৯ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
7 নং শাৰী: 7 নং শাৰী:


== মৃত্যু ==
== মৃত্যু ==
*১৯৮৬ - [[টেনজিং নোৰগে]], এজন নেপালী শেৰপা পৰ্বতাৰোহী আৰু [[এডমণ্ড হিলাৰী]]ৰ লগত প্ৰথম এভাৰেষ্ট শৃঙ্গ বিজয়ী। (জন্ম: [[২৯ মে']], ১৯১৪)
*১৯৮৬ - [[টেনজিং নৰ্গে]], এজন নেপালী শেৰপা পৰ্বতাৰোহী আৰু এডমণ্ড হিলাৰীৰ লগত প্ৰথম এভাৰেষ্ট শৃঙ্গ বিজয়ী। (জন্ম: [[২৯ মে']], ১৯১৪)


== ছুটি আৰু অন্যান্য ==
== ছুটি আৰু অন্যান্য ==

18:11, 4 May 2021ৰ সংস্কৰণ

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

৯ মে' (ইংৰাজী: 9 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৬টা দিন বাকী থাকে।

ঘটনাৱলী

জন্ম

  • ১৮৬১ - ৰবীন্দ্ৰনাথ ঠাকুৰ, বাংলা সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বাংলা সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে। তেখেতৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এছিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাপে নোবেল পুৰস্কাৰ লাভ কৰে। (মৃত্যু: ৭ আগষ্ট, ১৯৪১)

মৃত্যু

  • ১৯৮৬ - টেনজিং নৰ্গে, এজন নেপালী শেৰপা পৰ্বতাৰোহী আৰু এডমণ্ড হিলাৰীৰ লগত প্ৰথম এভাৰেষ্ট শৃঙ্গ বিজয়ী। (জন্ম: ২৯ মে', ১৯১৪)

ছুটি আৰু অন্যান্য

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ