শকুন্তলা দেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
 
2 নং শাৰী: 2 নং শাৰী:
| name = শকুন্তলা দেৱী
| name = শকুন্তলা দেৱী
| image = Shakuntala_Devi.jpg
| image = Shakuntala_Devi.jpg
| image_size =
| image_size =
| caption =
| caption =
| other names = মানৱ কম্পিউটাৰ
| other names = মানৱ কম্পিউটাৰ
| birth_date = {{Birth date|df=yes|1929|11|4}}
| birth_date = {{Birth date|df=yes|1929|11|4}}
9 নং শাৰী: 9 নং শাৰী:
| death_date = {{Death date and age|df=yes|2013|4|21|1929|11|4}}
| death_date = {{Death date and age|df=yes|2013|4|21|1929|11|4}}
| death_place = [[বাংগালোৰ]], [[কৰ্ণাটক]], [[ভাৰত]]
| death_place = [[বাংগালোৰ]], [[কৰ্ণাটক]], [[ভাৰত]]
| death_cause =
| death_cause =
| nationality =ভাৰতীয়
| nationality =ভাৰতীয়
| occupation = সমাজ কৰ্মী
| occupation = সমাজ কৰ্মী
| Honor = বিশ্বৰ দ্ৰুততম মানৱ কম্পিউটাৰ হিচাপে গীনিছ ৱৰ্ল্ড ৰেকৰ্ড
| Honor = বিশ্বৰ দ্ৰুততম মানৱ কম্পিউটাৰ হিচাপে গীনিছ ৱৰ্ল্ড ৰেকৰ্ড
}}
}}
'''শকুন্তলা দেৱী''' ({{Lang-en|Shakuntala Devi}}; ৪ নৱেম্বৰ ১৯২৯ - ২১ এপ্ৰিল ২০১৩) এগৰাকী [[ভাৰত|ভাৰতীয়]] লেখিকা তথা মানৱ গণকযন্ত্ৰ। তেওঁ ‘মানৱ কম্পিউটাৰ’ নামে পৰিচিত।<ref name="The Hindu 2013">"Shakuntala Devi strove to simplify maths for students". The Hindu. 21 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫। </ref><ref name="Pandya, Haresh 2013">Pandya, Haresh (21 April 2013). "Shakuntala Devi, 'Human Computer' Who Bested the Machines, Dies at 83". The New York Times. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫। </ref><ref>Obituary: Shakuntala Devi". The Telegraph. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫। </ref><ref name="Jensen, Arthur R. 1990">Jensen, Arthur R. (July–September 1990). "Speed of information processing in a calculating prodigy". Intelligence (University of California, Berkeley, United States) 14 (3): 259–274. doi:10.1016/0160-2896(90)90019-P. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫। </ref><ref>"Obituary: India's 'human computer' Shakuntala Devi". BBC News. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫। </ref> তেওঁৰ অসাধাৰণ গণন ক্ষমতাৰ বাবে তেওঁক ১৯৮২ চনত ‘[[গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ|গীনিছ বুক অব ৱৰ্ল্ড ৰেকৰ্ডচ্]]’ত অন্তৰ্ভুক্ত কৰা হৈছে।<ref name="The Hindu 2013"/><ref name="Pandya, Haresh 2013"/><ref name="Obituary 2013">"Obituary: Shakuntala Devi". The Telegraph. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫। </ref>
'''শকুন্তলা দেৱী''' ({{Lang-en|Shakuntala Devi}}; ৪ নৱেম্বৰ ১৯২৯ - ২১ এপ্ৰিল ২০১৩) এগৰাকী [[ভাৰত|ভাৰতীয়]] লেখিকা তথা মানৱ গণকযন্ত্ৰ। তেওঁ ‘মানৱ কম্পিউটাৰ’ নামে পৰিচিত।<ref name="The Hindu 2013">"Shakuntala Devi strove to simplify maths for students". The Hindu. 21 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫। </ref><ref name="Pandya, Haresh 2013">Pandya, Haresh (21 April 2013). "Shakuntala Devi, 'Human Computer' Who Bested the Machines, Dies at 83". The New York Times. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫। </ref><ref>Obituary: Shakuntala Devi". The Telegraph. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫। </ref><ref name="Jensen, Arthur R. 1990">Jensen, Arthur R. (July–September 1990). "Speed of information processing in a calculating prodigy". Intelligence (University of California, Berkeley, United States) 14 (3): 259–274. doi:10.1016/0160-2896(90)90019-P. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫। </ref><ref>"Obituary: India's 'human computer' Shakuntala Devi". BBC News. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫। </ref> তেওঁৰ অসাধাৰণ গণন ক্ষমতাৰ বাবে তেওঁক ১৯৮২ চনত ‘[[গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ|গীনিছ বুক অব ৱৰ্ল্ড ৰেকৰ্ডচ্]]’ত অন্তৰ্ভুক্ত কৰা হৈছে।<ref name="The Hindu 2013"/><ref name="Pandya, Haresh 2013"/><ref name="Obituary 2013">"Obituary: Shakuntala Devi". The Telegraph. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫। </ref>


তেওঁ এগৰাকী লেখিকা হিচাপে কেইবাখনো কিতাপ লিখিছে। যাৰ ভিতৰত গণিত, সাঁথৰ বা প্ৰহেলিকা আৰু জ্যোতিৰ্বিজ্ঞানৰ ওপৰত আধাৰিত কিতাপ আৰু উপন্যাস আছে। তদুপৰি তেওঁক [[সমকামিতা]]ৰ ওপৰত অধ্যয়ন কৰি কিতাপ লিখা প্ৰথম ভাৰতীয় বুলি গণ্য কৰা হয়।
তেওঁ এগৰাকী লেখিকা হিচাপে কেইবাখনো কিতাপ লিখিছে। যাৰ ভিতৰত গণিত, সাঁথৰ বা প্ৰহেলিকা আৰু জ্যোতিৰ্বিজ্ঞানৰ ওপৰত আধাৰিত কিতাপ আৰু উপন্যাস আছে। তদুপৰি তেওঁক [[সমকামিতা]]ৰ ওপৰত অধ্যয়ন কৰি কিতাপ লিখা প্ৰথম ভাৰতীয় বুলি গণ্য কৰা হয়।


== জীৱনী ==
== জীৱনী ==
শকুন্তলা দেৱী ১৯২৯ চনৰ ৪ november ভাৰতৰ [[বাংগালোৰ|বাংগালোৰৰ]] এক [[কন্নড়]] [[ব্ৰাহ্মণ]] পৰিয়ালত জন্ম গ্ৰহণ কৰে।<ref name="Pandya, Haresh 2013"/><ref name="Obituary 2013"/> বাল্যকালত শকুন্তলাৰ অসাধাৰণ স্মৰণ শক্তি আৰু সংখ্যা গণনাৰ দক্ষতাক তেওঁৰ দেউতাকে গুৰুত্ব দিয়া নাছিল। যদিও মাত্ৰ তিনি বছৰ বয়সত তেওঁ তাচৰ বিভিন্ন কৌশল আয়ত্ব কৰি পেলাইছিল। প্ৰথমে শকুন্তলাৰ দেউতাক এটি চাৰ্কেচৰ দলত আছিল। পিছত তেওঁ সেই দল এৰি জীয়ৰীক লৈ বিভিন্ন ঠাইত "ৰ'ড শ্ব’" কৰিবলৈ ধৰিলে।<ref name="Pandya, Haresh 2013"/> তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল।<ref name="The Hindu 2013"/> মাত্ৰ ছয় বছৰ বয়সত শকুন্তলায়ে [[মহীশুৰ]] বিশ্ববিদ্যালয়ত তেওঁৰ অসাধাৰণ এই দক্ষতাৰ প্ৰদৰ্শনী কৰে। ১৯৪৪ চনত শকুন্তলা তেওঁৰ পিতৃৰ লগত লণ্ডনলৈ যায়।<ref name="Obituary 2013"/> ইয়াৰ পিছত ১৯৬০ৰ মাজৰ সময়ত তেওঁ ভাৰতলৈ ঘুৰি আহে।<ref>"India's math wizard, Shakuntala Devi". Yahoo! India News. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫। </ref>
শকুন্তলা দেৱী ১৯২৯ চনৰ ৪ নৱেম্বৰত ভাৰতৰ [[বাংগালোৰ|বাংগালোৰৰ]] এক [[কন্নড়]] [[ব্ৰাহ্মণ]] পৰিয়ালত জন্ম গ্ৰহণ কৰে।<ref name="Pandya, Haresh 2013"/><ref name="Obituary 2013"/> বাল্যকালত শকুন্তলাৰ অসাধাৰণ স্মৰণ শক্তি আৰু সংখ্যা গণনাৰ দক্ষতাক তেওঁৰ দেউতাকে গুৰুত্ব দিয়া নাছিল। যদিও মাত্ৰ তিনি বছৰ বয়সত তেওঁ তাচৰ বিভিন্ন কৌশল আয়ত্ত কৰি পেলাইছিল। প্ৰথমে শকুন্তলাৰ দেউতাক এটি চাৰ্কেচৰ দলত আছিল। পিছত তেওঁ সেই দল এৰি জীয়ৰীক লৈ বিভিন্ন ঠাইত "ৰ'ড শ্ব’" কৰিবলৈ ধৰিলে।<ref name="Pandya, Haresh 2013"/> তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল।<ref name="The Hindu 2013"/> মাত্ৰ ছয় বছৰ বয়সত শকুন্তলায়ে [[মহীশুৰ]] বিশ্ববিদ্যালয়ত তেওঁৰ অসাধাৰণ এই দক্ষতাৰ প্ৰদৰ্শনী কৰে। ১৯৪৪ চনত শকুন্তলা তেওঁৰ পিতৃৰ লগত লণ্ডনলৈ যায়।<ref name="Obituary 2013"/> ইয়াৰ পিছত ১৯৬০ৰ মাজৰ সময়ত তেওঁ ভাৰতলৈ ঘূৰি আহে।<ref>"India's math wizard, Shakuntala Devi". Yahoo! India News. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫। </ref>


== মানৱ কম্পিউটাৰ ==
== মানৱ কম্পিউটাৰ ==
শকুন্তলা দেৱীৰ এই অসাধাৰণ ক্ষমতা প্ৰকাশ পালে আৰু সমস্ত বিশ্ব ব্যাপী ইয়াৰ প্ৰদৰ্শনী আৰম্ভ হয়। ১৯৫০ চনত ইউৰোপত,১৯৭৬ চনত নিউইয়ৰ্কত এই প্ৰদৰ্শনী অনুষ্ঠিত হয়।<ref name="Pandya, Haresh 2013"/> ১৯৮৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমনৰ সময়ত [[কেলিফৰ্নিয়া]] বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ অধ্যাপক আৰ্থাৰ জেচনে তেওঁৰ ওপৰত গৱেষণা কৰে।<ref name="Jensen, Arthur R. 1990"/> তেওঁ শকুন্তলা দেৱীৰ মানসিক দক্ষতাৰ ওপৰত বহু পৰীক্ষা-নিৰীক্ষা কৰিছিল।<ref name="Jensen, Arthur R. 1990"/> জেচনে ১৯৯০ চনত তেওঁৰ একাডেমীক জাৰ্নেলত এইবুলি লিখিছিল যে, ৬১,৬২৯,৮৭৫ৰ ঘনমূল আৰু ১৭০,৮৫৯,৩৭৫ৰ সপ্তমূল কৰোঁতে শকুন্তলা দেৱীয়ে জেচনে নোটবুকত লিখাৰ আগতেই ইয়াৰ উত্তৰ ৩৯৫ আৰু ১৫ কৈ দিয়ে।<ref name="Obituary 2013"/>
শকুন্তলা দেৱীৰ এই অসাধাৰণ ক্ষমতা প্ৰকাশ পালে আৰু সমস্ত বিশ্ব ব্যাপী ইয়াৰ প্ৰদৰ্শনী আৰম্ভ হয়। ১৯৫০ চনত ইউৰোপত,১৯৭৬ চনত নিউইয়ৰ্কত এই প্ৰদৰ্শনী অনুষ্ঠিত হয়।<ref name="Pandya, Haresh 2013"/> ১৯৮৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত [[কেলিফৰ্নিয়া]] বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ অধ্যাপক আৰ্থাৰ জেচনে তেওঁৰ ওপৰত গৱেষণা কৰে।<ref name="Jensen, Arthur R. 1990"/> তেওঁ শকুন্তলা দেৱীৰ মানসিক দক্ষতাৰ ওপৰত বহু পৰীক্ষা-নিৰীক্ষা কৰিছিল।<ref name="Jensen, Arthur R. 1990"/> জেচনে ১৯৯০ চনত তেওঁৰ একাডেমীক জাৰ্নেলত এইবুলি লিখিছিল যে, ৬১,৬২৯,৮৭৫ৰ ঘনমূল আৰু ১৭০,৮৫৯,৩৭৫ৰ সপ্তমূল কৰোঁতে শকুন্তলা দেৱীয়ে জেচনে নোটবুকত লিখাৰ আগতেই ইয়াৰ উত্তৰ ৩৯৫ আৰু ১৫ কৈ দিয়ে।<ref name="Obituary 2013"/>


== মৃত্যু ==
== মৃত্যু ==
২০১৩ চনৰ ২১ এপ্ৰিলত শকুন্তলা দেৱীৰ বাংগালোৰত শ্বাস-প্ৰশ্বাস জনিত কাৰণত ৮৩ বছৰত মৃত্যু হয়।<ref name="The Hindu 2013"/> তেওঁ বহুদিন ধৰি হৃদযন্ত্ৰ আৰু বৃক্কৰ সমস্যাত ভুগি আছিল।
২০১৩ চনৰ ২১ এপ্ৰিলত শকুন্তলা দেৱীৰ বাংগালোৰত শ্বাস-প্ৰশ্বাস জনিত কাৰণত ৮৩ বছৰত মৃত্যু হয়।<ref name="The Hindu 2013"/> তেওঁ বহুদিন ধৰি হৃদযন্ত্ৰ আৰু বৃক্কৰ সমস্যাত ভুগি আছিল।

২০১৩ চনৰ ৪ নভেম্বৰত তেওঁৰ ৮৪ তম জন্ম দিৱসত গুগ'লে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ বিশেষ ডুড'ল তৈয়াৰ কৰিছিল।<ref>TNN (4 November 2013) [http://timesofindia.indiatimes.com/tech/tech-news/internet/Shakuntala-Devis-84th-birthday-celebrated-with-a-doodle/articleshow/25203546.cms "Shakuntala Devi's 84th birthday celebrated with a doodle"]. The Times of India. Retrieved on 4 November 2013.</ref>


২০১৩ চনৰ ৪ নভেম্বৰত তেওঁৰ ৮৪ তম জন্ম দিৱসত গুগ'লে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ বিশেষ ডুড'ল তৈয়াৰ কৰিছিল।<ref>TNN (4 November 2013) [http://timesofindia.indiatimes.com/tech/tech-news/internet/Shakuntala-Devis-84th-birthday-celebrated-with-a-doodle/articleshow/25203546.cms "Shakuntala Devi's 84th birthday celebrated with a doodle"]. [[The Times of India]]. Retrieved on 4 November 2013.</ref>
==সৃষ্টিশীল মাধ্যমত অভিযোজনা==
==সৃষ্টিশীল মাধ্যমত অভিযোজনা==
শকুন্তলা দেৱীৰ জীৱন আৰু কৰ্ম-আধাৰিত এখন হিন্দী ভাষাৰ আত্মজীৱনীমূলক ছবি ২০২০ চনৰ ৩১ জুলাই তাৰিখে মুক্তি দিয়া হ'ব৷ অভিনেত্ৰী [[বিদ্যা বালন|বিদ্যা বালনে]] মুখ্য চৰিত্ৰটিত অভিনয় কৰা এই ছবিখন প্ৰযোজনা কৰিছে ছনি পিকচাৰ্ছ নেটৱৰ্কছ প্ৰডাকচনছ আৰু আবোনডাটিয়া এণ্টাৰটেইনমেইণ্টৰ বিক্ৰম মালহোত্ৰাই৷ উল্লেখ্য যে, কভিড-১৯ বিশ্বমাৰীৰ হেতু ছবিখন ৰাজহুৱা চিত্ৰগৃহত মুকলি কৰাৰ পৰিৱৰ্তে অ'ভাৰ-দ্য-টপ (OTT) সেৱা এমাজন প্ৰাইম ভিডিঅ'ত মুক্তি দিয়া হ'ব৷ ছবিখন পৰিচালনা কৰিছে অনু মেননে৷ <ref>https://www.hindustantimes.com/bollywood/vidya-balan-s-shakuntala-devi-gets-a-release-date-on-amazon-prime/story-qlaj83yFpY7qf5LyCWKbmM.html</ref>
শকুন্তলা দেৱীৰ জীৱন আৰু কৰ্ম-আধাৰিত এখন [[হিন্দী ভাষা]]ৰ আত্মজীৱনীমূলক ছবি ২০২০ চনৰ ৩১ জুলাই তাৰিখে মুক্তি দিয়া হ'ব। অভিনেত্ৰী [[বিদ্যা বালন|বিদ্যা বালনে]] মুখ্য চৰিত্ৰটিত অভিনয় কৰা এই ছবিখন প্ৰযোজনা কৰিছে ছনি পিকচাৰ্ছ নেটৱৰ্কছ প্ৰডাকচনছ আৰু আবোনডাটিয়া এণ্টাৰটেইনমেইণ্টৰ বিক্ৰম মালহোত্ৰাই। উল্লেখ্য যে, [[ক'ভিড-১৯ বৈশ্বিক মহামাৰী|ক'ভিড-১৯ বিশ্বমাৰীৰ]] হেতু ছবিখন ৰাজহুৱা চিত্ৰগৃহত মুকলি কৰাৰ পৰিৱৰ্তে অ'ভাৰ-দ্য-টপ (OTT) সেৱা এমাজন প্ৰাইম ভিডিঅ'ত মুক্তি দিয়া হ'ব। ছবিখন পৰিচালনা কৰিছে অনু মেননে।<ref>{{Cite web |date=2020-07-02 |title=Vidya Balan’s Shakuntala Devi gets a release date on Amazon Prime |url=https://www.hindustantimes.com/bollywood/vidya-balan-s-shakuntala-devi-gets-a-release-date-on-amazon-prime/story-qlaj83yFpY7qf5LyCWKbmM.html |access-date=2021-05-19 |website=Hindustan Times}}</ref>


== তথ্য সংগ্ৰহ ==
== তথ্য সংগ্ৰহ ==

11:27, 19 May 2021 অনুযায়ী বৰ্তমান সংস্কৰণ

শকুন্তলা দেৱী
জন্ম ৪ নৱেম্বৰ, ১৯২৯
বাংগালোৰ ভাৰত
মৃত্যু ২১ এপ্ৰিল, ২০১৩ (৮৩ বছৰ)
বাংগালোৰ, কৰ্ণাটক, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম মানৱ কম্পিউটাৰ
পেচা সমাজ কৰ্মী

শকুন্তলা দেৱী (ইংৰাজী: Shakuntala Devi; ৪ নৱেম্বৰ ১৯২৯ - ২১ এপ্ৰিল ২০১৩) এগৰাকী ভাৰতীয় লেখিকা তথা মানৱ গণকযন্ত্ৰ। তেওঁ ‘মানৱ কম্পিউটাৰ’ নামে পৰিচিত।[1][2][3][4][5] তেওঁৰ অসাধাৰণ গণন ক্ষমতাৰ বাবে তেওঁক ১৯৮২ চনত ‘গীনিছ বুক অব ৱৰ্ল্ড ৰেকৰ্ডচ্’ত অন্তৰ্ভুক্ত কৰা হৈছে।[1][2][6]

তেওঁ এগৰাকী লেখিকা হিচাপে কেইবাখনো কিতাপ লিখিছে। যাৰ ভিতৰত গণিত, সাঁথৰ বা প্ৰহেলিকা আৰু জ্যোতিৰ্বিজ্ঞানৰ ওপৰত আধাৰিত কিতাপ আৰু উপন্যাস আছে। তদুপৰি তেওঁক সমকামিতাৰ ওপৰত অধ্যয়ন কৰি কিতাপ লিখা প্ৰথম ভাৰতীয় বুলি গণ্য কৰা হয়।

জীৱনী[সম্পাদনা কৰক]

শকুন্তলা দেৱী ১৯২৯ চনৰ ৪ নৱেম্বৰত ভাৰতৰ বাংগালোৰৰ এক কন্নড় ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰে।[2][6] বাল্যকালত শকুন্তলাৰ অসাধাৰণ স্মৰণ শক্তি আৰু সংখ্যা গণনাৰ দক্ষতাক তেওঁৰ দেউতাকে গুৰুত্ব দিয়া নাছিল। যদিও মাত্ৰ তিনি বছৰ বয়সত তেওঁ তাচৰ বিভিন্ন কৌশল আয়ত্ত কৰি পেলাইছিল। প্ৰথমে শকুন্তলাৰ দেউতাক এটি চাৰ্কেচৰ দলত আছিল। পিছত তেওঁ সেই দল এৰি জীয়ৰীক লৈ বিভিন্ন ঠাইত "ৰ'ড শ্ব’" কৰিবলৈ ধৰিলে।[2] তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল।[1] মাত্ৰ ছয় বছৰ বয়সত শকুন্তলায়ে মহীশুৰ বিশ্ববিদ্যালয়ত তেওঁৰ অসাধাৰণ এই দক্ষতাৰ প্ৰদৰ্শনী কৰে। ১৯৪৪ চনত শকুন্তলা তেওঁৰ পিতৃৰ লগত লণ্ডনলৈ যায়।[6] ইয়াৰ পিছত ১৯৬০ৰ মাজৰ সময়ত তেওঁ ভাৰতলৈ ঘূৰি আহে।[7]

মানৱ কম্পিউটাৰ[সম্পাদনা কৰক]

শকুন্তলা দেৱীৰ এই অসাধাৰণ ক্ষমতা প্ৰকাশ পালে আৰু সমস্ত বিশ্ব ব্যাপী ইয়াৰ প্ৰদৰ্শনী আৰম্ভ হয়। ১৯৫০ চনত ইউৰোপত,১৯৭৬ চনত নিউইয়ৰ্কত এই প্ৰদৰ্শনী অনুষ্ঠিত হয়।[2] ১৯৮৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ অধ্যাপক আৰ্থাৰ জেচনে তেওঁৰ ওপৰত গৱেষণা কৰে।[4] তেওঁ শকুন্তলা দেৱীৰ মানসিক দক্ষতাৰ ওপৰত বহু পৰীক্ষা-নিৰীক্ষা কৰিছিল।[4] জেচনে ১৯৯০ চনত তেওঁৰ একাডেমীক জাৰ্নেলত এইবুলি লিখিছিল যে, ৬১,৬২৯,৮৭৫ৰ ঘনমূল আৰু ১৭০,৮৫৯,৩৭৫ৰ সপ্তমূল কৰোঁতে শকুন্তলা দেৱীয়ে জেচনে নোটবুকত লিখাৰ আগতেই ইয়াৰ উত্তৰ ৩৯৫ আৰু ১৫ কৈ দিয়ে।[6]

মৃত্যু[সম্পাদনা কৰক]

২০১৩ চনৰ ২১ এপ্ৰিলত শকুন্তলা দেৱীৰ বাংগালোৰত শ্বাস-প্ৰশ্বাস জনিত কাৰণত ৮৩ বছৰত মৃত্যু হয়।[1] তেওঁ বহুদিন ধৰি হৃদযন্ত্ৰ আৰু বৃক্কৰ সমস্যাত ভুগি আছিল।

২০১৩ চনৰ ৪ নভেম্বৰত তেওঁৰ ৮৪ তম জন্ম দিৱসত গুগ'লে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ বিশেষ ডুড'ল তৈয়াৰ কৰিছিল।[8]

সৃষ্টিশীল মাধ্যমত অভিযোজনা[সম্পাদনা কৰক]

শকুন্তলা দেৱীৰ জীৱন আৰু কৰ্ম-আধাৰিত এখন হিন্দী ভাষাৰ আত্মজীৱনীমূলক ছবি ২০২০ চনৰ ৩১ জুলাই তাৰিখে মুক্তি দিয়া হ'ব। অভিনেত্ৰী বিদ্যা বালনে মুখ্য চৰিত্ৰটিত অভিনয় কৰা এই ছবিখন প্ৰযোজনা কৰিছে ছনি পিকচাৰ্ছ নেটৱৰ্কছ প্ৰডাকচনছ আৰু আবোনডাটিয়া এণ্টাৰটেইনমেইণ্টৰ বিক্ৰম মালহোত্ৰাই। উল্লেখ্য যে, ক'ভিড-১৯ বিশ্বমাৰীৰ হেতু ছবিখন ৰাজহুৱা চিত্ৰগৃহত মুকলি কৰাৰ পৰিৱৰ্তে অ'ভাৰ-দ্য-টপ (OTT) সেৱা এমাজন প্ৰাইম ভিডিঅ'ত মুক্তি দিয়া হ'ব। ছবিখন পৰিচালনা কৰিছে অনু মেননে।[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Shakuntala Devi strove to simplify maths for students". The Hindu. 21 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।
  2. 2.0 2.1 2.2 2.3 2.4 Pandya, Haresh (21 April 2013). "Shakuntala Devi, 'Human Computer' Who Bested the Machines, Dies at 83". The New York Times. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।
  3. Obituary: Shakuntala Devi". The Telegraph. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।
  4. 4.0 4.1 4.2 Jensen, Arthur R. (July–September 1990). "Speed of information processing in a calculating prodigy". Intelligence (University of California, Berkeley, United States) 14 (3): 259–274. doi:10.1016/0160-2896(90)90019-P. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।
  5. "Obituary: India's 'human computer' Shakuntala Devi". BBC News. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।
  6. 6.0 6.1 6.2 6.3 "Obituary: Shakuntala Devi". The Telegraph. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।
  7. "India's math wizard, Shakuntala Devi". Yahoo! India News. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।
  8. TNN (4 November 2013) "Shakuntala Devi's 84th birthday celebrated with a doodle". The Times of India. Retrieved on 4 November 2013.
  9. "Vidya Balan’s Shakuntala Devi gets a release date on Amazon Prime". Hindustan Times. 2020-07-02. https://www.hindustantimes.com/bollywood/vidya-balan-s-shakuntala-devi-gets-a-release-date-on-amazon-prime/story-qlaj83yFpY7qf5LyCWKbmM.html। আহৰণ কৰা হৈছে: 2021-05-19.