মণিৰাম দেৱান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
17 নং শাৰী: 17 নং শাৰী:
| known_for = [[Indian Rebellion of 1857|১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ]], [[অসমৰ চাহ উদ্যোগ|অসমৰ চাহ খেতিৰ উদ্ভাৱক]]
| known_for = [[Indian Rebellion of 1857|১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ]], [[অসমৰ চাহ উদ্যোগ|অসমৰ চাহ খেতিৰ উদ্ভাৱক]]
| notable_works = ''বুৰঞ্জী বিবেক ৰত্ন'' (১৮৩৮)
| notable_works = ''বুৰঞ্জী বিবেক ৰত্ন'' (১৮৩৮)
| criminal_charge = অসমৰ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা<ref name="Arun1993">{{cite book | author=Arun Bhattacharjee | title=Assam in Indian Independence | url=http://books.google.com/books?id=hTgxJ9Izl4UC&pg=PA13 | accessdate=22 April 2012 | year=1993 | publisher=Mittal Publications | isbn=978-81-7099-476-3 | page=13}}</ref>
| criminal_charge = অসমৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা<ref name="Arun1993">{{cite book | author=Arun Bhattacharjee | title=Assam in Indian Independence | url=http://books.google.com/books?id=hTgxJ9Izl4UC&pg=PA13 | accessdate=22 April 2012 | year=1993 | publisher=Mittal Publications | isbn=978-81-7099-476-3 | page=13}}</ref>
| criminal_penalty = ফাঁচী দি মৃত্যু
| criminal_penalty = ফাঁচী দি মৃত্যু
}}
}}
23 নং শাৰী: 23 নং শাৰী:


==কৰ্মজীৱন==
==কৰ্মজীৱন==
১৮২৮ চনত [[উজনি অসম]]ৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ইংৰাজৰ অধীনত মণিৰামক ৰেভিনিউ চিৰস্তাদাৰ আৰু তহছিলদাৰ বাব দিয়ে।<ref name="Hazarika1987">{{cite book | author=Bijay Bhushan Hazarika | title=Political life in Assam during the nineteenth century | year=1987 | publisher=Gian Pub. House | isbn=978-81-212-0069-1 | page = 351-360}}</ref> ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে বৃটিছৰ কৰতলীয়া ৰজা [[পুৰন্দৰ সিংহ]]ৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল। পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পাছত মাহে ৫০ টকাৰ বেতনত এতিয়াৰ (২০১২ চন) শিৱসাগৰ জিলাৰ চেৰেকাপাৰ, কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হয়। ১৮৩৯ চনত মৌজাদাৰৰ কাম ইস্তফা দি বৃটিছৰ [[আচাম টি কোম্পানী]]ত দেৱান পদ গ্ৰহণ কৰে। ১৮৪৫ চনত কোম্পানীৰ চাকৰি এৰি এতিয়াৰ (২০১২চন) যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে।
১৮২৮ চনত [[উজনি অসম]]ৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ইংৰাজৰ অধীনত মণিৰামক ৰেভিনিউ চিৰস্তাদাৰ আৰু তহছিলদাৰ বাব দিয়ে।<ref name="Hazarika1987">{{cite book | author=Bijay Bhushan Hazarika | title=Political life in Assam during the nineteenth century | year=1987 | publisher=Gian Pub. House | isbn=978-81-212-0069-1 | page = 351-360}}</ref> ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে ব্ৰিটিছৰ কৰতলীয়া ৰজা [[পুৰন্দৰ সিংহ]]ৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল। পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পাছত মাহে ৫০ টকাৰ বেতনত এতিয়াৰ (২০১২ চন) শিৱসাগৰ জিলাৰ চেৰেকাপাৰ, কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হয়। ১৮৩৯ চনত মৌজাদাৰৰ কাম ইস্তফা দি ব্ৰিটিছৰ [[আচাম টি কোম্পানী]]ত দেৱান পদ গ্ৰহণ কৰে। ১৮৪৫ চনত কোম্পানীৰ চাকৰি এৰি এতিয়াৰ (২০১২চন) যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে।


১৮৫২ চনত পুৰন্দৰ সিংহৰ পুতেক চাৰিংৰজা [[কামেশ্বৰ সিংহ]]ৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ [[কন্দৰ্পেশ্বৰ সিংহ]] চাৰিংৰজা হয়। নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল। ১৮৫৭চনৰ শেহৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ বৃটিছক অনুৰোধ কৰাৰ ঊদ্দশ্যে তেতিয়াৰ বৃটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায়।<ref>{{cite news | url = http://www.assamtribune.com/scripts/details.asp?id=feb2609/edit3 | title = Martyrdom of Maniram Dewan | author = HK Goswami | publisher = The Assam Tribune | date = 2009-02-29 | accessdate = 2012-04-21 }}</ref> সেই সময়তে ভাৰতত চলি থকা [[ চিপাহী বিদ্ৰোহৰ ]] কথা জানিব পাৰি বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে [[কলিকতা]]ৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰখন বৃটিছৰ আৰক্ষী বিষয়া [[ হৰনাথ দাৰোগা]]ৰ হাতত পৰে। হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে। চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে।
১৮৫২ চনত পুৰন্দৰ সিংহৰ পুতেক চাৰিংৰজা [[কামেশ্বৰ সিংহ]]ৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ [[কন্দৰ্পেশ্বৰ সিংহ]] চাৰিংৰজা হয়। নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল। ১৮৫৭চনৰ শেহৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ ব্ৰিটিছক অনুৰোধ কৰাৰ ঊদ্দশ্যে তেতিয়াৰ ব্ৰিটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায়।<ref>{{cite news | url = http://www.assamtribune.com/scripts/details.asp?id=feb2609/edit3 | title = Martyrdom of Maniram Dewan | author = HK Goswami | publisher = The Assam Tribune | date = 2009-02-29 | accessdate = 2012-04-21 }}</ref> সেই সময়তে ভাৰতত চলি থকা [[ চিপাহী বিদ্ৰোহৰ ]] কথা জানিব পাৰি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে [[কলিকতা]]ৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰখন ব্ৰিটিছৰ আৰক্ষী বিষয়া [[ হৰনাথ দাৰোগা]]ৰ হাতত পৰে। হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে। চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে।


==সাহিত্যিক কৰ্মৰাজী==
==সাহিত্যিক কৰ্মৰাজী==

02:18, 26 December 2020ৰ সংস্কৰণ

মণিৰাম দেৱান
জন্ম মণিৰাম দত্ত বৰুৱা
১৭ এপ্ৰিল, ১৮০৬
চাৰিং, শিৱসাগৰ, অসম
মৃত্যু ২৬ ফেব্ৰুৱাৰী, ১৮৫৮ (৫১ বছৰ)
যোৰহাট, অসম
মৃত্যুৰ কাৰণ ফাঁচী
অন্য নাম মণিৰাম বৰভাণ্ডাৰ বৰুৱা, মণিৰাম দেৱান
পেচা দেৱান, চাহ খেতিয়ক
সংস্থা আচাম টি কোম্পানী
জনা যায় ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ, অসমৰ চাহ খেতিৰ উদ্ভাৱক
উল্লেখযোগ্য কৰ্ম বুৰঞ্জী বিবেক ৰত্ন (১৮৩৮)
অপৰাধ আৰোপ অসমৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা[1]
অপৰাধৰ শাস্তি ফাঁচী দি মৃত্যু

মণিৰাম দেৱান (ইংৰাজী: Maniram Dewan) উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁৰ জন্ম হয় ১৮০৬ চনত শিৱসাগৰ জিলাৰ চাৰিংত। তেওঁৰ পিতাকৰ নাম মুক্তিয়াৰ ৰামদত্ত আৰু মাকৰ নাম কৌশল্যা আছিল।

কৰ্মজীৱন

১৮২৮ চনত উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ইংৰাজৰ অধীনত মণিৰামক ৰেভিনিউ চিৰস্তাদাৰ আৰু তহছিলদাৰ বাব দিয়ে।[2] ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে ব্ৰিটিছৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল। পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পাছত মাহে ৫০ টকাৰ বেতনত এতিয়াৰ (২০১২ চন) শিৱসাগৰ জিলাৰ চেৰেকাপাৰ, কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হয়। ১৮৩৯ চনত মৌজাদাৰৰ কাম ইস্তফা দি ব্ৰিটিছৰ আচাম টি কোম্পানীত দেৱান পদ গ্ৰহণ কৰে। ১৮৪৫ চনত কোম্পানীৰ চাকৰি এৰি এতিয়াৰ (২০১২চন) যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে।

১৮৫২ চনত পুৰন্দৰ সিংহৰ পুতেক চাৰিংৰজা কামেশ্বৰ সিংহৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ কন্দৰ্পেশ্বৰ সিংহ চাৰিংৰজা হয়। নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল। ১৮৫৭চনৰ শেহৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ ব্ৰিটিছক অনুৰোধ কৰাৰ ঊদ্দশ্যে তেতিয়াৰ ব্ৰিটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায়।[3] সেই সময়তে ভাৰতত চলি থকা চিপাহী বিদ্ৰোহৰ কথা জানিব পাৰি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে কলিকতাৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰখন ব্ৰিটিছৰ আৰক্ষী বিষয়া হৰনাথ দাৰোগাৰ হাতত পৰে। হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে। চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে।

সাহিত্যিক কৰ্মৰাজী

মণিৰাম দেৱানে ফাৰ্চী-বাংলা মিশ্ৰিত অসমীয়া ভাষাত "বুৰঞ্জী বিবেক ৰত্ন" নামৰ এখন পুথি ৰচনা কৰিছিল। কলিকতাৰ “সমাচাৰ দৰ্পণ”ত প্ৰবন্ধ পাতি লিখিছিল। সাধাৰণ মানুহে তেখেতক "কলিতা-ৰজা" নাম দিছিল।

চিত্ৰ:মণিৰাম দেৱান.jpg
মণিৰাম দেৱানৰ ফটো

মৃত্যু

১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰত তেওঁক ইংৰাজ চৰকাৰে ফাঁচী দি হত্যা কৰে[4]

সহায়ক গ্ৰন্থপঞ্জী

  1. অসমৰ বুৰঞ্জী - লেখক: পদ্মনাথ গোহাঞিবৰুৱা।
  2. বেলিমাৰ গ'ল - লেখক: ড॰ লীলা গগৈ।
  3. অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস - লেখক: ড॰ প্ৰফুল্ল মহন্ত।
  4. ইতিহাসে সোঁৱৰা ছশটা বছৰ - লেখক: সৰ্বানন্দ ৰাজকুমাৰ।
  5. অসমীয়া জীৱনী অভিধান - লেখক: শিৱনাথ বৰ্মন।

তথ্য সংগ্ৰহ

  1. Arun Bhattacharjee (1993). Assam in Indian Independence. Mittal Publications. পৃষ্ঠা. 13. ISBN 978-81-7099-476-3. http://books.google.com/books?id=hTgxJ9Izl4UC&pg=PA13। আহৰণ কৰা হৈছে: 22 April 2012. 
  2. Bijay Bhushan Hazarika (1987). Political life in Assam during the nineteenth century. Gian Pub. House. পৃষ্ঠা. 351-360. ISBN 978-81-212-0069-1. 
  3. HK Goswami (2009-02-29). "Martyrdom of Maniram Dewan". The Assam Tribune. http://www.assamtribune.com/scripts/details.asp?id=feb2609/edit3। আহৰণ কৰা হৈছে: 2012-04-21. 
  4. Guptajit Pathak (2008). Assamese Women in Indian Independence Movement: With a Special Emphasis on Kanaklata Barua. Mittal Publications. পৃষ্ঠা. 75. ISBN 978-81-8324-233-2. http://books.google.com/books?id=6igd9NaJFlUC&pg=PA75। আহৰণ কৰা হৈছে: 21 April 2012. 

বাহ্যিক সংযোগ