গাখীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.6.3) (ৰবট যোগ দিছে :sn:Mukaka
r2.7.1) (ৰবট যোগ দিছে :su:Susu
129 নং শাৰী: 129 নং শাৰী:
[[sq:Qumështi]]
[[sq:Qumështi]]
[[sr:Млеко]]
[[sr:Млеко]]
[[su:Susu]]
[[sv:Mjölk]]
[[sv:Mjölk]]
[[sw:Maziwa]]
[[sw:Maziwa]]

11:32, 17 October 2011ৰ সংস্কৰণ

এক গিলাচ গাখীৰ

গাখীৰ হ’ল স্তন্যপায়ী প্ৰাণীৰ উহাৰ বা স্তনৰ পৰা নৰ্গত এিবধ বগা জুলীয়া পদাৰ্থ । এই পদাৰ্থ বিধেই হ’ল সদ্য জন্ম স্তন্যপায়ী প্ৰাণীৰ প্ৰাথিমক আহাৰ । যি কোনো ধৰণৰ অন্য আহাৰ হজম কৰিব পৰা নোহোৱা পৰ্যন্ত শিশুৱে গাখীৰ খাই ডাঙৰ দীঘল হয় । শিশু জন্মৰ পাছত সৃষ্টি হোৱা প্ৰথম গাখীৰকণ যাক কলষ্ট্ৰাম (Colostum) বুলি কোৱা হয়, ইয়াত যেথষ্ট পৰিমাণৰ পুষ্টিকৰ গুণ থাকে যি সদ্যজন্ম শিশুটিক বেমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে । প্ৰাণী ভেদে গাখীৰৰ উপাদানসমূহ ভিন ভিন হয় যদিও ইয়াৰ মূল উপাদানসমূহ হ’ল ফেট, প্ৰটিন, কেলছিয়াম আৰু ভিটামিন C । গৰুৰ গাখীৰৰ ph লেভেল হ’ল ৬.৪ পৰা ৬.৮, যি অলপ আম্লিক ধৰ্মৰ ।

ব্যবহাৰৰ প্ৰকাৰ

গাখীৰ মূলতঃ দুই ধৰেণ ব্যবহাৰ হয় – প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ হিচাপে আৰু মানুহৰ দ্বাৰা বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰণত ।

প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ

মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকেলা স্তন্যপায়ী প্ৰাণীয়ে গ্ৰহণ কৰে । শিশুৱে যেতিয়া নিজে আন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে । মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায় ।

মানুহৰ দ্বাৰা খাদ্যা প্ৰস্তুত কৰাত

মানুহে গাখীৰ প্ৰধানকৈ তৃণভোজী প্ৰাণীৰ পৰা আহৰণ কৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰা তথা গাখীৰ পোনপতিয়াকৈ খাবলৈ ব্যবহাৰ কৰে । তৃণভোজী প্ৰাণীৰ ভিতৰত গৰু আৰু মহৰ গাখীৰ বেছি প্ৰচলন । ভেড়া, ছাগলী, মেথুন আদি প্ৰাণীৰো গাখীৰ ব্যবহাৰ কৰা হয় । গাখীৰৰ পৰা ক্ৰীম, বাটাৰ, ঘী, পনীৰ, চিজ, আইচ ক্ৰীম আদি বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰা হয় । ইয়াৰ উপৰিও বিভিন্ন খাদ্য বস্তুত গাখীৰ মূল উপাদান হিচাপে ব্যবহাৰ কৰা হয়।