১২ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
21 নং শাৰী: 21 নং শাৰী:
{{commons|Category:12 May|১২ মে'}}
{{commons|Category:12 May|১২ মে'}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/may/12 বিবিচি: এই দিনত]
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/may/12 বিবিচি: এই দিনত]

----
{{Months}}
{{Months}}

04:39, 12 May 2021ৰ সংস্কৰণ

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

১২ মে' (ইংৰাজী: 12 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩২তম (অধিবৰ্ষত ১৩৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৩টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৯৬৫ - বাংলাদেশত হোৱা ঘূৰ্ণিবতাহত ১৭ হাজাৰ লোকৰ প্ৰাণহানি ঘটে।

জন্ম

মৃত্যু

  • ২০২১- হোমেন বৰগোহাঞি, অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়। ২০০১ আৰু ২০০২ চনৰ অসম সাহিত্য সভাৰ ক্ৰমে ডিব্ৰুগড় আৰু কলগাছিয়াৰ অধিৱেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। (জন্ম: ৭ ডিচেম্বৰ, ১৯৩২)

দিৱস

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ