পদ্মাপ্ৰিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
tag
1 নং শাৰী: 1 নং শাৰী:
{{প্ৰতিলিপি}}
{{প্ৰতিলিপি}}
{{unreferenced}}


'''আই পদ্মপ্ৰিয়া''' ‘শংকৰী যুগ’ৰ শেষ ভাগৰ '''প্ৰথম অসমীয়া মহিলা কবি তথা বৈষ্ণৱী লেখিকা। ''' ১৪৯৩ শকৰ ভাদমাহৰ শুক্লা সপ্তমী তিথিত ভৱানীপুৰ সত্ৰত তেওঁ জন্মলাভ কৰে।
<code>'''[[জীৱনী]]'''</code>


'''"এহিমতে সুখে যেৱে গোপাল আছন্ত। ''' '''তেৱে তান দুইজন সন্ততি ভৈলন্ত''' '''কমললোচন নাম বৰ ঠাকুৰৰ'''। '''থৈলা দামোদৰ নাম কনিষ্ঠ জনৰ''' '''দুইহন্তৰ ৰূপে গুণে কেহো নোহে সম। ''' '''ভৈল একজন আৰো দুহিতা উত্তম''' '''তান গুণে সমস্তৰে মন সন্তোষিলা'''। '''অতি দয়াতৰে [[পদ্মপ্ৰিয়া]] নাম থৈলা॥"'''
'''আই পদ্মপ্ৰিয়া''' ‘শংকৰী যুগ’ৰ শেষ ভাগত অসমীয়া সাহিত্যত প্ৰৱেশ কৰা '''প্ৰথম অসমীয়া মহিলা কবি তথা বৈষ্ণৱী লেখিকা।''' অসমৰ বা ভাৰতৰ কথা বাদ দিও যদি চোৱা যায়, সেই সময়ত সমগ্ৰ বিশ্বতে লেখিকাৰ সংখ্যা তেনেই নগণ্য আছিল। বিৰল প্ৰতিভাৰ [[পদ্মপ্ৰিয়াৰ]] আগমনে অসমীয়া সাহিত্যত এটা নতুন অধ্যায়ৰ সূচনা কৰিছিল।


আই পদ্মপ্ৰিয়াই নিজস্ব গীত-কবিত্ব গুণৰ দ্বাৰা গুৰু-গৌৰৱ বিস্তাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰা প্ৰমাণৰ পৰা জনা যায় যে আই পদ্মপ্ৰিয়া শংকৰোত্তৰ যুগৰ প্ৰথম অসমীয়া মহিলা কবি।
'''আই পদ্মপ্ৰিয়াৰ ১৪৯৩শকৰ ভাদমাহৰ শুক্লা সপ্তমী তিথিত ভৱানীপুৰ সত্ৰত আৱিৰ্ভাৱ হয়'''।


আই পদ্মপ্ৰিয়াৰ শিক্ষা-দীক্ষা সম্পৰ্কেও তেনে কোনো প্ৰামাণিক তথ্য পোৱা নাযায়। সেই সময়ত স্ত্ৰী শিক্ষাৰ কোনো আনুষ্ঠানিক ব্যৱস্থাও নাছিল। ষোড়শ শতিকাৰ শিক্ষা–দীক্ষা চলিছিল টোল ব্যৱস্থাৰ জৰিয়তে আৰু ছাত্ৰীৰ বাবে তাত স্থান নাছিল। মহাপুৰুষ শ্ৰীশ্ৰী[[গোপালদেৱ]]ৰ তত্ত্বাৱধানত পৰিয়ালৰ মাজত থাকি আহৰণ কৰা শিক্ষাই পদ্মপ্ৰিয়াৰ শিক্ষাৰ মূল ভেটি আছিল। সম্পূৰ্ণ বৈষ্ণৱ আদৰ্শৰে ডাঙৰ-দীঘল হোৱা পদ্মপ্ৰিয়াই চিৰকুমাৰীব্ৰত পালন কৰিছিল।
'''"এহিমতে সুখে যেৱে গোপাল আছন্ত ''' '''তেৱে তান দুই জন সন্ততি ভৈলন্ত''' ।। '''কমললোচন নাম বৰ ঠাকুৰৰ''' । '''থৈলা দামোদৰ নাম কনিষ্ঠ জনৰ''' ।। '''দুইহন্তৰ ৰূপে গুণে কেহো নোহে সম ''' '''ভৈল একজন আৰো দুহিতা উত্তম''' ।। '''তান গুণে সমস্তৰে মন সন্তোষিলা''' । '''অতি দয়াতৰে [[পদ্মপ্ৰিয়া]] নাম থৈলা ।।"'''

আই পদ্মপ্ৰিয়াই নিজস্ব গীত-কবিত্ব গুণৰ দ্বাৰা গুৰু-গৌৰৱ বিস্তাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰা প্ৰমাণৰ পৰা জনা যায় যে আই পদ্মপ্ৰিয়া শংকৰোত্তৰ যুগৰ প্ৰথম অসমীয়া মহিলা কবি ।'''১৫৬৫ শকৰ আহিন মাহৰ শুক্লা দ্বাদশী তিথিত আই পদ্মপ্ৰিয়া তিৰোভাৱ হয়।'''

আই পদ্মপ্ৰিয়াৰ শিক্ষা-দীক্ষা সম্পৰ্কেও তেনে কোনো প্ৰামাণিক তথ্য পোৱা নাযায়। সেই সময়ত স্ত্ৰী শিক্ষাৰ কোনো আনুষ্ঠানিক ব্যৱস্থাও নাছিল। ষোড়শ শতিকাৰ শিক্ষা–দীক্ষা চলিছিল টোল ব্যৱস্থাৰ জৰিয়তে আৰু ছাত্ৰীৰ বাবে তাত স্থান নাছিল। [[মহাপুৰুষ শ্ৰীশ্ৰীগোপালদেৱ]]ৰ তত্বাৱধানত পৰিয়ালৰ মাজত থাকি আহৰণ কৰা শিক্ষাই পদ্মপ্ৰিয়াৰ শিক্ষাৰ মূল ভেটি আছিল। সম্পূৰ্ণ বৈষ্ণৱ আদৰ্শৰে ডাঙৰ-দীঘল হৈছিল পদ্মপ্ৰিয়াই।আই পদ্মপ্ৰিয়াই চিৰকুমাৰীব্ৰত পালন কৰিছিল।

পদ্মপ্ৰিয়াৰ গীতসমূহত আধ্যাত্মিক ভাৱৰ প্ৰকাশ মূৰ্তমান। তেওঁ ৰচনা কৰা গীতৰ সংখ্যা কম আছিল। আইৰ গীতসমূহৰ প্ৰতিপাদ্য বিষয় হ'ল সংসাৰৰ নশ্বৰতা প্ৰদৰ্শণ। দেশৰ প্ৰায় এশ শতাংশ মহিলা নিৰক্ষৰ হৈ থকা সেই সময়ত গীত-কাব্য ৰচনাৰে তেওঁ সৃষ্টিশীলতাৰ যি পথেৰে অগ্ৰসৰ হৈছিল, পিচলৈ সিয়ে অসমীয়া সাহিত্যৰ বাবে এটা অন্তহীন প্ৰেৰণাৰ বিশাল উৎস হৈ পৰিল।


পদ্মপ্ৰিয়াৰ গীতসমূহত আধ্যাত্মিক ভাৱৰ প্ৰকাশ মূৰ্তমান। তেওঁ ৰচনা কৰা গীতৰ সংখ্যা কম আছিল। আইৰ গীতসমূহৰ প্ৰতিপাদ্য বিষয় হ'ল সংসাৰৰ নশ্বৰতা প্ৰদৰ্শন।


১৫৬৫ শকৰ আহিন মাহৰ শুক্লা দ্বাদশী তিথিত আই পদ্মপ্ৰিয়া তিৰোভাৱ হয়।


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==

18:24, 6 September 2021ৰ সংস্কৰণ

আই পদ্মপ্ৰিয়া ‘শংকৰী যুগ’ৰ শেষ ভাগৰ প্ৰথম অসমীয়া মহিলা কবি তথা বৈষ্ণৱী লেখিকা। ১৪৯৩ শকৰ ভাদমাহৰ শুক্লা সপ্তমী তিথিত ভৱানীপুৰ সত্ৰত তেওঁ জন্মলাভ কৰে।

"এহিমতে সুখে যেৱে গোপাল আছন্ত। তেৱে তান দুইজন সন্ততি ভৈলন্তকমললোচন নাম বৰ ঠাকুৰৰথৈলা দামোদৰ নাম কনিষ্ঠ জনৰদুইহন্তৰ ৰূপে গুণে কেহো নোহে সম। ভৈল একজন আৰো দুহিতা উত্তমতান গুণে সমস্তৰে মন সন্তোষিলাঅতি দয়াতৰে পদ্মপ্ৰিয়া নাম থৈলা॥"

আই পদ্মপ্ৰিয়াই নিজস্ব গীত-কবিত্ব গুণৰ দ্বাৰা গুৰু-গৌৰৱ বিস্তাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰা প্ৰমাণৰ পৰা জনা যায় যে আই পদ্মপ্ৰিয়া শংকৰোত্তৰ যুগৰ প্ৰথম অসমীয়া মহিলা কবি।

আই পদ্মপ্ৰিয়াৰ শিক্ষা-দীক্ষা সম্পৰ্কেও তেনে কোনো প্ৰামাণিক তথ্য পোৱা নাযায়। সেই সময়ত স্ত্ৰী শিক্ষাৰ কোনো আনুষ্ঠানিক ব্যৱস্থাও নাছিল। ষোড়শ শতিকাৰ শিক্ষা–দীক্ষা চলিছিল টোল ব্যৱস্থাৰ জৰিয়তে আৰু ছাত্ৰীৰ বাবে তাত স্থান নাছিল। মহাপুৰুষ শ্ৰীশ্ৰীগোপালদেৱৰ তত্ত্বাৱধানত পৰিয়ালৰ মাজত থাকি আহৰণ কৰা শিক্ষাই পদ্মপ্ৰিয়াৰ শিক্ষাৰ মূল ভেটি আছিল। সম্পূৰ্ণ বৈষ্ণৱ আদৰ্শৰে ডাঙৰ-দীঘল হোৱা পদ্মপ্ৰিয়াই চিৰকুমাৰীব্ৰত পালন কৰিছিল।

পদ্মপ্ৰিয়াৰ গীতসমূহত আধ্যাত্মিক ভাৱৰ প্ৰকাশ মূৰ্তমান। তেওঁ ৰচনা কৰা গীতৰ সংখ্যা কম আছিল। আইৰ গীতসমূহৰ প্ৰতিপাদ্য বিষয় হ'ল সংসাৰৰ নশ্বৰতা প্ৰদৰ্শন।

১৫৬৫ শকৰ আহিন মাহৰ শুক্লা দ্বাদশী তিথিত আই পদ্মপ্ৰিয়া তিৰোভাৱ হয়।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ