১১ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
2 নং শাৰী: 2 নং শাৰী:


==ঘটনাৰাজী==
==ঘটনাৰাজী==
# ভাৰতৰ প্ৰথমজন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী [[মৌলানা আবুল কালাম আজাদ]]ৰ জন্মদিন। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত [[ৰাষ্ট্ৰীয় শিক্ষা দিৱস]] হিচাপে পালন কৰা হয়।
* ভাৰতৰ প্ৰথমজন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী [[মৌলানা আবুল কালাম আজাদ]]ৰ জন্মদিন। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত [[ৰাষ্ট্ৰীয় শিক্ষা দিৱস]] হিচাপে পালন কৰা হয়।
# আজিৰ দিনটোতে ১৯৬৬ চনত সাহিত্যিক [[ডিম্বেশ্বৰ নেওগ]]ৰ পৰলোক প্ৰাপ্তি ঘটে।
* আজিৰ দিনটোতে ১৯৬৬ চনত সাহিত্যিক [[ডিম্বেশ্বৰ নেওগ]]ৰ পৰলোক প্ৰাপ্তি ঘটে।
# ১৯৭০ চনৰ আজিৰ দিনটোতে [[মহেন্দ্ৰ মোহন চৌধুৰী]]য়ে অসমৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰে আৰু তেওঁ ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰে।
* ১৯৭০ চনৰ আজিৰ দিনটোতে [[মহেন্দ্ৰ মোহন চৌধুৰী]]য়ে অসমৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰে আৰু তেওঁ ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰে।
# সাহিত্যিক [[ৰমা দাস]]ৰ মৃত্যু হয় আজিৰ দিনটোতে।
* সাহিত্যিক [[ৰমা দাস]]ৰ মৃত্যু হয় আজিৰ দিনটোতে।
# ৰাছিয়াৰ সাহিত্যিক [[ডষ্টযেভস্কি]]ৰ জন্ম হৈছিল ১৮২১ চনৰ আজিৰ দিনটোতে।
* ৰাছিয়াৰ সাহিত্যিক [[ফিওদোৰ দস্তয়েভস্কি]]ৰ জন্ম হৈছিল ১৮২১ চনৰ আজিৰ দিনটোতে।
# কেশৱ সেনৰ নেতৃত্বত কলকাতাত আদি [[ব্ৰহ্ম সমাজ]] প্ৰতিষ্ঠিত হয় ১৮৬৬ চনৰ আজিৰ দিনটোতে।
* কেশৱ সেনৰ নেতৃত্বত কলকাতাত আদি [[ব্ৰহ্ম সমাজ]] প্ৰতিষ্ঠিত হয় ১৮৬৬ চনৰ আজিৰ দিনটোতে।
# চৰকাৰীভাৱে [[প্ৰথম মহাসমৰ]]ৰ সামৰণি পৰে ১৯১৮ চনৰ আজিৰ দিনটোতে আৰু অষ্ট্ৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় আৰু জাৰ্মানীয়ে পৰাজয় স্বীকাৰ কৰে।
* চৰকাৰীভাৱে [[প্ৰথম বিশ্বযুদ্ধ]]ৰ সামৰণি পৰে ১৯১৮ চনৰ আজিৰ দিনটোতে আৰু অষ্ট্ৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় আৰু জাৰ্মানীয়ে পৰাজয় স্বীকাৰ কৰে।
# অত্যাচাৰী, স্বেচ্ছাচাৰী শাসক [[হিটলাৰ]]ক গ্ৰেপ্তাৰ কৰা হয় ১৯২৩ চনৰ আজিৰ দিনটোতে।
* অত্যাচাৰী, স্বেচ্ছাচাৰী শাসক [[হিটলাৰ]]ক গ্ৰেপ্তাৰ কৰা হয় ১৯২৩ চনৰ আজিৰ দিনটোতে।
# ১৯৭৫ চনৰ আজিৰ দিনটোতে এংগোলা পৰ্তুগীজ শাসনৰ পৰা মুক্ত হয়।
* ১৯৭৫ চনৰ আজিৰ দিনটোতে এংগোলা পৰ্তুগীজ শাসনৰ পৰা মুক্ত হয়।
# মালদ্বীপ গণতন্ত্ৰত পৰিণত হয় ১৯৬৮ চনৰ আজিৰ দিনটোতে।
* [[মালদ্বীপ]] গণতন্ত্ৰত পৰিণত হয় ১৯৬৮ চনৰ আজিৰ দিনটোতে।
# [[আকাশ টেবলেট]] হৈছে বৰ্তমান বিশ্বৰ সকলোতকৈ কম খৰচী তথা ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহযোগত ব্ৰিটিচ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ কৰি উলিওৱা [[এণ্ড্ৰইড]] প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা। ২০১২বৰ্ষৰ আজিৰ দিনটোতে "আকাশ-২" মুকলি কৰি দিয়া হয়, আকাশ-১ৰ তুলনাত আকাশ-২ ত ঊন্নত প্ৰচেচৰ, আৰু অধিক ৰেম যুক্ত। আকাশ-২ আই আই টি ৰাজস্থানৰ সহযোগত নিৰ্মাণ কৰা হৈছে।
* [[আকাশ টেবলেট]] হৈছে বৰ্তমান বিশ্বৰ সকলোতকৈ কম খৰচী তথা ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহযোগত ব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ কৰি উলিওৱা [[এণ্ড্ৰইড]] প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা। ২০১২বৰ্ষৰ আজিৰ দিনটোতে "আকাশ-২" মুকলি কৰি দিয়া হয়, আকাশ-১ৰ তুলনাত আকাশ-২ ত ঊন্নত প্ৰচেচৰ, আৰু অধিক ৰেম যুক্ত। আকাশ-২ আই আই টি ৰাজস্থানৰ সহযোগত নিৰ্মাণ কৰা হৈছে।


== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==
{{commons|Category:11 November|১১ নৱেম্বৰ}}
{{commons|Category:11 November|১১ নৱেম্বৰ}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/november/11 বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/november/11 বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
----
{{Months}}
{{Months}}
[[শ্ৰেণী:নৱেম্বৰ]]
[[শ্ৰেণী:নৱেম্বৰ]]
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]]

05:02, 31 December 2020ৰ সংস্কৰণ

১১ নৱেম্বৰ (ইংৰাজী: 11 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১৫ তম (অধিবৰ্ষত ৩১৬ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী

  • ভাৰতৰ প্ৰথমজন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিন। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়।
  • আজিৰ দিনটোতে ১৯৬৬ চনত সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ পৰলোক প্ৰাপ্তি ঘটে।
  • ১৯৭০ চনৰ আজিৰ দিনটোতে মহেন্দ্ৰ মোহন চৌধুৰীয়ে অসমৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰে আৰু তেওঁ ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰে।
  • সাহিত্যিক ৰমা দাসৰ মৃত্যু হয় আজিৰ দিনটোতে।
  • ৰাছিয়াৰ সাহিত্যিক ফিওদোৰ দস্তয়েভস্কিৰ জন্ম হৈছিল ১৮২১ চনৰ আজিৰ দিনটোতে।
  • কেশৱ সেনৰ নেতৃত্বত কলকাতাত আদি ব্ৰহ্ম সমাজ প্ৰতিষ্ঠিত হয় ১৮৬৬ চনৰ আজিৰ দিনটোতে।
  • চৰকাৰীভাৱে প্ৰথম বিশ্বযুদ্ধৰ সামৰণি পৰে ১৯১৮ চনৰ আজিৰ দিনটোতে আৰু অষ্ট্ৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় আৰু জাৰ্মানীয়ে পৰাজয় স্বীকাৰ কৰে।
  • অত্যাচাৰী, স্বেচ্ছাচাৰী শাসক হিটলাৰক গ্ৰেপ্তাৰ কৰা হয় ১৯২৩ চনৰ আজিৰ দিনটোতে।
  • ১৯৭৫ চনৰ আজিৰ দিনটোতে এংগোলা পৰ্তুগীজ শাসনৰ পৰা মুক্ত হয়।
  • মালদ্বীপ গণতন্ত্ৰত পৰিণত হয় ১৯৬৮ চনৰ আজিৰ দিনটোতে।
  • আকাশ টেবলেট হৈছে বৰ্তমান বিশ্বৰ সকলোতকৈ কম খৰচী তথা ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহযোগত ব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ কৰি উলিওৱা এণ্ড্ৰইড প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা। ২০১২বৰ্ষৰ আজিৰ দিনটোতে "আকাশ-২" মুকলি কৰি দিয়া হয়, আকাশ-১ৰ তুলনাত আকাশ-২ ত ঊন্নত প্ৰচেচৰ, আৰু অধিক ৰেম যুক্ত। আকাশ-২ আই আই টি ৰাজস্থানৰ সহযোগত নিৰ্মাণ কৰা হৈছে।

বাহ্যিক সংযোগ