এপ'ল': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
6 নং শাৰী: 6 নং শাৰী:
| alt =
| alt =
| caption = ১২০-১৪০ চনত নিৰ্মিত এপ'ল'ৰ প্ৰতিমূৰ্তি
| caption = ১২০-১৪০ চনত নিৰ্মিত এপ'ল'ৰ প্ৰতিমূৰ্তি
| god_of = অৰেকলসকল (একপ্ৰকাৰৰ ভৱিষ্যৎবক্তা), ধনুৰ্বিদ্যা, নিৰাময়, সংগীত আৰু কলা, সূৰ্য, জ্ঞান, জীৱ-জন্তৰ পাল, শিশুৰ সুৰক্ষা আদিৰ
| god_of = অৰেকলসকল (একপ্ৰকাৰৰ ভৱিষ্যৎবক্তা), ধনুৰ্বিদ্যা, নিৰাময়, সংগীত আৰু কলা, সূৰ্য, জ্ঞান, জীৱ-জন্তৰ পাল, যুৱচামৰ সুৰক্ষা আদিৰ
| abode = অলিম্পাচ পৰ্বত
| abode = অলিম্পাচ পৰ্বত
| symbol = লেইৰ (এবিধ বাদ্যযন্ত্ৰ), ঘূৰণীয়াকৈ সজ্জিত জলফাইৰ পাত, পাইথন নামৰ সৰ্প, কাউৰী, ৰাজহাঁ‌হ, ধনু-কাঁ‌ড়
| symbol = লেইৰ (এবিধ বাদ্যযন্ত্ৰ), ঘূৰণীয়াকৈ সজ্জিত জলফাইৰ পাত, পাইথন নামৰ সৰ্প, কাউৰী, ৰাজহাঁ‌হ, ধনু-কাঁ‌ড়

14:50, 3 January 2021ৰ সংস্কৰণ

এপ'ল'
অৰেকলসকল (একপ্ৰকাৰৰ ভৱিষ্যৎবক্তা), ধনুৰ্বিদ্যা, নিৰাময়, সংগীত আৰু কলা, সূৰ্য, জ্ঞান, জীৱ-জন্তৰ পাল, যুৱচামৰ সুৰক্ষা আদিৰ

১২০-১৪০ চনত নিৰ্মিত এপ'ল'ৰ প্ৰতিমূৰ্তি
নিবাস অলিম্পাচ পৰ্বত
প্ৰতীক লেইৰ (এবিধ বাদ্যযন্ত্ৰ), ঘূৰণীয়াকৈ সজ্জিত জলফাইৰ পাত, পাইথন নামৰ সৰ্প, কাউৰী, ৰাজহাঁ‌হ, ধনু-কাঁ‌ড়
পিতৃ-মাতৃ জ্যুচ and লেট'
সহোদৰ আৰ্টেমিচ, এইকাচ, এঞ্জেল'ছ, এফ্ৰোডাইটি, এৰিচ, এথেনা আদি

এপ'ল' (ইংৰাজী: Apollo) [lower-alpha 1] হৈছে পৌৰাণিক গ্ৰীক তথা ৰোমান কিংবদন্তিৰ বাৰজন অলিম্পিয়ান দেৱতাৰ অন্যতম। তেওঁক ধনুৰ্বিদ্যা, সংগীত আৰু কলা, সত্য আৰু ভৱিষ্যৎবাণী, ৰোগ আৰু নিৰাময়, সূৰ্য আৰু পোহৰ, কবিতা আদিৰ অধিষ্ঠাতা দেৱতা হিচাপে গণ্য কৰা হয়। জ্যুচ আৰু লেট'ৰ পুত্ৰ তথা চিকাৰৰ দেৱী আৰ্টেমিচৰ সহোদৰ এপ'ল'ক এক অন্যতম প্ৰধান দেৱতা হিচাপে স্থান দিয়া হয়। তেওঁ গ্ৰীক দেৱতাসকলৰ মাজত সবাতোকৈ দেখনিয়াৰ। গ্ৰীকসকলৰদ্বাৰা প্ৰভাৱিত এট্ৰুস্কান কিংবদন্তিত এপ'ল'ক এপুলু নামেৰে জনা যায়.[1]

টোকা

তথ্য সংগ্ৰহ

  1. Krauskopf, I. 2006. "The Grave and Beyond." The Religion of the Etruscans. edited by N. de Grummond and E. Simon. Austin: University of Texas Press. p. vii, p. 73-75.