প্ৰীতি শ্বিনয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{Infobox writer
{{Infobox writer
| name = প্ৰীতি শ্বিনয়<br />Preeti Shenoy
| name = প্ৰীতি শ্বিনয়
| image = Preeti nitya.jpg
| image = Preeti nitya.jpg
| caption = লেখিকা প্ৰীতি শ্বিনয়
| caption = লেখিকা প্ৰীতি শ্বিনয়
| birth_date = {{Birth date and age|1971|12|21|df=y}}
| birth_date = {{Birth date and age|1971|12|21|df=y}}
| occupation = লেখিকা
| occupation = লেখিকা
| nationality = ভাৰতীয়
| nationality = ভাৰতীয়
| genre = কল্পকাহিনী, অকাহিনীমূলক
| genre = কল্পকাহিনী, অকাহিনীমূলক
| website = https://preetishenoy.com/
| website = {{url|https://preetishenoy.com/}}
}}
}}
'''প্ৰীতি শ্বিনয়''' ({{lang-en|Preeti Shenoy}}) হৈছে এগৰাকী ভাৰতীয় লেখিকা। ২০০৮ চনত '34 Bubblegums and Candies' নামৰ গ্ৰন্থখনৰে লেখিকাৰ জীৱন আৰম্ভ কৰা প্ৰীতিৰ এতিয়ালৈকে তেৰখন উপন্যাস/অকাহিনীমূলক গ্ৰন্থ প্ৰকাশিত হৈছে। ইয়াৰে একাধিক গ্ৰন্থয়েই ৰাষ্ট্ৰীয় পৰ্যায়ত 'বেষ্টছেলাৰ'ৰ মৰ্যাদা লাভ কৰিছে।<ref>{{cite web | url = http://www.nielsen.com/content/dam/corporate/in/docs/Nielsen-India-Consumer-Rankings-City-Rankings.pdf | title = Nielsen India Consumer Rankings | publisher = Nielsen.com | accessdate = 23 February 2015 }}</ref> ২০১৩ চনৰ পৰা প্ৰীতি শ্বিনয়ৰ নামটো ফৰ্বছৰ এশগৰাকী প্ৰভাৱশালী চেলিব্ৰেটিৰ তালিকালৈ ক্ৰমাগতভাৱে মনোনীত হৈ আহিছে।<ref>{{cite web | url = http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2015/41475/1/ | title = Forbes India Celebrity 100 Nominees List for 2015; Forbes India Blog | publisher = Forbesindia.com | accessdate = 9 September 2015 | archive-url = https://web.archive.org/web/20151105055809/http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2015/41475/1 | archive-date = 5 November 2015 | url-status = dead }} {{cite web | url = http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2014/39097/1 | title = Forbes Celebrity 100 Nominees List 2014 | work = Forbes India }} {{cite web | url = http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list/34337/1 | title = Forbes Celebrity 100 Nominees List 2013 | work = Forbes India }}</ref> প্ৰীতি ব্ৰেণ্ডছ একাডেমীৰ তৰফৰ পৰা "বৰ্ষটোৰ ভাৰতীয়" বঁটা লাভ কৰিছিল।<ref>{{cite web | url = http://www.business-standard.com/article/news-ians/writer-preeti-shenoy-bags-indian-of-the-year-award-117070100346_1.html | title = DESIblitz presents Asian Literature at Birmingham Literature Festival 2017 | work = Business Standard }}</ref> নিউ দিল্লী মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা তেখেতে বিজিনেছ এক্সিলেন্স বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।<ref>{{cite web | url = http://www.thehindu.com/features/metroplus/Is-it-written-in-the-stars/article15421115.ece | title = It is written in the stars | work = The Hindu }}</ref> ভাৰতৰ জনপ্ৰিয় সংবাদগোষ্ঠী 'ইণ্ডিয়া টুডে'য়ে প্ৰীতি শ্বিনয়ক 'সৰ্বাধিক গ্ৰন্থ বিক্ৰী হোৱা শাখাৰ একমাত্ৰ নাৰী' হিচাপে চিহ্নিত কৰিছে।<ref>{{cite web | url = http://indiatoday.intoday.in/story/how-four-writers-announced-their-success-and-took-the-indian-bestseller-mainstream/1/379636.html | title = A League of Their Own | work = India Today }}</ref>


আনহাতে 'ডেইলি নিউজ এণ্ড এনালাইছিছ'-এ তেখেতক "তীক্ষ্ণ পৰ্যবেক্ষণশীল মনৰ গৰাকী" আখ্যা দিছে। 'দ্য টাইমছ অৱ ইণ্ডিয়া'ই তেখেতেৰ লিখনিক "মনোৰম কথনশৈলীৰে দক্ষ' বুলি অভিহিত কৰে। 'কছমোপলিটান' আলোচনীয়ে প্ৰীতি শ্বিনয়ক "ভাৰতৰ জনপ্ৰিয় লেখকসকলৰ অন্তৰ্গত" বুলি অভিহিত কৰিছে।<ref name="goodreads.com">{{cite web | url = http://www.goodreads.com/author/show/2872571.Preeti_Shenoy | title = Preeti Shenoy | accessdate = 18 November 2015 }}</ref> প্ৰীতি শ্বিনয় বাৰ্মিংহাম সাহিত্যিক মহোৎসৱৰ এগৰাকী কেন্দ্ৰীয় বক্তা।<ref>{{cite web | url = https://www.desiblitz.com/content/desiblitz-asian-literature-birmingham-literature-festival | title = DESIblitz presents Asian Literature at Birmingham Literature Festival 2017 | publisher = DESIblitz }}</ref> এইখনি মহোৎসৱতে 'A Hundred Little Flames' গ্ৰন্থখনৰ বেটুপাতো মুকলি কৰা হৈছিল।<ref>{{cite web | url = http://www.internationalnewsandviews.com/author-preeti-shenoy-unveils-the-cover-of-her-new-book-a-hundred-little-flames-at-birmingham-literary-festival-2017/ | title = Author Preeti Shenoy Unveils the Cover of Her New Book A Hundred Little Flames at Birmingham Literary Festival 2017 | publisher = International News and Views }}</ref><ref>{{cite web | url = http://www.birmingham-box.co.uk/event/stories-crossing-borders-an-afternoon-with-preeti-/ | title = Stories Crossing Borders: An Afternoon with Preeti | publisher = The Box }}</ref>
'''প্ৰীতি শ্বিনয়''' ({{lang-en|Preeti Shenoy}}) হৈছে এগৰাকী ভাৰতীয় লেখিকা৷ ২০০৮ চনত ''34 Bubblegums and Candies'' নামৰ গ্ৰন্থখনৰে লেখিকাৰ জীৱন আৰম্ভ কৰা প্ৰীতিৰ এতিয়ালৈকে তেৰখন উপন্যাস/অকাহিনীমূলক গ্ৰন্থ প্ৰকাশিত হৈছে৷ ইয়াৰে একাধিক গ্ৰন্থয়েই ৰাষ্ট্ৰীয় পৰ্যায়ত 'বেষ্টছেলাৰ'ৰ মৰ্যাদা লাভ কৰিছে৷ <ref>{{cite web
| url = http://www.nielsen.com/content/dam/corporate/in/docs/Nielsen-India-Consumer-Rankings-City-Rankings.pdf
| title = Nielsen India Consumer Rankings
| publisher = Nielsen.com
| accessdate = 23 February 2015
}}</ref>২০১৩ চনৰ পৰা প্ৰীতি শ্বিনয়ৰ নামটো ফৰ্বছৰ এশগৰাকী প্ৰভাৱশালী চেলিব্ৰেটিৰ তালিকালৈ ক্ৰমাগতভাৱে মনোনীত হৈ আহিছে৷ <ref>{{cite web
| url = http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2015/41475/1/
| title = Forbes India Celebrity 100 Nominees List for 2015; Forbes India Blog
| publisher = Forbesindia.com
| accessdate = 9 September 2015
| archive-url = https://web.archive.org/web/20151105055809/http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2015/41475/1
| archive-date = 5 November 2015
| url-status = dead
}} {{cite web
| url = http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2014/39097/1
| title = Forbes Celebrity 100 Nominees List 2014
| work = Forbes India
}} {{cite web
| url = http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list/34337/1
| title = Forbes Celebrity 100 Nominees List 2013
| work = Forbes India
}}</ref> প্ৰীতি ব্ৰেণ্ডছ একাডেমীৰ তৰফৰ পৰা "বৰ্ষটোৰ ভাৰতীয়" বঁটা লাভ কৰিছিল৷<ref>{{cite web
| url = http://www.business-standard.com/article/news-ians/writer-preeti-shenoy-bags-indian-of-the-year-award-117070100346_1.html
| title = DESIblitz presents Asian Literature at Birmingham Literature Festival 2017
| work = Business Standard
}}</ref> নিউ দিল্লী মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা তেখেতে বিজিনেছ এক্সিলেন্স বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷<ref>{{cite web
| url = http://www.thehindu.com/features/metroplus/Is-it-written-in-the-stars/article15421115.ece
| title = It is written in the stars
| work = The Hindu
}}</ref>
ভাৰতৰ জনপ্ৰিয় সংবাদগোষ্ঠী ''ইণ্ডিয়া টুডে''য়ে প্ৰীতি শ্বিনয়ক 'সৰ্বাধিক গ্ৰন্থ বিক্ৰী হোৱা শাখাৰ একমাত্ৰ নাৰী' হিচাপে চিহ্নিত কৰিছে৷<ref>{{cite web
| url = http://indiatoday.intoday.in/story/how-four-writers-announced-their-success-and-took-the-indian-bestseller-mainstream/1/379636.html
| title = A League of Their Own
| work = India Today
}}</ref>


আনহাতে ''ডেইলি নিউজ এণ্ড এনালাইছিছ''-এ তেখেতক "তীক্ষ্ণ পৰ্যবেক্ষণশীল মনৰ গৰাকী" আখ্যা দিছে৷ ''দ্য টাইমছ অৱ ইণ্ডিয়া''ই তেখেতেৰ লিখনিক "মনোৰম কথনশৈলীৰে দক্ষ'' বুলি অভিহিত কৰে৷ ''কছমোপলিটান'' আলোচনীয়ে প্ৰীতি শ্বিনয়ক "ভাৰতৰ জনপ্ৰিয় লেখকসকলৰ অন্তৰ্গত" বুলি অভিহিত কৰিছে৷ <ref name="goodreads.com">{{cite web
| url = http://www.goodreads.com/author/show/2872571.Preeti_Shenoy
| title = Preeti Shenoy
| accessdate = 18 November 2015
}}</ref>
প্ৰীতি শ্বিনয় বাৰ্মিংহাম সাহিত্যিক মহোৎসৱৰ এগৰাকী কেন্দ্ৰীয় বক্তা৷<ref>{{cite web
| url = https://www.desiblitz.com/content/desiblitz-asian-literature-birmingham-literature-festival
| title = DESIblitz presents Asian Literature at Birmingham Literature Festival 2017
| publisher = DESIblitz
}}</ref> এইখনি মহোৎসৱতে ''A Hundred Little Flames'' গ্ৰন্থখনৰ বেটুপাতো মুকলি কৰা হৈছিল৷<ref>{{cite web
| url = http://www.internationalnewsandviews.com/author-preeti-shenoy-unveils-the-cover-of-her-new-book-a-hundred-little-flames-at-birmingham-literary-festival-2017/
| title = Author Preeti Shenoy Unveils the Cover of Her New Book A Hundred Little Flames at Birmingham Literary Festival 2017
| publisher = International News and Views
}}</ref><ref>{{cite web
| url = http://www.birmingham-box.co.uk/event/stories-crossing-borders-an-afternoon-with-preeti-/
| title = Stories Crossing Borders: An Afternoon with Preeti
| publisher = The Box
}}</ref>
==প্ৰাৰম্ভিক জীৱন==
==প্ৰাৰম্ভিক জীৱন==
১৯৭১ চনত প্ৰীতি শ্বিনয়ৰ জন্ম হৈছিল৷ তেখেতে কেইবাখনো কেন্দ্ৰীয় বিদ্যালয়ত পঢ়াশুনা কৰিছিল৷ অৱশ্যে শৈশৱৰ কালছোৱাতেই তেখেতে কলা আৰু লেখা-মেলাৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল৷ চিত্ৰাঙ্কনত ৰাপ থকাৰ বাবে তেখেতে কলা শাখাত এটা পাঠ্যক্ৰম গ্ৰহণ কৰে৷ ইউনাইটেড কিংগডম বিশ্ববিদ্যালয়ৰ পৰা প্ৰীতি শ্বিনয়ে পৰৱৰ্তী সময়ত পৰ্ট্ৰেইট পেইণ্টিঙত ডিগ্ৰী অৰ্জন কৰে৷ ২০০৮ চনত প্ৰকাশিত হোৱা ‘34 Bubblegums and Candies’ আছিল তেখেতৰ প্ৰথমখন গ্ৰন্থ৷ এইখনি গ্ৰন্থত কিছুমান বাস্তৱনিৰ্ভৰ চুটি গল্প সন্নিৱিষ্ট হৈছিল৷ <ref name="Preeti Shenoy">{{cite web | url=https://theindianauthors.in/novelists/preeti-shenoy/ | title=Preeti Shenoy | publisher=Authors | date=4th May 2020 | accessdate=27 September 2021}}</ref>
১৯৭১ চনত প্ৰীতি শ্বিনয়ৰ জন্ম হৈছিল। তেখেতে কেইবাখনো কেন্দ্ৰীয় বিদ্যালয়ত পঢ়াশুনা কৰিছিল। অৱশ্যে শৈশৱৰ কালছোৱাতেই তেখেতে কলা আৰু লেখা-মেলাৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল। চিত্ৰাঙ্কনত ৰাপ থকাৰ বাবে তেখেতে কলা শাখাত এটা পাঠ্যক্ৰম গ্ৰহণ কৰে। ইউনাইটেড কিংগডম বিশ্ববিদ্যালয়ৰ পৰা প্ৰীতি শ্বিনয়ে পৰৱৰ্তী সময়ত পৰ্ট্ৰেইট পেইণ্টিঙত ডিগ্ৰী অৰ্জন কৰে। ২০০৮ চনত প্ৰকাশিত হোৱা ‘34 Bubblegums and Candies’ আছিল তেখেতৰ প্ৰথমখন গ্ৰন্থ। এইখনি গ্ৰন্থত কিছুমান বাস্তৱনিৰ্ভৰ চুটি গল্প সন্নিৱিষ্ট হৈছিল।<ref name="Preeti Shenoy">{{cite web | url=https://theindianauthors.in/novelists/preeti-shenoy/ | title=Preeti Shenoy | publisher=Authors | date=4th May 2020 | accessdate=27 September 2021}}</ref>

== সাহিত্যিক জীৱন ==
== সাহিত্যিক জীৱন ==
; থাৰ্টি ফ'ৰ বাবলগামছ এণ্ড কেণ্ডিছ (34 Bubblegums and Candies)
'থাৰ্টি ফ'ৰ বাবলগামছ এণ্ড কেণ্ডিছ' হৈছে কেইখনমান অভিজ্ঞতালব্ধ সংক্ষিপ্ত ৰচনাৰ সংকলন। গ্ৰন্থখনৰ নামটোৱে মানুহে জীৱনত অজানিতে অৱজ্ঞা কৰা সৰু-সৰু ঘটনাবোৰক প্ৰতিনিধিত্ব কৰিছে। লেখনশৈলীত হাস্যৰস বিদ্যমান। গ্ৰন্থখনত ৩৪টা বাস্তৱ-নিৰ্ভৰ অভিজ্ঞতা সন্নিৱিষ্ট হৈছে। এই গ্ৰন্থখন ২০০৮ চনত প্ৰকাশিত হৈছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্টছেলাৰ হিচাপে পৰিগণিত হৈছিল।<ref>{{cite web | url = http://www.hindu.com/mp/2008/10/15/stories/2008101550580300.htm | archive-url = https://web.archive.org/web/20081018191025/http://www.hindu.com/mp/2008/10/15/stories/2008101550580300.htm | url-status = dead | archive-date = 18 October 2008 | title = Life is beautiful | date = 15 October 2008 | work = The Hindu | accessdate = 23 February 2015 }}</ref>


; লাইফ ইজ হোৱাট ইউ মেক ইট (Life Is What You Make It)
;''<u>থাৰ্টি ফ'ৰ বাবলগামছ এণ্ড কেণ্ডিছ (34 Bubblegums and Candies)</u>''
এইখন প্ৰীতি শ্বিনয়ৰ দ্বিতীয়খন গ্ৰন্থ। ২০১১ চনৰ ১ জানুৱাৰীত প্ৰকাশিত হোৱা এই উপন্যাসখনো শীঘ্ৰেই ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্টছেলাৰ হিচাপে বিবেচিত হয়। ২০১১ বৰ্ষৰ শীৰ্ষস্থানীয় গ্ৰন্থৰ তালিকাতো স্থানলাভ কৰা গ্ৰন্থখনক টাইমছ অৱ ইণ্ডিয়াৰ ২০১১ চনৰ বেষ্টছেলাৰ তালিকাতো দেখিবলৈ পোৱা যায়। গ্ৰন্থখনত অংকিতা নামৰ এগৰাকী ৰোগাক্ৰান্ত যুৱতীৰ জীৱন অংকিত কৰা হৈছে আৰু কিদৰে সেই যুৱতীয়ে জীৱনৰ কঠিন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হয়-সেইয়া উপন্যাসখনিত উপস্থাপিত হৈছে।<ref name="Preeti Shenoy" />

''থাৰ্টি ফ'ৰ বাবলগামছ এণ্ড কেণ্ডিছ'' হৈছে কেইখনমান অভিজ্ঞতালব্ধ সংক্ষিপ্ত ৰচনাৰ সংকলন৷ গ্ৰন্থখনৰ নামটোৱে মানুহে জীৱনত অজানিতে অৱজ্ঞা কৰা সৰু-সৰু ঘটনাবোৰক প্ৰতিনিধিত্ব কৰিছে৷ লেখনশৈলীত হাস্যৰস বিদ্যমান৷ গ্ৰন্থখনত ৩৪টা বাস্তৱ-নিৰ্ভৰ অভিজ্ঞতা সন্নিৱিষ্ট হৈছে৷ এই গ্ৰন্থখন ২০০৮ চনত প্ৰকাশিত হৈছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্টছেলাৰ হিচাপে পৰিগণিত হৈছিল৷<ref>{{cite web
| url = http://www.hindu.com/mp/2008/10/15/stories/2008101550580300.htm
| archive-url = https://web.archive.org/web/20081018191025/http://www.hindu.com/mp/2008/10/15/stories/2008101550580300.htm
| url-status = dead
| archive-date = 18 October 2008
| title = Life is beautiful
| date = 15 October 2008
| work = [[The Hindu]]
| accessdate = 23 February 2015
}}</ref>
;
;''<u>লাইফ ইজ হোৱাট ইউ মেক ইট (Life Is What You Make It)</u>''

এইখন প্ৰীতি শ্বিনয়ৰ দ্বিতীয়খন গ্ৰন্থ৷ ২০১১ চনৰ ১ জানুৱাৰীত প্ৰকাশিত হোৱা এই উপন্যাসখনো শীঘ্ৰেই ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্টছেলাৰ হিচাপে বিবেচিত হয়৷ ২০১১ বৰ্ষৰ শীৰ্ষস্থানীয় গ্ৰন্থৰ তালিকাতো স্থানলাভ কৰা গ্ৰন্থখনক টাইমছ অৱ ইণ্ডিয়াৰ ২০১১ চনৰ বেষ্টছেলাৰ তালিকাতো দেখিবলৈ পোৱা যায়৷ গ্ৰন্থখনত অংকিতা নামৰ এগৰাকী ৰোগাক্ৰান্ত যুৱতীৰ জীৱন অংকিত কৰা হৈছে আৰু কিদৰে সেই যুৱতীয়ে জীৱনৰ কঠিন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হয়-সেইয়া উপন্যাসখনিত উপস্থাপিত হৈছে৷<ref name="Preeti Shenoy" />


প্ৰীতি শ্বিনয়ৰ শেহতীয়া গ্ৰন্থখন হৈছে ''দ্য মেজিক মাইণ্ডছেট''৷ এইখন গ্ৰন্থ ২০২১ চনৰ ছেপ্টেম্বৰ মাহত হাৰ্পাৰ কলিন্সে প্ৰকাশ কৰিছে৷ <ref>https://preetishenoy.com/book/the-magic-mindset/
প্ৰীতি শ্বিনয়ৰ শেহতীয়া গ্ৰন্থখন হৈছে 'দ্য মেজিক মাইণ্ডছেট' এইখন গ্ৰন্থ ২০২১ চনৰ ছেপ্টেম্বৰ মাহত হাৰ্পাৰ কলিন্সে প্ৰকাশ কৰিছে।<ref>https://preetishenoy.com/book/the-magic-mindset/</ref>
</ref>


==গ্ৰন্থপুঞ্জী==
==গ্ৰন্থপুঞ্জী==
প্ৰীতি শ্বিনয়ৰ গ্ৰন্থসমূহৰ নাম তলত উল্লেখ কৰা হ'ল-<br />
প্ৰীতি শ্বিনয়ৰ গ্ৰন্থসমূহৰ নাম তলত উল্লেখ কৰা হ'ল:
* {{cite book
* {{cite book
| last = Shenoy
| last = Shenoy
| first = P.
| first = P.
| title = 34 Bubblegums and Candies
| title = 34 Bubblegums and Candies
| publisher = Srishti Publishers
| publisher = Srishti Publishers
| year = ২০০৮
| year = ২০০৮
| isbn = 978-81-88575-68-8
| isbn = 978-81-88575-68-8
| author-mask = 1
| author-mask = 1
}}
}}
* {{cite book
* {{cite book
| last = Shenoy
| last = Shenoy
| first = P.
| first = P.
| title = Life is What You Make it
| title = Life is What You Make it
| publisher = Srishti Publishers & Distributors
| publisher = Srishti Publishers & Distributors
| year = ২০১১
| year = ২০১১
| isbn = 978-93-80349-30-5
| isbn = 978-93-80349-30-5
| url = http://www.preetishenoy.com/books/life-is-what-you-make-it/
| url = http://www.preetishenoy.com/books/life-is-what-you-make-it/
| author-mask = 1
| author-mask = 1
}}
}}
* {{cite book
* {{cite book
| last = Shenoy
| last = Shenoy
| first = P.
| first = P.
| title = Tea for Two and a Piece of Cake
| title = Tea for Two and a Piece of Cake
| publisher = Random House Publishers India Pvt. Limited
| publisher = Random House Publishers India Pvt. Limited
| year = ২০১২
| year = ২০১২
| isbn = 978-81-8400-127-3
| isbn = 978-81-8400-127-3
| url = http://www.preetishenoy.com/books/tea-for-two-and-a-piece-of-cake/
| url = http://www.preetishenoy.com/books/tea-for-two-and-a-piece-of-cake/
| author-mask = 1
| author-mask = 1
}}
}}
* {{cite book
* {{cite book
| last = Shenoy
| last = Shenoy
| first = P.
| first = P.
| title = The Secret Wish List
| title = The Secret Wish List
| publisher = Westland Limited
| publisher = Westland Limited
| year = ২০১২
| year = ২০১২
| isbn = 978-93-82618-18-8
| isbn = 978-93-82618-18-8
| url = http://www.preetishenoy.com/books/the-secret-wishlist/
| url = http://www.preetishenoy.com/books/the-secret-wishlist/
| author-mask = 1
| author-mask = 1
}}
}}
* {{cite book
* {{cite book
| last = Shenoy
| last = Shenoy
| first = P.
| first = P.
| title = The One You Cannot Have
| title = The One You Cannot Have
| publisher = Westland Limited
| publisher = Westland Limited
| year = ২০১৩
| year = ২০১৩
| isbn = 978-93-83260-68-3
| isbn = 978-93-83260-68-3
| url = http://www.preetishenoy.com/books/the-one-you-cannot-have/
| url = http://www.preetishenoy.com/books/the-one-you-cannot-have/
| author-mask = 1
| author-mask = 1
}}
}}
* {{cite book
* {{cite book
| last = Shenoy
| last = Shenoy
| first = P.
| first = P.
| title = It Happens for a Reason
| title = It Happens for a Reason
| publisher = Westland Limited
| publisher = Westland Limited
| year = ২০১৪
| year = ২০১৪
| isbn = 978-93-84030-74-2
| isbn = 978-93-84030-74-2
| url = http://www.preetishenoy.com/books/it-happens-for-a-reason/
| url = http://www.preetishenoy.com/books/it-happens-for-a-reason/
| author-mask = 1
| author-mask = 1
}}
}}
* {{cite book
* {{cite book
| last = Shenoy
| last = Shenoy
| first = P.
| first = P.
| title = Love, Kisses and All Things Warm
| title = Love, Kisses and All Things Warm
| publisher = Westland Limited
| publisher = Westland Limited
| year = ২০১৫
| year = ২০১৫
| isbn = 978-93-84030-97-1
| isbn = 978-93-84030-97-1
| url = https://www.amazon.in/Love-Kisses-All-Things-Warm-ebook/dp/B00TIM2Y8C
| url = https://www.amazon.in/Love-Kisses-All-Things-Warm-ebook/dp/B00TIM2Y8C
| author-mask = 1
| author-mask = 1
}}
}}
* {{cite book
* {{cite book
| last = Shenoy
| last = Shenoy
| first = P.
| first = P.
| title = Why We Love The Way We Do
| title = Why We Love The Way We Do
| publisher = Westland Limited
| publisher = Westland Limited
| year = ২০১৫
| year = ২০১৫
| isbn = 978-93-85724-18-3
| isbn = 978-93-85724-18-3
| url = http://www.preetishenoy.com/books/why-we-love-the-way-we-do/
| url = http://www.preetishenoy.com/books/why-we-love-the-way-we-do/
| author-mask = 1
| author-mask = 1
}}
}}
* {{cite book
* {{cite book
| last = Shenoy
| last = Shenoy
| first = P.
| first = P.
| title = It's All in the Planet's
| title = It's All in the Planet's
| publisher = Westland Limited
| publisher = Westland Limited
| year = ২০১৬
| year = ২০১৬
| isbn = 978-93-86036-45-2
| isbn = 978-93-86036-45-2
| url = http://www.preetishenoy.com/books/its-all-in-the-planets/
| url = http://www.preetishenoy.com/books/its-all-in-the-planets/
| author-mask = 1
| author-mask = 1
}}
}}
* {{cite book
* {{cite book
| last = Shenoy
| last = Shenoy
| first = P.
| first = P.
| title = A Hundred Little Flames
| title = A Hundred Little Flames
| publisher = Westland Publications Limited
| publisher = Westland Publications Limited
| year = ২০১৭
| year = ২০১৭
| isbn = 978-93-86850-42-3
| isbn = 978-93-86850-42-3
| url = http://www.preetishenoy.com/hundred-little-flames/
| url = http://www.preetishenoy.com/hundred-little-flames/
| author-mask = 1
| author-mask = 1
}}
}}
* {{cite book
* {{cite book
| last = Shenoy
| last = Shenoy
| first = P.
| first = P.
| title = Love A Little Stronger
| title = Love A Little Stronger
| publisher = Srishti Publishers & Distributors
| publisher = Srishti Publishers & Distributors
| year = ২০১৮
| year = ২০১৮
| isbn = 978-93-87022-13-3
| isbn = 978-93-87022-13-3
| url = https://www.preetishenoy.com/book/love-a-little-stronger/
| url = https://www.preetishenoy.com/book/love-a-little-stronger/
| author-mask = 1
| author-mask = 1


}}
}}
* {{cite book
* {{cite book
| last = Shenoy
| last = Shenoy
| first = P.
| first = P.
| title = The Rule Breakers
| title = The Rule Breakers
| publisher = Westland
| publisher = Westland
| year = ২০১৮
| year = ২০১৮
| isbn = 978-93-87578-67-8
| isbn = 978-93-87578-67-8
| url = https://www.preetishenoy.com/book/the-rule-breakers/
| url = https://www.preetishenoy.com/book/the-rule-breakers/
| author-mask = 1
| author-mask = 1


}}
}}
* {{cite book
* {{cite book
| last = Shenoy
| last = Shenoy
| first = P.
| first = P.
| title = Wake Up, Life is Calling
| title = Wake Up, Life is Calling
| publisher = Srishti Publishers & Distributors
| publisher = Srishti Publishers & Distributors
| year = ২০১৯
| year = ২০১৯
| isbn = 978-93-87022-60-7
| isbn = 978-93-87022-60-7
| url = https://www.preetishenoy.com/book/wake-up-life-is-calling/
| url = https://www.preetishenoy.com/book/wake-up-life-is-calling/
| author-mask = 1
| author-mask = 1
}}
}}
*{{cite book
*{{cite book
| last = Shenoy
| last = Shenoy
| first = P.
| first = P.
| title = The Magic Mindset: How to Find Your Happy Place
| title = The Magic Mindset: How to Find Your Happy Place
| publisher = HarperCollins
| publisher = HarperCollins
| year = ২০২১
| year = ২০২১
| isbn = 978-93-54227-73-8
| isbn = 978-93-54227-73-8
| url = https://preetishenoy.com/book/the-magic-mindset/
| url = https://preetishenoy.com/book/the-magic-mindset/
| author-mask = 1
| author-mask = 1
}}
}}
*


==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==
{{Reflist|30em}}
{{Reflist|30em}}

[[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]]
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]
[[শ্ৰেণী:ভাৰতীয় নাৰী]]
[[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]]

08:14, 27 September 2021ৰ সংস্কৰণ

প্ৰীতি শ্বিনয়

লেখিকা প্ৰীতি শ্বিনয়
জন্ম ২১ ডিচেম্বৰ, ১৯৭১ (৫২ বছৰ)
পেচা লেখিকা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ কল্পকাহিনী, অকাহিনীমূলক
ৱেবছাইট preetishenoy.com

প্ৰীতি শ্বিনয় (ইংৰাজী: Preeti Shenoy) হৈছে এগৰাকী ভাৰতীয় লেখিকা। ২০০৮ চনত '34 Bubblegums and Candies' নামৰ গ্ৰন্থখনৰে লেখিকাৰ জীৱন আৰম্ভ কৰা প্ৰীতিৰ এতিয়ালৈকে তেৰখন উপন্যাস/অকাহিনীমূলক গ্ৰন্থ প্ৰকাশিত হৈছে। ইয়াৰে একাধিক গ্ৰন্থয়েই ৰাষ্ট্ৰীয় পৰ্যায়ত 'বেষ্টছেলাৰ'ৰ মৰ্যাদা লাভ কৰিছে।[1] ২০১৩ চনৰ পৰা প্ৰীতি শ্বিনয়ৰ নামটো ফৰ্বছৰ এশগৰাকী প্ৰভাৱশালী চেলিব্ৰেটিৰ তালিকালৈ ক্ৰমাগতভাৱে মনোনীত হৈ আহিছে।[2] প্ৰীতি ব্ৰেণ্ডছ একাডেমীৰ তৰফৰ পৰা "বৰ্ষটোৰ ভাৰতীয়" বঁটা লাভ কৰিছিল।[3] নিউ দিল্লী মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা তেখেতে বিজিনেছ এক্সিলেন্স বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।[4] ভাৰতৰ জনপ্ৰিয় সংবাদগোষ্ঠী 'ইণ্ডিয়া টুডে'য়ে প্ৰীতি শ্বিনয়ক 'সৰ্বাধিক গ্ৰন্থ বিক্ৰী হোৱা শাখাৰ একমাত্ৰ নাৰী' হিচাপে চিহ্নিত কৰিছে।[5]

আনহাতে 'ডেইলি নিউজ এণ্ড এনালাইছিছ'-এ তেখেতক "তীক্ষ্ণ পৰ্যবেক্ষণশীল মনৰ গৰাকী" আখ্যা দিছে। 'দ্য টাইমছ অৱ ইণ্ডিয়া'ই তেখেতেৰ লিখনিক "মনোৰম কথনশৈলীৰে দক্ষ' বুলি অভিহিত কৰে। 'কছমোপলিটান' আলোচনীয়ে প্ৰীতি শ্বিনয়ক "ভাৰতৰ জনপ্ৰিয় লেখকসকলৰ অন্তৰ্গত" বুলি অভিহিত কৰিছে।[6] প্ৰীতি শ্বিনয় বাৰ্মিংহাম সাহিত্যিক মহোৎসৱৰ এগৰাকী কেন্দ্ৰীয় বক্তা।[7] এইখনি মহোৎসৱতে 'A Hundred Little Flames' গ্ৰন্থখনৰ বেটুপাতো মুকলি কৰা হৈছিল।[8][9]

প্ৰাৰম্ভিক জীৱন

১৯৭১ চনত প্ৰীতি শ্বিনয়ৰ জন্ম হৈছিল। তেখেতে কেইবাখনো কেন্দ্ৰীয় বিদ্যালয়ত পঢ়াশুনা কৰিছিল। অৱশ্যে শৈশৱৰ কালছোৱাতেই তেখেতে কলা আৰু লেখা-মেলাৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল। চিত্ৰাঙ্কনত ৰাপ থকাৰ বাবে তেখেতে কলা শাখাত এটা পাঠ্যক্ৰম গ্ৰহণ কৰে। ইউনাইটেড কিংগডম বিশ্ববিদ্যালয়ৰ পৰা প্ৰীতি শ্বিনয়ে পৰৱৰ্তী সময়ত পৰ্ট্ৰেইট পেইণ্টিঙত ডিগ্ৰী অৰ্জন কৰে। ২০০৮ চনত প্ৰকাশিত হোৱা ‘34 Bubblegums and Candies’ আছিল তেখেতৰ প্ৰথমখন গ্ৰন্থ। এইখনি গ্ৰন্থত কিছুমান বাস্তৱনিৰ্ভৰ চুটি গল্প সন্নিৱিষ্ট হৈছিল।[10]

সাহিত্যিক জীৱন

থাৰ্টি ফ'ৰ বাবলগামছ এণ্ড কেণ্ডিছ (34 Bubblegums and Candies)

'থাৰ্টি ফ'ৰ বাবলগামছ এণ্ড কেণ্ডিছ' হৈছে কেইখনমান অভিজ্ঞতালব্ধ সংক্ষিপ্ত ৰচনাৰ সংকলন। গ্ৰন্থখনৰ নামটোৱে মানুহে জীৱনত অজানিতে অৱজ্ঞা কৰা সৰু-সৰু ঘটনাবোৰক প্ৰতিনিধিত্ব কৰিছে। লেখনশৈলীত হাস্যৰস বিদ্যমান। গ্ৰন্থখনত ৩৪টা বাস্তৱ-নিৰ্ভৰ অভিজ্ঞতা সন্নিৱিষ্ট হৈছে। এই গ্ৰন্থখন ২০০৮ চনত প্ৰকাশিত হৈছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্টছেলাৰ হিচাপে পৰিগণিত হৈছিল।[11]

লাইফ ইজ হোৱাট ইউ মেক ইট (Life Is What You Make It)

এইখন প্ৰীতি শ্বিনয়ৰ দ্বিতীয়খন গ্ৰন্থ। ২০১১ চনৰ ১ জানুৱাৰীত প্ৰকাশিত হোৱা এই উপন্যাসখনো শীঘ্ৰেই ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্টছেলাৰ হিচাপে বিবেচিত হয়। ২০১১ বৰ্ষৰ শীৰ্ষস্থানীয় গ্ৰন্থৰ তালিকাতো স্থানলাভ কৰা গ্ৰন্থখনক টাইমছ অৱ ইণ্ডিয়াৰ ২০১১ চনৰ বেষ্টছেলাৰ তালিকাতো দেখিবলৈ পোৱা যায়। গ্ৰন্থখনত অংকিতা নামৰ এগৰাকী ৰোগাক্ৰান্ত যুৱতীৰ জীৱন অংকিত কৰা হৈছে আৰু কিদৰে সেই যুৱতীয়ে জীৱনৰ কঠিন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হয়-সেইয়া উপন্যাসখনিত উপস্থাপিত হৈছে।[10]

প্ৰীতি শ্বিনয়ৰ শেহতীয়া গ্ৰন্থখন হৈছে 'দ্য মেজিক মাইণ্ডছেট'। এইখন গ্ৰন্থ ২০২১ চনৰ ছেপ্টেম্বৰ মাহত হাৰ্পাৰ কলিন্সে প্ৰকাশ কৰিছে।[12]

গ্ৰন্থপুঞ্জী

প্ৰীতি শ্বিনয়ৰ গ্ৰন্থসমূহৰ নাম তলত উল্লেখ কৰা হ'ল:

তথ্যসূত্ৰ

  1. "Nielsen India Consumer Rankings". Nielsen.com. http://www.nielsen.com/content/dam/corporate/in/docs/Nielsen-India-Consumer-Rankings-City-Rankings.pdf। আহৰণ কৰা হৈছে: 23 February 2015. 
  2. "Forbes India Celebrity 100 Nominees List for 2015; Forbes India Blog". Forbesindia.com. http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2015/41475/1/। আহৰণ কৰা হৈছে: 9 September 2015.  "Forbes Celebrity 100 Nominees List 2014". Forbes India. http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2014/39097/1.  "Forbes Celebrity 100 Nominees List 2013". Forbes India. http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list/34337/1. 
  3. "DESIblitz presents Asian Literature at Birmingham Literature Festival 2017". Business Standard. http://www.business-standard.com/article/news-ians/writer-preeti-shenoy-bags-indian-of-the-year-award-117070100346_1.html. 
  4. "It is written in the stars". The Hindu. http://www.thehindu.com/features/metroplus/Is-it-written-in-the-stars/article15421115.ece. 
  5. "A League of Their Own". India Today. http://indiatoday.intoday.in/story/how-four-writers-announced-their-success-and-took-the-indian-bestseller-mainstream/1/379636.html. 
  6. "Preeti Shenoy". http://www.goodreads.com/author/show/2872571.Preeti_Shenoy। আহৰণ কৰা হৈছে: 18 November 2015. 
  7. "DESIblitz presents Asian Literature at Birmingham Literature Festival 2017". DESIblitz. https://www.desiblitz.com/content/desiblitz-asian-literature-birmingham-literature-festival. 
  8. "Author Preeti Shenoy Unveils the Cover of Her New Book A Hundred Little Flames at Birmingham Literary Festival 2017". International News and Views. http://www.internationalnewsandviews.com/author-preeti-shenoy-unveils-the-cover-of-her-new-book-a-hundred-little-flames-at-birmingham-literary-festival-2017/. 
  9. "Stories Crossing Borders: An Afternoon with Preeti". The Box. http://www.birmingham-box.co.uk/event/stories-crossing-borders-an-afternoon-with-preeti-/. 
  10. 10.0 10.1 "Preeti Shenoy". Authors. 4th May 2020. https://theindianauthors.in/novelists/preeti-shenoy/। আহৰণ কৰা হৈছে: 27 September 2021. 
  11. "Life is beautiful". The Hindu. 15 October 2008. http://www.hindu.com/mp/2008/10/15/stories/2008101550580300.htm। আহৰণ কৰা হৈছে: 23 February 2015. 
  12. https://preetishenoy.com/book/the-magic-mindset/