আলফ্ৰেড ন'বেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{biography stub}}
{{refimprove}}

{{Infobox person
{{Infobox person
|birth_name=আলফ্ৰেড বাৰ্ণাড ন'বেল
|birth_name=আলফ্ৰেড বাৰ্ণাড ন'বেল
| name = আলফ্ৰেড ন'বেল
| name = আলফ্ৰেড ন'বেল
| image = AlfredNobel2.jpg
| image = AlfredNobel2.jpg
| birth_date = {{birth date|df=yes|1833|10|21}}
| birth_date = {{birth date|df=yes|1833|10|21}}
| birth_place = [[ষ্ট'কহ'ম]], [[চুইডেন]]
| birth_place = [[ষ্ট'কহ'ম]], [[চুইডেন]]
15 নং শাৰী: 14 নং শাৰী:
| signature = Alfred Nobel Signature.svg
| signature = Alfred Nobel Signature.svg
}}
}}
'''আলফ্ৰেড বাৰ্ণাড ন'বেল''' ({{Lang-en|Alfred Bernhard Nobel}}; ২১ অক্টোবৰ ১৮৩৩ – ১০ ডিচেম্বৰ ১৮৯৬) এজন [[চুইডেন|চুইডিছ]] ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী আছিল। তেখেত [[ডিনামাইট]]ৰ উদ্ভাৱন কৰিছিল। ন'বেলে [[ব'ফ'ৰ্ছ]] নামৰ লো আৰু তীখা কাৰখানটো কিনি লৈ তাক টোপ আৰু আন অস্ত্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিছিল। ন'বেলে প্ৰায় ৩৫৫ বিধ সামগ্ৰীৰ পেটেণ্ট লাভ কৰিছিল, সেইবোৰৰ ভিতৰত ডিনামাইট আছিল সকলোতকৈ বিখ্যাত। তেখেতে নিজৰ সম্পত্তিখিনি [[ন'বেল বঁটা]] প্ৰতিষ্ঠাৰ হকে দান কৰি যায়। সাংশ্লেষিক মৌল [[ন'বেলিয়াম]]ক তেখেতৰ নামেৰে নামকৰণ কৰা হৈছিল। তেখেতৰ নাম আধুনিক কোম্পানী "ডাইনামাইট ন'বেল" আৰু "এজ্‌ক' ন'বেল" আদিত ব্যৱহৃত হয়। সেইকেইটা কোম্পানী ন'বেলে নিজেই প্ৰতিষ্ঠা কৰা কোম্পানীৰেই অন্য ৰূপ।

'''আলফ্ৰেড বাৰ্ণাড ন'বেল''' ({{IPA-sv|ˈɑlfred noˈbɛl}} {{audio|sv-Alfred_Nobel.ogg|listen}}; ২১ অক্টোবৰ ১৮৩৩ – ১০ ডিচেম্বৰ ১৮৯৬) এজন [[চুইডেন|চুইডিছ]] ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী আছিল। তেখেত [[ডিনামাইট]]ৰ উদ্ভাৱন কৰিছিল। ন'বেলে [[ব'ফ'ৰ্ছ]] নামৰ লো আৰু তীখা কাৰখানটো কিনি লৈ তাক টোপ আৰু আন অস্ত্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিছিল। ন'বেলে প্ৰায় ৩৫৫ বিধ সামগ্ৰীৰ পেটেণ্ট লাভ কৰিছিল, সেইবোৰৰ ভিতৰত ডিনামাইট আছিল সকলোতকৈ বিখ্যাত। তেখেতে নিজৰ সম্পত্তিখিনি [[ন'বেল বঁটা]] প্ৰতিষ্ঠাৰ হকে দান কৰি যায়। সাংশ্লেষিক মৌল [[ন'বেলিয়াম]]ক তেখেতৰ নামেৰে নামাকৰণ কৰা হৈছিল। তেখেতৰ নাম আধুনিক কোম্পানী "ডাইনামাইট ন'বেল" আৰু "এজ্‌ক' ন'বেল" আদিত ব্যৱহৃত হয়। সেইকেইটা কোম্পানী ন'বেলে নিজেই প্ৰতিষ্ঠা কৰা কোম্পানীৰেই অন্য ৰূপ।


==জন্ম==
==জন্ম==
আলফ্ৰেড বাৰ্ণাড ন'বেলৰ জন্ম হৈছিল ১৮৩৩ চনৰ ২১ অক্টোবৰত ষ্টকহমত। পিতৃৰ নাম আছিল ইমানুৱেল ন'বেল আৰু মাতৃৰ নাম আছিল কেৰ'লিনা এণ্ড্ৰিয়েটা আলছেল। ইমানুৱেল ন'বেল ষ্টকহমৰ ৰয়েল ইনষ্টিটিউট অব্ টেকন'লজিৰ ছাত্ৰ আৰু পিছত এগৰাকী ইঞ্জিনীয়াৰ হৈছিল।

'''আলফ্ৰেড বাৰ্ণাড ন'বেল'''ৰ জন্ম হৈছিল ১৮৩৩ চনৰ ২১ অক্টোবৰত ষ্টকহমত ৷পিতৃৰ নাম আছিল ইমানুৱেল নোবেল আৰু মাতৃৰ নাম আছিল কেৰ'লিনা এণ্ড্ৰিয়েটা আলছেল ৷ইমানুৱেল নোবেল ষ্টকহমৰ ৰয়েল ইনষ্টিটিউট অব্ টেকন'লজিৰ ছাত্ৰ আৰু পিছত এগৰাকী ইঞ্জিনীয়াৰ হৈছিল ৷


==শিক্ষা==
==শিক্ষা==
ন'বেলৰ পিতৃ ইমানুৱেল ন'বেলে জীৱিকাৰ আশাত [[ষ্টকহম]] এৰি [[ৰাছিয়া]]লৈ আহে আৰু যুদ্ধৰ সা-সঁজুলি আৰু [[ছাবমেৰিণ]]ৰ কাৰখানা স্থাপন কৰে। কিন্তু ব্যৱসায় লাভজনক নোহোৱাত দ্বিতীয় পুত্ৰ লুইগৰ হাতত ব্যৱসায় গতাই দি ছেইণ্ট পিটাৰ্ছবাগলৈ আহে। ইয়াত তেওঁৰ ব্যৱসায়ৰ উন্নতি হয় আৰু যুদ্ধৰ সা-সঁজুলি আৰু বিস্ফোৰক পদাৰ্থৰ নিৰ্মাণকাৰী হিচাপে পৰিচয় লাভ কৰে। ইয়াৰ পিছত আলফ্ৰেড ন'বেলক ব্যক্তিগত শিক্ষকৰ ওচৰত ৰসায়ন বিজ্ঞান আৰু ভাষাজ্ঞান শিক্ষাৰ ব্যৱস্থা কৰি দিয়া হয়। তেওঁ কম দিনৰ ভিতৰতে ৰসায়ন বিজ্ঞানৰ বহু কথা শিকিছিল লগতে [[ইংৰাজী ভাষা|ইংৰাজী]], [[ফৰাচী ভাষা|ফৰাচী]], [[জাৰ্মান ভাষা|জাৰ্মান]] আৰু [[ৰুছ ভাষা|ৰুছ]] ভাষা সুন্দৰকৈ কব পৰা হৈছিল।

ন'বেলৰ পিতৃ ইমানুৱেল নোবেলে জীৱিকাৰ আশাত [[ষ্টকহম]] এৰি [[ৰাছিয়া]]লৈ আহে আৰু যুদ্ধৰ সা-সঁজুলি আৰু [[ছাবমেৰিণ]]ৰ কাৰখানা স্থাপন কৰে ৷কিন্তু ব্যৱসায় লাভজনক নোহোৱাত দ্বিতীয় পুত্ৰ লুইগৰ হাতত ব্যৱসায় গতাই দি ছেইণ্ট পিটাৰ্ছবাগলৈ আহে ৷ইয়াত তেওঁৰ ব্যৱসায়ৰ উন্নতি হয় আৰু যুদ্ধৰ সা-সঁজুলি আৰু বিস্ফোৰক পদাৰ্থৰ নিৰ্মাণকাৰী হিচাপে পৰিচয় লাভ কৰে ৷ইয়াৰ পিছত আলফ্ৰেড ন'বেলক ব্যক্তিগত শিক্ষকৰ ওচৰত ৰসায়ন বিজ্ঞান আৰু ভাষাজ্ঞান শিক্ষাৰ ব্যৱস্থা কৰি দিয়া হয় ৷তেওঁ কম দিনৰ ভিতৰতে ৰসায়ন বিজ্ঞানৰ বহু কথা শিকিছিল লগতে [[ইংৰাজী]],[[ফৰাচী]],[[জাৰ্মান]] আৰু [[ৰাছিয়ান]] ভাষা সুন্দৰকৈ কব পৰা হৈছিল ৷


==কৰ্মজীৱন==
==কৰ্মজীৱন==
তেওঁ [[পেৰিছ]]ৰ বিখ্যাত ৰসায়নবিদ অধ্যাপক টি জে পেল'জৰ ব্যক্তিগত পৰীক্ষাগাৰত কাম কৰিবলৈ লয়। তাতেই তেওঁ [[ইটালী]]ৰ ৰসায়নবিদ [[আছানিঅ' ছ'ব্ৰেৰ']]ক লগ পায় যিয়ে বিস্ফোৰক পদাৰ্থ [[নাইট্ৰ'গ্লিচাৰিণ]] আৱিষ্কাৰ কৰিছিল। এই পৰীক্ষাগাৰত বিভিন্ন কৰ্ম প্ৰক্ৰিয়া শিকি আলফ্ৰেড আমেৰিকালৈ যায়। আৰু তাতেজন এৰিকছন নামৰ এজন বিজ্ঞানীৰ লগত কাম কৰিবলৈ লয়। এইদৰে বিভিন্ন অভিজ্ঞতা লৈ আলফ্ৰেড দেউতাকৰ ওচৰলৈ ঘূৰি আহে। কিন্তু ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাত তেওঁ দেউতাকে পুত্ৰ আলফ্ৰেড আৰু এমিলক লৈ আকৌ ষ্টকহমলৈ গুচি আহে।


ষ্টকহমৰ ওচৰতে থকা হলেনবাৰ্গত দেউতাকৰ সহায়ত বিজ্ঞানাগাৰ সাজি ভায়েক এমিলৰ লগত বিস্ফোৰক তৰল পদাৰ্থ নাইট্ৰ'গ্লিচাৰিণৰ বিষয়ে পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰে। তেওঁ লক্ষ্য কৰে যে আৰু ছিলিকাৰ মিশ্ৰণে এটা আঠাৰ সৃষ্টি কৰে আৰু পিছত এই আঠাই লোৰ আকাৰ লয়, যিটোৰে মাটিত গাঁত কৰিবলৈ সহজ হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে কামত আগ বঢ়াৰ এবছৰ পাছতেই নাইট্ৰ'গ্লিচাৰিণৰ বিস্ফোৰণ ঘটি ভায়েক এমিলৰ সৈতে চাৰিজন শ্ৰমিকৰ মৃত্যু হয়, লগতে গোটেই কাৰখানাটো বিধ্বস্ত হৈ যায়। [[ছুইডেন]]ৰ চৰকাৰে কাৰখানাটো বন্ধ কৰি দিয়াৰ উপৰিও ওচৰে পাজৰে তেনেধৰণৰ আন কাৰখানা নিৰ্মাণত নিষেধাজ্ঞা জাৰি কৰে। আলফ্ৰেড হতাশ হ’ল যদিও কম দিনৰ ভিতৰতে মালাৰেন হ্ৰদৰ দাঁতিত পৰীক্ষা আৰম্ভ কৰিলে। ১৮৭২ চনত তেখেতৰ পিতৃ ষ্ট্ৰকত আক্ৰান্ত হৈ মৃত্যু হয়। ইমান দুখৰ মাজতো ভাগি নপৰি তেওঁ বিপদমুক্ত বিস্ফোৰক নিৰ্মাণত মনোনিৱেশ কৰে। আৰু অক্লান্ত পৰিশ্ৰমৰ অন্তত ডিনামাইট আৰু ডিটনেটৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। যাৰ বাবে তেওঁ জাৰ্মান চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰও লাভ কৰিলে। এই আৱিষ্কাৰে শিল ভাঙিবলৈ,সুৰংগৰ সৃষ্টি কৰিবলৈ সহজ কৰি দিলে। আলফ্ৰেড ন'বেলে বিশ্বৰ কুৰিখন দেশৰ প্ৰায় নব্বৈটা অঞ্চলত কাৰখানা আৰু বিজ্ঞানাগাৰ স্থাপন কৰে। তেওঁ হৈ পৰিল এজন সফল আৱিষ্কাৰক আৰু ব্যৱসায়ী।
তেওঁ [[পেৰিছ]]ৰ বিখ্যাত ৰসায়নবিদ অধ্যাপক টি জে পেল'জৰ ব্যক্তিগত পৰীক্ষাগাৰত কাম কৰিবলৈ লয় ৷তাতেই তেওঁ [[ইটালী]]ৰ ৰসায়নবিদ [[আছানিঅ' ছ'ব্ৰেৰ']]ক লগ পায় যিয়ে বিস্ফোৰক পদাৰ্থ [[নাইট্ৰ'গ্লিচাৰিণ]] আৱিষ্কাৰ কৰিছিল ৷এই পৰীক্ষাগাৰত বিভিন্ন কৰ্ম প্ৰক্ৰিয়া শিকি আলফ্ৰেড আমেৰিকালৈ যায় ৷আৰু তাতে জন এৰিকছন নামৰ এজন বিজ্ঞানীৰ লগত কাম কৰিবলৈ লয় ৷এইদৰে বিভিন্ন অভিজ্ঞতা লৈ আলফ্ৰেড দেউতাকৰ ওচৰলৈ ঘূৰি আহে ৷কিন্তু ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাত তেওঁ দেউতাকে পুত্ৰ আলফ্ৰেড আৰু এমিলক লৈ আকৌ ষ্টকহমলৈ গুচি আহে ৷


বিস্ফোৰকৰ বাহিৰেও ন'বেলৰ আন আৱিষ্কাৰসমূহ আছিল ছিন্থেটিক ৰবৰ আৰু চামৰা,কৃত্ৰিম ছিল্ক,কৃত্ৰিম গাট্টা,পাৰ্চা,কোমল তীখাৰ পৰা নিৰ্মিত আত্মৰক্ষা ঢাল ইত্যাদি। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁৰ ৩৫৫টা পেটেণ্ট আছিল।<ref>সম্ভাৰ, [[অসমীয়া প্ৰতিদিন]], ২৩ আগষ্ট ২০১৫, ড॰ পবিত্ৰ কুমাৰ পাটোৱাৰী</ref>
ষ্টকহমৰ ওচৰতে থকা হলেনবাৰ্গত দেউতাকৰ সহায়ত বিজ্ঞানাগাৰ সাজি ভায়েক এমিলৰ লগত বিস্ফোৰক তৰল পদাৰ্থ নাইট্ৰ'গ্লিচাৰিণৰ বিষয়ে পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰে ৷তেওঁ লক্ষ্য কৰে যে আৰু ছিলিকাৰ মিশ্ৰণে এটা আঠাৰ সৃষ্টি কৰে আৰু পিছত এই আঠাই লোৰ আকাৰ লয়, যিটোৰে মাটিত গাঁত কৰিবলৈ সহজ হয় ৷কিন্তু দুৰ্ভাগ্যজনকভাৱে কামত আগ বঢ়াৰ এবছৰ পাছতেই নাইট্ৰ'গ্লিচাৰিণৰ বিস্ফোৰণ ঘটি ভায়েক এমিলৰ সৈতে চাৰিজন শ্ৰমিকৰ মৃত্যু হয়, লগতে গোটেই কাৰখানাটো বিধ্বস্ত হৈ যায় [[ছুইডেন]]ৰ চৰকাৰে কাৰখানাটো বন্ধ কৰি দিয়াৰ উপৰিও ওচৰে পাজৰে তেনেধৰণৰ আন কাৰখানা নিৰ্মাণত নিষেধাজ্ঞা জাৰি কৰে ৷আলফ্ৰেড হতাশ হ’ল যদিও কম দিনৰ ভিতৰতে মালাৰেন হ্ৰদৰ দাঁতিত পৰীক্ষা আৰম্ভ কৰিলে ৷ ১৮৭২ চনত তেখেতৰ পিতৃ ষ্ট্ৰকত আক্ৰান্ত হৈ মৃত্যু হয় ৷ইমান দুখৰ মাজতো ভাগি নপৰি তেওঁ বিপদমুক্ত বিস্ফোৰক নিৰ্মাণত মনোনিৱেশ কৰে ৷আৰু অক্লান্ত পৰিশ্ৰমৰ অন্তত ডিনামাইট আৰু ডিটনেটৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয় ৷যাৰ বাবে তেওঁ জাৰ্মান চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰও লাভ কৰিলে ৷এই আৱিষ্কাৰে শিল ভাঙিবলৈ,সুৰংগৰ সৃষ্টি কৰিবলৈ সহজ কৰি দিলে ৷আলফ্ৰেড ন’বেলে বিশ্বৰ কুৰিখন দেশৰ প্ৰায় নব্বৈটা অঞ্চলত কাৰখানা আৰু বিজ্ঞানাগাৰ স্থাপন কৰে ৷তেওঁ হৈ পৰিল এজন সফল আৱিষ্কাৰক আৰু ব্যৱসায়ী ৷


==ন'বেল বঁটা==
বিস্ফোৰকৰ বাহিৰেও ন’বেলৰ আন আৱিষ্কাৰসমূহ আছিল ছিন্থেটিক ৰবৰ আৰু চামৰা,কৃত্ৰিম ছিল্ক,কৃত্ৰিম গাট্টা,পাৰ্চা,কোমল তীখাৰ পৰা নিৰ্মিত আত্মৰক্ষা ঢাল ইত্যাদি ৷মৃত্যুৰ আগমূহুৰ্তলৈকে তেওঁৰ ৩৫৫ টা পেটেণ্ট আছিল ৷<ref>সম্ভাৰ,অসমীয়া প্ৰতিদিন,২৩ আগষ্ট,২০১৫,ড° পবিত্ৰ কুমাৰ পাটোৱাৰী</ref>
{{main|ন'বেল বঁটা}}
১৮৯৫ চনৰ ২৭ নৱেম্বৰ তাৰিখে আলফ্ৰেড ন'বেলে পেৰিছৰ ছুইডিছ-নৰৱেন ক্লাৱত তেওঁৰ ইচ্ছাপত্ৰ লিখি চহী কৰে। তাত কোৱা হৈছিল যে তেওঁৰ জমা ধনৰাশিৰে এটা ফাণ্ড খুলিব লাগিব। আৰু তাৰ পৰা আহৰণ কৰা সুদৰ ধনেৰে পূৰ্বৰ বৰ্ষত মানৱ জাতিৰ কল্যাণৰ বাবে কৰা কৰ্মৰ বাবে বঁটা ঘোষণা কৰা হ’ব। এই ধন পাঁচটা সমান অংশত ভাগ হ’ব। এই অংশকেইটা [[পদাৰ্থ বিজ্ঞান]], [[ৰসায়ন বিজ্ঞান]], [[চিকিৎসা বিজ্ঞান]], সাহিত্য আৰু বিশ্বশান্তিৰ ক্ষেত্ৰত সফল অৱদান আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হ’ব। পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা ছুইডিছ একাডেমী অব্ ছায়েন্স, চিকিৎসা বিজ্ঞানৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা কেৰ’লিনস্কা ইনষ্টিটিউটে সাহিত্যৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা একাডেমীয়ে আৰু বিশ্বশান্তিৰ বঁটাসমূহ প্ৰদান কৰিব নৰৱেন ষ্টাৰটিঙে গঠন কৰা পাঁচজনীয়া কমিটিয়ে। বঁটাপ্ৰাপ্ত গৰাকী বিশ্বৰ যিকোনো ৰাষ্ট্ৰৰ হ’ব পাৰে।


আলফ্ৰেড ন'বেলে বঁটা বাছনি কমিটিও গঠন কৰি দিছিল। এই কমিটিত তেওঁ বন্ধু ৰাগনৰ ছলমানক এক্সিকিউটৰ আৰু ট্ৰাষ্টি হিচাপে আৰু ভতিজাক ইমানুল ন'বেলক সহায়কাৰী হিচাপে মনোনীত কৰিছিল। ন'বেলৰ মৃত্যুৰ পাছত বাছনি কমিটিয়ে বঁটাৰ নাম ন'বেল বঁটা বুলি ঘোষণা কৰে। ১৯০১ চনৰ ১০ ডিচেম্বৰত ন'বেলৰ পঞ্চম মৃত্যুবাৰ্ষিকী তিথিত প্ৰথম ন'বেল বটা ঘোষণা কৰা হয়। আৰু তেতিয়াৰ পৰা এই বঁটা দি অহা হৈছে।
==ন’বেল বঁটা==

১৮৯৫ চনৰ ২৭ নৱেম্বৰ তাৰিখে আলফ্ৰেড ন'বেলে পেৰিছৰ ছুইডিছ-নৰৱেন ক্লাৱত তেওঁৰ ইচ্ছাপত্ৰ লিখি চহী কৰে ৷তাত কোৱা হৈছিল যে তেওঁৰ জমা ধনৰাশিৰে এটা ফাণ্ড খুলিব লাগিব ৷আৰু তাৰ পৰা আহৰণ কৰা সুদৰ ধনেৰে পূৰ্বৰ বৰ্ষত মানৱ জাতিৰ কল্যাণৰ বাবে কৰা কৰ্মৰ বাবে বঁটা ঘোষণা কৰা হ’ব ৷এই ধন পাঁচটা সমান অংশত ভাগ হ’ব ৷এই অংশকেইটা [[পদাৰ্থ বিজ্ঞান]],[[ৰসায়ন বিজ্ঞান]], [[চিকিৎসা বিজ্ঞান]],সাহিত্য আৰু বিশ্বশান্তিৰ ক্ষেত্ৰত সফল অৱদান আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হ’ব৷পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা ছুইডিছ একাডেমী অব্ ছায়েন্স, চিকিৎসা বিজ্ঞানৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা কেৰ’লিনস্কা ইনষ্টিটিউটে সাহিত্যৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা একাডেমীয়ে আৰু বিশ্বশান্তিৰ বঁটাসমূহ প্ৰদান কৰিব নৰৱেন ষ্টাৰটিঙে গঠন কৰা পাঁচজনীয়া কমিটিয়ে ৷বঁটাপ্ৰাপ্ত গৰাকী বিশ্বৰ যিকোনো ৰাষ্ট্ৰৰ হ’ব পাৰে ৷

আলফ্ৰেড ন'বেলে বঁটা বাছনি কমিটিও গঠন কৰি দিছিল ৷এই কমিটিত তেওঁ বন্ধু ৰাগনৰ ছলমানক এক্সিকিউটৰ আৰু ট্ৰাষ্টি হিচাপে আৰু ভতিজাক ইমানুল ন’বেলক সহায়কাৰী হিচাপে মনোনীত কৰিছিল ৷ন’বেলৰ মৃত্যুৰ পাছত বাছনি কমিটিয়ে বঁটাৰ নাম ন’বেল বঁটা বুলি ঘোষণা কৰে ৷১৯০১ চনৰ ১০ ডিচেম্বৰত ন’বেলৰ পঞ্চম মৃত্যুবাৰ্ষিকী তিথিত প্ৰথম ন’বেল বটা ঘোষণা কৰা হয় ৷আৰু তেতিয়াৰ পৰা এই বঁটা দি অহা হৈছে ৷


==সাংসাৰিক জীৱন==
==সাংসাৰিক জীৱন==
আলফ্ৰেড ন'বেলে অকলশৰীয়া জীৱন যাপন কৰিছিল অৰ্থাৎ তেওঁ আছিল অবিবাহিত। ১৮৭৬ চনত ভিয়েনাৰ এখন বাতৰি কাকতত ন'বেলে এটা বিজ্ঞাপন প্ৰকাশ কৰিলে যে তেওঁক এগৰাকী মহিলা সংগী লাগে। ইয়াৰ কিছুদিন পিছত বাৰ্থা কিনস্কাই নামৰ যুৱতী এগৰাকী ন'বেলৰ ওচৰলৈ আহিল। তেওঁ নিজৰ আগৰ নাম সলাই বাৰ্থা ভন ছাটনাৰ ৰাখিলে। তেওঁ ন'বেলৰ সান্নিধ্যলৈ আহিল যদিও দুয়োৰে মাজত বন্ধুত্বহে হ’ল। মৃত্যুপৰ্যন্ত বাৰ্থা ন'বেলৰ বিশ্বস্ত বন্ধু হৈ থাকিল।

আলফ্ৰেড ন'বেলে অকলশৰীয়া জীৱন যাপন কৰিছিল অৰ্থাৎ তেওঁ আছিল অবিবাহিত ৷১৮৭৬ চনত ভিয়েনাৰ এখন বাতৰি কাকতত ন'বেলে এটা বিজ্ঞাপন প্ৰকাশ কৰিলে যে তেওঁক এগৰাকী মহিলা সংগী লাগে ৷ইয়াৰ কিছুদিন পিছত বাৰ্থা কিনস্কাই নামৰ যুৱতী এগৰাকী ন'বেলৰ ওচৰলৈ আহিল ৷তেওঁ নিজৰ আগৰ নাম সলাই বাৰ্থা ভন ছাটনাৰ ৰাখিলে ৷তেওঁ ন'বেলৰ সান্নিধ্যলৈ আহিল যদিও দুয়োৰে মাজত বন্ধুত্বহে হ’ল ৷মৃত্যুপৰ্যন্ত বাৰ্থা ন'বেলৰ বিশ্বস্ত বন্ধু হৈ থাকিল ৷



==মৃত্যু==
==মৃত্যু==
১৮৯৬ চনৰ ১০ ডিচেম্বৰত ইটালীৰ ছানৰেম’স্থিত নিজা বাসগৃহত আলফ্ৰেড ন'বেলৰ ৬২ বছৰ বয়সত মৃত্যু হয়।

১৮৯৬ চনৰ ১০ ডিচেম্বৰত ইটালীৰ ছানৰেম’স্থিত নিজা বাসগৃহত আলফ্ৰেড ন'বেলৰ ৬২ বছৰ বয়সত মৃত্যু হয় ৷




==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
65 নং শাৰী: 55 নং শাৰী:


==বহিঃ সংযোগ==
==বহিঃ সংযোগ==
{{Commons category-inline|Alfred Nobel}}
{{Commons category|Alfred Nobel|আলফ্ৰেড ন'বেল}}
* [http://www.nobel.se/nobel/alfred-nobel/index.html Alfred Nobel – Man behind the Prizes]
* [http://www.nobel.se/nobel/alfred-nobel/index.html Alfred Nobel – Man behind the Prizes]
* [http://www.nobel.no/eng_com_will1.html Biography at the Norwegian Nobel Institute]
* [http://www.nobel.no/eng_com_will1.html Biography at the Norwegian Nobel Institute]
73 নং শাৰী: 63 নং শাৰী:
* [[:de:Dynamit Nobel AG|A German branch or followup]] ''(German)''
* [[:de:Dynamit Nobel AG|A German branch or followup]] ''(German)''


{{ন'বেল বঁটা}}


[[শ্ৰেণী:ছুইডেনৰ ব্যক্তি]]
{{Nobel Prizes}}
[[শ্ৰেণী:মৃত ব্যক্তি]]

[[শ্ৰেণী:ৰসায়নবিদ]]
[[শ্ৰেণী:ৰসায়নবিদ]]
[[শ্ৰেণী:ন'বেল বঁটা]]
[[শ্ৰেণী:ন'বেল বঁটা]]
[[শ্ৰেণী:ছুইডেনৰ ব্যক্তি]]

13:00, 12 July 2021ৰ সংস্কৰণ

আলফ্ৰেড ন'বেল
জন্ম আলফ্ৰেড বাৰ্ণাড ন'বেল
২১ অক্টোবৰ, ১৮৩৩
ষ্ট'কহ'ম, চুইডেন
মৃত্যু ১০ ডিচেম্বৰ, ১৮৯৬ (৬৩ বছৰ)
ছেনাৰিম', ইটালী
সমাধিস্থল Norra begravningsplatsen, ষ্ট'কহ'ম
59°21′24.52″N 18°1′9.43″E / 59.3568111°N 18.0192861°E / 59.3568111; 18.0192861
পেচা ৰসায়ানবিদ, অভিযন্তা, উদ্ভাৱক
জনা যায় ডাইনামাইটৰ উদ্ভাৱন, ন'বেল বঁটা
স্বাক্ষৰ

আলফ্ৰেড বাৰ্ণাড ন'বেল (ইংৰাজী: Alfred Bernhard Nobel; ২১ অক্টোবৰ ১৮৩৩ – ১০ ডিচেম্বৰ ১৮৯৬) এজন চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী আছিল। তেখেত ডিনামাইটৰ উদ্ভাৱন কৰিছিল। ন'বেলে ব'ফ'ৰ্ছ নামৰ লো আৰু তীখা কাৰখানটো কিনি লৈ তাক টোপ আৰু আন অস্ত্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিছিল। ন'বেলে প্ৰায় ৩৫৫ বিধ সামগ্ৰীৰ পেটেণ্ট লাভ কৰিছিল, সেইবোৰৰ ভিতৰত ডিনামাইট আছিল সকলোতকৈ বিখ্যাত। তেখেতে নিজৰ সম্পত্তিখিনি ন'বেল বঁটা প্ৰতিষ্ঠাৰ হকে দান কৰি যায়। সাংশ্লেষিক মৌল ন'বেলিয়ামক তেখেতৰ নামেৰে নামকৰণ কৰা হৈছিল। তেখেতৰ নাম আধুনিক কোম্পানী "ডাইনামাইট ন'বেল" আৰু "এজ্‌ক' ন'বেল" আদিত ব্যৱহৃত হয়। সেইকেইটা কোম্পানী ন'বেলে নিজেই প্ৰতিষ্ঠা কৰা কোম্পানীৰেই অন্য ৰূপ।

জন্ম

আলফ্ৰেড বাৰ্ণাড ন'বেলৰ জন্ম হৈছিল ১৮৩৩ চনৰ ২১ অক্টোবৰত ষ্টকহমত। পিতৃৰ নাম আছিল ইমানুৱেল ন'বেল আৰু মাতৃৰ নাম আছিল কেৰ'লিনা এণ্ড্ৰিয়েটা আলছেল। ইমানুৱেল ন'বেল ষ্টকহমৰ ৰয়েল ইনষ্টিটিউট অব্ টেকন'লজিৰ ছাত্ৰ আৰু পিছত এগৰাকী ইঞ্জিনীয়াৰ হৈছিল।

শিক্ষা

ন'বেলৰ পিতৃ ইমানুৱেল ন'বেলে জীৱিকাৰ আশাত ষ্টকহম এৰি ৰাছিয়ালৈ আহে আৰু যুদ্ধৰ সা-সঁজুলি আৰু ছাবমেৰিণৰ কাৰখানা স্থাপন কৰে। কিন্তু ব্যৱসায় লাভজনক নোহোৱাত দ্বিতীয় পুত্ৰ লুইগৰ হাতত ব্যৱসায় গতাই দি ছেইণ্ট পিটাৰ্ছবাগলৈ আহে। ইয়াত তেওঁৰ ব্যৱসায়ৰ উন্নতি হয় আৰু যুদ্ধৰ সা-সঁজুলি আৰু বিস্ফোৰক পদাৰ্থৰ নিৰ্মাণকাৰী হিচাপে পৰিচয় লাভ কৰে। ইয়াৰ পিছত আলফ্ৰেড ন'বেলক ব্যক্তিগত শিক্ষকৰ ওচৰত ৰসায়ন বিজ্ঞান আৰু ভাষাজ্ঞান শিক্ষাৰ ব্যৱস্থা কৰি দিয়া হয়। তেওঁ কম দিনৰ ভিতৰতে ৰসায়ন বিজ্ঞানৰ বহু কথা শিকিছিল লগতে ইংৰাজী, ফৰাচী, জাৰ্মান আৰু ৰুছ ভাষা সুন্দৰকৈ কব পৰা হৈছিল।

কৰ্মজীৱন

তেওঁ পেৰিছৰ বিখ্যাত ৰসায়নবিদ অধ্যাপক টি জে পেল'জৰ ব্যক্তিগত পৰীক্ষাগাৰত কাম কৰিবলৈ লয়। তাতেই তেওঁ ইটালীৰ ৰসায়নবিদ আছানিঅ' ছ'ব্ৰেৰ'ক লগ পায় যিয়ে বিস্ফোৰক পদাৰ্থ নাইট্ৰ'গ্লিচাৰিণ আৱিষ্কাৰ কৰিছিল। এই পৰীক্ষাগাৰত বিভিন্ন কৰ্ম প্ৰক্ৰিয়া শিকি আলফ্ৰেড আমেৰিকালৈ যায়। আৰু তাতেজন এৰিকছন নামৰ এজন বিজ্ঞানীৰ লগত কাম কৰিবলৈ লয়। এইদৰে বিভিন্ন অভিজ্ঞতা লৈ আলফ্ৰেড দেউতাকৰ ওচৰলৈ ঘূৰি আহে। কিন্তু ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাত তেওঁ দেউতাকে পুত্ৰ আলফ্ৰেড আৰু এমিলক লৈ আকৌ ষ্টকহমলৈ গুচি আহে।

ষ্টকহমৰ ওচৰতে থকা হলেনবাৰ্গত দেউতাকৰ সহায়ত বিজ্ঞানাগাৰ সাজি ভায়েক এমিলৰ লগত বিস্ফোৰক তৰল পদাৰ্থ নাইট্ৰ'গ্লিচাৰিণৰ বিষয়ে পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰে। তেওঁ লক্ষ্য কৰে যে আৰু ছিলিকাৰ মিশ্ৰণে এটা আঠাৰ সৃষ্টি কৰে আৰু পিছত এই আঠাই লোৰ আকাৰ লয়, যিটোৰে মাটিত গাঁত কৰিবলৈ সহজ হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে কামত আগ বঢ়াৰ এবছৰ পাছতেই নাইট্ৰ'গ্লিচাৰিণৰ বিস্ফোৰণ ঘটি ভায়েক এমিলৰ সৈতে চাৰিজন শ্ৰমিকৰ মৃত্যু হয়, লগতে গোটেই কাৰখানাটো বিধ্বস্ত হৈ যায়। ছুইডেনৰ চৰকাৰে কাৰখানাটো বন্ধ কৰি দিয়াৰ উপৰিও ওচৰে পাজৰে তেনেধৰণৰ আন কাৰখানা নিৰ্মাণত নিষেধাজ্ঞা জাৰি কৰে। আলফ্ৰেড হতাশ হ’ল যদিও কম দিনৰ ভিতৰতে মালাৰেন হ্ৰদৰ দাঁতিত পৰীক্ষা আৰম্ভ কৰিলে। ১৮৭২ চনত তেখেতৰ পিতৃ ষ্ট্ৰকত আক্ৰান্ত হৈ মৃত্যু হয়। ইমান দুখৰ মাজতো ভাগি নপৰি তেওঁ বিপদমুক্ত বিস্ফোৰক নিৰ্মাণত মনোনিৱেশ কৰে। আৰু অক্লান্ত পৰিশ্ৰমৰ অন্তত ডিনামাইট আৰু ডিটনেটৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। যাৰ বাবে তেওঁ জাৰ্মান চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰও লাভ কৰিলে। এই আৱিষ্কাৰে শিল ভাঙিবলৈ,সুৰংগৰ সৃষ্টি কৰিবলৈ সহজ কৰি দিলে। আলফ্ৰেড ন'বেলে বিশ্বৰ কুৰিখন দেশৰ প্ৰায় নব্বৈটা অঞ্চলত কাৰখানা আৰু বিজ্ঞানাগাৰ স্থাপন কৰে। তেওঁ হৈ পৰিল এজন সফল আৱিষ্কাৰক আৰু ব্যৱসায়ী।

বিস্ফোৰকৰ বাহিৰেও ন'বেলৰ আন আৱিষ্কাৰসমূহ আছিল ছিন্থেটিক ৰবৰ আৰু চামৰা,কৃত্ৰিম ছিল্ক,কৃত্ৰিম গাট্টা,পাৰ্চা,কোমল তীখাৰ পৰা নিৰ্মিত আত্মৰক্ষা ঢাল ইত্যাদি। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁৰ ৩৫৫টা পেটেণ্ট আছিল।[1]

ন'বেল বঁটা

১৮৯৫ চনৰ ২৭ নৱেম্বৰ তাৰিখে আলফ্ৰেড ন'বেলে পেৰিছৰ ছুইডিছ-নৰৱেন ক্লাৱত তেওঁৰ ইচ্ছাপত্ৰ লিখি চহী কৰে। তাত কোৱা হৈছিল যে তেওঁৰ জমা ধনৰাশিৰে এটা ফাণ্ড খুলিব লাগিব। আৰু তাৰ পৰা আহৰণ কৰা সুদৰ ধনেৰে পূৰ্বৰ বৰ্ষত মানৱ জাতিৰ কল্যাণৰ বাবে কৰা কৰ্মৰ বাবে বঁটা ঘোষণা কৰা হ’ব। এই ধন পাঁচটা সমান অংশত ভাগ হ’ব। এই অংশকেইটা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য আৰু বিশ্বশান্তিৰ ক্ষেত্ৰত সফল অৱদান আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হ’ব। পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা ছুইডিছ একাডেমী অব্ ছায়েন্স, চিকিৎসা বিজ্ঞানৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা কেৰ’লিনস্কা ইনষ্টিটিউটে সাহিত্যৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা একাডেমীয়ে আৰু বিশ্বশান্তিৰ বঁটাসমূহ প্ৰদান কৰিব নৰৱেন ষ্টাৰটিঙে গঠন কৰা পাঁচজনীয়া কমিটিয়ে। বঁটাপ্ৰাপ্ত গৰাকী বিশ্বৰ যিকোনো ৰাষ্ট্ৰৰ হ’ব পাৰে।

আলফ্ৰেড ন'বেলে বঁটা বাছনি কমিটিও গঠন কৰি দিছিল। এই কমিটিত তেওঁ বন্ধু ৰাগনৰ ছলমানক এক্সিকিউটৰ আৰু ট্ৰাষ্টি হিচাপে আৰু ভতিজাক ইমানুল ন'বেলক সহায়কাৰী হিচাপে মনোনীত কৰিছিল। ন'বেলৰ মৃত্যুৰ পাছত বাছনি কমিটিয়ে বঁটাৰ নাম ন'বেল বঁটা বুলি ঘোষণা কৰে। ১৯০১ চনৰ ১০ ডিচেম্বৰত ন'বেলৰ পঞ্চম মৃত্যুবাৰ্ষিকী তিথিত প্ৰথম ন'বেল বটা ঘোষণা কৰা হয়। আৰু তেতিয়াৰ পৰা এই বঁটা দি অহা হৈছে।

সাংসাৰিক জীৱন

আলফ্ৰেড ন'বেলে অকলশৰীয়া জীৱন যাপন কৰিছিল অৰ্থাৎ তেওঁ আছিল অবিবাহিত। ১৮৭৬ চনত ভিয়েনাৰ এখন বাতৰি কাকতত ন'বেলে এটা বিজ্ঞাপন প্ৰকাশ কৰিলে যে তেওঁক এগৰাকী মহিলা সংগী লাগে। ইয়াৰ কিছুদিন পিছত বাৰ্থা কিনস্কাই নামৰ যুৱতী এগৰাকী ন'বেলৰ ওচৰলৈ আহিল। তেওঁ নিজৰ আগৰ নাম সলাই বাৰ্থা ভন ছাটনাৰ ৰাখিলে। তেওঁ ন'বেলৰ সান্নিধ্যলৈ আহিল যদিও দুয়োৰে মাজত বন্ধুত্বহে হ’ল। মৃত্যুপৰ্যন্ত বাৰ্থা ন'বেলৰ বিশ্বস্ত বন্ধু হৈ থাকিল।

মৃত্যু

১৮৯৬ চনৰ ১০ ডিচেম্বৰত ইটালীৰ ছানৰেম’স্থিত নিজা বাসগৃহত আলফ্ৰেড ন'বেলৰ ৬২ বছৰ বয়সত মৃত্যু হয়।

তথ্য সংগ্ৰহ

  1. সম্ভাৰ, অসমীয়া প্ৰতিদিন, ২৩ আগষ্ট ২০১৫, ড॰ পবিত্ৰ কুমাৰ পাটোৱাৰী

অতিৰিক্ত পঠন

  • Nobel, Alfred Bernhard in the 1911 Encyclopædia Britannica
  • Schück, H, and Sohlman, R., (1929). The Life of Alfred Nobel. London: William Heineman Ltd.
  • Alfred Nobel US Patent No 78,317, dated 26 May 1868
  • Evlanoff, M. and Fluor, M. Alfred Nobel – The Loneliest Millionaire. Los Angeles, Ward Ritchie Press, 1969.
  • Sohlman, R. The Legacy of Alfred Nobel, transl. Schubert E. London: The Bodley Head, 1983 (Swedish original, Ett Testamente, published in 1950).
  • Jorpes, J.E. Alfred Nobel. British Medical Journal, Jan.3, 1959, 1(5113): 1–6.
  • Sri Kantha, S. Alfred Nobel's unusual creativity; an analysis. Medical Hypotheses, April 1999; 53(4): 338–344.
  • Sri Kantha, S. Could nitroglycerine poisoning be the cause of Alfred Nobel's anginal pains and premature death? Medical Hypotheses, 1997; 49: 303–306.

বহিঃ সংযোগ