পশ্চিমবংগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
74 নং শাৰী: 74 নং শাৰী:
| footnotes = {{note|leg|*}} ২৯৪ জন নিৰ্বাচিত, ১ জন মনোনীত
| footnotes = {{note|leg|*}} ২৯৪ জন নিৰ্বাচিত, ১ জন মনোনীত
}}
}}
'''পশ্চিমবঙ্গ''' [[ভাৰত]]বৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য।<ref name="Population: India at a glance">{{cite web|url=http://www.world-gazetteer.com/wg.php?x=&men=gadm&lng=en&des=wg&geo=-104&srt=npan&col=abcdefghinoq&msz=1500&va=x|title=India: Administrative Divisions (population and area)|publisher=Census of India|accessdate=2009-04-17|archiveurl=http://archive.is/FFLe|archivedate=2012-12-17}}</ref> পশ্চিমবঙ্গ [[জিডিপি|মুঠ ঘৰুৱা উৎপাদন]]ত ভাৰতৰ তৃতীয় বৃহত্তম অৱদানকাৰী।<ref>[http://mospi.nic.in/6_gsdp_cur_9394ser.htm Gross Domestic Product by prices as of 28 February, 2008]</ref> এই ৰাজ্যৰ পূৰ্ব সীমান্তত [[বাংলাদেশ]]; উত্তৰ পূৱত [[অসম]]; উত্তৰে [[ভূটান]] আৰু [[ছিকিম]]; উত্তৰ পশ্চিম দিশত [[নেপাল]]; পশ্চিমে [[বিহাৰ]] আৰু [[ঝাৰখণ্ড]]; আৰু দক্ষিণ পশ্চিমে [[উৰিষ্যা]] অৱস্থিত। আধুনিক "পশ্চিমবঙ্গ" নামে পৰিচিত এই ভূখণ্ডটি বিগত দুই হাজাৰ বছৰ ধৰি একাধিক ৰাজবংশ আৰু সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ১৭৫৭ চনত [[পলাশীৰ যুদ্ধ]]ত জয়লাভ কৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে এই অঞ্চলত নিজ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত সুদীৰ্ঘকাল [[কলকাতা]]ই ব্ৰিটিছ ভাৰতৰ ৰাজধানীৰ মৰ্যাদা পায়। বিংশ শতাব্দীৰ প্ৰথমছোৱাত পূৰ্ববংগ (বৰ্তমান বাংলাদেশ) আৰু পশ্চিম বংগক একেলগে [[বেঙ্গল প্ৰেসিডেন্সি]] বোলা হৈছিল<ref>{{cite web | url=http://www.indianetzone.com/34/bengal_presidency_british_india.htm | title=Bengal Presidency, British India | publisher=indianetzone.com | accessdate=December 09, 2011}}</ref>। বৃটিচ ভাৰতৰ প্ৰথম ৰাজধানী হিচাবে [[কলকাতা|কলিকতা]] (বৰ্তমানৰ কলকাতা) পশ্চিমীয়া শিক্ষাৰ এক কেন্দ্ৰস্থল স্বৰূপ হৈ পৰে। পশ্চিমীয়া শিক্ষাৰ সুপ্ৰভাবত অঞ্চলটোত শিক্ষা, সংস্কৃতি আৰু প্ৰগতিবাদী চিন্তাধাৰাৰ প্ৰভাৱত নবজাগৰণস্বৰূপৰ সূচনা হয়। ইয়াৰ ফলত [[ৰাজা ৰামমোহন ৰায়]], [[দয়ানন্দ সৰস্বতী]], [[স্বামী বিবেকানন্দ]], [[ৰবীন্দ্ৰনাথ ঠাকুৰ]], [[অৰবিন্দ]] আদি মণিষীৰ উত্থান ঘটে। তেওঁলোকৰ মুক্ত চিন্তাধাৰাৰ আৰু সংস্কাৰপন্থী কাৰ্যকলাপৰ ফলত ইয়াতে ভাৰতীয় জাতীয়তাবাদৰ শক্তিশালী ধাৰণাৰ উদ্ভৱ হয় আৰু ই [[ভাৰতৰ স্বাধীনতা আন্দোলন]]ৰ এক পীঠস্থানত পৰিণত হয়। ১৯৪৭ চনৰ দেশ বিভাজনৰ বঙালী দ্বিখণ্ডিত হ’ল আৰু পশ্চিমবঙ্গ ভাৰতীয় প্ৰজাতন্ত্ৰৰ অন্তৰ্ভুক্ত হয়। পৰবৰ্তীকালত স্বাধীন ভাৰতৰ পশ্চিমবংগত সমসাময়িক [[ছ'ভিয়েট সংঘ]]ৰ লেনিনপন্থী [[মাৰ্ক্সবাদ]]ৰ প্ৰভাৱত সমাজবাদী চিন্তাধাৰাৰ সূচনা হয় আৰু স্বাধীনতাৰ পাচত ইয়াত বৰ্তমানলৈকে (২০১১) মাৰ্ক্স-লেনিনবাদী ৰাজনৈতিক সংস্কৃতিৰ প্ৰাধান্যৰে পৰিচালিত বামপন্থী আঞ্চলিক দলে ৰাজ্যিক শাসনকাৰ্য্য চলাই আহিছে।<ref name="Wsws.org">{{cite web | title= Why India’s Stalinists oppose the US nuclear deal | url= http://www.wsws.org/articles/2008/jul2008/indi-j15.shtml | publisher = WSWS | format = aspx | accessdate= March 27, 2010 }}</ref><ref name="dnaindia.com">{{cite web | title= Fresh gunfight between police, Naxals in West Bengal | url= http://www.dnaindia.com/india/report_fresh-gunfight-between-police-naxals-in-west-bengal_1364127 | publisher = DNA | format = aspx | accessdate= March 27, 2010 }}</ref><ref name="economist.com">{{cite web | title= A slaughter reveals the inadequacy of India’s counterinsurgency effort | url= http://www.economist.com/world/asia/displaystory.cfm?story_id=15869400 | publisher = The Economist | format = aspx | accessdate= Apr 8th 2010 }}</ref><ref name="SUHRIDSANKARCHATTOPADHYAY">{{cite web|url=http://www.hindu.com/fline/fl2323/stories/20061201002503300.htm|title=While the debate goes on whether trade unions must be allowed in the IT sector, the CITU forms one in West Bengal|publisher=FrontLine|accessdate=Dec. 01, 2006}}</ref><ref name="thestatesman.net">{{cite web|url=http://www.thestatesman.net/index.php?option=com_content&view=article&id=325041&catid=51|title=Waking up too late|publisher=The Statesman|accessdate=11 April 2010}}</ref>
'''পশ্চিমবঙ্গ''' [[ভাৰত]]বৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য।<ref name="Population: India at a glance">{{cite web|url=http://www.world-gazetteer.com/wg.php?x=&men=gadm&lng=en&des=wg&geo=-104&srt=npan&col=abcdefghinoq&msz=1500&va=x|title=India: Administrative Divisions (population and area)|publisher=Census of India|accessdate=2009-04-17|archiveurl=http://archive.is/FFLe|archivedate=2012-12-17}}</ref> পশ্চিমবঙ্গ [[জিডিপি|মুঠ ঘৰুৱা উৎপাদন]]ত ভাৰতৰ তৃতীয় বৃহত্তম অৱদানকাৰী।<ref>[http://mospi.nic.in/6_gsdp_cur_9394ser.htm Gross Domestic Product by prices as of 28 February, 2008]</ref> এই ৰাজ্যৰ পূৰ্ব সীমান্তত [[বাংলাদেশ]]; উত্তৰ পূৱত [[অসম]]; উত্তৰে [[ভূটান]] আৰু [[ছিকিম]]; উত্তৰ পশ্চিম দিশত [[নেপাল]]; পশ্চিমে [[বিহাৰ]] আৰু [[ঝাৰখণ্ড]]; আৰু দক্ষিণ পশ্চিমে [[উৰিষ্যা]] অৱস্থিত। আধুনিক "পশ্চিমবঙ্গ" নামে পৰিচিত এই ভূখণ্ডটি বিগত দুই হাজাৰ বছৰ ধৰি একাধিক ৰাজবংশ আৰু সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ১৭৫৭ চনত [[পলাশীৰ যুদ্ধ]]ত জয়লাভ কৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে এই অঞ্চলত নিজ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত সুদীৰ্ঘকাল [[কলকাতা]]ই ব্ৰিটিছ ভাৰতৰ ৰাজধানীৰ মৰ্যাদা পায়। বিংশ শতাব্দীৰ প্ৰথমছোৱাত পূৰ্ববংগ (বৰ্তমান বাংলাদেশ) আৰু পশ্চিম বংগক একেলগে [[বেঙ্গল প্ৰেসিডেন্সি]] বোলা হৈছিল<ref>{{cite web | url=http://www.indianetzone.com/34/bengal_presidency_british_india.htm | title=Bengal Presidency, British India | publisher=indianetzone.com | accessdate=December 09, 2011}}</ref>। ব্ৰিটিছ ভাৰতৰ প্ৰথম ৰাজধানী হিচাবে [[কলকাতা|কলিকতা]] (বৰ্তমানৰ কলকাতা) পশ্চিমীয়া শিক্ষাৰ এক কেন্দ্ৰস্থল স্বৰূপ হৈ পৰে। পশ্চিমীয়া শিক্ষাৰ সুপ্ৰভাবত অঞ্চলটোত শিক্ষা, সংস্কৃতি আৰু প্ৰগতিবাদী চিন্তাধাৰাৰ প্ৰভাৱত নবজাগৰণস্বৰূপৰ সূচনা হয়। ইয়াৰ ফলত [[ৰাজা ৰামমোহন ৰায়]], [[দয়ানন্দ সৰস্বতী]], [[স্বামী বিবেকানন্দ]], [[ৰবীন্দ্ৰনাথ ঠাকুৰ]], [[অৰবিন্দ]] আদি মণিষীৰ উত্থান ঘটে। তেওঁলোকৰ মুক্ত চিন্তাধাৰাৰ আৰু সংস্কাৰপন্থী কাৰ্যকলাপৰ ফলত ইয়াতে ভাৰতীয় জাতীয়তাবাদৰ শক্তিশালী ধাৰণাৰ উদ্ভৱ হয় আৰু ই [[ভাৰতৰ স্বাধীনতা আন্দোলন]]ৰ এক পীঠস্থানত পৰিণত হয়। ১৯৪৭ চনৰ দেশ বিভাজনৰ বঙালী দ্বিখণ্ডিত হ’ল আৰু পশ্চিমবঙ্গ ভাৰতীয় প্ৰজাতন্ত্ৰৰ অন্তৰ্ভুক্ত হয়। পৰবৰ্তীকালত স্বাধীন ভাৰতৰ পশ্চিমবংগত সমসাময়িক [[ছ'ভিয়েট সংঘ]]ৰ লেনিনপন্থী [[মাৰ্ক্সবাদ]]ৰ প্ৰভাৱত সমাজবাদী চিন্তাধাৰাৰ সূচনা হয় আৰু স্বাধীনতাৰ পাচত ইয়াত বৰ্তমানলৈকে (২০১১) মাৰ্ক্স-লেনিনবাদী ৰাজনৈতিক সংস্কৃতিৰ প্ৰাধান্যৰে পৰিচালিত বামপন্থী আঞ্চলিক দলে ৰাজ্যিক শাসনকাৰ্য্য চলাই আহিছে।<ref name="Wsws.org">{{cite web | title= Why India’s Stalinists oppose the US nuclear deal | url= http://www.wsws.org/articles/2008/jul2008/indi-j15.shtml | publisher = WSWS | format = aspx | accessdate= March 27, 2010 }}</ref><ref name="dnaindia.com">{{cite web | title= Fresh gunfight between police, Naxals in West Bengal | url= http://www.dnaindia.com/india/report_fresh-gunfight-between-police-naxals-in-west-bengal_1364127 | publisher = DNA | format = aspx | accessdate= March 27, 2010 }}</ref><ref name="economist.com">{{cite web | title= A slaughter reveals the inadequacy of India’s counterinsurgency effort | url= http://www.economist.com/world/asia/displaystory.cfm?story_id=15869400 | publisher = The Economist | format = aspx | accessdate= Apr 8th 2010 }}</ref><ref name="SUHRIDSANKARCHATTOPADHYAY">{{cite web|url=http://www.hindu.com/fline/fl2323/stories/20061201002503300.htm|title=While the debate goes on whether trade unions must be allowed in the IT sector, the CITU forms one in West Bengal|publisher=FrontLine|accessdate=Dec. 01, 2006}}</ref><ref name="thestatesman.net">{{cite web|url=http://www.thestatesman.net/index.php?option=com_content&view=article&id=325041&catid=51|title=Waking up too late|publisher=The Statesman|accessdate=11 April 2010}}</ref>
<!--
<!--
বৰ্তমান পশ্চিমবঙ্গই ইয়াৰ অৰ্থনৈতিক হৃতগৌৰৱ কিছু অংশ পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হলেওঁ, আজিও এই ৰাজ্য ভাৰতৰ দৰিদ্ৰতম ৰাজ্যসমূহৰ অন্যতম। ইয়াৰ প্ৰধান কাৰণ হ’ল ৰা্জ্যখনৰ ৰাজনৈতিক অস্থিৰতা, প্ৰশাসনিক ব্যৰ্থতা আৰু ভ্ৰান্ত চৰকাৰী নীতি।<ref name="TimesofIndia.com">{{cite web | title= Political violence revisits Bengal | url= http://timesofindia.indiatimes.com/India/Political-violence-revisits-Bengal/articleshow/4637878.cms | publisher = Times of India | format = cms | accessdate= Jun 10, 2009 }}</ref><ref name="webcache">http://econ-www.mit.edu/files/2490 Strategy for Economic Reform in West Bengal.</ref><ref name="TheTelegraph01">http://www.telegraphindia.com/1100713/jsp/frontpage/story_12677609.jsp Minister’s statement that schemes were not ‘properly’ implemented coincides with debate in CPM.</ref><ref name="TheTelegraph02">http://timesofindia.indiatimes.com/India/8-Indian-states-have-more-poor-than-26-poorest-Af
বৰ্তমান পশ্চিমবঙ্গই ইয়াৰ অৰ্থনৈতিক হৃতগৌৰৱ কিছু অংশ পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হলেওঁ, আজিও এই ৰাজ্য ভাৰতৰ দৰিদ্ৰতম ৰাজ্যসমূহৰ অন্যতম। ইয়াৰ প্ৰধান কাৰণ হ’ল ৰা্জ্যখনৰ ৰাজনৈতিক অস্থিৰতা, প্ৰশাসনিক ব্যৰ্থতা আৰু ভ্ৰান্ত চৰকাৰী নীতি।<ref name="TimesofIndia.com">{{cite web | title= Political violence revisits Bengal | url= http://timesofindia.indiatimes.com/India/Political-violence-revisits-Bengal/articleshow/4637878.cms | publisher = Times of India | format = cms | accessdate= Jun 10, 2009 }}</ref><ref name="webcache">http://econ-www.mit.edu/files/2490 Strategy for Economic Reform in West Bengal.</ref><ref name="TheTelegraph01">http://www.telegraphindia.com/1100713/jsp/frontpage/story_12677609.jsp Minister’s statement that schemes were not ‘properly’ implemented coincides with debate in CPM.</ref><ref name="TheTelegraph02">http://timesofindia.indiatimes.com/India/8-Indian-states-have-more-poor-than-26-poorest-Af

02:23, 26 December 2020ৰ সংস্কৰণ

পশ্চিমবঙ্গ
—  ৰাজ্য  —
চিত্ৰ:Seal of West Bengal.jpg
মোহৰ
ভাৰতত পশ্চিমবঙ্গৰ অৱস্থান
ভাৰতত পশ্চিমবঙ্গৰ অৱস্থান
পশ্চিমবঙ্গৰ মানচিত্ৰ
পশ্চিমবঙ্গৰ মানচিত্ৰ
দেশ  ভাৰত
অঞ্চল পূব ভাৰত
প্ৰতিষ্ঠা ১ নৱেম্বৰ, ১৯৫৬
ৰাজধানী কলকাতা
জিলা মুঠ ২০ খন
চৰকাৰ
 - ৰাজ্যপাল এম কে নাৰায়ণন
 - মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়
 - বিধানসভা এককক্ষীয় (২৯৫টি* আসনবিশিষ্ট)
 - লোকসভা
 - উচ্চ ন্যায়ালয় কলকাতা উচ্চ ন্যায়ালয়
মাটিকালি
 - মুঠ ৮৮,৭৫২ কি.মি. 
(৩৪,২৬৭.৩ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক 13th
জনসংখ্যা (২০১১)[1]
 - মুঠ ৯,১৩,৪৭,৭৩৬ জন
 - স্থান thতম
 - জনঘনত্ব ১,০২৯.২ প্ৰতি বৰ্গ কি.মি. 
(২,৬৬৫.৭ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+০৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-WB
মানৱ উন্নয়ন সূচক decrease ০.৬২৫ (মধ্যম)
মানৱ উন্নয়ন সূচক স্তৰ ১৯তম (২০০৫)
সাক্ষৰতা ৭৭.১%[2] (16th)
চৰকাৰী ভাষা বঙালীনেপালীইংৰাজী
ৱেবছাইট wbgov.com
^* ২৯৪ জন নিৰ্বাচিত, ১ জন মনোনীত

পশ্চিমবঙ্গ ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য।[3] পশ্চিমবঙ্গ মুঠ ঘৰুৱা উৎপাদনত ভাৰতৰ তৃতীয় বৃহত্তম অৱদানকাৰী।[4] এই ৰাজ্যৰ পূৰ্ব সীমান্তত বাংলাদেশ; উত্তৰ পূৱত অসম; উত্তৰে ভূটান আৰু ছিকিম; উত্তৰ পশ্চিম দিশত নেপাল; পশ্চিমে বিহাৰ আৰু ঝাৰখণ্ড; আৰু দক্ষিণ পশ্চিমে উৰিষ্যা অৱস্থিত। আধুনিক "পশ্চিমবঙ্গ" নামে পৰিচিত এই ভূখণ্ডটি বিগত দুই হাজাৰ বছৰ ধৰি একাধিক ৰাজবংশ আৰু সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ১৭৫৭ চনত পলাশীৰ যুদ্ধত জয়লাভ কৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে এই অঞ্চলত নিজ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত সুদীৰ্ঘকাল কলকাতাই ব্ৰিটিছ ভাৰতৰ ৰাজধানীৰ মৰ্যাদা পায়। বিংশ শতাব্দীৰ প্ৰথমছোৱাত পূৰ্ববংগ (বৰ্তমান বাংলাদেশ) আৰু পশ্চিম বংগক একেলগে বেঙ্গল প্ৰেসিডেন্সি বোলা হৈছিল[5]। ব্ৰিটিছ ভাৰতৰ প্ৰথম ৰাজধানী হিচাবে কলিকতা (বৰ্তমানৰ কলকাতা) পশ্চিমীয়া শিক্ষাৰ এক কেন্দ্ৰস্থল স্বৰূপ হৈ পৰে। পশ্চিমীয়া শিক্ষাৰ সুপ্ৰভাবত অঞ্চলটোত শিক্ষা, সংস্কৃতি আৰু প্ৰগতিবাদী চিন্তাধাৰাৰ প্ৰভাৱত নবজাগৰণস্বৰূপৰ সূচনা হয়। ইয়াৰ ফলত ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, অৰবিন্দ আদি মণিষীৰ উত্থান ঘটে। তেওঁলোকৰ মুক্ত চিন্তাধাৰাৰ আৰু সংস্কাৰপন্থী কাৰ্যকলাপৰ ফলত ইয়াতে ভাৰতীয় জাতীয়তাবাদৰ শক্তিশালী ধাৰণাৰ উদ্ভৱ হয় আৰু ই ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক পীঠস্থানত পৰিণত হয়। ১৯৪৭ চনৰ দেশ বিভাজনৰ বঙালী দ্বিখণ্ডিত হ’ল আৰু পশ্চিমবঙ্গ ভাৰতীয় প্ৰজাতন্ত্ৰৰ অন্তৰ্ভুক্ত হয়। পৰবৰ্তীকালত স্বাধীন ভাৰতৰ পশ্চিমবংগত সমসাময়িক ছ'ভিয়েট সংঘৰ লেনিনপন্থী মাৰ্ক্সবাদৰ প্ৰভাৱত সমাজবাদী চিন্তাধাৰাৰ সূচনা হয় আৰু স্বাধীনতাৰ পাচত ইয়াত বৰ্তমানলৈকে (২০১১) মাৰ্ক্স-লেনিনবাদী ৰাজনৈতিক সংস্কৃতিৰ প্ৰাধান্যৰে পৰিচালিত বামপন্থী আঞ্চলিক দলে ৰাজ্যিক শাসনকাৰ্য্য চলাই আহিছে।[6][7][8][9][10]

পশ্চিমবঙ্গ এখন কৃষিনিৰ্ভৰ ৰাজ্য হ'লেও বৰ্তমান ভাৰতৰ অন্য অংশৰ বিকাশৰ লগত সংগতি ৰাখি ইয়াৰ ৰাজনৈতিক নেতৃত্বই ঔদ্যোগীকিকৰণৰ প্ৰয়াস আৰম্ভ কৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৭৭ চনৰ পৰা ২০১১ চনলৈ পশ্চিমবঙ্গত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (সিপিআই(এম)) নেতৃত্বাধীন বামফ্ৰণ্ট চৰকাৰ প্ৰতিষ্ঠিত। এই চৰকাৰ আছিল বিশ্বৰ ইতিহাসত দীৰ্ঘতম গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত কমিউনিষ্ট চৰকাৰ।[11][12][13] বৰ্তমানে বামফ্ৰণ্টকে পৰাজিত কৰি দক্ষিণপন্থী দল তৃণমূল কংগ্ৰেছ ক্ষমতালৈ আহিছে।

পশ্চিমবঙ্গত দুটি ইউনেস্কোবিশ্ব ঐতিহ্যবাহী স্থান আছে। সেয়া হৈছে দাৰ্জিলিং হিমালয়ান ৰেল (ভাৰতীয় পাৰ্বত্য ৰেলপথৰ অংশ হিচাপে) আৰু সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান

তথ্য সংগ্ৰহ

  1. Census of India, 2011. Census Data Online, Population.
  2. "West Bengal front final printing" (html). http://www.censusindia.gov.in/2011-prov-results/indiaatglance.html। আহৰণ কৰা হৈছে: 30 July 2009. 
  3. "India: Administrative Divisions (population and area)". Census of India. Archived from the original on 2012-12-17. http://archive.is/FFLe। আহৰণ কৰা হৈছে: 2009-04-17. 
  4. Gross Domestic Product by prices as of 28 February, 2008
  5. "Bengal Presidency, British India". indianetzone.com. http://www.indianetzone.com/34/bengal_presidency_british_india.htm। আহৰণ কৰা হৈছে: December 09, 2011. 
  6. "Why India’s Stalinists oppose the US nuclear deal" (aspx). WSWS. http://www.wsws.org/articles/2008/jul2008/indi-j15.shtml। আহৰণ কৰা হৈছে: March 27, 2010. 
  7. "Fresh gunfight between police, Naxals in West Bengal" (aspx). DNA. http://www.dnaindia.com/india/report_fresh-gunfight-between-police-naxals-in-west-bengal_1364127। আহৰণ কৰা হৈছে: March 27, 2010. 
  8. "A slaughter reveals the inadequacy of India’s counterinsurgency effort" (aspx). The Economist. http://www.economist.com/world/asia/displaystory.cfm?story_id=15869400। আহৰণ কৰা হৈছে: Apr 8th 2010. 
  9. "While the debate goes on whether trade unions must be allowed in the IT sector, the CITU forms one in West Bengal". FrontLine. http://www.hindu.com/fline/fl2323/stories/20061201002503300.htm। আহৰণ কৰা হৈছে: Dec. 01, 2006. 
  10. "Waking up too late". The Statesman. http://www.thestatesman.net/index.php?option=com_content&view=article&id=325041&catid=51। আহৰণ কৰা হৈছে: 11 April 2010. 
  11. "CPI(M) architect of misrule in Bengal". Government of India (2001). IBNLive. http://ibnlive.in.com/blogs/mamatabanerjee/2446/53353/cpim-architect-of-misrule-in-bengal.html। আহৰণ কৰা হৈছে: April 15, 2009. 
  12. "The question is not who will win but what lies behind the Left Front's impending electoral victory, its 15th in succession". Government of India (2001). The Hindu. http://www.hindu.com/2006/04/16/stories/2006041609221200.htm। আহৰণ কৰা হৈছে: April 15, 2009. 
  13. "CPI dominana in West Bengal". RUDRANGSHU MUKHERJEE. http://www.india-seminar.com/2010/605/605_rudrangshu_mukherjee.htm। আহৰণ কৰা হৈছে: Jun 10, 2009. 

বহিঃসংযোগ