২৭ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
2 নং শাৰী: 2 নং শাৰী:


==ঘটনাৱলী==
==ঘটনাৱলী==
* ১৮৯৫ - [[আলফেড নোবেল|আলফেড নোবেলে]] উইল ৰচনা কৰে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে।
# ২০০১ চনৰ আজিৰ দিনটোতে [[ঘনকান্ত বৰবায়ন]] আৰু [[গিৰিশ চৌধুৰী]]লৈ [[সংগীত নাটক একাডেমী বঁটা]] ঘোষণা কৰা হয়।
* ২০০১ - [[ঘনকান্ত বৰবায়ন]] আৰু [[গিৰিশ চৌধুৰী]]লৈ [[সংগীত নাটক একাডেমী বঁটা]] ঘোষণা কৰা হয়।
# আজিৰ দিনটোতে ২০০৪ চনত গুৱহাটীত [[শিৱপ্ৰসাদ বৰুৱা]]ক [[কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা]] প্ৰদান কৰে।
* ২০০৪ - গুৱহাটীত [[শিৱপ্ৰসাদ বৰুৱা]]ক [[কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা]] প্ৰদান কৰে।
# আজিৰ দিনটোতে [[আফগানিস্তান]]ৰ গজনীৰ চুলতান মামুদে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালৰ পৰাজয় আৰু পিছত আত্মজাহ।
# ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক [[এণ্ডাৰছ চেলছিয়া]]ৰ জন্ম হৈছিল ১৭০১ চনৰ আজিৰ দিনটোত।
# [[আলফেড নোবেল]] উইল ৰচনা কৰে ১৮৯৫ চনৰ আজিৰ দিনটোতে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে।


==জন্ম==
==জন্ম==

08:24, 24 June 2021ৰ সংস্কৰণ

২৭ নৱেম্বৰ (ইংৰাজী: 27 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩১ তম (অধিবৰ্ষত ৩৩২ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

জন্ম

মৃত্যু

  • ১৯৫৩ - ইউজিন অ’ নীল, নোবেল বঁটা বিজয়ী আমেৰিকান নাট্যকাৰ।
  • ২০০৮ - বিশ্বনাথ প্ৰতাপ সিং, এজন ভাৰতীয় ৰাজনীতিবিদ তথা অষ্টম প্ৰধানমন্ত্ৰী। (জন্ম: ২৫ জুন, ১৯৩১)

দিৱস

বাহ্যিক সংযোগ