৪ এপ্ৰিল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
4 নং শাৰী: 4 নং শাৰী:
== উল্লেথযোগ্য ঘটনা ==
== উল্লেথযোগ্য ঘটনা ==
*১৯৫৭ - "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" লাভ কৰা প্ৰথম অসমীয়া ছবি [[ৰঙা পুলিচ]]ৰ (পৰিচালক: নিপ বৰুৱা) মুক্তিলাভ।
*১৯৫৭ - "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" লাভ কৰা প্ৰথম অসমীয়া ছবি [[ৰঙা পুলিচ]]ৰ (পৰিচালক: নিপ বৰুৱা) মুক্তিলাভ।
১৯৬০ – ছেনেগালে স্বাধীনতা লাভ কৰে।
১৯৬৮ - আমেৰিকান কৃষ্ণাঙ্গ নেতা মাৰ্টিন লুথাৰ কিং আততায়ীৰ হাতত নিহত হয়।
১৯৮৪ – ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই মহাকাশ অভিযান কৰে। তেখেত প্ৰথম ভাৰতীয় মহাকাশচাৰী। তেখেত আছিল ইণ্ডিয়ান এয়াৰ ফোৰ্চৰ পাইলট। তেখেতে গোটেই বিশ্ব ভ্ৰমণ কৰিছিল।
*২০১১ - [[আৰ্মেনিয়া]]ৰ প্ৰথমখন ছুখয় ছুপাৰজেট ১০০, [[য়ুৰি গেগেৰিন]]ৰ সন্মানত নামকৰণ।
*২০১১ - [[আৰ্মেনিয়া]]ৰ প্ৰথমখন ছুখয় ছুপাৰজেট ১০০, [[য়ুৰি গেগেৰিন]]ৰ সন্মানত নামকৰণ।
*২০১১ - ছয়ুজ টিএমএ-২১ৰ যাত্ৰাক [[য়ুৰি গেগেৰিন]]ৰ সন্মানত পালন কৰা প্ৰথম মহাকাশ ভ্ৰমণৰ স্বৰ্ণজয়ন্তীলৈ অৰ্পণ।
*২০১১ - ছয়ুজ টিএমএ-২১ৰ যাত্ৰাক [[য়ুৰি গেগেৰিন]]ৰ সন্মানত পালন কৰা প্ৰথম মহাকাশ ভ্ৰমণৰ স্বৰ্ণজয়ন্তীলৈ অৰ্পণ।

18:21, 3 April 2021ৰ সংস্কৰণ

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

৪ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৪তম (অধিবৰ্ষত ৯৫তম) দিন। বছৰ শেষ হৰলৈ আৰু ২৭১ দিন বাকী থাকে।

উল্লেথযোগ্য ঘটনা

  • ১৯৫৭ - "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" লাভ কৰা প্ৰথম অসমীয়া ছবি ৰঙা পুলিচৰ (পৰিচালক: নিপ বৰুৱা) মুক্তিলাভ।

১৯৬০ – ছেনেগালে স্বাধীনতা লাভ কৰে। ১৯৬৮ - আমেৰিকান কৃষ্ণাঙ্গ নেতা মাৰ্টিন লুথাৰ কিং আততায়ীৰ হাতত নিহত হয়। ১৯৮৪ – ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই মহাকাশ অভিযান কৰে। তেখেত প্ৰথম ভাৰতীয় মহাকাশচাৰী। তেখেত আছিল ইণ্ডিয়ান এয়াৰ ফোৰ্চৰ পাইলট। তেখেতে গোটেই বিশ্ব ভ্ৰমণ কৰিছিল।

জন্ম

  • ১৮৮৯ - মাখনলাল চতুৰ্বেদী, ভাৰতীয় কবি, সাহিত্যিক, প্ৰবন্ধকাৰ, নাট্যকাৰ আৰু সাংবাদিক। (মৃত্যু: ১৯৬৮)
  • ১৯৪৯ - পাৰৱীন বাবী, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৮৯ - ষ্টিভেন ফিন, ইংৰাজ ক্ৰিকেটাৰ।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


তথ্য সংগ্ৰহ