বুকাৰ বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
5 নং শাৰী: 5 নং শাৰী:
| caption =
| caption =
| description = [[ইংৰাজী ভাষা]]ত লিখা আৰু [[যুক্তৰাজ্য]] বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাস
| description = [[ইংৰাজী ভাষা]]ত লিখা আৰু [[যুক্তৰাজ্য]] বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাস
| Award = ৫০,০০০ বৃটিছ পাউণ্ড
| Award = ৫০,০০০ ব্ৰিটিছ পাউণ্ড
| presenter =
| presenter =
| country =
| country =
15 নং শাৰী: 15 নং শাৰী:
'''বুকাৰ বঁটা''' ({{lang-en|Booker Prize}}), পূৰ্বৰ নাম '''কল্প-সাহিত্যৰ বুকাৰ বঁটা''' (১৯৬৯–২০০১) আৰু '''মেন বুকাৰ বঁটা''' (২০০২–২০১৯), হৈছে [[ইংৰাজী ভাষা]]ত লিখা আৰু [[যুক্তৰাজ্য]] বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাসৰ বাবে প্ৰতি বছৰে প্ৰদান কৰা এক সাহিত্যিক বঁটা। ইয়াক ১৯৬৮ চনত প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াক ১৯৬৯ চনৰ পৰা প্ৰদান কৰা হয়। আৰম্ভণিতে কেৱল কমনৱেলথ ৰাষ্ট্ৰসমূহ, [[আয়াৰলেণ্ড]], আৰু [[দক্ষিণ আফ্ৰিকা]]ৰ (আৰু পিছলৈ [[জিম্বাৱৱে]]) নাগৰিকসকলে লিখা উপন্যাসসমূহে এই বঁটা লাভ কৰিবলৈ যোগ্য আছিল; পিছে ২০১৪ চনত ইয়াক যিকোনো ইংৰাজী ভাষাৰ উপন্যাসলৈ প্ৰসাৰিত কৰা হৈছিল— এই পৰিৱৰ্তনে বিতৰ্কৰ সূচনাও কৰে।<ref name=judges2014>{{cite web |title=Meet The Man Booker Prize 2014 Judges |url=http://themanbookerprize.com/news/2013/12/12/meet-man-booker-prize-2014-judges |publisher=The Booker Prizes|date=12 December 2013}}</ref><ref name="BBC_rulechange2">{{cite news |title='A surprise and a risk': Reaction to Booker Prize upheaval |url=https://www.bbc.co.uk/news/entertainment-arts-24126882 |work=BBC News |accessdate=19 September 2013 |date=18 September 2013}}</ref>
'''বুকাৰ বঁটা''' ({{lang-en|Booker Prize}}), পূৰ্বৰ নাম '''কল্প-সাহিত্যৰ বুকাৰ বঁটা''' (১৯৬৯–২০০১) আৰু '''মেন বুকাৰ বঁটা''' (২০০২–২০১৯), হৈছে [[ইংৰাজী ভাষা]]ত লিখা আৰু [[যুক্তৰাজ্য]] বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাসৰ বাবে প্ৰতি বছৰে প্ৰদান কৰা এক সাহিত্যিক বঁটা। ইয়াক ১৯৬৮ চনত প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াক ১৯৬৯ চনৰ পৰা প্ৰদান কৰা হয়। আৰম্ভণিতে কেৱল কমনৱেলথ ৰাষ্ট্ৰসমূহ, [[আয়াৰলেণ্ড]], আৰু [[দক্ষিণ আফ্ৰিকা]]ৰ (আৰু পিছলৈ [[জিম্বাৱৱে]]) নাগৰিকসকলে লিখা উপন্যাসসমূহে এই বঁটা লাভ কৰিবলৈ যোগ্য আছিল; পিছে ২০১৪ চনত ইয়াক যিকোনো ইংৰাজী ভাষাৰ উপন্যাসলৈ প্ৰসাৰিত কৰা হৈছিল— এই পৰিৱৰ্তনে বিতৰ্কৰ সূচনাও কৰে।<ref name=judges2014>{{cite web |title=Meet The Man Booker Prize 2014 Judges |url=http://themanbookerprize.com/news/2013/12/12/meet-man-booker-prize-2014-judges |publisher=The Booker Prizes|date=12 December 2013}}</ref><ref name="BBC_rulechange2">{{cite news |title='A surprise and a risk': Reaction to Booker Prize upheaval |url=https://www.bbc.co.uk/news/entertainment-arts-24126882 |work=BBC News |accessdate=19 September 2013 |date=18 September 2013}}</ref>


মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা নহয়। এই বঁটাৰ বাবে উপন্যাসসমূহ [[যুক্তৰাজ্য]] বা আয়াৰলেণ্ডৰ প্ৰকাশকে প্ৰকাশ কৰা হ’ব লাগে আৰু লগতে আৰু কিছুমান চৰ্ত থাকে। এই বঁটাত প্ৰদান কৰা ধনৰ পৰিমাণ ৫০,০০০ বৃটিছ পাউণ্ড। চূড়ান্ত তালিকালৈ নিৰ্বাচিত উপন্যাসৰ লেখকসকলক ২,৫০০ বৃটিছ পাউণ্ডকৈ প্ৰদান কৰা হয়।<ref>বুকাৰ বঁটা, বিপুলজ্যোতি শইকীয়া, কথা গুৱাহাটী, সপ্তম সংখ্যা, অক্টোৱৰ-নৱেম্বৰ, ২০০৪</ref>
মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা নহয়। এই বঁটাৰ বাবে উপন্যাসসমূহ [[যুক্তৰাজ্য]] বা আয়াৰলেণ্ডৰ প্ৰকাশকে প্ৰকাশ কৰা হ’ব লাগে আৰু লগতে আৰু কিছুমান চৰ্ত থাকে। এই বঁটাত প্ৰদান কৰা ধনৰ পৰিমাণ ৫০,০০০ ব্ৰিটিছ পাউণ্ড। চূড়ান্ত তালিকালৈ নিৰ্বাচিত উপন্যাসৰ লেখকসকলক ২,৫০০ ব্ৰিটিছ পাউণ্ডকৈ প্ৰদান কৰা হয়।<ref>বুকাৰ বঁটা, বিপুলজ্যোতি শইকীয়া, কথা গুৱাহাটী, সপ্তম সংখ্যা, অক্টোৱৰ-নৱেম্বৰ, ২০০৪</ref>


==বুকাৰ বিজয়ীসকল==
==বুকাৰ বিজয়ীসকল==

02:18, 26 December 2020ৰ সংস্কৰণ

বিৱৰণ ইংৰাজী ভাষাত লিখা আৰু যুক্তৰাজ্য বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাস
অৱস্থান লণ্ডন, ইংলেণ্ড
দেশ যুক্তৰাজ্য frameless |text-top |10px |alt=Edit this on Wikidata|link=https://www.wikidata.org/wiki/Q160082?uselang=as#P17|Edit this on Wikidata
প্ৰদান কৰোঁতা Booker Prize Foundation frameless |text-top |10px |alt=Edit this on Wikidata|link=https://www.wikidata.org/wiki/Q160082?uselang=as#P1027|Edit this on Wikidata
ৱেবচাইট www.thebookerprizes.com

বুকাৰ বঁটা (ইংৰাজী: Booker Prize), পূৰ্বৰ নাম কল্প-সাহিত্যৰ বুকাৰ বঁটা (১৯৬৯–২০০১) আৰু মেন বুকাৰ বঁটা (২০০২–২০১৯), হৈছে ইংৰাজী ভাষাত লিখা আৰু যুক্তৰাজ্য বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাসৰ বাবে প্ৰতি বছৰে প্ৰদান কৰা এক সাহিত্যিক বঁটা। ইয়াক ১৯৬৮ চনত প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াক ১৯৬৯ চনৰ পৰা প্ৰদান কৰা হয়। আৰম্ভণিতে কেৱল কমনৱেলথ ৰাষ্ট্ৰসমূহ, আয়াৰলেণ্ড, আৰু দক্ষিণ আফ্ৰিকাৰ (আৰু পিছলৈ জিম্বাৱৱে) নাগৰিকসকলে লিখা উপন্যাসসমূহে এই বঁটা লাভ কৰিবলৈ যোগ্য আছিল; পিছে ২০১৪ চনত ইয়াক যিকোনো ইংৰাজী ভাষাৰ উপন্যাসলৈ প্ৰসাৰিত কৰা হৈছিল— এই পৰিৱৰ্তনে বিতৰ্কৰ সূচনাও কৰে।[1][2]

মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা নহয়। এই বঁটাৰ বাবে উপন্যাসসমূহ যুক্তৰাজ্য বা আয়াৰলেণ্ডৰ প্ৰকাশকে প্ৰকাশ কৰা হ’ব লাগে আৰু লগতে আৰু কিছুমান চৰ্ত থাকে। এই বঁটাত প্ৰদান কৰা ধনৰ পৰিমাণ ৫০,০০০ ব্ৰিটিছ পাউণ্ড। চূড়ান্ত তালিকালৈ নিৰ্বাচিত উপন্যাসৰ লেখকসকলক ২,৫০০ ব্ৰিটিছ পাউণ্ডকৈ প্ৰদান কৰা হয়।[3]

বুকাৰ বিজয়ীসকল

বছৰ বঁটা বিজয়ী সকল উপন্যাসৰ নাম ৰাষ্ট্ৰ
১৯৬৯ পি এইচ্. নিউবাই ছামথিং টু এন্সাৰ ফৰ  যুক্তৰাজ্য
১৯৭০ বাৰ্নিচ্ ৰুবেনছ্ দ্যা ইলেকটেড মেম্বাৰ  যুক্তৰাজ্য
১৯৭১ ভি. এছ. নাইপল ইন এ ফ্ৰী ষ্টেট  ট্ৰিনিদাদ আৰু ট'বেগ'‎/ যুক্তৰাজ্য
১৯৭২ জন বাৰ্গাৰ জি  যুক্তৰাজ্য
১৯৭৩ জে. জি. ফাৰেৰেল দ্যা ছ্যীজ অব্ কৃষ্ণাপুৰ  যুক্তৰাজ্য
১৯৭৪ নাডিন গাৰ্ডিমাৰ ষ্টেনলী মিডলটন দ্যা কনজাৰভেছনিষ্ট হলিডে’  দক্ষিণ আফ্ৰিকা/ যুক্তৰাজ্য
১৯৭৫ ৰুথ প্ৰৱেৰ ঝাবভালা হিট এণ্ডডাষ্ট  যুক্তৰাজ্য/ জাৰ্মানী
১৯৭৬ ডেভিড ষ্ট’ৰী ছেভিল  যুক্তৰাজ্য
১৯৭৭ প’ল স্কট ষ্টেয়ীং অন  যুক্তৰাজ্য
১৯৭৮ আইৰিছ মাৰ্ডক দ্যা ছী, দ্যা ছী  যুক্তৰাজ্য
১৯৭৯ পেনেল’প ফিটজাৰেল্ড অফশ্বোৰ  যুক্তৰাজ্য
১৯৮০ উইলিয়াম গল্ডিং ৰাটছ অব্ পেছেজ  যুক্তৰাজ্য
১৯৮১ ছালমান ৰুশ্বডি মিডনাইটছ চিলড্ৰেন  ভাৰত
১৯৮২ টমাছ কেনিয়ালী ছিল্ডলাৰ্ছ্ আৰ্ক্  অষ্ট্ৰেলিয়া
১৯৮৩ জে. এম. কয়েৎজে লাইফ এণ্ড টাইমছ অব্ মাইকেল কে  দক্ষিণ আফ্ৰিকা/ অষ্ট্ৰেলিয়া
১৯৮৪ অনিতা ব্ৰুকনাৰ হোটেল ডু লাক  যুক্তৰাজ্য
১৯৮৫ কেৰি হাম দ্যা ব’ন পিপুল  নিউজিলেণ্ড
১৯৮৬ কিংছলী এমিজ দ্যা অল্ড ডেভিলছ্  যুক্তৰাজ্য
১৯৮৭ পেনেলপ লাইভলী মুন টাইগাৰ  যুক্তৰাজ্য
১৯৮৮ পিটাৰ কেৰী অস্কাৰ এণ্ড লুচিণ্ডা  অষ্ট্ৰেলিয়া
১৯৮৯ কাজুঅ’ইছিগুৰু দ্যা ৰিমেইনছ অব্ দ্যা ডে  যুক্তৰাজ্য/ জাপান
১৯৯০ এ. এছ. ব্যাট পজেছন  যুক্তৰাজ্য
১৯৯১ বেন ওকৰি দ্যা ফেমিছড ৰ’ড  নাইজেৰিয়া
১৯৯২ মাইকেল অ’ণ্ডাটজে দ্যা ইংলিছ  কানাডা/ শ্ৰীলংকা
বেৰী আনছৱৰ্থ পেছেণ্ট ছেক্ৰেড হাংগাৰ  যুক্তৰাজ্য
১৯৯৩ ৰ’ড্ৰি ডয়াল পেড্ডি ক্লাৰ্ক হা হা হা  আয়াৰলেণ্ড
১৯৯৪ জেমছ্ কেলমান হাউ লেট ইট ৱাজ, হাউ লেট  যুক্তৰাজ্য
১৯৯৫ পেট বাৰ্কাৰ দ্যা ঘষ্ট ৰ’ড  যুক্তৰাজ্য
১৯৯৬ গ্ৰাহাম ছুইফট্ লাষ্ট অৰ্ডাৰ্ছ  যুক্তৰাজ্য
১৯৯৭ অৰুন্ধতী ৰয় দ্য গড অৱ স্মল থিংছ  ভাৰত
১৯৯৮ ইয়ান মেকএৱান আমষ্টাৰডাম  যুক্তৰাজ্য
১৯৯৯ জে. এম. কয়েৎজে ডিছগ্ৰেচ  দক্ষিণ আফ্ৰিকা/ অষ্ট্ৰেলিয়া
২০০০ মাৰ্গাৰেট এটউড দ্যা ব্লাইণ্ড এছাছিন  কানাডা
২০০১ পিটাৰ কেৰী ট্ৰু হিষ্ট’ৰী অব্ দ্যা কেলী গেং  অষ্ট্ৰেলিয়া
২০০২ য়ান মাৰ্টেল লাইফ অব্ পি  কানাডা
২০০৩ ডি. বি. চি. পিয়েৰি ভাৰ্নন গড্ লিটিল  অষ্ট্ৰেলিয়া/ মেক্সিকো
২০০৪ এলান হলিঙহাৰ্ষ্ট দা লাইন অফ বিউটি  যুক্তৰাজ্য
২০০৫ জন বেনভিল্লে দা চি  আয়াৰলেণ্ড
২০০৬ কিৰণ দেশাই দা ইনহেৰিটেঞ্চ অফ ল'ছ  ভাৰত
২০০৭ এন এনৰাইট দা গেদাৰিঙ  যুক্তৰাজ্য
২০০৮ অৰবিন্দ অডিগ' দা হোৱাইট টাইগাৰ  ভাৰত
২০০৯ হিলাৰী মণ্টেল ৱল্ফ হ'ল  যুক্তৰাজ্য
২০১০ হৱাৰ্ড জেকবচন দা ফিঙ্কলাৰ কুৱেশ্বন  যুক্তৰাজ্য
২০১১ জুলিয়ান বাৰ্ণছ দা ছেঞ্চ অফ এন এডিটিঙ  যুক্তৰাজ্য
২০১২ হিলাৰী মণ্টেল ব্ৰিং আপ দ্যা বডিচ  যুক্তৰাজ্য
২০১৩ এলেনৰ কেটন দ্য লুমিনেৰিজ  নিউজিলেণ্ড
২০১৪ ৰিচাৰ্ড ফ্লেনেগান দ্য নেৰ' ৰ'ড টু দ্য ডীপ নৰ্থ  অষ্ট্ৰেলিয়া
২০১৫ মাৰ্লন জেইমছ এ ব্ৰিফ হিষ্ট্ৰি অফ চেভেন কিলিংচ  জামাইকা
২০১৬ পৌল বিটি দ্য ছেলআউট  আমেৰিকা যুক্তৰাষ্ট্ৰ
২০১৭ জৰ্জ চৌণ্ডাৰ্চ লিংকন ইন দ্য বাৰ্ড'  আমেৰিকা যুক্তৰাষ্ট্ৰ
২০১৮ আনা বাৰ্ণছ্ মিল্কমেন  যুক্তৰাজ্য
২০১৯ মৰ্গৰেট এটৱুড দ্য টেষ্টিমেণ্ট  কানাডা
বাৰ্ণাডিন এভাৰিষ্ট' গাৰ্ল, ৱুমেন, আডাৰ  যুক্তৰাজ্য
২০২০ ডগলাছ ষ্টুৱাৰ্ট শ্বাগি বেইন  আমেৰিকা যুক্তৰাষ্ট্ৰ/ যুক্তৰাজ্য

তথ্য সংগ্ৰহ

  1. "Meet The Man Booker Prize 2014 Judges". The Booker Prizes. 12 December 2013. http://themanbookerprize.com/news/2013/12/12/meet-man-booker-prize-2014-judges. 
  2. "'A surprise and a risk': Reaction to Booker Prize upheaval". BBC News. 18 September 2013. https://www.bbc.co.uk/news/entertainment-arts-24126882। আহৰণ কৰা হৈছে: 19 September 2013. 
  3. বুকাৰ বঁটা, বিপুলজ্যোতি শইকীয়া, কথা গুৱাহাটী, সপ্তম সংখ্যা, অক্টোৱৰ-নৱেম্বৰ, ২০০৪

বাহ্যিক সংযোগ