২৯ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
17 নং শাৰী: 17 নং শাৰী:
* ১৯০৫ - মেজৰ [[ধ্যান চান্দ]], হকীৰ যাদুকৰ। (মৃঃ ৩ ডিচেম্বৰ, ১৯৭৯)
* ১৯০৫ - মেজৰ [[ধ্যান চান্দ]], হকীৰ যাদুকৰ। (মৃঃ ৩ ডিচেম্বৰ, ১৯৭৯)
* ১৯১৫ - [[ইনগ্ৰিড বাৰ্গমেন]], প্ৰখ্যাত অভিনেত্ৰী।
* ১৯১৫ - [[ইনগ্ৰিড বাৰ্গমেন]], প্ৰখ্যাত অভিনেত্ৰী।
* ১৯৫৮ - [[মাইকেল জেকছন]], জনপ্ৰিয় পপ গায়ক। (মৃঃ ২৫ জুন, ২০০৯)
* ১৯৫৮ - মাইকেল জেকছন ([[মাইকেল জেকচন]]), জনপ্ৰিয় পপ গায়ক। (মৃঃ ২৫ জুন, ২০০৯)


==মৃত্যু==
==মৃত্যু==

16:13, 28 August 2021ৰ সংস্কৰণ

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

২৯ আগষ্ট (ইংৰাজী: 29 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪১তম (অধিবৰ্ষত ২৪২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৮৪২ - গ্ৰেট ব্ৰিটেইন আৰু চীনে নানকিঙ্গ চুক্তিত স্বাক্ষৰিত কৰে।
  • ১৮৮২ - অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল।
  • ১৮৯৮ - গুডইয়েৰ টায়াৰ কোম্পানী প্ৰতিষ্ঠা কৰা হয়।
  • ১৯১০ - কোৰিয়া জাপানৰ অধীনলৈ যায়।
  • ১৯৪৭ - ড॰ ভীমৰাও আম্বেদকাৰক অধ্যক্ষ হিচাপে লৈ ভাৰতৰ সংবিধানখনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয়। উল্লেখ্য যে ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সংবিধানৰ খচৰা দাখিল কৰা হয় আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানখনক চূড়ান্ত ৰূপ দিয়া হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা এই আমাৰ সংবিধানখন বলৱৎ কৰা হয় আৰু সেইদিনাৰপৰাই এখন গণতান্ত্ৰিক, সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।
  • ১৯৫৩ - ৰাছিয়াই আৰ ডি এছ.-১ (RDS-1) নামৰ প্ৰথম হাইড্ৰজেন বোমাৰ বিষ্ফোৰণ ঘটাই।
  • ১৯৮২ - ১০৯ পৰমাণু ক্ৰমাংকৰ মৌলটো সৃষ্টি কৰা বুলি জাৰ্মান বিজ্ঞানীৰ দল এটাই ঘোষণা কৰিছিল।
  • ১৯৯১ - ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ কৰা হয়। ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত এইটো হ’ল পঞ্চম উপগ্ৰহ।
  • ২০০৪ - এথেন্স অলিম্পিক - ২০০৪ৰ সমাপ্তি ঘটে।

জন্ম

মৃত্যু

দিৱস

  • ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস।
  • আন্তৰাষ্ট্ৰীয় পৰমাণু পৰীক্ষণ বিৰোধী দিৱস।

বাহ্যিক সংযোগ



তথ্য়সূত্ৰ