পুৰুষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{অনুবাদ}}
{{অনুবাদ}}
[[File:Outdoors-man-portrait (cropped).jpg|alt=A man with a beard, wearing a checkered shirt, with his arms crossed.|thumb|এজন পুৰুষ]]<!--PLEASE NOTE: This image was selected following extensive discussion at https://en.wikipedia.org/wiki/Talk:Man/sandbox, along with additional discussion on this article's talk page. Please do not remove or replace without talk page consensus. Thank you.-->
[[File:Outdoors-man-portrait (cropped).jpg|alt=A man with a beard, wearing a checkered shirt, with his arms crossed.|thumb|এজন পুৰুষ]]<!--PLEASE NOTE: This image was selected following extensive discussion at https://en.wikipedia.org/wiki/Talk:Man/sandbox, along with additional discussion on this article's talk page. Please do not remove or replace without talk page consensus. Thank you.-->
'''পুৰুষ''' {{En|Man}} হৈছে এজন প্ৰাপ্তবয়স্ক পুং [[মানৱ]]। প্ৰাপ্তবয়স্ক হোৱাৰ আগতে, পুৰুষক [[ল'ৰা]] (পুং [[শিশু]] বা [[কিশোৰ]]) বুলি কোৱা হয়। বেছিভাগ পুৰুষ [[স্তন্যপায়ী প্ৰাণী]]ৰ দৰে, এজন পুৰুষৰ জিন'মে সাধাৰণতে মাতৃৰ পৰা এক্স [[ক্ৰম'জম]] আৰু দেউতাকৰ পৰা ৱাই ক্ৰম'জম প্ৰাপ্ত কৰে। পুৰুষ [[ভ্ৰূণ]]টোৱে [[মহিলা]]ৰ ভ্ৰূণতকৈ অধিক পৰিমাণৰ এণ্ড্ৰোজেন আৰু কম পৰিমাণৰ এষ্ট্ৰোজেন প্ৰস্তুত কৰে। এই লিংগ ষ্টেৰইডৰ আপেক্ষিক পৰিমাণৰ পাৰ্থক্য শাৰীৰিক পাৰ্থক্যৰ বাবে দায়বদ্ধ যি পুৰুষসকলক মহিলাৰ পৰা পৃথক কৰে। [[যৌৱনপ্ৰাপ্তি]]ৰ সময়ত, এণ্ড্ৰোজেন উৎপাদন তৈয়াৰ কৰা [[হৰমন]]ৰ ফলত গৌণ যৌন বৈশিষ্ট্য বিকশিত হয়, এনেদৰে লিংগৰ মাজত অধিক পাৰ্থক্য প্ৰকাশিত হয়। অৱশ্যে, কিছুমান [[ট্ৰান্সজেণ্ডাৰ]] আৰু [[আন্তঃযৌন পুৰুষ]]ৰ বাবে ওপৰোক্ত বৈশিষ্টবোৰৰ ব্যতিক্ৰম পৰিলক্ষিত হয়।
'''পুৰুষ''' {{En|Man}} হৈছে এজন প্ৰাপ্তবয়স্ক পুং [[মানৱ]]। প্ৰাপ্তবয়স্ক হোৱাৰ আগতে, পুৰুষক [[ল'ৰা]] (পুং [[শিশু]] বা [[কিশোৰ]]) বুলি কোৱা হয়। বেছিভাগ পুৰুষ [[স্তন্যপায়ী প্ৰাণী]]ৰ দৰে, এজন পুৰুষৰ জিন'মে সাধাৰণতে মাতৃৰ পৰা এক্স [[ক্ৰম'জম]] আৰু দেউতাকৰ পৰা ৱাই ক্ৰম'জম প্ৰাপ্ত কৰে। পুৰুষ [[ভ্ৰূণ]]টোৱে [[মহিলা]]ৰ ভ্ৰূণতকৈ অধিক পৰিমাণৰ এণ্ড্ৰোজেন আৰু কম পৰিমাণৰ এষ্ট্ৰোজেন প্ৰস্তুত কৰে। এই লিংগ ষ্টেৰইডৰ আপেক্ষিক পৰিমাণৰ পাৰ্থক্য শাৰীৰিক পাৰ্থক্যৰ বাবে দায়বদ্ধ যি পুৰুষসকলক মহিলাৰ পৰা পৃথক কৰে। [[যৌৱনপ্ৰাপ্তি]]ৰ সময়ত, এণ্ড্ৰোজেন উৎপাদন তৈয়াৰ কৰা [[হৰমন]]ৰ ফলত গৌণ যৌন বৈশিষ্ট্য বিকশিত হয়, এনেদৰে লিংগৰ মাজত অধিক পাৰ্থক্য প্ৰকাশিত হয়। অৱশ্যে, কিছুমান [[ট্ৰান্সজেণ্ডাৰ]] আৰু [[আন্তঃযৌন পুৰুষ]]ৰ বাবে ওপৰোক্ত বৈশিষ্ট্যবোৰৰ ব্যতিক্ৰম পৰিলক্ষিত হয়।


==জীৱবিজ্ঞান==
==জীৱবিজ্ঞান==
মানুহৰ ক্ষেত্ৰত, শুক্ৰাণু কোষে কঢ়িয়াই অনা আনুবংশিক সামগ্ৰীৰ দ্বাৰা নিষিক্তকৰণৰ সময়ত ব্যক্তি এজনৰ লিংগ নিৰ্ধাৰিত হয়। যদি এক্স ক্ৰম'জম কঢ়িয়াই অনা শুক্ৰাণু কোষে ডিম্বটো নিষিক্ত কৰে, সন্তান সাধাৰণতে মহিলা (এক্সএক্স, XX) হ'ব। আনহাতে, যদি ৱাই ক্ৰম'জম কঢ়িয়াই অনা শুক্ৰাণু কোষে ডিম্বটো নিষিক্ত কৰে, সন্তান সাধাৰণতে পুৰুষ (এক্সৱাই, XY) হ'ব। লিংগ নিৰ্ধাৰণৰ প্ৰকৃত কাৰক হৈছে এছ.আৰ.ৱাই. (SRY) জিন, যি সাধাৰণতে ৱাই ক্ৰম'জমত পোৱা যায়। অস্পষ্ট আনুবংশিক বা শাৰীৰিক গঠনৰ লোকসকলক আন্তঃলিঙ্গ বুলি কোৱা হয়। কেতিয়াবা যৌন ক্ৰম'জম এক্সৱাইৱাই (XYY)ও হ'ব পাৰে।
মানুহৰ ক্ষেত্ৰত, শুক্ৰাণু কোষে কঢ়িয়াই অনা আনুবংশিক সামগ্ৰীৰ দ্বাৰা নিষিক্তকৰণৰ সময়ত ব্যক্তি এজনৰ লিংগ নিৰ্ধাৰিত হয়। যদি এক্স ক্ৰম'জম কঢ়িয়াই অনা শুক্ৰাণু কোষে ডিম্বটো নিষিক্ত কৰে, সন্তান সাধাৰণতে মহিলা (এক্সএক্স, XX) হ'ব। আনহাতে, যদি ৱাই ক্ৰম'জম কঢ়িয়াই অনা শুক্ৰাণু কোষে ডিম্বটো নিষিক্ত কৰে, সন্তান সাধাৰণতে পুৰুষ (এক্সৱাই, XY) হ'ব। লিংগ নিৰ্ধাৰণৰ প্ৰকৃত কাৰক হৈছে এছ.আৰ.ৱাই. (SRY) জিন, যি সাধাৰণতে ৱাই ক্ৰম'জমত পোৱা যায়। অস্পষ্ট আনুবংশিক বা শাৰীৰিক গঠনৰ লোকসকলক আন্তঃলিঙ্গ বুলি কোৱা হয়। কেতিয়াবা যৌন ক্ৰম'জম এক্সৱাইৱাই (XYY)ও হ'ব পাৰে।


প্ৰাথমিক যৌন বৈশিষ্ট (বা যৌন অঙ্গ) হৈছে এনে বিশেষত্ব যি প্ৰজনন প্ৰক্ৰিয়াৰ সৈতে জড়িত আৰু জন্মৰ সময়ৰে পৰা বিদ্যমান। পুৰুষৰ বাবে, প্ৰাথমিক যৌন বৈশিষ্টবোৰ হৈছে [[লিঙ্গ]] আৰু [[অণ্ডকোষ]]। গৌণ যৌন বৈশিষ্ট হৈছে মানুহৰ যৌৱনপ্ৰাপ্তিৰ যোগেদি দেখা দিয়া কিছুমান বিশেষত্ব।<ref name="Melmed">{{cite book |vauthors=Melmed S, Polonsky KS, Larsen PR, Kronenberg HM|title=Williams Textbook of Endocrinology E-Book|publisher=[[Elsevier Health Sciences]]|isbn=978-1437736007|year=2011|page=1054|url=https://books.google.com/books?id=nbg1QOAObicC&pg=PA1054}}</ref><ref name="Pack">{{cite book |vauthors=Pack PE|title=CliffsNotes AP Biology, 5th Edition|publisher=[[Houghton Mifflin Harcourt]]|isbn=978-0544784178|year=2016|page=219|url=https://books.google.com/books?id=GsalDAAAQBAJ&pg=PA219}}</ref> লিংগৰ মাজৰ পাৰ্থক্য স্পষ্ট কৰা এনে বৈশিষ্ট্যবোৰ যৌন দ্বিৰূপী ফেনোটাইপিকৰ বিশেষ সাক্ষী হিচাপে গণ্য কৰা হয়, কিন্তু প্ৰাথমিক যৌন বৈশিষ্টৰ বিপৰীতে এইবোৰ প্ৰজনন তন্ত্ৰৰ সৈতে পোনপটীয়াকৈ জড়িত নহয়।<ref name="Bjorklund">{{cite book |vauthors=Bjorklund DF, Blasi CH|title=Child and Adolescent Development: An Integrated Approach|publisher=[[Cengage Learning]]|isbn=978-1133168379|year=2011|pages=152–153|url=https://books.google.com/books?id=ZTQIAAAAQBAJ&pg=PA152}}</ref><ref name="auto">{{cite web|url=https://sciencing.com/primary-secondary-sexual-characteristics-8557301.html|title=Primary & Secondary Sexual Characteristics|work=Sciencing.com|date=30 April 2018}}</ref><ref>{{cite book|title=Encyclopedia of Reproduction|url=https://books.google.com/books?id=m4RlDwAAQBAJ&pg=PA103|year=2018|publisher=Elsevier Science|isbn=978-0-12-815145-7|page=103}}</ref> পুৰুষৰ কিছুমান নিৰ্দিষ্ট গৌণ যৌন বৈশিষ্ট হৈছে:
প্ৰাথমিক যৌন বৈশিষ্ট্য (বা যৌন অঙ্গ) হৈছে এনে বিশেষত্ব যি প্ৰজনন প্ৰক্ৰিয়াৰ সৈতে জড়িত আৰু জন্মৰ সময়ৰে পৰা বিদ্যমান। পুৰুষৰ বাবে, প্ৰাথমিক যৌন বৈশিষ্ট্যবোৰ হৈছে [[লিঙ্গ]] আৰু [[অণ্ডকোষ]]। গৌণ যৌন বৈশিষ্ট্য হৈছে মানুহৰ যৌৱনপ্ৰাপ্তিৰ যোগেদি দেখা দিয়া কিছুমান বিশেষত্ব।<ref name="Melmed">{{cite book |vauthors=Melmed S, Polonsky KS, Larsen PR, Kronenberg HM|title=Williams Textbook of Endocrinology E-Book|publisher=[[Elsevier Health Sciences]]|isbn=978-1437736007|year=2011|page=1054|url=https://books.google.com/books?id=nbg1QOAObicC&pg=PA1054}}</ref><ref name="Pack">{{cite book |vauthors=Pack PE|title=CliffsNotes AP Biology, 5th Edition|publisher=[[Houghton Mifflin Harcourt]]|isbn=978-0544784178|year=2016|page=219|url=https://books.google.com/books?id=GsalDAAAQBAJ&pg=PA219}}</ref> লিংগৰ মাজৰ পাৰ্থক্য স্পষ্ট কৰা এনে বৈশিষ্ট্যবোৰ যৌন দ্বিৰূপী ফেনোটাইপিকৰ বিশেষ সাক্ষী হিচাপে গণ্য কৰা হয়, কিন্তু প্ৰাথমিক যৌন বৈশিষ্ট্যৰ বিপৰীতে এইবোৰ প্ৰজনন তন্ত্ৰৰ সৈতে পোনপটীয়াকৈ জড়িত নহয়।<ref name="Bjorklund">{{cite book |vauthors=Bjorklund DF, Blasi CH|title=Child and Adolescent Development: An Integrated Approach|publisher=[[Cengage Learning]]|isbn=978-1133168379|year=2011|pages=152–153|url=https://books.google.com/books?id=ZTQIAAAAQBAJ&pg=PA152}}</ref><ref name="auto">{{cite web|url=https://sciencing.com/primary-secondary-sexual-characteristics-8557301.html|title=Primary & Secondary Sexual Characteristics|work=Sciencing.com|date=30 April 2018}}</ref><ref>{{cite book|title=Encyclopedia of Reproduction|url=https://books.google.com/books?id=m4RlDwAAQBAJ&pg=PA103|year=2018|publisher=Elsevier Science|isbn=978-0-12-815145-7|page=103}}</ref> পুৰুষৰ কিছুমান নিৰ্দিষ্ট গৌণ যৌন বৈশিষ্ট্য হৈছে:
* মুখমণ্ডলৰ নোম (দাড়ি আৰু মোচ);<ref name="auto"/>
* মুখমণ্ডলৰ নোম (দাড়ি আৰু মোচ);<ref name="auto"/>
* বুকুৰ নোম;<ref name="auto1">{{Cite web|url=https://medical-dictionary.thefreedictionary.com/Secondary+sexual+characteristics|title=Secondary sexual characteristics|website=TheFreeDictionary.com}}</ref>
* বুকুৰ নোম;<ref name="auto1">{{Cite web|url=https://medical-dictionary.thefreedictionary.com/Secondary+sexual+characteristics|title=Secondary sexual characteristics|website=TheFreeDictionary.com}}</ref>
14 নং শাৰী: 14 নং শাৰী:


==স্বাস্থ্য==
==স্বাস্থ্য==
সাধাৰণতে পুৰুষ আৰু মহিলা একেবোৰ ৰোগত ভোগা দেখা যায় আৰু মহিলাৰ তুলনাত পুৰুষসকল অলপ বেছি ৰোগত ভুগে। মহিলাৰ তুলনাত পুৰুষৰ আয়ুস কম<ref>{{Cite web|url=https://www.scientificamerican.com/article/why-is-life-expectancy-lo/|title=Why is life expectancy longer for women than it is for men?|website=Scientific American|language=en|access-date=2019-11-21}}</ref> আৰু আত্মহত্যাৰ হাৰ অধিক।<ref>{{Cite web|url=https://www.forbes.com/sites/alicegwalton/2012/09/24/the-gender-inequality-of-suicide-why-are-men-at-such-high-risk/|title=The Gender Inequality of Suicide: Why Are Men at Such High Risk?|last=Walton|first=Alice G.|website=Forbes|language=en|access-date=2019-11-21}}</ref>
সাধাৰণতে পুৰুষ আৰু মহিলা একেবোৰ ৰোগত ভোগা দেখা যায় আৰু মহিলাৰ তুলনাত পুৰুষসকল অলপ বেছি ৰোগত ভুগে। মহিলাৰ তুলনাত পুৰুষৰ আয়ুস কম<ref>{{Cite web|url=https://www.scientificamerican.com/article/why-is-life-expectancy-lo/|title=Why is life expectancy longer for women than it is for men?|website=Scientific American|language=en|accessdate=2019-11-21}}</ref> আৰু আত্মহত্যাৰ হাৰ অধিক।<ref>{{Cite web|url=https://www.forbes.com/sites/alicegwalton/2012/09/24/the-gender-inequality-of-suicide-why-are-men-at-such-high-risk/|title=The Gender Inequality of Suicide: Why Are Men at Such High Risk?|last=Walton|first=Alice G.|website=Forbes|language=en|accessdate=2019-11-21}}</ref>


==পুৰুষত্ব==
==পুৰুষত্ব==
{{main|পুৰুষত্ব}}
{{main|পুৰুষত্ব}}
[[File:David von Michelangelo.jpg|thumb|180px|মাইকেলএঞ্জেলোৰ ''ডেভিদ'' হৈছে পাশ্চাত্য কলাৰ তৰুণ পুৰুষ সৌন্দৰ্যৰ এক ধ্ৰুপদী প্ৰতিচ্ছবি]]
[[File:David von Michelangelo.jpg|thumb|180px|মাইকেলএঞ্জেলোৰ ''ডেভিদ'' হৈছে পাশ্চাত্য কলাৰ তৰুণ পুৰুষ সৌন্দৰ্যৰ এক ধ্ৰুপদী প্ৰতিচ্ছবি]]
পুৰুষত্ব হৈছে ল'ৰা বা পুৰুষৰ ক্ষেত্ৰত প্ৰকাশ হোৱা বৈশিষ্ট, চৰিত্ৰ আৰু প্ৰৱণতাৰ এক সংহতি। পুৰুষত্ব সামাজিকভাৱে প্ৰকাশিত, কিন্তু সামাজিক আৰু জৈৱিক প্ৰভাৱৰ দ্বাৰা গঠিত হয়,<ref name="Wijngaard">{{cite book |author =Marianne van den Wijngaard|title=Reinventing the sexes: the biomedical construction of femininity and masculinity. Race, gender, and science|publisher=Indiana University Press|year=1997|pages=171 pages |date=June 3, 2011|isbn =0-253-21087-9|url=https://books.google.com/books?id=Dn5cI9BHbKgC&pg=PA1&dq=en#v=onepage&q=false
পুৰুষত্ব হৈছে ল'ৰা বা পুৰুষৰ ক্ষেত্ৰত প্ৰকাশ হোৱা বৈশিষ্ট্য, চৰিত্ৰ আৰু প্ৰৱণতাৰ এক সংহতি। পুৰুষত্ব সামাজিকভাৱে প্ৰকাশিত, কিন্তু সামাজিক আৰু জৈৱিক প্ৰভাৱৰ দ্বাৰা গঠিত হয়,<ref name="Wijngaard">{{cite book |author =Marianne van den Wijngaard|title=Reinventing the sexes: the biomedical construction of femininity and masculinity. Race, gender, and science|publisher=Indiana University Press|year=1997|pages=171 pages |date=June 3, 2011|isbn =0-253-21087-9|url=https://books.google.com/books?id=Dn5cI9BHbKgC&pg=PA1&dq=en#v=onepage&q=false
}}</ref><ref name="Martin and Finn">{{cite book|author = Hale Martin, Stephen Edward Finn|title=Masculinity and Femininity in the MMPI-2 and MMPI-A|publisher=U of Minnesota Press|year=2010|pages=310 pages|date=June 3, 2011 |isbn =0-8166-2445-3|url=https://books.google.com/books?id=5KLPlmr9T7MC&pg=PA16}}</ref><ref name="Dunphy">{{cite book|author=Richard Dunphy|title=Sexual politics: an introduction|publisher=Edinburgh University Press|year=2000|pages=240 pages|date=June 3, 2011 |isbn =0-7486-1247-5|url=https://books.google.com/books/about/Sexual_Politics.html?id=NVPQkt0bVpAC}}</ref> যদিও ই জীৱবিজ্ঞানৰ পুৰুষ লিংগতকৈ পৃথক। <ref name=Ferrante>{{cite book|last=Ferrante|first=Joan|title=Sociology: A Global Perspective|publisher=Thomson Wadsworth|location=Belmont, CA|isbn=0-8400-3204-8|version=7th|pages=269–272}}</ref><ref>''[http://www.who.int/gender/whatisgender/en/ Gender, Women and Health: What do we mean by "sex" and "gender"?']'', The World Health Organization</ref> পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত পুৰুষত্বৰ লক্ষণ আৰু আচৰণ দেখা যায়। পুৰুষ আৰু নাৰী দুয়োটা চৰিত্ৰৰ প্ৰভাৱ থকাসকলক এণ্ড্ৰোজিনিয়াছ বুলি কোৱা হয়। নাৰীবাদী দাৰ্শনিকসকলে ভাবে যে লিংগৰ অস্পষ্টতাই লিংগৰ পাৰ্থক্য জটিল কৰিব পাৰে।<ref>Butler, Judith (1999 [1990]), Gender Trouble: Feminism and the Subversion of Identity (New York and London: Routledge).</ref><ref>Laurie, Timothy (2014), 'The Ethics of Nobody I Know: Gender and the Politics of Description', Qualitative Research Journal, 14 (1), pp. 64-78.URL: https://www.academia.edu/6262250/The_Ethics_of_Nobody_I_Know_Gender_and_the_Politics_of_Description</ref>
}}</ref><ref name="Martin and Finn">{{cite book|author = Hale Martin, Stephen Edward Finn|title=Masculinity and Femininity in the MMPI-2 and MMPI-A|publisher=U of Minnesota Press|year=2010|pages=310 pages|date=June 3, 2011 |isbn =0-8166-2445-3|url=https://books.google.com/books?id=5KLPlmr9T7MC&pg=PA16}}</ref><ref name="Dunphy">{{cite book|author=Richard Dunphy|title=Sexual politics: an introduction|publisher=Edinburgh University Press|year=2000|pages=240 pages|date=June 3, 2011 |isbn =0-7486-1247-5|url=https://books.google.com/books/about/Sexual_Politics.html?id=NVPQkt0bVpAC}}</ref> যদিও ই জীৱবিজ্ঞানৰ পুৰুষ লিংগতকৈ পৃথক।<ref name=Ferrante>{{cite book|last=Ferrante|first=Joan|title=Sociology: A Global Perspective|publisher=Thomson Wadsworth|location=Belmont, CA|isbn=0-8400-3204-8|version=7th|pages=269–272}}</ref><ref>''[http://www.who.int/gender/whatisgender/en/ Gender, Women and Health: What do we mean by "sex" and "gender?"']'', The World Health Organization</ref> পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত পুৰুষত্বৰ লক্ষণ আৰু আচৰণ দেখা যায়। পুৰুষ আৰু নাৰী দুয়োটা চৰিত্ৰৰ প্ৰভাৱ থকাসকলক এণ্ড্ৰোজিনিয়াছ বুলি কোৱা হয়। নাৰীবাদী দাৰ্শনিকসকলে ভাবে যে লিংগৰ অস্পষ্টতাই লিংগৰ পাৰ্থক্য জটিল কৰিব পাৰে।<ref>Butler, Judith (1999 [1990]), Gender Trouble: Feminism and the Subversion of Identity (New York and London: Routledge).</ref><ref>Laurie, Timothy (2014), 'The Ethics of Nobody I Know: Gender and the Politics of Description', Qualitative Research Journal, 14 (1), pp. 64-78.URL: https://www.academia.edu/6262250/The_Ethics_of_Nobody_I_Know_Gender_and_the_Politics_of_Description</ref>


সাহস, স্বাধীনতা, সংকল্প আদি হৈছে পুৰুষত্বৰ গুণ।<ref name="Vetterling-Braggin">Vetterling-Braggin, Mary ''"Femininity," "masculinity," and "androgyny": a modern philosophical discussion''</ref><ref name="Worell">Worell, Judith, ''Encyclopedia of women and gender: sex similarities and differences and the impact of society on gender, Volume 1'' Elsevier, 2001, {{isbn|0-12-227246-3}}, {{isbn|978-0-12-227246-2}}</ref><ref name="R. Murray Thomas">{{cite book|last=Thomas|first=R. Murray|title=Recent Theories of Human Development|year=2000|publisher=[[Sage Publications]]|isbn=0761922474|url=https://books.google.com/books?hl=fr&id=-RxIUDYIuiIC|page=248|উক্তি=Gender feminists also consider traditional feminine traits (gentleness, modesty, humility, sacrifice, supportiveness, empathy, compassion, tenderness, nurturance, intuitiveness, sensitivity, unselfishness) morally superior to the traditional masculine traits (courage, strong will, ambition, independence, assertiveness, initiative, rationality and emotional control).}}</ref> এই গুণবোৰ ঠাই ভেদে আৰু পৰিৱেশৰ পৰা পৃথক হ'ব পাৰে আৰু সামাজিক আৰু সাংস্কৃতিক সমস্যাৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে।<ref>{{cite book|last=Witt|first=edited by Charlotte|title=Feminist Metaphysics: Explorations in the Ontology of Sex, Gender and Identity|year=2010|publisher=Springer|location=Dordrecht|isbn=90-481-3782-9|page=77}}</ref>
সাহস, স্বাধীনতা, সংকল্প আদি হৈছে পুৰুষত্বৰ গুণ।<ref name="Vetterling-Braggin">Vetterling-Braggin, Mary ''"Femininity," "masculinity," and "androgyny": a modern philosophical discussion''</ref><ref name="Worell">Worell, Judith, ''Encyclopedia of women and gender: sex similarities and differences and the impact of society on gender, Volume 1'' Elsevier, 2001, {{isbn|0-12-227246-3}}, {{isbn|978-0-12-227246-2}}</ref><ref name="R. Murray Thomas">{{cite book|last=Thomas|first=R. Murray|title=Recent Theories of Human Development|year=2000|publisher=[[Sage Publications]]|isbn=0761922474|url=https://books.google.com/books?hl=fr&id=-RxIUDYIuiIC|page=248|উক্তি=Gender feminists also consider traditional feminine traits (gentleness, modesty, humility, sacrifice, supportiveness, empathy, compassion, tenderness, nurturance, intuitiveness, sensitivity, unselfishness) morally superior to the traditional masculine traits (courage, strong will, ambition, independence, assertiveness, initiative, rationality and emotional control).}}</ref> এই গুণবোৰ ঠাই ভেদে আৰু পৰিৱেশৰ পৰা পৃথক হ'ব পাৰে আৰু সামাজিক আৰু সাংস্কৃতিক সমস্যাৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে।<ref>{{cite book|last=Witt|first=edited by Charlotte|title=Feminist Metaphysics: Explorations in the Ontology of Sex, Gender and Identity|year=2010|publisher=Springer|location=Dordrecht|isbn=90-481-3782-9|page=77}}</ref>


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}
[[শ্ৰেণী:জীৱবিজ্ঞান]]
[[শ্ৰেণী:পুৰুষ|*]]
[[শ্ৰেণী:মানৱ বিজ্ঞান]]

05:41, 28 September 2021ৰ সংস্কৰণ

A man with a beard, wearing a checkered shirt, with his arms crossed.
এজন পুৰুষ

পুৰুষ (ইংৰাজী: Man) হৈছে এজন প্ৰাপ্তবয়স্ক পুং মানৱ। প্ৰাপ্তবয়স্ক হোৱাৰ আগতে, পুৰুষক ল'ৰা (পুং শিশু বা কিশোৰ) বুলি কোৱা হয়। বেছিভাগ পুৰুষ স্তন্যপায়ী প্ৰাণীৰ দৰে, এজন পুৰুষৰ জিন'মে সাধাৰণতে মাতৃৰ পৰা এক্স ক্ৰম'জম আৰু দেউতাকৰ পৰা ৱাই ক্ৰম'জম প্ৰাপ্ত কৰে। পুৰুষ ভ্ৰূণটোৱে মহিলাৰ ভ্ৰূণতকৈ অধিক পৰিমাণৰ এণ্ড্ৰোজেন আৰু কম পৰিমাণৰ এষ্ট্ৰোজেন প্ৰস্তুত কৰে। এই লিংগ ষ্টেৰইডৰ আপেক্ষিক পৰিমাণৰ পাৰ্থক্য শাৰীৰিক পাৰ্থক্যৰ বাবে দায়বদ্ধ যি পুৰুষসকলক মহিলাৰ পৰা পৃথক কৰে। যৌৱনপ্ৰাপ্তিৰ সময়ত, এণ্ড্ৰোজেন উৎপাদন তৈয়াৰ কৰা হৰমনৰ ফলত গৌণ যৌন বৈশিষ্ট্য বিকশিত হয়, এনেদৰে লিংগৰ মাজত অধিক পাৰ্থক্য প্ৰকাশিত হয়। অৱশ্যে, কিছুমান ট্ৰান্সজেণ্ডাৰ আৰু আন্তঃযৌন পুৰুষৰ বাবে ওপৰোক্ত বৈশিষ্ট্যবোৰৰ ব্যতিক্ৰম পৰিলক্ষিত হয়।

জীৱবিজ্ঞান

মানুহৰ ক্ষেত্ৰত, শুক্ৰাণু কোষে কঢ়িয়াই অনা আনুবংশিক সামগ্ৰীৰ দ্বাৰা নিষিক্তকৰণৰ সময়ত ব্যক্তি এজনৰ লিংগ নিৰ্ধাৰিত হয়। যদি এক্স ক্ৰম'জম কঢ়িয়াই অনা শুক্ৰাণু কোষে ডিম্বটো নিষিক্ত কৰে, সন্তান সাধাৰণতে মহিলা (এক্সএক্স, XX) হ'ব। আনহাতে, যদি ৱাই ক্ৰম'জম কঢ়িয়াই অনা শুক্ৰাণু কোষে ডিম্বটো নিষিক্ত কৰে, সন্তান সাধাৰণতে পুৰুষ (এক্সৱাই, XY) হ'ব। লিংগ নিৰ্ধাৰণৰ প্ৰকৃত কাৰক হৈছে এছ.আৰ.ৱাই. (SRY) জিন, যি সাধাৰণতে ৱাই ক্ৰম'জমত পোৱা যায়। অস্পষ্ট আনুবংশিক বা শাৰীৰিক গঠনৰ লোকসকলক আন্তঃলিঙ্গ বুলি কোৱা হয়। কেতিয়াবা যৌন ক্ৰম'জম এক্সৱাইৱাই (XYY)ও হ'ব পাৰে।

প্ৰাথমিক যৌন বৈশিষ্ট্য (বা যৌন অঙ্গ) হৈছে এনে বিশেষত্ব যি প্ৰজনন প্ৰক্ৰিয়াৰ সৈতে জড়িত আৰু জন্মৰ সময়ৰে পৰা বিদ্যমান। পুৰুষৰ বাবে, প্ৰাথমিক যৌন বৈশিষ্ট্যবোৰ হৈছে লিঙ্গ আৰু অণ্ডকোষ। গৌণ যৌন বৈশিষ্ট্য হৈছে মানুহৰ যৌৱনপ্ৰাপ্তিৰ যোগেদি দেখা দিয়া কিছুমান বিশেষত্ব।[1][2] লিংগৰ মাজৰ পাৰ্থক্য স্পষ্ট কৰা এনে বৈশিষ্ট্যবোৰ যৌন দ্বিৰূপী ফেনোটাইপিকৰ বিশেষ সাক্ষী হিচাপে গণ্য কৰা হয়, কিন্তু প্ৰাথমিক যৌন বৈশিষ্ট্যৰ বিপৰীতে এইবোৰ প্ৰজনন তন্ত্ৰৰ সৈতে পোনপটীয়াকৈ জড়িত নহয়।[3][4][5] পুৰুষৰ কিছুমান নিৰ্দিষ্ট গৌণ যৌন বৈশিষ্ট্য হৈছে:

  • মুখমণ্ডলৰ নোম (দাড়ি আৰু মোচ);[4]
  • বুকুৰ নোম;[6]
  • বহল কান্ধ;[7]
  • এটা ডাঙৰ কণ্ঠনলী (আদমৰ আপেল (ঘটি) বুলিও জনা যায়);[7] আৰু
  • শিশু বা মহিলাৰ কণ্ঠস্বৰতকৈ যথেষ্ট গভীৰ কণ্ঠস্বৰ।[4]

স্বাস্থ্য

সাধাৰণতে পুৰুষ আৰু মহিলা একেবোৰ ৰোগত ভোগা দেখা যায় আৰু মহিলাৰ তুলনাত পুৰুষসকল অলপ বেছি ৰোগত ভুগে। মহিলাৰ তুলনাত পুৰুষৰ আয়ুস কম[8] আৰু আত্মহত্যাৰ হাৰ অধিক।[9]

পুৰুষত্ব

মাইকেলএঞ্জেলোৰ ডেভিদ হৈছে পাশ্চাত্য কলাৰ তৰুণ পুৰুষ সৌন্দৰ্যৰ এক ধ্ৰুপদী প্ৰতিচ্ছবি

পুৰুষত্ব হৈছে ল'ৰা বা পুৰুষৰ ক্ষেত্ৰত প্ৰকাশ হোৱা বৈশিষ্ট্য, চৰিত্ৰ আৰু প্ৰৱণতাৰ এক সংহতি। পুৰুষত্ব সামাজিকভাৱে প্ৰকাশিত, কিন্তু সামাজিক আৰু জৈৱিক প্ৰভাৱৰ দ্বাৰা গঠিত হয়,[10][11][12] যদিও ই জীৱবিজ্ঞানৰ পুৰুষ লিংগতকৈ পৃথক।[13][14] পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত পুৰুষত্বৰ লক্ষণ আৰু আচৰণ দেখা যায়। পুৰুষ আৰু নাৰী দুয়োটা চৰিত্ৰৰ প্ৰভাৱ থকাসকলক এণ্ড্ৰোজিনিয়াছ বুলি কোৱা হয়। নাৰীবাদী দাৰ্শনিকসকলে ভাবে যে লিংগৰ অস্পষ্টতাই লিংগৰ পাৰ্থক্য জটিল কৰিব পাৰে।[15][16]

সাহস, স্বাধীনতা, সংকল্প আদি হৈছে পুৰুষত্বৰ গুণ।[17][18][19] এই গুণবোৰ ঠাই ভেদে আৰু পৰিৱেশৰ পৰা পৃথক হ'ব পাৰে আৰু সামাজিক আৰু সাংস্কৃতিক সমস্যাৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে।[20]

তথ্য সংগ্ৰহ

  1. Williams Textbook of Endocrinology E-Book. Elsevier Health Sciences. 2011. পৃষ্ঠা. 1054. ISBN 978-1437736007. https://books.google.com/books?id=nbg1QOAObicC&pg=PA1054. 
  2. CliffsNotes AP Biology, 5th Edition. Houghton Mifflin Harcourt. 2016. পৃষ্ঠা. 219. ISBN 978-0544784178. https://books.google.com/books?id=GsalDAAAQBAJ&pg=PA219. 
  3. Child and Adolescent Development: An Integrated Approach. Cengage Learning. 2011. পৃষ্ঠা. 152–153. ISBN 978-1133168379. https://books.google.com/books?id=ZTQIAAAAQBAJ&pg=PA152. 
  4. 4.0 4.1 4.2 "Primary & Secondary Sexual Characteristics". Sciencing.com. 30 April 2018. https://sciencing.com/primary-secondary-sexual-characteristics-8557301.html. 
  5. Encyclopedia of Reproduction. Elsevier Science. 2018. পৃষ্ঠা. 103. ISBN 978-0-12-815145-7. https://books.google.com/books?id=m4RlDwAAQBAJ&pg=PA103. 
  6. "Secondary sexual characteristics". TheFreeDictionary.com. https://medical-dictionary.thefreedictionary.com/Secondary+sexual+characteristics. 
  7. 7.0 7.1 Berger, Kathleen Stassen (2005). The Developing Person Through the Life Span. Worth Publishers. পৃষ্ঠা. 349. ISBN 978-0-7167-5706-1. https://archive.org/details/developingperson00berg_0. 
  8. "Why is life expectancy longer for women than it is for men?" (en ভাষাত). Scientific American. https://www.scientificamerican.com/article/why-is-life-expectancy-lo/। আহৰণ কৰা হৈছে: 2019-11-21. 
  9. Walton, Alice G.. "The Gender Inequality of Suicide: Why Are Men at Such High Risk?" (en ভাষাত). Forbes. https://www.forbes.com/sites/alicegwalton/2012/09/24/the-gender-inequality-of-suicide-why-are-men-at-such-high-risk/। আহৰণ কৰা হৈছে: 2019-11-21. 
  10. Marianne van den Wijngaard (June 3, 2011). Reinventing the sexes: the biomedical construction of femininity and masculinity. Race, gender, and science. Indiana University Press. পৃষ্ঠা. 171 pages. ISBN 0-253-21087-9. https://books.google.com/books?id=Dn5cI9BHbKgC&pg=PA1&dq=en#v=onepage&q=false. 
  11. Hale Martin, Stephen Edward Finn (June 3, 2011). Masculinity and Femininity in the MMPI-2 and MMPI-A. U of Minnesota Press. পৃষ্ঠা. 310 pages. ISBN 0-8166-2445-3. https://books.google.com/books?id=5KLPlmr9T7MC&pg=PA16. 
  12. Richard Dunphy (June 3, 2011). Sexual politics: an introduction. Edinburgh University Press. পৃষ্ঠা. 240 pages. ISBN 0-7486-1247-5. https://books.google.com/books/about/Sexual_Politics.html?id=NVPQkt0bVpAC. 
  13. Ferrante, Joan. Sociology: A Global Perspective. প্ৰকাশক Belmont, CA: Thomson Wadsworth. পৃষ্ঠা. 269–272. ISBN 0-8400-3204-8. 
  14. Gender, Women and Health: What do we mean by "sex" and "gender?"', The World Health Organization
  15. Butler, Judith (1999 [1990]), Gender Trouble: Feminism and the Subversion of Identity (New York and London: Routledge).
  16. Laurie, Timothy (2014), 'The Ethics of Nobody I Know: Gender and the Politics of Description', Qualitative Research Journal, 14 (1), pp. 64-78.URL: https://www.academia.edu/6262250/The_Ethics_of_Nobody_I_Know_Gender_and_the_Politics_of_Description
  17. Vetterling-Braggin, Mary "Femininity," "masculinity," and "androgyny": a modern philosophical discussion
  18. Worell, Judith, Encyclopedia of women and gender: sex similarities and differences and the impact of society on gender, Volume 1 Elsevier, 2001, আই.এচ.বি.এন. 0-12-227246-3, আই.এচ.বি.এন. 978-0-12-227246-2
  19. Thomas, R. Murray (2000). Recent Theories of Human Development. Sage Publications. পৃষ্ঠা. 248. ISBN 0761922474. https://books.google.com/books?hl=fr&id=-RxIUDYIuiIC. 
  20. Witt, edited by Charlotte (2010). Feminist Metaphysics: Explorations in the Ontology of Sex, Gender and Identity. প্ৰকাশক Dordrecht: Springer. পৃষ্ঠা. 77. ISBN 90-481-3782-9.