১ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
17 নং শাৰী: 17 নং শাৰী:


== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==
{{Months}}

[[শ্ৰেণী:জুন]]
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]

02:55, 20 June 2021ৰ সংস্কৰণ

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১ জুন (ইংৰাজী: 1 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫২তম (অধিবৰ্ষত ১৫৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৩টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম

  • ১৯২৬ - মেৰিলিন মন্‌ৰ' এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল । (মৃত্য়ুঃ ০৪/০৮/১৯৬২)
  • ১৯৩৬ - নীলপৱন বৰুৱা, খ্যাতনামা চিত্ৰশিল্পী।
  • ১৯৮৫ - দীনেশ কাৰ্তিক, ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ।

মৃত্যু

  • ১৮৪২ - শিক্ষাবিদ ডেভিড হেয়াৰ।
  • ১৯৬৮ - হেলেন কেলাৰ, মাৰ্কিন মানৱতাবাদী, লেখিকা আৰু ৰাজনৈতিক কৰ্মী। উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। (জন্মঃ ২৭/০৬/১৮৮০)
  • ১৯৮১ - নাৰ্গিছ দত্ত, ভাৰতীয় অভিনেত্ৰী।
  • ২০০৪ - নিৰ্মলপ্ৰভা বৰদলৈ, অসমীয়া সাহিত্যক তথা গীতিকাৰ।

অন্যান্য

দিৱস

বাহ্যিক সংযোগ

[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]