সৰ্বানন্দ সোণোৱাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
3 নং শাৰী: 3 নং শাৰী:
|birth_date = {{Birth date and age|df=yes|1961|10|31}}
|birth_date = {{Birth date and age|df=yes|1961|10|31}}
|birth_place = [[ডিব্ৰুগড়]], [[অসম]], [[ভাৰত]]
|birth_place = [[ডিব্ৰুগড়]], [[অসম]], [[ভাৰত]]
|office = [[বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়|বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী]]
|order = চতুৰ্দশ
|president = [[ৰাম নাথ কোৱিন্দ]]
|office = অসমৰ মুখ্যমন্ত্ৰী
|primeminister = [[নৰেন্দ্ৰ মোদী]]
|governor = [[জগদীশ মুখী]] <br/>[[পদ্মনাভ আচাৰ্য]] <br> [[বানৱাৰীলাল পুৰোহিত]]
|term_start = ৭ জুলাই ২০২১
|predecessor = [[তৰুণ গগৈ]]
|term_end =
|successor = [[হিমন্ত বিশ্ব শৰ্মা]]
|predecessor = মনসুখ এল মাণ্ডৱিয়া
|term_start = {{Start date|2016|5|24|df=yes}}
|office1 = [[আয়ুষ মন্ত্ৰালয়|আয়ুষ মন্ত্ৰী]]
|term_end = {{End date|df=yes|2021|5|10}}
|president1 = [[ৰাম নাথ কোৱিন্দ]]
|office1 = [[অসম বিধানসভা]]ৰ বিধায়ক
|primeminister1 = [[নৰেন্দ্ৰ মোদী]]
|constituency1 = [[মাজুলী (বিধানসভা সমষ্টি)|মাজুলী]]
|term_start1 = ২০১৬
|term_start1 = ৭ জুলাই ২০২১
|term_end1 =
|predecessor1 =ৰাজীৱ লোচন পেগু
|predecessor1 = শ্ৰীপদ নায়ক
|constituency2 = [[মৰাণ (নগৰ)|মৰাণ]]
|order2 = চতুৰ্দশ
|term_start2 = ২০০১
|office2 = অসমৰ মুখ্যমন্ত্ৰী
|term_end2 = ২০০৪
|governor2 = [[জগদীশ মুখী]] <br/>[[পদ্মনাভ আচাৰ্য]] <br> [[বানৱাৰীলাল পুৰোহিত]]
|predecessor2 =জয় চন্দ্ৰ নাগবংশী
|predecessor2 = [[তৰুণ গগৈ]]
|successor2 = জীৱনতৰা ঘাটোৱাৰ
|successor2 = [[হিমন্ত বিশ্ব শৰ্মা]]
|office3 = [[যুৱ কাৰ্যক্ৰম আৰু খেল মন্ত্ৰালয় (ভাৰত)|যুৱ কাৰ্যক্ৰম আৰু খেলৰ কেবিনেট মন্ত্ৰী]]
|term_start2 = {{Start date|2016|5|24|df=yes}}
|primeminister3 = [[নৰেন্দ্ৰ মোদী]]
|term_end2 = {{End date|df=yes|2021|5|10}}
|predecessor3 = জিতেন্দ্ৰ সিং
|office3 = [[অসম বিধানসভা]]ৰ বিধায়ক
|successor3 = জিতেন্দ্ৰ সিং
|constituency3 = [[মাজুলী (বিধানসভা সমষ্টি)|মাজুলী]]
|term_start3 = {{Start date|df=yes|2014|5|26}}
|term_start3 = ২০১৬
|term_end3 = {{End date|df=yes|2016|5|23}}<ref>{{cite web | author=PTI | title=Sarbananda Sonowal resigns as Union Minister | website=The Financial Express | date=22 May 2016 | url=http://www.financialexpress.com/article/india-news/sarbananda-sonowal-resigns-as-union-minister/262771/ | accessdate=24 May 2016}}</ref>
|predecessor3 =ৰাজীৱ লোচন পেগু
|office4 = কৌশল বিকাশৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী
|constituency4 = [[মৰাণ (নগৰ)|মৰাণ]]
|primeminister4 = [[নৰেন্দ্ৰ মোদী]]
|term_start4 = {{Start date|df=yes|2014|5|26}}
|term_start4 = ২০০১
|term_end4 = {{End date|df=yes|2014|11|9}}
|term_end4 = ২০০৪
|predecessor4 = ''কাৰ্যালয় গঠন''
|predecessor4 =জয় চন্দ্ৰ নাগবংশী
|successor4 = ৰাজীৱ প্ৰতাপ ৰুডী
|successor4 = জীৱনতৰা ঘাটোৱাৰ
|office5 = [[যুৱ কাৰ্যক্ৰম আৰু খেল মন্ত্ৰালয় (ভাৰত)|যুৱ কাৰ্যক্ৰম আৰু খেলৰ কেবিনেট মন্ত্ৰী]]
|office5 = [[লক্ষীমপুৰ (লোকসভা সমষ্টি)|লক্ষীমপুৰ লোকসভা সমষ্টিৰ]] সাংসদ
|primeminister5 = [[নৰেন্দ্ৰ মোদী]]
|constituency5 = [[লক্ষীমপুৰ (লোকসভা সমষ্টি)|লক্ষীমপুৰ]]
|predecessor5 = জিতেন্দ্ৰ সিং
|term_start5 = {{Start date|df=yes|2014|5|16}}
|successor5 = জিতেন্দ্ৰ সিং
|term_end5 = {{End date|df=yes|2016|5|23}}
|term_start5 = {{Start date|df=yes|2014|5|26}}
|predecessor5 = [[ৰাণী নৰহ]]
|term_end5 = {{End date|df=yes|2016|5|23}}<ref>{{cite web | author=PTI | title=Sarbananda Sonowal resigns as Union Minister | website=The Financial Express | date=22 May 2016 | url=http://www.financialexpress.com/article/india-news/sarbananda-sonowal-resigns-as-union-minister/262771/ | accessdate=24 May 2016}}</ref>
|successor5 = [[প্ৰদান বৰুৱা]]
|office6 = কৌশল বিকাশৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী
|constituency6 = [[ডিব্ৰুগড় (লোকসভা সমষ্টি)|ডিব্ৰুগড়]]
|primeminister6 = [[নৰেন্দ্ৰ মোদী]]
|term_start6 = {{Start date|df=yes|2004|5|13}}
|term_end6 = {{End date|df=yes|2009|5|15}}
|term_start6 = {{Start date|df=yes|2014|5|26}}
|term_end6 = {{End date|df=yes|2014|11|9}}
|predecessor6 =[[পবন সিং ঘাটোৱাৰ]]
|predecessor6 = ''কাৰ্যালয় গঠন''
|successor6 =[[পবন সিং ঘাটোৱাৰ]]
|successor6 = ৰাজীৱ প্ৰতাপ ৰুডী
|office7 = লোকসভাৰ সাংসদ
|constituency7 = [[লক্ষীমপুৰ (লোকসভা সমষ্টি)|লখিমপুৰ]]
|term_start7 = {{Start date|df=yes|2014|5|16}}
|term_end7 = {{End date|df=yes|2016|5|23}}
|predecessor7 = [[ৰাণী নৰহ]]
|successor7 = [[প্ৰদান বৰুৱা]]
|constituency8 = [[ডিব্ৰুগড় (লোকসভা সমষ্টি)|ডিব্ৰুগড়]]
|term_start8 = {{Start date|df=yes|2004|5|13}}
|term_end8 = {{End date|df=yes|2009|5|15}}
|predecessor8 =[[পবন সিং ঘাটোৱাৰ]]
|successor8 =[[পবন সিং ঘাটোৱাৰ]]
|party = [[ভাৰতীয় জনতা পাৰ্টি]] {{small|(২০১১-বৰ্তমান)}}<br>[[অসম গণ পৰিষদ]] {{small|(২০০১-২০১১)}}
|party = [[ভাৰতীয় জনতা পাৰ্টি]] {{small|(২০১১-বৰ্তমান)}}<br>[[অসম গণ পৰিষদ]] {{small|(২০০১-২০১১)}}
|spouse =
|spouse =
|alma_mater = [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]], [[গুৱাহাটী বিশ্ববিদ্যালয়]]
|alma_mater = [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]], [[গুৱাহাটী বিশ্ববিদ্যালয়]]
|office6=[[ডিব্ৰুগড় (লোকসভা সমষ্টি)|ডিব্ৰুগড় লোকসভা সমষ্টিৰ]] সাংসদ
}}
}}
'''সৰ্বানন্দ সোণোৱাল''' ({{lang-en|Sarbananda Sonowal}}) এজন ৰাজনীতিবিদ আৰু [[অসম]]ৰ সদ্যপ্ৰাক্তন [[অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা|মুখ্যমন্ত্ৰী]]। তেখেতৰ জন্ম হয় ১৯৬২ চনত অসমৰ ডিব্ৰুগড় জিলাৰ দিনজানত। ২০১৪ চনত তেওঁ [[লক্ষীমপুৰ (লোকসভা সমষ্টি)|লক্ষীমপুৰ লোকসভা সমষ্টিৰ]] পৰা নিৰ্বাচিত হৈ [[ভাৰত চৰকাৰ]]ৰ যুৱ কাৰ্যক্ৰম আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ [[ভাৰতীয় জনতা পাৰ্টি]]ৰ অসম প্ৰদেশৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ ওপৰিও ২০০৪ চনত [[ডিব্ৰুগড় (লোকসভা সমষ্টি)|ডিব্ৰুগড় লোকসভা সমষ্টিৰ]] পৰাও সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৬ চনত তেওঁ মাজুলী বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ অসমৰ চতুৰ্দশ মুখ্যমন্ত্ৰী ৰূপে ২০১৬ ৰ পৰা ২০২১ লৈ কাৰ্য্যনিৰ্বাহ কৰে।
'''সৰ্বানন্দ সোণোৱাল''' ({{lang-en|Sarbananda Sonowal}}) এজন ৰাজনীতিবিদ আৰু [[অসম]]ৰ সদ্যপ্ৰাক্তন [[অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা|মুখ্যমন্ত্ৰী]]। তেখেতৰ জন্ম হয় ১৯৬২ চনত অসমৰ ডিব্ৰুগড় জিলাৰ দিনজানত। ২০১৪ চনত তেওঁ [[লক্ষীমপুৰ (লোকসভা সমষ্টি)|লখিমপুৰ লোকসভা সমষ্টিৰ]] পৰা নিৰ্বাচিত হৈ [[ভাৰত চৰকাৰ]]ৰ যুৱ কাৰ্যক্ৰম আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ [[ভাৰতীয় জনতা পাৰ্টি]]ৰ অসম প্ৰদেশৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ উপৰিও ২০০৪ চনত [[ডিব্ৰুগড় (লোকসভা সমষ্টি)|ডিব্ৰুগড় লোকসভা সমষ্টিৰ]] পৰাও সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৬ চনত তেওঁ মাজুলী বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ অসমৰ চতুৰ্দশ মুখ্যমন্ত্ৰী ৰূপে ২০১৬ ৰ পৰা ২০২১ লৈ কাৰ্য্যনিৰ্বাহ কৰে। তেওঁক প্ৰধানমন্ত্ৰীৰূপে [[নৰেন্দ্ৰ মোদী]]ৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হয় আৰু ২০২১ চনৰ ৭ জুলাইত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।<ref>{{Cite web|last=Jul 7|first=ANI /|last2=2021|last3=Ist|first3=18:46|title=Former Assam CM Sarbananda Sonowal takes oath as Union minister in PM Modi's Cabinet {{!}} India News-Times of India|url=https://timesofindia.indiatimes.com/india/former-assam-cm-sarbananda-sonowal-takes-oath-as-union-minister-in-pm-modis-cabinet/articleshow/84205581.cms|access-date=2021-07-07|website=The Times of India|language=en}}</ref>


==জন্ম==
==জন্ম==
66 নং শাৰী: 77 নং শাৰী:


[[অসম বিধানসভা নিৰ্বাচন, ২০১৬|২০১৬ চনৰ বিধানসভা নিৰ্বাচনত]] [[মাজুলী]] বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিদ্বন্দ্বী ৰাজীৱ লোচন পেগুক ১৮৯২৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ৰ দ্বাৰা তেওঁ [[অসমৰ মুখ্যমন্ত্ৰী]]ৰ পদভাৰ গ্ৰহণ কৰে।<ref>Assam Tribune, 24 May, 2016, page no-8</ref> [[২০২১ৰ অসম বিধানসভা নিৰ্বাচন|২০২১ চনত]] তেওঁ পুনৰ মাজুলীৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়। পিছে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু তেওঁৰ উত্তৰসূৰী হিচাপে [[হিমন্ত বিশ্ব শৰ্মা]]ৰ নাম প্ৰস্তাৱ কৰে।
[[অসম বিধানসভা নিৰ্বাচন, ২০১৬|২০১৬ চনৰ বিধানসভা নিৰ্বাচনত]] [[মাজুলী]] বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিদ্বন্দ্বী ৰাজীৱ লোচন পেগুক ১৮৯২৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ৰ দ্বাৰা তেওঁ [[অসমৰ মুখ্যমন্ত্ৰী]]ৰ পদভাৰ গ্ৰহণ কৰে।<ref>Assam Tribune, 24 May, 2016, page no-8</ref> [[২০২১ৰ অসম বিধানসভা নিৰ্বাচন|২০২১ চনত]] তেওঁ পুনৰ মাজুলীৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়। পিছে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু তেওঁৰ উত্তৰসূৰী হিচাপে [[হিমন্ত বিশ্ব শৰ্মা]]ৰ নাম প্ৰস্তাৱ কৰে।

২০২১ চনৰ ৭ জুলাইত তেওঁক প্ৰধানমন্ত্ৰীৰূপে [[নৰেন্দ্ৰ মোদী]]ৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হয় আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰালয়ৰ দায়িত্ব প্ৰদান কৰা হয়।<ref>{{Cite news |title=Sarbananda Sonowal Back In PM Modi's Cabinet For A Second Time |url=https://www.ndtv.com/india-news/sarbananda-sonowal-back-in-pm-modis-cabinet-for-a-second-time-2481652 |access-date=2021-07-08}}</ref>


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
80 নং শাৰী: 93 নং শাৰী:
[[শ্ৰেণী:অসমৰ মুখ্যমন্ত্ৰী]]
[[শ্ৰেণী:অসমৰ মুখ্যমন্ত্ৰী]]
[[শ্ৰেণী:লোকসভাৰ সাংসদ]]
[[শ্ৰেণী:লোকসভাৰ সাংসদ]]
[[শ্ৰেণী:ভাৰত চৰকাৰৰ মন্ত্ৰী]]

02:42, 8 July 2021ৰ সংস্কৰণ

সৰ্বানন্দ সোণোৱাল
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৭ জুলাই ২০২১
ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী মনসুখ এল মাণ্ডৱিয়া
আয়ুষ মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৭ জুলাই ২০২১
ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী শ্ৰীপদ নায়ক
চতুৰ্দশ অসমৰ মুখ্যমন্ত্ৰী
কাৰ্যকাল
২৪ মে' ২০১৬ (2016-05-24) – ১০ মে' ২০২১ (2021-05-10)
ৰাজ্যপাল জগদীশ মুখী
পদ্মনাভ আচাৰ্য
বানৱাৰীলাল পুৰোহিত
পূৰ্বসূৰী তৰুণ গগৈ
উত্তৰসূৰী হিমন্ত বিশ্ব শৰ্মা
অসম বিধানসভাৰ বিধায়ক
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১৬
পূৰ্বসূৰী ৰাজীৱ লোচন পেগু
সমষ্টি মাজুলী
কাৰ্যকাল
২০০১ – ২০০৪
পূৰ্বসূৰী জয় চন্দ্ৰ নাগবংশী
উত্তৰসূৰী জীৱনতৰা ঘাটোৱাৰ
সমষ্টি মৰাণ
যুৱ কাৰ্যক্ৰম আৰু খেলৰ কেবিনেট মন্ত্ৰী
কাৰ্যকাল
২৬ মে' ২০১৪ (2014-05-26) – ২৩ মে' ২০১৬ (2016-05-23)[1]
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী জিতেন্দ্ৰ সিং
উত্তৰসূৰী জিতেন্দ্ৰ সিং
কৌশল বিকাশৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী
কাৰ্যকাল
২৬ মে' ২০১৪ (2014-05-26) – ৯ নৱেম্বৰ ২০১৪ (2014-11-09)
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী কাৰ্যালয় গঠন
উত্তৰসূৰী ৰাজীৱ প্ৰতাপ ৰুডী
লোকসভাৰ সাংসদ
কাৰ্যকাল
১৬ মে' ২০১৪ (2014-05-16) – ২৩ মে' ২০১৬ (2016-05-23)
পূৰ্বসূৰী ৰাণী নৰহ
উত্তৰসূৰী প্ৰদান বৰুৱা
সমষ্টি লখিমপুৰ
কাৰ্যকাল
১৩ মে' ২০০৪ (2004-05-13) – ১৫ মে' ২০০৯ (2009-05-15)
পূৰ্বসূৰী পবন সিং ঘাটোৱাৰ
উত্তৰসূৰী পবন সিং ঘাটোৱাৰ
সমষ্টি ডিব্ৰুগড়
ব্যক্তিগত তথ্য
জন্ম ৩১ অক্টোবৰ, ১৯৬১ (৬২ বছৰ)
ডিব্ৰুগড়, অসম, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি (২০১১-বৰ্তমান)
অসম গণ পৰিষদ (২০০১-২০১১)
শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়

সৰ্বানন্দ সোণোৱাল (ইংৰাজী: Sarbananda Sonowal) এজন ৰাজনীতিবিদ আৰু অসমৰ সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী। তেখেতৰ জন্ম হয় ১৯৬২ চনত অসমৰ ডিব্ৰুগড় জিলাৰ দিনজানত। ২০১৪ চনত তেওঁ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ভাৰত চৰকাৰৰ যুৱ কাৰ্যক্ৰম আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ উপৰিও ২০০৪ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰাও সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৬ চনত তেওঁ মাজুলী বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ অসমৰ চতুৰ্দশ মুখ্যমন্ত্ৰী ৰূপে ২০১৬ ৰ পৰা ২০২১ লৈ কাৰ্য্যনিৰ্বাহ কৰে। তেওঁক প্ৰধানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হয় আৰু ২০২১ চনৰ ৭ জুলাইত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।[2]

জন্ম

ডিব্ৰুগড় জিলাৰ মুলুক গাঁৱত ১৯৬২ চনৰ ৩১ অক্টোবৰত সৰ্বানন্দ সোণোৱালৰ জন্ম হয়। তেখেত আছিল স্বৰ্গীয়া জীৱেশ্বৰ সোণোৱাল আৰু স্বৰ্গীয় দীনেশ্বৰী সোণোৱাল ৰ নুমলীয়া পুত্ৰ। তেওঁৰ আছিল ছজনকৈ ককায়েক আৰু দুজনী ভনীয়েক।[3]

শিক্ষা

সৰ্বানন্দ সোণোৱালে মুলুক গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি বিন্ধাকাটা মধ্য ইংৰাজী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈ অধ্যয়ন কৰে। ইয়াৰ পিছত তেওঁ ডিব্ৰুগড় ডনবস্কো স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ত আইন শিক্ষা সমাপ্ত কৰাৰ উপৰিও সাংবাদিকতা আৰু মাছ কমিউনিকেচনত ডিগ্ৰী লাভ কৰে।[4]

ছাত্ৰনেতা

মহাবিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই সৰ্বানন্দ সোণোৱালে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছিল। আৰু ১৯৯২চনৰ পৰা ১৯৯৯চনলৈ সন্থাটোৰ সভাপতিৰ দায়িত্ব বহন কৰে। লগতে ১৯৯৪চনৰ পৰা ২০০৪ চনলৈ উত্তৰ পূব ছাত্ৰ সন্থাৰ চেয়াৰমেনৰ পদত অধিষ্ঠিত থাকে।[5]

ৰাজনৈতিক জীৱন

সৰ্বানন্দ সোণোৱালে ১৯৯৯ চনত অসম গণ পৰিষদত যোগদান কৰে আৰু আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ চেষ্টা আগবঢ়ায়। তেখেতে লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ ৰাণী নৰহৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও পৰাজয়ৰ সন্মুখীন হয়। ইয়াৰ পিছত তেওঁ ২০০১ চনত বিধানসভা নিৰ্বাচনত মৰাণ সমষ্টিত কংগ্ৰেছৰ পৱনসিং ঘাটোৱাৰক পৰাজিত কৰে।

সৰ্বানন্দ সোণোৱালে বিতৰ্কিত আই এম ডি টি আইনৰ বিৰুদ্ধে আদালতত যুঁজ চলায় আৰু আইনখন বাতিল কৰিবলৈ সক্ষম হয়। যাৰফলত তেওঁক জাতীয় নায়ক আখ্যা দিয়া হয়।

তেখেতে ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ডিব্ৰুগড় সমষ্টিৰ সাংসদ হিচাপে কাৰ্যনিবাহ কৰে। ২০১১ চনৰ ৮ ফেব্ৰুৱাৰীত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১২ চনত ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ পদত অধিষ্ঠিত হয়। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলি ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। একে বছৰতে তেখেতে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ মন্ত্ৰীৰ দায়িত্ব কান্ধ পাতি লয়।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত মাজুলী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিদ্বন্দ্বী ৰাজীৱ লোচন পেগুক ১৮৯২৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ৰ দ্বাৰা তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ পদভাৰ গ্ৰহণ কৰে।[6] ২০২১ চনত তেওঁ পুনৰ মাজুলীৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়। পিছে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু তেওঁৰ উত্তৰসূৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে।

২০২১ চনৰ ৭ জুলাইত তেওঁক প্ৰধানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হয় আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰালয়ৰ দায়িত্ব প্ৰদান কৰা হয়।[7]

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ