২৪ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
18 নং শাৰী: 18 নং শাৰী:


==মৃত্যু==
==মৃত্যু==
* ১৮৮৩ - ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা বিশ্বৰ প্ৰথম ব্যক্তি কেপ্তেইন মেথিউ ৱেব।
* ১৮৮৩ - ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা বিশ্বৰ প্ৰথম ব্যক্তি কেপ্তেইন [[মেথিউ ৱেব]]।
* ১৯৭৪ - পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী (১৯৩৫) নিউট্ৰণৰ আৱিষ্কাৰক [[জেমছ ছেডউইক]]ৰ মৃত্যু হয়।
* ১৯৭৪ - পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী (১৯৩৫) নিউট্ৰণৰ আৱিষ্কাৰক [[জেমছ ছেডউইক]]ৰ মৃত্যু হয়।
* ১৯৮০ - বঙালী বোলছবিৰ খ্যাতিমান অভিনেতা [[উত্তম কুমাৰ চট্টোপাধ্যায়]]ৰ মৃত্যু হয়।
* ১৯৮০ - বঙালী বোলছবিৰ খ্যাতিমান অভিনেতা [[উত্তম কুমাৰ চট্টোপাধ্যায়]]ৰ মৃত্যু হয়।

10:18, 22 July 2021ৰ সংস্কৰণ

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২৪ জুলাই (ইংৰাজী: 24 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৫তম (অধিবৰ্ষত ২০৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬০টা দিন বাকী থাকে।

ঘটনাৱলী

জন্ম

  • ১৮০২ - ফৰাচী ঔপন্যাসিক আলেকজেণ্ডাৰ ডুমাৰ জন্ম হৈছিল।
  • ১৮৯৭ - প্ৰখ্যাত মহিলা বৈমাণিক আমেলি ইয়াৰহাৰ্টৰ আমেৰিকাত জন্ম হৈছিল। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
  • ১৯১১ - বাঁহীবাদক পান্নালাল ঘোষৰ (অমলজ্য়োতি ঘোষ) জন্ম হৈছিল।
  • ১৯৫২ - বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ (কুমুদ চন্দ্ৰ হাজৰিকা) জন্ম হৈছিল
  • ১৯৬৯ - জেনিফাৰ ল'পেজ, পপ গায়িকা আৰু অভিনেত্ৰী।

মৃত্যু

  • ১৮৮৩ - ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা বিশ্বৰ প্ৰথম ব্যক্তি কেপ্তেইন মেথিউ ৱেব
  • ১৯৭৪ - পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী (১৯৩৫) নিউট্ৰণৰ আৱিষ্কাৰক জেমছ ছেডউইকৰ মৃত্যু হয়।
  • ১৯৮০ - বঙালী বোলছবিৰ খ্যাতিমান অভিনেতা উত্তম কুমাৰ চট্টোপাধ্যায়ৰ মৃত্যু হয়।

দিৱস

বাহ্যিক সংযোগ