সমাৰ্থক শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ Undid edits by 2409:4065:13:DBC:0:0:EE1:C0A5 (talk) to last version by Kuldhar Rabha: test edits, please use the sandbox টেগ্: Undo SWViewer [1.4] |
ছ টেগ্: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
36 নং শাৰী: | 36 নং শাৰী: | ||
*'''ঋণ :''' কৰ্জ, দেনা, ধাৰ। পুথি |
*'''ঋণ :''' কৰ্জ, দেনা, ধাৰ। পুথি |
||
=== |
===ছ=== |
||
*'''কথা :''' উক্তি, বচন, বাক্য, ভাষণ, শব্দ। |
*'''কথা :''' উক্তি, বচন, বাক্য, ভাষণ, শব্দ। |
||
*'''কন্যা :''' দুহিতা, তনয়া, জীয়াৰী। |
*'''কন্যা :''' দুহিতা, তনয়া, জীয়াৰী। |
07:29, 7 August 2021ৰ সংস্কৰণ
সমাৰ্থক শব্দ (ইংৰাজী: Synonym) : কোনো শব্দৰ সলনি বা বিকল্প হিচাপে ব্যৱহাৰ হোৱা বা একে অৰ্থ প্ৰকাশক শব্দ। সমাৰ্থক শব্দক প্ৰতিশব্দ বুলিও কোৱা হয়। একেটা শব্দৰে কেইবাটাও প্ৰতিশব্দ থাকিব পাৰে। সমাৰ্থক শব্দ বা প্ৰতিশব্দই ভাষাৰ শব্দ ভাণ্ডাৰৰ প্ৰকাশিকা শক্তি বৃদ্ধি কৰাত সহায় কৰে। হেমকোষত সমাৰ্থক শব্দটো সমাৰ্থক্ বিণ.(সং. সমাৰ্থক্- সম, তুল্য + অৰ্থ, শব্দৰ্ ভাৱ) একে ভাষাৰ আন এটা শব্দেৰে সৈতে ঠিক একে বা কিঞ্চিত লৰ অৰ্থ বুজোৱা; যেনে, সমাৰ্থক শব্দ, synonymous. এনেদৰে উল্লেখ কৰা আছে।[1]
সমাৰ্থক শব্দৰ উদাহৰণ
অসমীয়াত ব্যৱহৃত কিছুমান সমাৰ্থক হ’ল:
অ
- অতি : অত্যন্ত, অতিশয়, অধিক, খুব, পৰম।
- অগ্নি : জুই, অনল, বহ্নি, হুতাশন, পাৱক।
- অনুৰাগ : আসক্তি, প্ৰেম।
- অন্ধকাৰ : তমঃ, তিমিৰ, আন্ধাৰ, নিশি।
- অমৰাপুৰী : স্বৰ্গ, দেৱলোক।
- অমৃত : সুধা, অমিয়, পীযুষ।
- অৰ্থ : ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা, সম্পদ, বিত্ত, ঐশ্বৰ্য
- অলংকাৰ : আভৰণ, কানি-কাপোৰ
- অসুৰ : দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি,দিতিসুত,দেৱৰিপু।
- অসুখ: অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।
আ
- আকাশ : অম্বৰ, গগণ, ব্যোম, শূন্য।
- আচমান : আকাশ
- আত্মীয় : কুটুম, আপোন, মানুহ, সম্বন্ধীয় মানুহ।
- আনন্দ : ৰং, আমোদ, ধেমালি।
- আভৰণ : অলংকাৰ, কানি-কাপোৰ।
- আহত : আঘাত, কোব, মাৰ, প্ৰহাৰ।
- আবেদন : দৰ্খাস্ত, প্ৰাৰ্থনা, নিৱেদন।
- আৰাও : মাত, চিঞৰ, শব্দ।
ই
- ইচ্ছা : আকাংক্ষা, অভিলাষ, অভিপ্ৰায়,কামনা,বাঞ্ছা, স্পৃহা, অনুৰোধ, কামনা, হেঁপাহ, হাবিয়াহ, হাবিলাষ।
ঈ
- ঈশ্বৰ : নাৰায়ণ, ভগৱান, দীননাথ, দীনদয়াল,দীনবন্ধু, পৰমেশ্বৰ, পৰমপিতা, ঈশ,জগদীশ, বিধাতা, আল্লা, খোদা, পৰমেশ, প্ৰভু, কৃষ্ণ, জগৎ পিতা, ধাতা, দয়াময়, জগতস্ৰষ্টা, কৰুণাময়।
উ
- উজু : সৰল, সহজ, ঢিলা।
- উত্তম : উৎকৃষ্ট, ভাল, শ্ৰেষ্ঠ, সুন্দৰ, পৰম।
- উভতি : উলটি।
ঋ
- ঋণ : কৰ্জ, দেনা, ধাৰ। পুথি
ছ
- কথা : উক্তি, বচন, বাক্য, ভাষণ, শব্দ।
- কন্যা : দুহিতা, তনয়া, জীয়াৰী।
- কপাল : কপোল, ললাট।
- কম : তাকৰ, নগণ্য।
- কৰুণ : কাতৰ, ব্যাকুল।
- কলংক : দাগ, চেকা, কালিমা
- কাপোৰ : বস্ত্ৰ, অম্বৰ, বসন, বাস, অচ্ছাদন।
- কাৰেং : ৰাজপ্ৰাসাদ; ৰজাৰ অট্টালিকা।
- কিতাপ : পুস্তক, গ্ৰন্থ, পুথি।
- কিৰণ : জেউতি, দীপ্তি, ৰশ্মি, বন্তি, পোহৰ।
- কুশল : কল্যাণ, মঙ্গল, শুভ, সুখ, সমৃদ্ধি।
- কুসুম : পুষ্প, ফুল, কুঞ্জ।
- কেৰাহি : বেকাঁ দৃষ্টি,
- কেৰাহী : লোহৰা,
- কেৰু : কেয়ূৰ, থুৰীয়া, কাণ ফুলি
তথ্য সংগ্ৰহ
- ↑ হেমকোষ | প্ৰণেতা : হেমচন্দ্ৰ বৰুৱা | সংস্কৰণ : ত্ৰয়োদশ সংস্কৰণ ২০০৭| পৃষ্ঠা : ১০২৭| আহৰণ কৰা হৈছে=১৩ মে ২০২০