২৭ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
14 নং শাৰী: | 14 নং শাৰী: | ||
==জন্ম== |
==জন্ম== |
||
* ১৭০১ - এণ্ডাৰছ চেলছিয়া, ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক। |
|||
* ১৯৩৯ - [[বেণু মিশ্ৰ]], শিল্পী। |
* ১৯৩৯ - [[বেণু মিশ্ৰ]], শিল্পী। |
||
* ১৯৪১ - [[ভবেন বৰুৱা]],কবি। |
* ১৯৪১ - [[ভবেন বৰুৱা]],কবি। |
08:16, 24 June 2021ৰ সংস্কৰণ
২৭ নৱেম্বৰ (ইংৰাজী: 27 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩১ তম (অধিবৰ্ষত ৩৩২ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- শিল্পী বেণু মিশ্ৰৰ জন্ম হৈছিল ১৯৩৯ চনৰ আজিৰ দিনটোতে।
- আজিৰ দিনটোতে ১৯৪১ চনৰ কবি ভবেন বৰুৱাৰ জন্ম হৈছিল।
- ২০০১ চনৰ আজিৰ দিনটোতে ঘনকান্ত বৰবায়ন আৰু গিৰিশ চৌধুৰীলৈ সংগীত নাটক একাডেমী বঁটা ঘোষণা কৰা হয়।
- আজিৰ দিনটোতে ২০০৪ চনত গুৱহাটীত শিৱপ্ৰসাদ বৰুৱাক কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।
- আজিৰ দিনটোতে আফগানিস্তানৰ গজনীৰ চুলতান মামুদে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালৰ পৰাজয় আৰু পিছত আত্মজাহ।
- ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক এণ্ডাৰছ চেলছিয়াৰ জন্ম হৈছিল ১৭০১ চনৰ আজিৰ দিনটোত।
- আলফেড নোবেলৰ উইল ৰচনা কৰে ১৮৯৫ চনৰ আজিৰ দিনটোতে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে।
- আজিৰ দিনটোতে ১৯৫৩ চনত নোবেল বঁটা বিজয়ী আমেৰিকান নাট্যকাৰ ইউজিন অ’ নীলৰ মৃত্যু হৈছিল।
- আজিৰ দিনটোতে প্ৰসিদ্ধ হিন্দী কবি হৰিবংশ ৰায় বচ্চনৰ জন্ম হৈছিল।
- ১৯৪০ চনৰ আজিৰ দিনটোতে বিশ্বৰ কিংবদন্তিস্বৰূপ চীনা সমৰ কলাবিদ, প্ৰশিক্ষক, সমৰ কলা চলচ্চিত্ৰ অভিনেতা ব্ৰুছ লীৰ জন্ম হৈছিল।
জন্ম
- ১৭০১ - এণ্ডাৰছ চেলছিয়া, ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক।
- ১৯৩৯ - বেণু মিশ্ৰ, শিল্পী।
- ১৯৪১ - ভবেন বৰুৱা,কবি।
মৃত্যু
- ২০০৮ - বিশ্বনাথ প্ৰতাপ সিং, এজন ভাৰতীয় ৰাজনীতিবিদ তথা অষ্টম প্ৰধানমন্ত্ৰী। (জন্ম: ২৫ জুন, ১৯৩১)
দিৱস
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ২৭ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|