৬ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
11 নং শাৰী: 11 নং শাৰী:
* ২০০২ - ধীৰুভাই আম্বানী, ভাৰতীয় শিল্পপতি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ প্ৰতিষ্ঠাতা। (জন্ম: ১৯৩২)
* ২০০২ - ধীৰুভাই আম্বানী, ভাৰতীয় শিল্পপতি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ প্ৰতিষ্ঠাতা। (জন্ম: ১৯৩২)


==দিৱস==
==অনান্য==
# [[কোমোৰোছ]]ৰ স্বাধীনতা দিৱস।
# নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা "ধৰালৈ যিদিনা নামিব সৰগ" নাটকখন ৰেডিঅ’যোগে প্ৰচাৰ হৈছিল ১৯৪৮ চনৰ আজিৰ দিনটোতে। উল্লেখযোগ্য যে এইখনেই আছিল [[অল ইণ্ডিয়া ৰেডিঅ']]যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক।
# গল্পৰ দিন।
# ২০১৩ চনৰ আজিৰ তাৰিখতে [[যোৰহাট]]ৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহটো অসমৰ মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]]য়ে উদ্বোধন কৰে।
# ডাঃ এন গোপীনাথ আৰু ডাঃ আৰ এইছ বেটছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতত মুক্ত হৃদপিণ্ডৰ অষ্ট্ৰোপচাৰ সম্পন্ন হৈছিল ১৯৫৯ বৰ্ষৰ আজিৰ দিনটোতে।
# [[নেতাজী সুভাষ চন্দ্ৰ বসু]]ৰ প্ৰথমবাৰৰ বাবে [[মহাত্মা গান্ধী]]ক জাতিৰ পিতা ৰূপে সম্বোধন ১৯৪৪ চনৰ আজিৰ দিনটোতে।
# ১৮৮৫ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী [[লুই পেষ্টিউ]]ৰে [[জলাতংক ৰোগ]]ৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰে।
# ৫০০ বছৰীয়া [[পটুৰ্গিজ]]ৰ পৰাধীনতাৰ শিকলী চিঙি মোজাম্বিকে স্বাধীনতাৰ সোৱাদ পাইছিল ১৯৭৫ বৰ্ষৰ আজিৰ দিনটোতে।
# আজি [[কোমোৰোছ]]ৰ স্বাধীনতা দিৱস।
# আজি গল্পৰ দিন।


{{-}}
{{-}}

09:49, 4 July 2021ৰ সংস্কৰণ

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৬ জুলাই (ইংৰাজী: 6 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৭তম (অধিবৰ্ষত ১৮৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৮টা দিন বাকী থাকে।

জন্ম

মৃত্যু

  • ১৮৯৩ - গী দা মোপাছাঁ, ফৰাচী কথা সাহিত্যিক।
  • ১৯৩৫ - টমাছ মোৰে, ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ।
  • ১৯৬০ - সূৰ্য বৰা, সাহিত্যিক, সাংবাদিক, শিলগুৰি ৰেল ষ্টেচনত ৰেল কৰ্মচাৰী। তেখেতক দুৰ্বত্তই হত্যা কৰে।
  • ১৯৬২ - ৱিলিয়াম ফকনাৰ, সাহিত্যৰ নোবেল বিজয়ী আমেৰিকান লেখক। (জন্ম: ১৯১২)
  • ২০০২ - ধীৰুভাই আম্বানী, ভাৰতীয় শিল্পপতি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ প্ৰতিষ্ঠাতা। (জন্ম: ১৯৩২)

দিৱস

  1. কোমোৰোছৰ স্বাধীনতা দিৱস।
  2. গল্পৰ দিন।