লক্ষ্মীকান্ত বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
শ্ৰেণী:অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভূক্ত লিখক বিলোপ কৰা হ’ল; [[শ্ৰেণী:অসমৰ পাব্লিক ডমেইনৰ অন্তৰ...
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী: 1 নং শাৰী:
{{Assam bio stub}}
{{Assam bio stub}}
{{Infobox person
{{Infobox person
| name = লক্ষ্মীকান্ত বৰুৱা
| name = লক্ষ্মীকান্ত বৰুৱা
| image =
| image =
| alt =
| alt =
| caption =
| caption =
| birth_name =
| birth_date = ১৮৮০<!-- {{Birth date and age|YYYY|MM|DD}} -->
| birth_name =
| birth_date = ১৮৮০<!-- {{Birth date and age|YYYY|MM|DD}} -->
| birth_place = শিৱসাগৰ, অসম
| birth_place = শিৱসাগৰ, অসম
| death_date = ১৯৩৯<!-- {{Death date and age|YYYY|MM|DD|YYYY|MM|DD}} (death date then birth date) -->
| death_date = ১৯৩৯<!-- {{Death date and age|YYYY|MM|DD|YYYY|MM|DD}} (death date then birth date) -->
| death_place =
| death_place =
| nationality =
| nationality =
| other_names =
| other_names =
| known_for =
| known_for =
| occupation = উকিল
| occupation = উকিল
}}
}}
'''লক্ষ্মীকান্ত বৰুৱা'''ৰ (১৮৮০-১৯৩৯) জন্ম হয় [[শিৱসাগৰ]]ত। পিতৃৰ নাম ৰজনীকান্ত বৰুৱা। ''"মাখন উকিল"'' নামেৰে জনাজাত লক্ষ্মীকান্ত বৰুৱাই [[শিৱসাগৰ]]ত ওকালতি কৰিছিল। তেখেত [[বৃটিছ ভাৰত]]ৰ সময়ত এবাৰ [[অসম]] ব্যৱস্থাপক সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেখেত [[কটন মহাবিদ্যালয়]]ত পঢ়া কালৰ পৰাই সাহিত্যিক সাংস্কৃতিক সন্থাবোৰৰ সৈতে জড়িত হৈ আছিল। লক্ষ্মীকান্ত বৰুৱাই কটন মহাবিদ্যালয়ৰ ছাত্ৰ সকলে হাতে লিখা আলোচনী 'সেউতী'ৰ সম্পাদনাও কৰিছিল। কেইবাটাও শিশু-কবিতাৰ ৰচক লক্ষ্মীকান্ত বৰুৱাৰ, সমসাময়িক আলোচনী সমূহত বহুতো গীত আৰু কবিতা প্ৰকাশ পাইছিল।<ref name=shiv>বৰ্মন, শিৱনাথ (২০০০). ''অসমীয়া জীৱনী অভিধান''. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী</ref>
'''লক্ষ্মীকান্ত বৰুৱা'''ৰ (১৮৮০-১৯৩৯) জন্ম হয় [[শিৱসাগৰ]]ত। পিতৃৰ নাম ৰজনীকান্ত বৰুৱা। ''"মাখন উকিল"'' নামেৰে জনাজাত লক্ষ্মীকান্ত বৰুৱাই [[শিৱসাগৰ]]ত ওকালতি কৰিছিল। তেখেত [[ব্ৰিটিছ ভাৰত]]ৰ সময়ত এবাৰ [[অসম]] ব্যৱস্থাপক সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেখেত [[কটন মহাবিদ্যালয়]]ত পঢ়া কালৰ পৰাই সাহিত্যিক সাংস্কৃতিক সন্থাবোৰৰ সৈতে জড়িত হৈ আছিল। লক্ষ্মীকান্ত বৰুৱাই কটন মহাবিদ্যালয়ৰ ছাত্ৰ সকলে হাতে লিখা আলোচনী 'সেউতী'ৰ সম্পাদনাও কৰিছিল। কেইবাটাও শিশু-কবিতাৰ ৰচক লক্ষ্মীকান্ত বৰুৱাৰ, সমসাময়িক আলোচনী সমূহত বহুতো গীত আৰু কবিতা প্ৰকাশ পাইছিল।<ref name=shiv>বৰ্মন, শিৱনাথ (২০০০). ''অসমীয়া জীৱনী অভিধান''. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী</ref>


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==

02:19, 26 December 2020 অনুযায়ী বৰ্তমান সংস্কৰণ

লক্ষ্মীকান্ত বৰুৱা
জন্ম ১৮৮০
শিৱসাগৰ, অসম
মৃত্যু ১৯৩৯
পেচা উকিল

লক্ষ্মীকান্ত বৰুৱাৰ (১৮৮০-১৯৩৯) জন্ম হয় শিৱসাগৰত। পিতৃৰ নাম ৰজনীকান্ত বৰুৱা। "মাখন উকিল" নামেৰে জনাজাত লক্ষ্মীকান্ত বৰুৱাই শিৱসাগৰত ওকালতি কৰিছিল। তেখেত ব্ৰিটিছ ভাৰতৰ সময়ত এবাৰ অসম ব্যৱস্থাপক সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেখেত কটন মহাবিদ্যালয়ত পঢ়া কালৰ পৰাই সাহিত্যিক সাংস্কৃতিক সন্থাবোৰৰ সৈতে জড়িত হৈ আছিল। লক্ষ্মীকান্ত বৰুৱাই কটন মহাবিদ্যালয়ৰ ছাত্ৰ সকলে হাতে লিখা আলোচনী 'সেউতী'ৰ সম্পাদনাও কৰিছিল। কেইবাটাও শিশু-কবিতাৰ ৰচক লক্ষ্মীকান্ত বৰুৱাৰ, সমসাময়িক আলোচনী সমূহত বহুতো গীত আৰু কবিতা প্ৰকাশ পাইছিল।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী