভাতৃ ভূপেন আৰু ভবেন বৰঠাকুৰৰ সৈতে ঘৰতে দীপালী বৰঠাকুৰৰ সংগীত চৰ্চা আৰম্ভ হয়। ১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে।<ref name=":0" />
পিতৃ বিশ্বনাথ বৰঠাকুৰ আৰু জেষ্ঠ ভাতৃ ভূপেন আৰু ভবেন বৰঠাকুৰৰ সৈতে ঘৰতে দীপালী বৰঠাকুৰৰ সংগীত চৰ্চা আৰম্ভ হয়। ১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে।<ref name=":0"/>


শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী [[পৰাগধৰ চলিহা]]ই ৰচনা কৰা গীত-নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য ’চাৰি হেজাৰ বছৰৰ অসম’ত মুখ্য গায়িকা হিচাপে দীপালী বৰঠাকুৰৰ নিয়োজিত হয়।<ref name=":0" /> ইয়াৰ পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ড॰ এ এম নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনায়। ১৯৫৭ চনত আকাশবাণী গুৱাহাটীযোগে দীপালী বৰঠাকুৰৰ কণ্ঠত বাণীবদ্ধ হয় লীলা গগৈয়ে ৰচনা কৰা গীত ’মোৰ বোপাই লাহৰী/নাপাইছো আহৰি/বৰা জুৰিবলৈ আহহে’।<ref name=":0" /> প্ৰথম অৱস্থাত আকাশবাণীত অস্থায়ী শিল্পী হিচাপে কিছুদিন কাৰ্য্যনিৰ্বাহ কৰি পিছত তেওঁ স্থায়ী শিল্পীৰ মৰ্য্যদা লাভ কৰে। নিয়মিত শিল্পী হিচাপে তেওঁ পৰিবেশন কৰা প্ৰথম গীতটি আছিল ’''বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’''। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।<ref name="aa" />
শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী [[পৰাগধৰ চলিহা]]ই ৰচনা কৰা গীত-নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য ’চাৰি হেজাৰ বছৰৰ অসম’ত মুখ্য গায়িকা হিচাপে দীপালী বৰঠাকুৰৰ নিয়োজিত হয়।<ref name=":0"/> ইয়াৰ পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ড॰ এ এম নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনায়। ১৯৫৭ চনত আকাশবাণী গুৱাহাটীযোগে দীপালী বৰঠাকুৰৰ কণ্ঠত বাণীবদ্ধ হয় লীলা গগৈয়ে ৰচনা কৰা গীত ’মোৰ বোপাই লাহৰী/নাপাইছো আহৰি/বৰা জুৰিবলৈ আহহে’।<ref name=":0" /> প্ৰথম অৱস্থাত আকাশবাণীত অস্থায়ী শিল্পী হিচাপে কিছুদিন কাৰ্য্যনিৰ্বাহ কৰি পিছত তেওঁ স্থায়ী শিল্পীৰ মৰ্য্যদা লাভ কৰে। নিয়মিত শিল্পী হিচাপে তেওঁ পৰিবেশন কৰা প্ৰথম গীতটি আছিল 'বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা'। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।<ref name="aa"/>


প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছতে দীপালী বৰঠাকুৰে প্ৰথমখন ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰে। ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা আৰু সুৰ আৰু [[লক্ষ্যধৰ চৌধুৰী]] আৰু প্ৰবীণ ফুকনৰ পৰিচালনাত মুক্তি পোৱা কথাছৱি ’লাচিত বৰফুকন’ত দীপালী বৰঠাকুৰে পৰিবেশন কৰে ’আবেগৰ বোকোচা ব’ব মই নোৱাৰো/যৌৱনে আমনি কৰে’ গীতটি।<ref name=":0" />
প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছতে দীপালী বৰঠাকুৰে প্ৰথমখন ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰে। ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা আৰু সুৰ আৰু [[লক্ষ্যধৰ চৌধুৰী]] আৰু প্ৰবীণ ফুকনৰ পৰিচালনাত মুক্তি পোৱা কথাছবি [[লাচিত বৰফুকন (চলচ্চিত্ৰ)|লাচিত বৰফুকন]]ত দীপালী বৰঠাকুৰে পৰিবেশন কৰে 'আবেগৰ বোকোচা ব’ব মই নোৱাৰো, যৌৱনে আমনি কৰে' গীতটি।<ref name=":0"/>


দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ<ref name="assamspider3374">{{cite web | url=http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx | title=Deepali-Borthakur | publisher=assamspider.com | accessdate=April 02, 2013}}</ref><ref>[https://epaper.asomiyapratidin.in/edition/171/অসমীয়া-প্ৰতিদিন/page/10 ’যোৱাগৈ মৌ কুৱঁৰী’-তৰালি শৰ্মা, অসমীয়া পৰ্তিদিন, ২২ ডিচেম্বৰ, ২০১৮ https://epaper.asomiyapratidin.in/edition/171/অসমীয়া-প্ৰতিদিন/page/10]</ref>
দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গান:<ref name="assamspider3374">{{cite web | url=http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx | title=Deepali-Borthakur | publisher=assamspider.com | accessdate=April 02, 2013}}</ref><ref>[https://epaper.asomiyapratidin.in/edition/171/অসমীয়া-প্ৰতিদিন/page/10 ’যোৱাগৈ মৌ কুৱঁৰী’-তৰালি শৰ্মা, অসমীয়া পৰ্তিদিন, ২২ ডিচেম্বৰ, ২০১৮ https://epaper.asomiyapratidin.in/edition/171/অসমীয়া-প্ৰতিদিন/page/10]</ref>


* সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
* সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
* জোনধনে জোনালীতে
* জোনধনে জোনালীতে
* আবেগৰ বোকোচা ব’ব মই নোৱাৰো/যৌৱনে আমনি কৰে" (কথাছৱি "লাচিত বৰফুকন")
* আবেগৰ বোকোচা ব’ব মই নোৱাৰো, যৌৱনে আমনি কৰে (কথাছবি [[লাচিত বৰফুকন (চলচ্চিত্ৰ)|লাচিত বৰফুকন]])
* কণমান বৰশীৰে চিপ (কথা:জয়ন্ত বৰুৱা, সুৰ:বীৰেন্দ্ৰ নাথ দত্ত)
* কণমান বৰশীৰে চিপ (কথা: জয়ন্ত বৰুৱা, সুৰ: বীৰেন্দ্ৰ নাথ দত্ত)
* চেনাই মই যাওঁ দেই
* চেনাই মই যাওঁ দেই
* অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা (কথা-সুৰ: ৰুদ্ৰ বৰুৱা)
* অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা (কথা-সুৰ: ৰুদ্ৰ বৰুৱা)
*কোন সেই ৰূপৱতী যাই
* কোন সেই ৰূপৱতী যাই
*সোণোৱালী বুটা বছা অসমীয়া পাট
* সোণোৱালী বুটা বছা অসমীয়া পাট
*আগলি কলাপাত লৰে কি চৰে ( কথা: নিৰ্মলপ্ৰভা বৰদলৈ)
* আগলি কলাপাত লৰে কি চৰে (কথা: [[নিৰ্মলপ্ৰভা বৰদলৈ]])
*আই মই শুনিছোঁ আঘোণত বোলে পাতিছ তই মোৰ বিয়া (কথা:নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ: ভৱেন বৰঠাকুৰ)
* আই মই শুনিছোঁ আঘোণত বোলে পাতিছ তই মোৰ বিয়া (কথা: নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ: ভৱেন বৰঠাকুৰ)
*


১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ। '<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ ''[[মটৰ নিউৰণ ৰোগ]]''ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়।
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ। '<ref name=aa/> এইখিনি সময়তে দীপালী বৰঠাকুৰ '[[মটৰ নিউৰণ ৰোগ]]'ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়।


==মৃত্যু==
==মৃত্যু==
58 নং শাৰী: 56 নং শাৰী:


== বঁটা আৰু সন্মান ==
== বঁটা আৰু সন্মান ==

* [[পদ্মশ্ৰী]] সন্মান (১৯৯৮)<ref>{{cite web|url=http://www.artslant.com/ind/events/show/131548-hieroglyphs|title=October 16th, 2010 - October 28th, 2010, The Strand Art Room, Neel Pawan Baruah|publisher=ArtSlant|date=|accessdate=2013-04-01}}</ref><ref>{{cite web|url=http://www.rediff.co.in/news/1998/jan/27padma.htm|title=Rediff On The NeT: Nani Palkhivala, Lakshmi Sehgal conferred Padma Vibushan|publisher=Rediff.co.in|date=1998-01-27|accessdate=2013-04-01}}</ref>
* [[পদ্মশ্ৰী]] সন্মান (১৯৯৮)<ref>{{cite web|url=http://www.artslant.com/ind/events/show/131548-hieroglyphs|title=October 16th, 2010 - October 28th, 2010, The Strand Art Room, Neel Pawan Baruah|publisher=ArtSlant|date=|accessdate=2013-04-01}}</ref><ref>{{cite web|url=http://www.rediff.co.in/news/1998/jan/27padma.htm|title=Rediff On The NeT: Nani Palkhivala, Lakshmi Sehgal conferred Padma Vibushan|publisher=Rediff.co.in|date=1998-01-27|accessdate=2013-04-01}}</ref>
* [[অসম চৰকাৰ]]ৰ [[শিল্পী বঁটা]](২০১০)<ref>{{cite web|author=TI Trade|url=http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04|title=The Assam Tribune Online|publisher=Assamtribune.com|date=2010-01-18|accessdate=2013-04-01}}</ref>
* [[অসম চৰকাৰ]]ৰ [[শিল্পী বঁটা]] (২০১০)<ref>{{cite web|author=TI Trade|url=http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04|title=The Assam Tribune Online|publisher=Assamtribune.com|date=2010-01-18|accessdate=2013-04-01}}</ref>
* 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭)
* 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭)
* [[আইদেউ সন্দিকৈ বঁটা]] (২০১২)<ref name=":0" />
* [[আইদেউ সন্দিকৈ বঁটা]] (২০১২)<ref name=":0" />


১৯৫৬ চনত 'অসম সংগীত নাটক একাডেমী'ৰ উদ্যোগত অনুষ্ঠিত 'সংগীত সমাৰোহ'ত লাভ কৰে শ্ৰেষ্ঠ গায়িকাৰ সন্মান।<ref>নাইটিংগেল অৱ আছাম’ৰ চিৰবিদায়… | প্ৰাগৰ গীত | জানুৱাৰী, ২০১৯ | পৃষ্ঠা : ৬৪ | আহৰণ কৰা হৈছে=১৮ মে ২০২০</ref> ইয়াৰোপৰি তেওঁ প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।<ref name="aa" />
১৯৫৬ চনত 'অসম সংগীত নাটক একাডেমী'ৰ উদ্যোগত অনুষ্ঠিত 'সংগীত সমাৰোহ'ত লাভ কৰে শ্ৰেষ্ঠ গায়িকাৰ সন্মান।<ref>নাইটিংগেল অৱ আছাম’ৰ চিৰবিদায়… | প্ৰাগৰ গীত | জানুৱাৰী, ২০১৯ | পৃষ্ঠা : ৬৪ | আহৰণ কৰা হৈছে=১৮ মে ২০২০</ref> ইয়াৰোপৰি তেওঁ প্ৰতি মাহে ৫, ০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।<ref name="aa" />


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}


{{পদ্ম বঁটা বিজয়ী অসমৰ ব্যক্তি}}
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}

[[শ্ৰেণী:অসমীয়া কণ্ঠশিল্পী‎]]
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:অসমীয়া কণ্ঠশিল্পী‎]]
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]

03:31, 22 December 2020ৰ সংস্কৰণ

দীপালী বৰঠাকুৰ
প্ৰাথমিক তথ্য
জন্ম ৩০ জানুৱাৰী, ১৯৪১ (৮৩ বছৰ)
নীলমনি বাগান, সোণাৰি, শিৱসাগৰ জিলা
মৃত্যু ২১ ডিচেম্বৰ ২০১৮
গুৱাহাটী
পেচা কণ্ঠশিল্পী
কাৰ্যকাল ১৯৫৫-১৯৬৯

দীপালী বৰঠাকুৰ (ইংৰাজী: Deepali Borthakur, ৩০ জানুৱাৰী, ১৯৪১ - ২১ ডিচেম্বৰ ২০১৮) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী।

চমু জীৱনী

১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাসোণাৰিৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল।[1] তেওঁৰ পিতৃ প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আইমণি বৰঠাকুৰ। শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দীপালী বৰঠাকুৰে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে।[2]

১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয়[3]

সাংগীতিক জীৱন

পিতৃ বিশ্বনাথ বৰঠাকুৰ আৰু জেষ্ঠ ভাতৃ ভূপেন আৰু ভবেন বৰঠাকুৰৰ সৈতে ঘৰতে দীপালী বৰঠাকুৰৰ সংগীত চৰ্চা আৰম্ভ হয়। ১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে।[2]

শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী পৰাগধৰ চলিহাই ৰচনা কৰা গীত-নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য ’চাৰি হেজাৰ বছৰৰ অসম’ত মুখ্য গায়িকা হিচাপে দীপালী বৰঠাকুৰৰ নিয়োজিত হয়।[2] ইয়াৰ পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ড॰ এ এম নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনায়। ১৯৫৭ চনত আকাশবাণী গুৱাহাটীযোগে দীপালী বৰঠাকুৰৰ কণ্ঠত বাণীবদ্ধ হয় লীলা গগৈয়ে ৰচনা কৰা গীত ’মোৰ বোপাই লাহৰী/নাপাইছো আহৰি/বৰা জুৰিবলৈ আহহে’।[2] প্ৰথম অৱস্থাত আকাশবাণীত অস্থায়ী শিল্পী হিচাপে কিছুদিন কাৰ্য্যনিৰ্বাহ কৰি পিছত তেওঁ স্থায়ী শিল্পীৰ মৰ্য্যদা লাভ কৰে। নিয়মিত শিল্পী হিচাপে তেওঁ পৰিবেশন কৰা প্ৰথম গীতটি আছিল 'বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা'। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।[1]

প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছতে দীপালী বৰঠাকুৰে প্ৰথমখন ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰে। ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা আৰু সুৰ আৰু লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ পৰিচালনাত মুক্তি পোৱা কথাছবি লাচিত বৰফুকনত দীপালী বৰঠাকুৰে পৰিবেশন কৰে 'আবেগৰ বোকোচা ব’ব মই নোৱাৰো, যৌৱনে আমনি কৰে' গীতটি।[2]

দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গান:[4][5]

  • সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
  • জোনধনে জোনালীতে
  • আবেগৰ বোকোচা ব’ব মই নোৱাৰো, যৌৱনে আমনি কৰে (কথাছবি লাচিত বৰফুকন)
  • কণমান বৰশীৰে চিপ (কথা: জয়ন্ত বৰুৱা, সুৰ: বীৰেন্দ্ৰ নাথ দত্ত)
  • চেনাই মই যাওঁ দেই
  • অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা (কথা-সুৰ: ৰুদ্ৰ বৰুৱা)
  • কোন সেই ৰূপৱতী যাই
  • সোণোৱালী বুটা বছা অসমীয়া পাট
  • আগলি কলাপাত লৰে কি চৰে (কথা: নিৰ্মলপ্ৰভা বৰদলৈ)
  • আই মই শুনিছোঁ আঘোণত বোলে পাতিছ তই মোৰ বিয়া (কথা: নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ: ভৱেন বৰঠাকুৰ)

১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ। '[1] এইখিনি সময়তে দীপালী বৰঠাকুৰ 'মটৰ নিউৰণ ৰোগ'ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়।

মৃত্যু

২০১৮ চনৰ ২১ ডিচেম্বৰ তাৰিখে তেওঁ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত দিনৰ ১ বাজি ২৫ মিনিটত দীৰ্ঘদিন অসুস্থতাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰে। শনিবাৰ ২২ ডিচেম্বৰ ২০১৮ তাৰিখে নৱগ্ৰহত ৰাজ্যিক মৰ্য্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।[2]

বঁটা আৰু সন্মান

১৯৫৬ চনত 'অসম সংগীত নাটক একাডেমী'ৰ উদ্যোগত অনুষ্ঠিত 'সংগীত সমাৰোহ'ত লাভ কৰে শ্ৰেষ্ঠ গায়িকাৰ সন্মান।[9] ইয়াৰোপৰি তেওঁ প্ৰতি মাহে ৫, ০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।[1]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 শুচিব্ৰত ৰয়, শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন, আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 অসমীয়া প্ৰতিদিন, ২২ ডিচেম্বৰ, ২০১৮, https://epaper.asomiyapratidin.in
  3. "A tribute to marriage of arts & minds - Book on celebrity couple". The Telegraph. December 26 2003. http://www.telegraphindia.com/1031226/asp/guwahati/story_2719265.asp. 
  4. "Deepali-Borthakur". assamspider.com. http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx। আহৰণ কৰা হৈছে: April 02, 2013. 
  5. ’যোৱাগৈ মৌ কুৱঁৰী’-তৰালি শৰ্মা, অসমীয়া পৰ্তিদিন, ২২ ডিচেম্বৰ, ২০১৮ https://epaper.asomiyapratidin.in/edition/171/অসমীয়া-প্ৰতিদিন/page/10
  6. "October 16th, 2010 - October 28th, 2010, The Strand Art Room, Neel Pawan Baruah". ArtSlant. http://www.artslant.com/ind/events/show/131548-hieroglyphs। আহৰণ কৰা হৈছে: 2013-04-01. 
  7. "Rediff On The NeT: Nani Palkhivala, Lakshmi Sehgal conferred Padma Vibushan". Rediff.co.in. 1998-01-27. http://www.rediff.co.in/news/1998/jan/27padma.htm। আহৰণ কৰা হৈছে: 2013-04-01. 
  8. TI Trade (2010-01-18). "The Assam Tribune Online". Assamtribune.com. http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04। আহৰণ কৰা হৈছে: 2013-04-01. 
  9. নাইটিংগেল অৱ আছাম’ৰ চিৰবিদায়… | প্ৰাগৰ গীত | জানুৱাৰী, ২০১৯ | পৃষ্ঠা : ৬৪ | আহৰণ কৰা হৈছে=১৮ মে ২০২০