অশোক বন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী: 1 নং শাৰী:
[[File:Hanuman's visit, in bazaar art with a Marathi caption, early 1900s.jpg|thumb|সীতাৰ সৈতে হনুমানৰ মুখামুখি, বাজাৰ আৰ্ট, ১৯০০ আৰম্ভণিত]]
[[File:Hanuman's visit, in bazaar art with a Marathi caption, early 1900s.jpg|thumb|সীতাৰ সৈতে হনুমানৰ মুখামুখি, বাজাৰ আৰ্ট, ১৯০০ আৰম্ভণিত]]


'''অশোক বন''' বা '''অশোক বাটিকা''' লংকাৰ [[ৰাক্ষস]] ৰজা [[ৰাৱণ]]ৰ ৰাজ্যত অৱস্থিত এখন বাগিচা আছিল৷ যি হিন্দু মহাকাব্য [[বিষ্ণু পুৰাণ]] আৰু [[বাল্মীকি]]ৰ [[ৰামায়ণ]]ত উল্লেখ কৰা আছে আৰু পৰৱৰ্তী সকলো সংস্কৰণট যেনে- [[তুলসীদাস]]ৰ দ্বাৰা ৰচিত [[ৰামচৰিতমানস]]ৰ [[সুন্দৰ কাণ্ড]]ত উল্লেখ পোৱা যায়।<ref>[http://www.urday.in/rarrival.htm Sundar Kand - Arrival of Ravana at Ashoka Vatika (English translation)] {{webarchive |url=https://web.archive.org/web/20091001190348/http://www.urday.in/rarrival.htm |date=October 1, 2009 }}.</ref> অশোক বাটিকাৰ চাৰিওফালে থকা ঘৰবোৰ বিশ্বকৰ্মাই নিজে নিৰ্মাণ কৰিছে।<ref name=vis>''Historic Rama of Valmiki: Shastragrahi Rama'', by Visvanath Limaye. Published by Gyan Ganga Prakashan, 1985. ''Page 142, 189''.</ref>
'''অশোক বন''' বা '''অশোক বাটিকা''' ({{lang-en|Ashok Vatika}}) লংকাৰ [[ৰাক্ষস]] ৰজা [[ৰাৱণ]]ৰ ৰাজ্যত অৱস্থিত এখন বাগিচা আছিল৷ যি হিন্দু মহাকাব্য [[বিষ্ণু পুৰাণ]] আৰু [[বাল্মীকি]]ৰ [[ৰামায়ণ]]ত উল্লেখ কৰা আছে আৰু পৰৱৰ্তী সকলো সংস্কৰণট যেনে- [[তুলসীদাস]]ৰ দ্বাৰা ৰচিত [[ৰামচৰিতমানস]]ৰ [[সুন্দৰ কাণ্ড]]ত উল্লেখ পোৱা যায়।<ref>[http://www.urday.in/rarrival.htm Sundar Kand - Arrival of Ravana at Ashoka Vatika (English translation)] {{webarchive |url=https://web.archive.org/web/20091001190348/http://www.urday.in/rarrival.htm |date=October 1, 2009 }}.</ref> অশোক বাটিকাৰ চাৰিওফালে থকা ঘৰবোৰ বিশ্বকৰ্মাই নিজে নিৰ্মাণ কৰিছে।<ref name=vis>''Historic Rama of Valmiki: Shastragrahi Rama'', by Visvanath Limaye. Published by Gyan Ganga Prakashan, 1985. ''Page 142, 189''.</ref>


এই ঠাইতে [[ৰাম]]ৰ পত্নী [[সীতা]]ক [[ৰাৱণ|ৰাৱণে]] অপহৰণ কৰি বন্দী কৰি ৰাখিছিল৷ ৰাৱণৰ পত্নী [[মন্দোদৰী]]য়ে সীতাক লগ কৰিবলৈ ইয়ালৈ আহিছিল৷ ইয়াতে হনুমানে প্ৰথমবাৰৰ বাবে সীতাক লগ পাইছিল আৰু ৰামৰ আঙুলিৰ আঙুঠিৰে নিজকে পৰিচয় দিছিল।
এই ঠাইতে [[ৰাম]]ৰ পত্নী [[সীতা]]ক [[ৰাৱণ|ৰাৱণে]] অপহৰণ কৰি বন্দী কৰি ৰাখিছিল৷ ৰাৱণৰ পত্নী [[মন্দোদৰী]]য়ে সীতাক লগ কৰিবলৈ ইয়ালৈ আহিছিল৷ ইয়াতে হনুমানে প্ৰথমবাৰৰ বাবে সীতাক লগ পাইছিল আৰু ৰামৰ আঙুলিৰ আঙুঠিৰে নিজকে পৰিচয় দিছিল।

14:42, 17 July 2021ৰ সংস্কৰণ

সীতাৰ সৈতে হনুমানৰ মুখামুখি, বাজাৰ আৰ্ট, ১৯০০ আৰম্ভণিত

অশোক বন বা অশোক বাটিকা (ইংৰাজী: Ashok Vatika) লংকাৰ ৰাক্ষস ৰজা ৰাৱণৰ ৰাজ্যত অৱস্থিত এখন বাগিচা আছিল৷ যি হিন্দু মহাকাব্য বিষ্ণু পুৰাণ আৰু বাল্মীকিৰামায়ণত উল্লেখ কৰা আছে আৰু পৰৱৰ্তী সকলো সংস্কৰণট যেনে- তুলসীদাসৰ দ্বাৰা ৰচিত ৰামচৰিতমানসসুন্দৰ কাণ্ডত উল্লেখ পোৱা যায়।[1] অশোক বাটিকাৰ চাৰিওফালে থকা ঘৰবোৰ বিশ্বকৰ্মাই নিজে নিৰ্মাণ কৰিছে।[2]

এই ঠাইতে ৰামৰ পত্নী সীতাৰাৱণে অপহৰণ কৰি বন্দী কৰি ৰাখিছিল৷ ৰাৱণৰ পত্নী মন্দোদৰীয়ে সীতাক লগ কৰিবলৈ ইয়ালৈ আহিছিল৷ ইয়াতে হনুমানে প্ৰথমবাৰৰ বাবে সীতাক লগ পাইছিল আৰু ৰামৰ আঙুলিৰ আঙুঠিৰে নিজকে পৰিচয় দিছিল।

অশোক গছ (Saraca asoca), ৰামায়ণৰ সৈতে সম্পৰ্কিত বাবে প্ৰায়ে সীতা-অশোক নামেৰে জনা যায়৷

সীতাই অশোক বাটিকাত ৰাম আৰু ৰাৱণৰ যুদ্ধৰ শেষলৈকে আছিল৷ লংকাত সীতাক বিচাৰি আহোঁতে হনুমানে অশোক বাটিকাৰ বেছিভাগ অংশ ধ্বংস কৰিছিল। লগতে অশোক বাটিকাৰ কেন্দ্ৰত থকা প্ৰমদা বাণো ধ্বংস হৈছিল৷[2]

বৰ্তমানৰ অৱস্থান

নুৱাৰা এলিয়া চহৰৰ ওচৰত থকা শেথা এলিয়া অঞ্চলৰ হাকজলা বোটানিকেল গাৰ্ডেনয়ে ইয়াৰ বৰ্তমানৰ অৱস্থান বুলি বিশ্বাস কৰা হয়৷ বাগিচাখন হাকগালা শিলৰ ৰূপৰ আধাৰত অৱস্থিত৷ তাত সীতা পোকুনা আছে, যি হাকগালা শিলৰ জংঘলৰ ওপৰৰ এক অনুৰ্বৰ এলেকা, য'ত সীতাক বন্দী কৰি ৰখা হৈছিল বুলি ধাৰণা কৰা হয়৷ সীতা আম্মান মন্দিৰ ইয়াত অৱস্থিত। আন এটা সংযোজিত স্থান হৈছে সীতা এলিয়াৰ, য’ত সীতাই গা ধুইছিল, যাক সীতা ঝৰ্ণা বুলি কোৱা হয়।[3] হিন্দু ধৰ্মতত্ত্বৰ সৈতে সম্পৰ্ক থকাৰ বাবে ঠাইখনে শেহতীয়া বছৰবোৰত সংবাদ মাধ্যমৰ আগ্ৰহ আকৰ্ষণ কৰিছে৷[4][5]

তথ্যসূত্ৰ

  1. Sundar Kand - Arrival of Ravana at Ashoka Vatika (English translation) Archived October 1, 2009, at the Wayback Machine.
  2. 2.0 2.1 Historic Rama of Valmiki: Shastragrahi Rama, by Visvanath Limaye. Published by Gyan Ganga Prakashan, 1985. Page 142, 189.
  3. Ramayana sites in Sri Lanka tourslanka.com.
  4. Tracing evidence of Lord Ram and his times Archived 2009-03-10 at the Wayback Machine Zee News.
  5. "Sita's Ashok Van awaits restoration in Lanka". Sify.com.