২৭ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
1 নং শাৰী: 1 নং শাৰী:
'''২৭ নৱেম্বৰ''' {{enwiki|27 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩১ তম ([[অধিবৰ্ষ]]ত ৩৩২ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

==ঘটনাৱলী==
==ঘটনাৱলী==
# শিল্পী [[বেণু মিশ্ৰ]]ৰ জন্ম হৈছিল ১৯৩৯ চনৰ আজিৰ দিনটোতে।
# আজিৰ দিনটোতে ১৯৪১ চনৰ কবি [[ভবেন বৰুৱা]]ৰ জন্ম হৈছিল।
# ২০০১ চনৰ আজিৰ দিনটোতে [[ঘনকান্ত বৰবায়ন]] আৰু [[গিৰিশ চৌধুৰী]]লৈ [[সংগীত নাটক একাডেমী বঁটা]] ঘোষণা কৰা হয়।
# ২০০১ চনৰ আজিৰ দিনটোতে [[ঘনকান্ত বৰবায়ন]] আৰু [[গিৰিশ চৌধুৰী]]লৈ [[সংগীত নাটক একাডেমী বঁটা]] ঘোষণা কৰা হয়।
# আজিৰ দিনটোতে ২০০৪ চনত গুৱহাটীত [[শিৱপ্ৰসাদ বৰুৱা]]ক [[কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা]] প্ৰদান কৰে।
# আজিৰ দিনটোতে ২০০৪ চনত গুৱহাটীত [[শিৱপ্ৰসাদ বৰুৱা]]ক [[কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা]] প্ৰদান কৰে।
# আজিৰ দিনটোতে [[আফগানিস্তান]]ৰ গজনীৰ চুলতান মামুদে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালৰ পৰাজয় আৰু পিছত আত্মজাহ।
# আজিৰ দিনটোতে [[আফগানিস্তান]]ৰ গজনীৰ চুলতান মামুদে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালৰ পৰাজয় আৰু পিছত আত্মজাহ।
# ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক [[এণ্ডাৰছ চেলছিয়া]]ৰ জন্ম হৈছিল ১৭০১ চনৰ আজিৰ দিনটোত।
# ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক [[এণ্ডাৰছ চেলছিয়া]]ৰ জন্ম হৈছিল ১৭০১ চনৰ আজিৰ দিনটোত।
# [[আলফেড নোবেল]]ৰ উইল ৰচনা কৰে ১৮৯৫ চনৰ আজিৰ দিনটোতে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে।
# [[আলফেড নোবেল]]ৰ উইল ৰচনা কৰে ১৮৯৫ চনৰ আজিৰ দিনটোতে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে।
# আজিৰ দিনটোতে ১৯৫৩ চনত নোবেল বঁটা বিজয়ী আমেৰিকান নাট্যকাৰ [[ইউজিন অ’ নীল]]ৰ মৃত্যু হৈছিল।
# আজিৰ দিনটোতে প্ৰসিদ্ধ হিন্দী কবি [[হৰিবংশ ৰায় বচ্চন]]ৰ জন্ম হৈছিল।
# ১৯৪০ চনৰ আজিৰ দিনটোতে বিশ্বৰ কিংবদন্তিস্বৰূপ চীনা [[সমৰ কলা]]বিদ, প্ৰশিক্ষক, সমৰ কলা চলচ্চিত্ৰ অভিনেতা [[ব্ৰুছ লী]]ৰ জন্ম হৈছিল।

==জন্ম==
==জন্ম==

08:21, 24 June 2021ৰ সংস্কৰণ

২৭ নৱেম্বৰ (ইংৰাজী: 27 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩১ তম (অধিবৰ্ষত ৩৩২ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  1. ২০০১ চনৰ আজিৰ দিনটোতে ঘনকান্ত বৰবায়ন আৰু গিৰিশ চৌধুৰীলৈ সংগীত নাটক একাডেমী বঁটা ঘোষণা কৰা হয়।
  2. আজিৰ দিনটোতে ২০০৪ চনত গুৱহাটীত শিৱপ্ৰসাদ বৰুৱাকমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।
  3. আজিৰ দিনটোতে আফগানিস্তানৰ গজনীৰ চুলতান মামুদে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালৰ পৰাজয় আৰু পিছত আত্মজাহ।
  4. ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক এণ্ডাৰছ চেলছিয়াৰ জন্ম হৈছিল ১৭০১ চনৰ আজিৰ দিনটোত।
  5. আলফেড নোবেলৰ উইল ৰচনা কৰে ১৮৯৫ চনৰ আজিৰ দিনটোতে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে।

জন্ম

মৃত্যু

  • ১৯৫৩ - ইউজিন অ’ নীল, নোবেল বঁটা বিজয়ী আমেৰিকান নাট্যকাৰ।
  • ২০০৮ - বিশ্বনাথ প্ৰতাপ সিং, এজন ভাৰতীয় ৰাজনীতিবিদ তথা অষ্টম প্ৰধানমন্ত্ৰী। (জন্ম: ২৫ জুন, ১৯৩১)

দিৱস

বাহ্যিক সংযোগ