৩০ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
1 নং শাৰী: | 1 নং শাৰী: | ||
{{আজিৰ দিনটো|30|5|150}} |
{{আজিৰ দিনটো|30|5|150}} |
||
== ঘটনাৱলী == |
== ঘটনাৱলী == |
||
* ১৯৮৭ - গোৱাই ভাৰতৰ ২৬ তম ৰাজ্য় হিচাপে স্বীকৃতি পায়। |
|||
== জন্ম == |
== জন্ম == |
00:10, 30 May 2021ৰ সংস্কৰণ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৪ |
৩০ মে' (ইংৰাজী: 30 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫০তম (অধিবৰ্ষত ১৫১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৫টা দিন বাকী থাকে।
ঘটনাৱলী
- ১৯৮৭ - গোৱাই ভাৰতৰ ২৬ তম ৰাজ্য় হিচাপে স্বীকৃতি পায়।
জন্ম
- ১৯৫৫ - জনপ্ৰিয় বলিউডৰ অভিনেতা পৰেশ ৰাৱালৰ জন্মদিন।
- ১৯৮০ - ষ্টিভেন জেৰাড, ইংলেণ্ডৰ ফুটবল খেলুৱৈ।
মৃত্যু
- ১৪৩১ - জোৱান অফ আৰ্ক, এগৰাকী ফৰাচী বিৰংগনা আৰু ৰোমান কেথ’লিক মনিষী।
- ১৭৭৮ - ভলটেয়াৰ, ফৰাচী লেখক আৰু দাৰ্শনিক।
- ১৯৬৫ - লুই ইয়েল্ম্স্লেভ, ডেনমাৰ্কৰ ভাষাবিজ্ঞানী।
- ১৯৮১ - জিয়াউৰ ৰহমান, বাংলাদেশৰ স্বাধীনতাৰ ঘোষক, ৰাষ্ট্ৰপতি আৰু সেনাপ্ৰধান আৰু বীৰ উত্তম উপাধিপ্ৰাপ্ত মুক্তিযোদ্ধা।
দিৱস
বহিঃসংযোগ
- বিবিচিত আজিৰ দিনটো (ইংৰাজী)
- দি নিউইয়ৰ্ক টাইমছত আজিৰ দিনটৌ (ইংৰাজী)
|