আল-ফাতিহা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
tag
1 নং শাৰী: 1 নং শাৰী:
{{unreferenced}}
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
[[শ্ৰেণী:কোৰআন]]
[[শ্ৰেণী:ছূৰা]]

{{Infobox surah
{{Infobox surah
| নাম = আল ফাতিহা
| নাম = আল ফাতিহা
44 নং শাৰী: 41 নং শাৰী:


'''১:৭■ তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অহা নাই আৰু যিসকল পথভ্ৰষ্টও নহয়'''
'''১:৭■ তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অহা নাই আৰু যিসকল পথভ্ৰষ্টও নহয়'''

<ref> '''অসমীয়া অনুবাদঃ ৰফিকুল ইছলাম মাদানী,দৰঙ,অসম। নিৰিক্ষকঃ ইছলাম হাউছ ডট কম, অসমীয়া বিভাগ''' </ref>


==নামকৰণ==
==নামকৰণ==
58 নং শাৰী: 53 নং শাৰী:


==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==

[[শ্ৰেণী:ইছলাম ধৰ্ম]]
[[শ্ৰেণী:কোৰআন]]
[[শ্ৰেণী:ছূৰা]]

08:00, 30 July 2021ৰ সংস্কৰণ

আল-ফাতিহা
سورة الفاتحة
পৰিসংখ্যা
ছূৰাৰ ক্ৰম
----

আৰবী লেখা · অসমীয়া অনুবাদ


চতুর্দশ-পঞ্চদশ শতকৰ এক পাণ্ডুলিপিত ছূৰা আল ফাতিহা

ছূৰা আল ফাতিহা (আৰবী: سورة الفاتحة) মুছলিমসকলৰ ধৰ্মীয় গ্ৰন্থ কোৰআনৰ ১ নম্বৰ ছূৰা(অধ্যায়), ইয়াৰ আয়াতৰ সংখ্যা ৭ আৰু ৰুকুৰ সংখ্যা ১। ফাতিহা শব্দটো আৰবী "ফাতহুন" শব্দজাত; যাৰ অৰ্থ "উন্মুক্তকৰণ"। ই আল্লাহ'ৰ তৰপৰ পৰা বিশেষ উপহাৰ। ছূৰা আল ফাতিহা অন্যান্য ছূৰাৰ নিচিনা বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম দি আৰম্ভ। আল ফাতিহা ছূৰাটো মক্কাত অৱতীৰ্ণ হৈছে। সেয়েহে ই মক্কী ছূৰা হিচাপে শ্ৰেণীবদ্ধ।

আয়াতসমূহৰ অসমীয়া অনুবাদঃ

১:১■ (আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

১:২■ সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে

১:৩■ যিজন পৰম কৰুণাময়, পৰম দয়ালু

১:৪■ বিচাৰ দিৱসৰ মালিক

১:৫■ আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ

১:৬■ আমাক সৰল পথৰ হিদায়ত দিয়া

১:৭■ তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অহা নাই আৰু যিসকল পথভ্ৰষ্টও নহয়

নামকৰণ

অৱতীৰ্ণ হোৱাৰ সময়কাল

বিষয়বস্তু

বৈশিষ্ট্য

সংক্ষিপ্ত ব্যাখ্যা

তথ্যসূত্ৰ